SEBA Class 10 Model Question Paper and Answer – 2022 | দশম শ্ৰেণীৰ প্ৰশ্নকাকত আৰু উত্তৰ

SEBA Class 10 Model Question Paper and Answer – 2022, দশম শ্ৰেণীৰ প্ৰশ্নকাকত is very crucial for preparing for any exam, especially for exams like SEBA HSLC 10 Exams Sample Paper. Because it gives a  rough idea of the examination pattern and helps in identifying the importance of the Model Questions Paper Class 10 SEBA. SEBA Class 10 Examinations generally have repetitive questions which are most likely to come in the exam (SEBA HSLC).

SEBA Class 10 Model Question paper and Answer

SEBA Class 10 Model Question Paper

Join Telegram channel

Table of Contents

অসম বৰ্ডৰ সঞ্চালনত হʼবলগীয়া 2021-2022 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে বহু পৰিশ্ৰমী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে প্ৰস্তুতিত ব্যস্ত হৈছে। বৰ্ডৰ পৰীক্ষাৰ প্ৰস্তুতিত বিগত বৰ্ষৰ পৰীক্ষাৰ মডেল প্ৰশ্ন কাকত সমূহৰ গুৰুত্ব অশেষ। অনুষ্ঠিত হʼবলগীয়া পৰীক্ষাত অন্তৰ্ভুক্ত হʼব পৰা প্ৰশ্নৰ আৰ্হি জানিবলৈ আৰু নিজৰ প্ৰচেষ্টাক সথিক দিশ দিবলৈ ছাত্ৰ-ছাত্ৰীসকলে মডেল প্ৰশ্ন কাকতসমূহ মুকলি হোৱাৰ অপেক্ষা কৰা দেখিবলৈ পোৱা যায়। এনে প্ৰশ্ন কাকত সমুহৰ এক সংগ্ৰহ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কʼৰা হʼল। মডেল প্ৰশ্ন কাকতসমূহৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য তথা Link এই প্ৰবন্ধটোত যোগান ধৰা হʼব।

Read Also: SEBA Class 10 Old/Previous 8 Years Questions Paper

দশম শ্ৰেণীৰ প্ৰশ্নকাকত আৰু উত্তৰ

Class 10 Assamese Model Question Paper and Answer

  1. SEBA Class 10 Assamese Model Paper – 1
  2. SEBA Class 10 Assamese Sample Paper – 2
  3. SEBA Class 10 Assamese Sample Paper – 3
  4. SEBA Class 10 Assamese Sample Paper – 4

Class 10 English Model Question Paper and Answer

Class 10 General Science Model Question Paper and Answer

  1. SEBA Class 10 Science Sample Paper – 1
  2. SEBA Class 10 Science Sample Paper – 2
  3. SEBA Class 10 Science Model Paper – 3
  4. SEBA Class 10 Science Model Paper – 4

Class 10 Social Science Model Question Paper and Answer

  1. SEBA Class 10 Social Science Sample Paper – 1
  2. Class 10 Social Science Sample Paper – 2
  3. SEBA Class 10 Social Science Model Paper – 3
  4. Class 10 Social Science Model Paper – 4
  5. Class 10 Social Science Sample Paper and Answer – 5
  6. Class 10 Social Science Model Paper and Answer – 6

SEBA Class 10 Elective Hindi Model Question Paper and Answer

  1. SEBA Class 10 Elective Hindi Sample Paper – 1
  2. Class 10 Elective Hindi Sample Paper – 2
  3. SEBA Class 10 Elective Hindi Model Paper – 3
  4. Class 10 Elective Hindi Model Paper – 4
  5. Class 10 Elective Hindi Model Paper – 5

SEBA Class 10 Sample Question Paper and Answer

  • ইতিমধ্যে, 2021 ৰ মেট্ৰিকৰ মডেল প্ৰশ্ন কাকতবোৰ মুকলি কৰি দিয়া হৈছে।
  • ইয়াৰ লগতে বিগত বৰ্ষসমূহৰো মডেল প্ৰশ্ন কাকত তলত যোগান ধৰা হৈছে।
  • মডেল প্ৰশ্ন কাকতসমূহৰ সহায়ত তেওঁলোকে বুজি পাব পাঠ্যক্ৰমৰ কোনখিনি ভাগ কেনেদৰে প্ৰস্তুত কৰিব লাগে।
  • এইবোৰৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলে বুজি পাব যে প্ৰশ্ন কাকত সমূহ কেনেদৰে প্ৰস্তুত কৰা হয়, প্ৰশ্নসমূহ কেনেদৰে গঠন কৰা হয়, কেনেকুৱা ধৰণৰ প্ৰশ্নত কিমানকৈ নম্বৰ সংলগ্ন হৈ থাকে।
  • ইয়াৰ উপৰিও, দেখা যায় যে দীঘলীয়া তথা কিছুমান চুটি প্ৰশ্নও এক বা দুই বছৰৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।
  • তেনে ক্ষেত্ৰত পুৰণি মডেল প্ৰশ্ন কাকতসমূহৰ অভ্যাস কৰিলে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হʼব পাৰে।
  • কিয়নো অভ্যাসৰ ফলতহে তেওঁলোকে নিজৰ দুৰ্বলতাৰ বুজ লʼব পাৰিব আৰু প্ৰচেষ্টাৰ যোগেদি নিজকে নিখুঁত তথা সম্পূৰ্ণৰূপে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব পাৰিব।
  • এনে কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে পৰীক্ষা গৃহত তেওঁলোকৰ মন-মগজু সক্ৰিয় তথা স্থিৰ হৈ থাকে আৰু প্ৰস্তুত কৰা ধৰণে প্ৰশ্নসমূহৰ ভালদৰে উত্তৰ লেখিব পাৰে।
  • সেয়ে, ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ অৰ্থে সম্ভৱপৰলৈকে পূৰ্বৰ মডেল প্ৰশ্ন কাকতসমূহৰ তথা এই বছৰত হৈ যোৱা পৰীক্ষাৰ মডেল প্ৰশ্ন কাকতৰ যোগান ধৰিবলৈ চেষ্টা কʼৰা হʼল।

আগন্তুক পৰীক্ষাত অৱতীৰ্ণ হʼব লগীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে তৈয়াৰ কৰা ওপৰৰ প্ৰবন্ধখনে আপোনাৰ সহায় কৰিব বুলি আশা কৰিলোঁ।  

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top