হীৰেন ভট্টাচাৰ্য | Hiren Bhattacharyya
আধুনিক অসমীয়া কাব্য ইতিহাসত হীৰেন ভট্টাচাৰ্য হ’ল এগৰাকী জনপ্ৰিয় কবি। অনুভূতিৰ গভীৰতা, কাব্যিক গীতিময়তা, অৰ্থৰ বৰ্ণাঢ্য ৰূপৰ প্ৰকাশ হ’ল হীৰেন ভট্টাচাৰ্য (Hiren Bhattacharyya) কবিতাৰ অন্যতম বৈশিষ্ট্য। কবিতা ভাল পোৱা প্ৰতিজন ব্যক্তিৰ বাবেই তেওঁ হীৰেন ভট্টাচাৰ্যৰ …