Rongali Bihu Wishes in Assamese | ব’হাগ বিহু বা ৰঙালী বিহু

Rongali Bihu Wishes in Assamese – Rongali Bihu is a festival celebrated in the Indian state of Assam, which marks the beginning of the Assamese New Year. It is also known as Bohag Bihu, as it falls in the month of Bohag (mid-April) according to the Assamese calendar. here are some Bohag / Rongali Bihu Wishes in Assamese.

Rongali Bihu Wishes in Assamese
Join Telegram channel

বহাগ মাহ বুলি শুনিলে মনলৈ একোটা কথাই আহে শুৱলা কুলিৰ মাত, গছে গছে কপৌ ফুলৰ সৌন্দৰ্য, তগৰ ফুলৰ গোন্ধ, হুঁচৰি আৰু আমাৰ বাপতিসাহোন বহাগ বিহুটি।ৰঙালী বা বহাগ বিহু অসমৰ আটাইকেইটা বিহুৰ ভিতৰত আটাইতকৈ আনন্দায়ক বিহু।প্ৰতিবছৰে বহাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু, কাতি বিহু বা কঙলী বিহু তিনিটি বিহুয়ে আমি বহু আনন্দৰে উদযাপন কৰোঁ।

Read More: Best Bihu Wishes – Rongali Bihu Quotes, Status, Messages, Images

ব’হাগ বিহু বা ৰঙালী বিহু । Bohag Bihu / Rongali Bihu Wishes in Assamese

ৰঙালী বিহুৰ শুভক্ষণত অসমৰ পথাৰবোৰ ডেকা – গাভৰুৰ হুঁচৰি গীতেৰে সুকীয়া হৈ পৰে। সৰু লৰা ছোৱালী পৰা আৰম্ভ কৰি বয়সস্থ লোকলৈকে সকলোৱে একত্ৰিত হৈ উল্লহ মালহৰে ৰঙালী বিহু উদযাপন কৰে।এপ্ৰিলৰ মাজৰ ১৪ -১৫ তাৰিখে এই ৰঙালী বিহু বা বহাগ বিহু উদযাপন কৰা হয়।এই ৰঙালী বিহুয়ে অসমীয়া  নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে।ৰঙালী বিহুত পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক নতুন কাপোৰ উপহাৰ দিয়ে।এই ৰঙালী বিহুত সকলোৱে নতুন কাপোৰ পিন্ধে , গান গায়, নৃত্য কৰে আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে নতুন বছৰৰ সূচনা কৰে। ৰঙালী বিহু উপলক্ষে অসমৰ বহুবোৰ ঠাইত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Read Also: Best Bihu Wishes – Quotes, Status, Messages, Images

এই সাংস্কৃতিক সমূহ উপভোগ কৰিবলৈ বহুলোকৰ সমাগম হয়। এই ৰঙালী বিহুৰ শুভক্ষণত নিজৰ আপোনজনলৈ বহাগ বিহুৰ শুভেচ্ছাৰ বাৰ্তা প্রেৰণ কৰি তেঁওলোকৰ মন সজীৱ কৰি তোলক।আমাৰ এই প্ৰবন্ধত আমি ৰঙালী বিহু উপলক্ষে ভিন্ন ধৰণৰ শুভেচ্ছামূলক উদ্ধৃতি সন্নিবিষ্ট কৰিছোঁ যি সমূহ আপুনি আপোনাৰ আপোনৰ আপোনজন, পৰিয়াল, প্ৰিয়জন, বন্ধু – বৰ্গ আৰু অসমবাসী ৰাইজক সম্বোধন কৰি প্ৰেৰণ কৰিব পাৰিব। আহক আমি  সকলোকে এই মনোৰম শুভকামনা সমূহ আমাৰ আপোনজনলৈ প্ৰেৰণ কৰি বহাগ বিহুতি আনন্দৰে উপভোগ কৰোঁ।

