Resignation Letter given to an employer | অফিচৰ কৰ্তৃপক্ষলৈ দিয়া পদত্যাগ পত্ৰ‌

Resignation Letter given to an employer.

Join Telegram channel

To

Secretary,                          

Indian Productivity Council-Calcutta

Date________

Sub: Resignation Letter given to an employer.

Dear Sir,

For certain unavoidable circumstances of my family, it has become pertinent to me to discontinue with my present service, I, therefore request that I may kindly be relieved from my present duties as early as possible, in any case not later than 15th Jan, 1996.

My accounts in full may please be settled before that date.

Thanking you,             

Yours faithfully

A.B.C. Accountant.

অফিচৰ কৰ্তৃপক্ষলৈ দিয়া পদত্যাগ পত্ৰ‌।

প্ৰতি,

সচিব,

ইণ্ডিয়ান প্ৰডাক্টিভিটি কাউন্সিল, কলকাতা

তাং………………..

বিষয়: স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন।

মহাশয়,

বিনীত নিবেদন এই যে, মোৰ কিছুমান এৰাব নোৱাৰা পাৰিবাৰিক কাৰণত মই মোৰ বৰ্তমান চাকৰি এৰিবলৈ বাধ্য হৈছো। গতিকে……… তাৰিখৰ ভিতৰত মোক মোৰ কৰ্তব্যৰ পৰা অব্যাহতি দিবৰ কাৰণে অনুৰোধ জনালো।

মোৰ দৰমহা আৰু ভাত্তা সংক্ৰান্ত সকলো বিষয় উক্ত তাৰিখৰ আগতে অনুগ্ৰহ কৰি মীমাংসা কৰি দিব।

ধন্যবাদ।                           

আপোনাৰ বিশ্বাসী

শ্ৰী…………………..

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top