SEBA Class 10 Assamese Model Paper – 1 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Model Paper – 1, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Model Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Model Paper – 1

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Simple Paper – 1 provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Model Paper – 1, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

( Group – C ( গ – বিভাগ ) মূল্যাংক : ২৫ 

২৬। তলৰ যিকোনো দুটা তোমাৰ মাতৃভাষালৈ অনুবাদ কৰা— 

( ক ) जानीथ किम् कथम् महावोरः लाचितः निजम् मातुलम् स्वहस्तेन हतवान् ? आमिनग्रामस्य निकटवर्तिनि स्थाने रजन्यभ्यन्तरे एव प्राचीरनिर्माणस्य भारम् महावीरः तस्य मातुलस्य उपरि न्यस्तवान् । 

উত্তৰঃ এইটো জানানে যে মহাবীৰ লাচিতে নিজৰ মোমায়েকক আপোন হাতেৰে মাৰিছিল ? আমিনগাঁৱৰ ওচৰৰ কোনো এঠাইত ৰাতি ভিতৰতে গড় নির্মাণৰ ভাব মহাবীৰে তেওঁৰ মোমায়েকৰ হাতত অৰ্পণ কৰিছিল । 

( খ ) तदा नरपतिः आसीत् चश्चलमतिः एकः दुर्जनः । सः तस्य सिंहासनम् निष्कण्टकम् कर्तुम् सर्वेषाम् एव आहीम- वंशीयानाम् कुमाराणाम केषाश्चित् विनाशम् अपरेषाम् कर्णच्छेदनम् चविदधातिस्म । 

উত্তৰঃ তেতিয়াৰ ৰজাজন আছিল চঞ্চল মনৰ এজন দুৰ্জন ব্যক্তি । তেওঁ তেওঁৰ সিংহাসন কণ্টকবিহীন কৰিবলৈ সকলোবোৰ আহোমবংশীয় কুমাৰৰে কাৰোবাক বিনাশ কৰিছিল আৰু আন কাৰোবাৰ কাণ – নাক কাটিছিল । 

( ग ) अथ वन्दीभूतम् पुरुम् राजानम् पुरतः समानीय आलेकजेण्डारः अपृच्छत् ” त्वया सह कीदृक् व्यवहर्तव्यम् ” इति । पुरुः सगर्वम् अधाषत ” महावीर । राजानम् प्रति राजोचित व्यवहारः कार्यः ” इति । 

উত্তৰঃ ইয়াৰ পিছত বন্দী হোৱা পুৰুক ৰজাৰ সন্মুখলৈ অনাত আলেকজেণ্ডাৰে সুধিছিল – ‘ তোমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত ? ” পুৰুই গৰ্বেৰে সৈতে কৈছিল – “ হে মহাবীৰ ! ৰজাৰ প্ৰতি ৰাজোচিত ব্যৱহাৰ কৰা উচিত । ” 

( घ ) ततः श्येनः कपोतस्य पृष्ठतः त्वरिगतिः तम् अभिभवितुम् प्रवृतः । अथ असौ कपीतः कम्पमान : भय – तरल – नेत्र- तारक राज्ञः चरण – समीपे सहसा एव संनिपतितः भयभद्गदया गिरा अभाषत – राजन् । शरणागत अस्मि ते ।

উত্তৰঃ তাৰ পিছত শেনটোৱে কপৌটোৰ পিছে পিছে তাক ধৰিবলৈ বেগাই আগবাঢ়িল । তেতিয়া এই কপৌটোৱে কঁপি কঁপি অতিশয় ভয়াতুৰ চাৱনিৰে ৰজাৰ চৰণত পৰি – কাতৰ ভাষাৰে কৈছিল ।  “ হে মহাৰাজ ! মই আপোনাৰ শৰণাগত । ” 

২৭। তলৰ যিকোনো এটাৰ উত্তৰ লিখাঃ

( ক ) সাধুসকলৰ ভাষণ কি কি পৰিস্থিতিত পৰিবৰ্তন নহয় ? 

উত্তৰঃ ( ক ) যিসকল সাধু ব্যক্তি , তেওঁলোকৰ কোনো পৰিস্থিতিতে ভাষণ বা কথাৰ লৰচৰ নহয় । প্ৰকৃততে তেওঁলোক এক কথাৰ মানুহ । নিম্নোক্ত পৰিস্থিতিসমূহত সাধুব্যক্তিৰ কথাৰ লৰচৰ নহয়– 

( খ ) সূৰ্য্য যদি পশ্চিম ফালে উদয় হয় , 

( খ ) মেৰু প্রদেশে যদি গতি কৰে , 

( গ ) জুই যদি শীতল হৈ যায় , 

( ঘ ) পৰ্বতৰ ওপৰৰ শিলত যদি পদুম ফুলে । 

(খ) গৰ্ভত থাকোতে বিধাতাৰ দ্বাৰা সৃষ্ট পাঁচটা বস্তু কি কি ? 

উত্তৰঃ এটা শিশু মাতৃগৰ্ভত থাকোতে পাঁচতা বিষয়ৰ সৃষ্টি কৰে । অৰ্থাৎ ভূমিষ্ঠ হোৱাৰ পিছত সেই মানৱৰ জীৱনটোত কি কি হ’ব তাকে বিধাতাই আগতীয়াকৈ ভাগ্যলিপিত লিখি থয় । সেই পাঁচটা হ’ল— 

( ক ) আয়ুস ।

( খ ) কর্ম ।

( গ ) বিত্ত ( টকা – পইচা )।

( ঘ ) বিদ্যা ।

( ঙ ) নিধন ( মৃত্যু ) ।

২৮। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ 

( ক ) মন্দৰ পৰ্বতত কোনে বাস কৰিছিল । তাক নিয়ন্ত্ৰণ কৰিবলৈ পশুবোৰে কি ব্যৱস্থা গ্ৰহণ কৰিছিল ? 