Rongali Bihu Wishes in Assamese

  • ৰঙালী বিহুৰ শুভক্ষণে আপোনাৰ জীৱন ৰঙীন কৰি তোলক আৰু আপোনাৰ আগন্তুক দিনবোৰ শুভ হওঁক। সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ। – Mahezubin Saikia 
  • কপৌৰ ফুলৰ সৌন্দৰ্য , তগৰ ফুলৰ সুগন্ধৰে ভৰপূৰ বহাগৰ সুকীয়া পৰিৱেশৰ আমেজে সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক আৰু এই ৰঙালী বিহু সকলোৰে বাবে আনন্দময় হওঁক। আপোনাক আৰু আপোনাৰ সকলো পৰিয়ালৰ সদস্যলৈ বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। – Mahezubin Saikia
Rongali Bihu Wishes in Assamese 1
  • সমূহ অসমবাসী় ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। ৰঙালীৰ ৰঙাল বতৰে সকলোৰে জীৱন সুখময় কৰক। – Mahezubin Saikia
  • তোমাৰ ঢোলৰ ছেৱত তোমাৰ নাচনী হৈ নাচি যাম 

মোৰ খোপাত তুমি আৰি দিবা কপৌ এপাহি

ৰঙালী বতৰে আমাৰ প্ৰেম কৰি তোলক ৰঙীন 

মোৰ হৃদয়ৰ গৰাকী মোৰ মনৰ প্রীয়জন

তোমালৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা।  – Mahezubin Saikia

  • মোৰ মৰমৰ নাচনী, নাচিবানে মোৰ ঢোলৰ ছেৱত তোমাৰ খোপাত আৰি দিম তগৰ এপাহি। মোৰ মৰমৰ নাচনী মোৰ প্ৰিয়তমা তোমালৈ বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা। – Mahezubin Saikia
  • হেপাঁহৰ, উল্লাসৰ আৰু আনন্দৰ ৰঙালী বিহুতিৰ শুভ ক্ষণে সমাজৰ অপায় – অমংগল , বিশৃংখলতা নাশ কৰি সমাজলৈ কঢ়িয়াই আনক একত্ৰিকৰণ আৰু মিলনৰ বতৰা।  সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। – Mahezubin Saikia
  • কুলিৰ শুৱলা মাতে, কপৌৰ ফুলৰ সৌন্দৰ্যয়ে , তগৰ ফুলৰ সুগন্ধিয়ে আমাৰ অসমী় আইৰ প্ৰাকৃতিক শোভা দুগুণ কৰি আদৰিছে বহাগী বিহুতিক এই সৌন্দৰ্য্যশালী বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা সমূহ অসমবাসীলৈ।  – Mahezubin Saikia
  • ৰঙালীৰ আগমণে সকলোৰে জীৱনৰ দুখ-বিষাদ সমূহ আঁতৰ কৰি কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধিৰ বতৰা। আপোনাক আৰু আপোনাৰ সমূহ পৰিয়াললৈ আনন্দৰ উৎসৱ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।– Mahezubin Saikia
  • বহাগ আহিলে তোমাৰ হাতেৰে বোৱা গামোচা ডিঙিত অৰিবলৈ আশা মোৰ কৰিবানে মোৰ আশা সম্পূৰ্ণ তুমি মই দিয়া প্ৰেমৰ প্ৰস্তাৱৰ উত্তৰ দিবানে এই বহাগত । বহাগ বিহুত শুভ ক্ষণত যেন আমাৰ প্ৰেমে যেন তোমাৰ আৰু মোৰ সন্মতি লাভ কৰক তাৰেই কামনাৰে প্ৰিয়তমা তোমালৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা। – Mahezubin Saikia
  • ৰঙালী বিহুৰ শুভক্ষণত অসমৰ পথাৰবোৰ ডেকা – গাভৰুৰ হুঁচৰি গীতেৰে সুকীয়া হৈ পৰক, ঢোল, পেঁপা, গগণাৰ মুখৰিত পৰিৱেশে সকলোৰে দেহ – মন আনন্দময় কৰি তোলক। সকলোলৈ ৰঙালী বিহুৰ ওলগ যাচিলোঁ। – Mahezubin Saikia

