To stop payment of an Issue a cheque
To
The Branch Manager,
……….. Bank,……………. Branch
Date_______
Sub: To stop payment of an Issue a cheque.
Dear Sir,
Please note that our Cheque No……..Dated………for Rs…….. only issued in favour of Messrs…….has been lost.
Therefore, We request you to treat the above Cheque as cancelled and not to pay if presented at any time. We have issued today a new Cheque No…….for the said amount to them.
Thanking you.
Yours very truly.
……………………….
(Senders Name & Address)
দিয়া চেক বাতিল কৰাৰ চিঠি।
প্ৰতি,
এজেণ্ট/মেনেজাৰ
………বেঙ্ক,…………শাখা
তাৰিখ………….
বিষয়: দিয়া চেক বাতিল কৰাৰ চিঠি।
মহাশয়,
মেচাৰ্চ……..ক দিয়া আমাৰ……. টকাৰ……. তাৰিখৰ……..নং চেকখন হেৰাই গৈছে সেয়েহে সেই চেকখন বাতিল কৰিবলৈ আৰু কেতিয়াবা কোনোবাই বেঙ্কলৈ লৈ গ’লে তাক টকা নিদিবলৈ আপোনাক/আপোনালোকক অনুৰোধ জনালো।
সেই টকাৰ বাবে আমি তেওঁলোকক………নম্বৰৰ এখন নতুন চেক দিছো।
ধন্যবাদ।
ইতি
আপোনাৰ/ আপোনালোকৰ বিশ্বাসী
(পত্ৰপ্ৰেৰকৰ নাম আৰু ঠিকনা)
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.