উত্তৰঃ মন্দৰ পৰ্বতক ‘ দুৰ্দাস্ত ’ নামৰ সিংহটোৱে বাস কৰিছিল । 

এই সিংহটোৱে নিজৰ খাদ্যৰ বাবে প্ৰয়োজনবোধে পশুবোৰ মাৰি খাইছিল ৷ লগতে অনাহকতে বহু পশু নিধনো কৰিছিল ৷ যাৰ ফলত পশুকুলৰ বাবে শংকা আহি পাৰিছিল । সেয়েহে তাক নিয়ন্ত্ৰণ কৰিবলৈ সকলোবোৰ পশু লগ লাগি আলোচনা কৰি সিংহক জনাইছিল যে তেওঁ আৰু কষ্ট কৰি পশু চিকাৰ কৰিব নালাগে । তেওঁৰ ভোক দূৰ কৰিবলৈ এটা এটাকৈ পশু পাল পাতি সিংহৰ ওচৰলৈ যাব , যি নেকি সিংহৰ খাদ্যদ্রব্য হৈ পৰিব । এনেকৈ পশুবধ নিয়ন্ত্ৰণৰ উপায় পশুবোৰে নিজেই কৰি লৈছিল । 

( খ ) ‘ राजन ‘ ! सफल- मनोरथ – दाता किल श्रुयसे ‘ 

– ইয়াত বক্তা কোন আৰু শ্রোতা কোন ? শব্দই কি বুজাইছে ? 

উত্তৰঃ ‘ মহাৰাজ , মনৰ কামনা সফলভাৱে পূৰ্ণ কৰোঁতা বুলি শুনিছোঁ ” – এনেকৈ কোৱা কথাষাৰৰ বক্তা হৈছে শেন ( যমৰাজ ) আৰু শ্রোতা হৈছে দানবীৰ শিবিৰজা ৷ ‘ সফল মনোথ ’ শব্দই ‘ সফল মনৰ কামনা ’ অর্থাৎ যাৰ যি মনোবাঞ্ছা তাকেই সফল হোৱা বুজাইছে । কপৌটো আছিল শিবি ৰজাৰ দ্বাৰা আশ্রিত । ইপিনে শেন চৰায়ে খাদ্যবস্তু হিচাপে কপৌক পাব লাগে । কপৌৱে যেনেকৈ আশ্রয়দান বিচাৰিছে ; শেন চৰায়েও ভোক পূৰাবলৈ খাদ্যদ্রব্য বিচাৰিছে । 

২৯। উপযুক্ত শব্দৰে তলত শ্লোকৰ খালী ঠাই পূৰণ কৰাঃ 

( ক ) यथायेकेन …. न रथस्य । 

                             নাইবা 

( খ ) एकैकमण्यनर्थाय ………….. यत्र ………..। 

উত্তৰ : ( ক ) यथाह्येकेन चक्रेण न रयस्य गतिर्भवेत् । 

          ( খ ) एकैकमण्यनर्थाय किमु यत्र चतुष्टयम् । 

৩০। উপক্ত শব্দৰে তলত শ্লোকৰ খালী ঠাই পূণ কৰাঃ 

( i ) जानीथ – 1নং                  ( ক ) প্ৰশ্নত । 

( ii ) समानीय – 1নং               ( ক ) প্ৰশ্নত ।

( iii ) अभिभवितुम् – 1নং        ( খ ) প্রশ্নত । 

( iv ) अस्मि- 1নং                  ( খ ) প্রশ্নত ।

উত্তৰঃ ( i ) जानीथ – √ज्ञा लट् – थ 

         ( ii ) समानीय – सम् + आ – √नी + ल्यप् 

         ( iii ) अभिभवितुम् – अभि – √भू + तुमुन् 

         ( iv ) अस्मि – √अस्- लट् + मस् 

( খ ) তলৰ যিকোনো দুটাৰ শব্দৰূপ লিখা – 

( i ) पुस्तक শব্দৰ প্ৰথমা বিভক্তিৰ বহুবচনত । 

( ii ) पति শব্দ থমা বিভক্তিৰ দ্বিবচনত । 

( iii ) लता শব্দৰ তৃতীয়া বিভক্তিৰ একবচনত । 

( iv ) अस्मद শব্দ ষষ্ঠী বিভক্তিৰ বহুবচনত । 

উত্তৰঃ ( i ) पुस्तकानि ।

         ( ii ) पती ।

         ( iii ) लतया ।

         ( iv ) अस्माकम् ।

( গ ) তলৰ যিকোনো দুটাৰ ধাতুৰূপ লিখা–

दृश् + लृट् – स्यति         कृ + लोट् – हि 

पत् + लङ् – द              शास् + लट् – ति 

উত্তৰঃ ( i ) द्रक्ष्यति ।

         ( ii ) कुरु ।

          ( iii ) अपतत् ।

          ( iv ) शास्ति ।

( ঘ ) তলৰ যিকোনো দুটাৰ ধাতুৰূপ লিখা–

वेद , शरीरः , ऋषि , ब्राह्मण 

উত্তৰঃ वैदिक , शारीरिक , आर्ष , ब्राह्मण्य ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top