Bohag Bihu Wishes

Bohag Bihu Wishes in Assamese
  • আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰাঙলী বিহুৰ শুভেচ্ছা জনাইছো। এই উৎসৱটোৱে আপোনাক যথেষ্ট আনন্দ আৰু সফলতা আনিদিয়ক।
  • এই বছৰ, মই আশা কৰোঁ যে বিহুয়ে সকলোৰে বাবে শান্তি, আনন্দ আৰু সৌভাগ্য কঢ়িয়াই আনিব! বিহুলৈ শুভেচ্ছা!
  • এই বিহু আপোনাৰ বাবে আনন্দদায়ক, সমৃদ্ধ আৰু আশীৰ্বাদপ্ৰাপ্ত হওঁক! আপোনাক আৰু আপোনাৰ গোটেই পৰিয়ালটোক শুভ কামনা কৰিছো।
  • অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা সকলোলৈ থাকিল।শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সহযোগিতাৰে আহক আমি নতুনক আদৰণি জনাওঁ। 
  • সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
  • এই নৱবৰ্ষ যাতে সকলোৰে বাবে হয় সুখ শান্তিৰে বঢ়ি পৰক, তাৰেই কামনাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
  • নতুন সূর্য, নতুন প্রান। নতুন সুৰ, নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত। নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, শুভ হওক নৱবর্ষ। সকলোকে নৱবর্ষৰ শুভেচ্ছা জনালো।
  • অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো।
  • দেখক আপুনি নতুন স্বপ্ন, পাহৰি যাওক সকলো পুৰণি কষ্ট, আজি কৰক সকলো নতুন কল্পনা,পাহৰ যাওক সকলো পুৰণি যন্ত্রনা, আজিৰ পৰা আৰম্ভণি হওঁক নতুন জীৱন,সুখৰ হওঁক প্রতিটো ক্ষণ, এয়েই কামনা কৰি জনালো সকলোকে নতুন বছৰৰ শুভেচ্ছা ।
  • সমুহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  • সকলোকে হেপাঁহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।
  • প্রতিপাহি কপৌফুলৰ সুগন্ধিয়ে প্রেম, প্রতিজনী কুলিৰ মাতে আনন্দ। প্রতি টোপাল বৰষুণে আশা, প্রতি জাক বতাহে মুখৰ বতৰা কঢ়িয়াই আনি আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ আনক ৰঙালীৰ ৰংৰ এসাগৰ সপোন। তাৰে কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
  • ঢোল, পেঁপা গগণাৰ মাত। আকৌ ৰঙালী বিহু লাগিল গাত। বিহুতলীলৈ যাম, ঢোলকি কান্ধত লৈ, তুমিও আহিবানে বিহুৱানখনি হাততে লৈ।
  • আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ সিয়াভৰা ওলগ তথা অসমীয়া নৱবর্ষৰ শুভকামনা যাচিলোঁ।ব’হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ আন্তহীন প্রেৰণা।
  • দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক। লাও খা , বেঙেনা-খা, বছৰে বছৰে বাঢ়ি যা! মাৰে সৰু , বাপেৰ সৰু তই হবি বৰ গৰু! সকলোকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো!
  • চেনেহৰ বিহুটি আহি পালেহি গাতে ঐ তৰনি নাই, সদৌ অসমৱাসী ৰাইজলৈ অসমীয়াৰ বাপতি সাহোন, ৰঙালীবিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলো।
  • বহাগ বিহুৰ সুন্দৰ উৎসৱৰ আনন্দ, জীৱন্ত শক্তিয়ে আপোনাৰ ঘৰ আৰু হৃদয়ক প্লাৱিত কৰক।সকলো অসমবাসী ৰাইজলৈ ৰঙালী শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  • বহাগ নহয় এটি মাহ, বহাগ নহয় এটি ৰৃতু, বহাগ এটি প্রতিশ্রুতি… প্রতিশ্রুতি মৰমৰ। প্রতিশ্রুতি আৱেগৰ। প্রতিশ্রুতি সেউজৰ। প্রতিশ্রুতি অসমীয়াৰ। আপুৰুগীয়া সংস্কৃতিৰ। 
  • আহক আমি সকলোৱে নিজৰ পদূলিত এখনি ঘৰতে বোৱা গামোচা আঁৰি এইবাৰ হেঁপাহৰ ৰঙালীক আদৰো।সকলো অসমবাসীলৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  • ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জাচিলোঁ আৰু বছৰটো কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।
  • সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ তাৰেই আন্তৰিক কামনাৰে.
  • বহাগ, ব্ৰহ্মপুত্ৰ আৰু বৰাক—অসমীয়া জাতিৰ প্ৰথম পৰিচয়।এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি। তাৰেই কামনা কৰি সকলোলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো ।
Short Rongali Bihu Wishes in Assamese
  • আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবর্ষৰ শুভকামনা যাচিলোঁ।
  • ব’হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ আন্তহীন প্রেৰণা। সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Short Rongali Bihu Wishes in Assamese

