ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath Tagore

ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বিংশ শতিকাৰ প্ৰথম কালছোৱা আধুনিক বাংলা সাহিত্যৰ ৰবীন্দ্ৰ যুগ নামেৰে পৰিচিত। ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore) বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, প্ৰবন্ধকাৰ, চিত্ৰকৰ, দাৰ্শনিক, কন্ঠশিল্পী তথা …

ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath Tagore Read More »