  • ঢোল, পেঁপা গগণাৰ মাত

আকৌ ৰঙালী বিহু লাগিল গাত

বিহুতলীলৈ যাম, ঢোলকি কান্ধত লৈ,

তুমিও আহিবানে বিহুৱানখনি হাততে লৈ।

  • প্রতিপাহি কপৌফুলৰ সুগন্ধিয়ে প্রেম,

প্রতিজনী কুলিৰ মাতে আনন্দ

প্রতি টোপাল বৰষুণে আশা, প্রতি জাক বতাহে মুখৰ বতৰা কঢ়িয়াই আনি আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ আনক ৰঙালীৰ ৰংৰ এসাগৰ সপোন তাৰে কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

Short Rongali Bihu Wishes in Assamese 2
  • সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ ।বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব।
  •  ৰঙালী ৰঙেৰে উপচি পৰক আগন্তুক দিনবোৰ, তোমালৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি তাৰে কামনাৰে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 
  • বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আঁচলৰ ধন, এনোৱা বিহুটি এৰিব নোৱাৰো বান্ধিব নোৱাৰো মন।।সমূহ ৰাইজলৈ পবিত্ৰ গৰু বিহু আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। এই ৰঙালীৰ ৰঙেৰে যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰে তাৰে কামনা কৰিলো।
  • সকলোকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ । 
  • বিহু আনন্দীয়া বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰাণ; এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান। 
  • অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো।
  • সকলোকে হেপাঁহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।
  • সমুহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Rongali Bihu Wishes in Assamese Status
  • নতুন সূর্য, নতুন প্রান। নতুন সুৰ  নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত।নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, শুভ হওক নৱবর্ষ। সকলোকে নববর্ষৰ শুভেচ্ছা  জ্ঞাপন কৰিলোঁ। 
  • এই নৱবৰ্ষ যাতে সকলোৰে বাবে হয় সুখ শান্তিৰে বঢ়ি পৰক,তাৰেই কামনাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
  • আপোনাক আৰু আপোনাৰ পৰিয়ালক শুভ আৰু সমৃদ্ধিশালী বিহুৰ শুভেচ্ছা জনাইছো! আপোনাৰ জীৱন শান্তি, সুখ, প্ৰেম, সফলতা আৰু সম্পদেৰে আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক!
  • এই শস্য চপোৱাৰ বতৰে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। এটা সুখী আৰু সমৃদ্ধিশালী বিহু হওক!
  • ঢোল-পেঁপাৰ মাতে, কুলি-কেতেকীৰ মাতে আমাক সোঁৱৰাই দিয়ে কৈশোৰৰ মন মতলীয়া কৰা দিন বোৰৰ কথা, নহয়নে? তোমালৈ ৰঙালী বিহুৰ আনন্দময় শুভকামনা যাচিলো।”
  • এই উৎসৱে আপোনাক যথেষ্ট সুখ দিয়ক আৰু আপোনাৰ পৃথিৱীখন পোহৰাই তুলিব! আপোনাক আৰু আপোনাৰ পৰিয়ালক শুভ কামনা কৰিছো।
  • আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই    ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ,তাৰেই আন্তৰিক কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
  • সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ । বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব।
  • আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবর্ষৰ শুভকামনা যাচিলোঁ। ব’হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ আন্তহীন প্রেৰণা।

Read Also: 500 Best Positive Attitude Quotes

Short Rongali Bihu Wishes in Assamese Quotes

  • নতুন চাকি জ্বলিছে, নতুন ফুল ফুলিছে,

নতুন জীৱন বিচাৰক,

বিহুৰ পৱিত্ৰ উৎসৱত,

আপুনি আপোনাৰ প্ৰিয়জনৰ মৰম পাওঁক।

শুভ বহাগ বিহু।

Short Rongali Bihu Wishes in Assamese Quotes
  • আপোনাৰ সকলো দুখ আঁতৰি যাওক,

জীৱন সুখেৰে ভৰি থাকক।

শুভ বহাগ বিহু।

  • এটা নতুন আশা আছে, এটা নতুন পথ আছে,

এটা নতুন ঢৌ আছে, এটা নতুন আকাংক্ষা আছে,ইয়াত নতুন আনন্দ, নতুন শস্য চপোৱা হৈছে। শুভ বহাগ বিহু।

  • বহাগ,ব্ৰহ্মপুত্ৰ আৰু বৰাক—অসমীয়া জাতিৰ প্ৰথম পৰিচয়।এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি। তাৰেই কামনা কৰি সকলোলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো ।
  • বসন্তৰ আগমনত, কুলিৰ মাতত, ঢোলৰ চাপত, পেপাঁৰ লহৰেৰে, কপৌ ফুলৰ সুগন্ধেৰে, জীৱন ৰঙালী হৈ পৰক । তাৰেই কামনাৰে বহাগ বিহুৰ শুভেচ্ছা যাচিছো।
  • বিহুটি আহিছে, ঢোল পেপা বাজিছে, বিৰিখে সলাইছে পাত, নাহৰৰ সুবাসত উৰে মন উলাহত, বিহু বিহু লাগিছে গাত । বহাগ বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা যাচিলো ।
  • বিহুটি নামেৰে তিনিটি আখৰে, কোনে লিখি থৈ গ’ল শিলত, ঘুনেও নধৰে মামৰেও নধৰে, থাকিব অসমীয়াৰ মাজত।
  • কপৌ ফুল ফুলিলে ডালত, কেতেকি ফুলিলে বনত, ন পাহি আহিলে, কুলিয়ে মাতিলে, বিহু বিহু লাগিলে মনত ।
  • অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহুটি, নাপাতি কেনেকৈ থাকো।
  • বসন্তৰ আগমনে তোমাৰ হৃদয়লৈ কঢ়িয়াই আনক আশাৰ নতুন বতৰা, ঢোল পেপা গগনাৰ মাতে কঢ়িয়াই নিয়ক তোমাৰ সকলো দুখ বেদনা, ৰঙালী বিহুৰ এয়ে শুভকামনা।
  • তোমালৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে ভৰি পৰক ওৰে জীৱন ।
  • সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।নৱবৰ্ষৰ প্ৰতিটো পলে কঢ়িয়াই আনক সুখ সমৃদ্ধি আনন্দ আৰু আশাৰ বতৰা।
  • মৰমৰ দীঘ দি চেনেহৰ বাণী বৈ হেঁপাহৰ আঁচুৰে বোৱা,সপোন ফুলেৰে ফুলাম মোৰ এই বিহুৱান মন দি এবেলি লোৱা…
  • বসন্তৰ আগমনত, কুলিৰ মাতত, ঢোলৰ চাপৰে, পেপাঁৰ লহৰৰে কপৌ ফুলৰ সুগন্ধৰে, জীৱন ৰঙালী হৈ পৰক তাৰে কামনাৰে…..ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ ।”
  • বিহু আনন্দীয়া বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰাণ; এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান
  • তোমাক আৰু তোমাৰ পৰিয়াললৈ, মোৰ তৰফৰ পৰা অতিকৈ চেনেহেৰ ৰঙালী বিহুটিৰ শুভেচ্ছা যাঁচিলো
  • সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ । বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰক।
  •  এই বিহু সকলোৰে বানা শুভ হওঁক, সকলোৰ জীৱনলৈ সুখৰ বতৰা আহক সকলোৰে আগন্তুক দিনবোৰ ভাল হওঁক এই শুভকামনাৰে সকলোকে বহাহ বিহু অলেখ শুভেচ্ছা জনালোঁ।

Read Also: 500 Best English Quotes by Philosophers

FAQ

) ৰঙালী বিহুৰ ভাললগা কেইটামান শুভেচ্ছাবাণী লিখা?

উত্তৰ: ৰঙালী বিহুৰ ভাললগা কেইটামান শুভেচ্ছাবাণী হৈছে –

•  বিহুটি আহিছে, ঢোল পেপা বাজিছে, বিৰিখে সলাইছে পাত, নাহৰৰ সুবাসত উৰে মন উলাহত, বিহু বিহু লাগিছে গাত । বহাগ বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা যাচিলো ।

•  বিহুটি নামেৰে তিনিটি আখৰে, কোনে লিখি থৈ গ’ল শিলত, ঘুনেও নধৰে মামৰেও নধৰে, থাকিব অসমীয়াৰ মাজত।

•  কপৌ ফুল ফুলিলে ডালত, কেতেকি ফুলিলে বনত, ন পাহি আহিলে, কুলিয়ে মাতিলে, বিহু বিহু লাগিলে মনত ।

) প্ৰীয়জনলৈ প্ৰেৰণ কৰিব পৰা ৰঙালী বিহুৰ এটি মনোৰম শুভকামনা লিখা?

উত্তৰ: প্ৰীয়জনলৈ প্ৰেৰণ কৰিব পৰা ৰঙালী বিহুৰ এটি মনোৰম শুভকামনা হৈছে –

•  তোমাৰ ঢোলৰ ছেৱত তোমাৰ নাচনী হৈ নাচি যাম

                মোৰ খোপাত তুমি আৰি দিবা কপৌ এপাহি

                ৰঙালী বতৰে আমাৰ প্ৰেম কৰি তোলক ৰঙীন

                  মোৰ হৃদয়ৰ গৰাকী মোৰ মনৰ প্রীয়জন

                    তোমালৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা। – Mahezubin Saikia

) অসমবাসী ৰাইজলৈ প্ৰেৰণ কৰিব পৰা ৰঙালী বিহুৰ এটি মনোৰম শুভকামনা লিখা?

উত্তৰ:  অসমবাসী ৰাইজলৈ প্ৰেৰণ কৰিব পৰা ৰঙালী বিহুৰ এটি মনোৰম শুভকামনা হৈছে –

•  হেপাঁহৰ, উল্লাসৰ আৰু আনন্দৰ ৰঙালী বিহুতিৰ শুভ ক্ষণে সমাজৰ অপায় – অমংগল , বিশৃংখলতা নাশ কৰি সমাজলৈ কঢ়িয়াই আনক একত্ৰিকৰণ আৰু মিলনৰ বতৰা।  সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। – Mahezubin Saikia

) কুলি চৰাই সৈতে সংগতি ৰাখি ৰঙালী বিহুৰ এটি শুভেচ্ছা লিখা?

উত্তৰ: কুলি চৰাই সৈতে সংগতি ৰাখি ৰঙালী বিহুৰ এটি শুভেচ্ছা হৈছে –

•  কুলিৰ শুৱলা মাতে, কপৌৰ ফুলৰ সৌন্দৰ্যয়ে , তগৰ ফুলৰ সুগন্ধিয়ে আমাৰ অসমী় আইৰ প্ৰাকৃতিক শোভা দুগুণ কৰি আদৰিছে বহাগী বিহুতিক এই সৌন্দৰ্য্যশালী বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা সমূহ অসমবাসীলৈ।  – Mahezubin Saikia

) বহাগ বিহুৰ উপলক্ষে কেইটিমান সুন্দৰ শুভকামনা লিখা?

উত্তৰ: বহাগ বিহুৰ উপলক্ষে কেইটিমান সুন্দৰ শুভকামনা হৈছে –

•  চেনেহৰ বিহুটি আহি পালেহি গাতে ঐ তৰনি নাই, সদৌ অসমৱাসী ৰাইজলৈ অসমীয়াৰ বাপতি সাহোন, ৰঙালীবিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলো।

•  বহাগ বিহুৰ সুন্দৰ উৎসৱৰ আনন্দ, জীৱন্ত শক্তিয়ে আপোনাৰ ঘৰ আৰু হৃদয়ক প্লাৱিত কৰক।সকলো অসমবাসী ৰাইজলৈ ৰঙালী শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

•  বহাগ নহয় এটি মাহ, বহাগ নহয় এটি ৰৃতু, বহাগ এটি প্রতিশ্রুতি… প্রতিশ্রুতি মৰমৰ। প্রতিশ্রুতি আৱেগৰ। প্রতিশ্রুতি সেউজৰ। প্রতিশ্রুতি অসমীয়াৰ। আপুৰুগীয়া সংস্কৃতিৰ।

•  আহক আমি সকলোৱে নিজৰ পদূলিত এখনি ঘৰতে বোৱা গামোচা আঁৰি এইবাৰ হেঁপাহৰ ৰঙালীক আদৰো।সকলো অসমবাসীলৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

•  ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জাচিলোঁ আৰু বছৰটো কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top