Religions and festivals of Assam | অসমৰ ধৰ্ম আৰু উৎসৱ

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 6 ]

1.  উমানন্দ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয় ?

Join Telegram channel

উত্তৰঃ  গদাধৰ সিংহৰ দিনত।

2.  নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয় ?

উত্তৰঃ  স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ দিনত।

3.  মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত ?

উত্তৰঃ  তেজপুৰত।

4.  টুক্ৰেশ্বৰী দেৱালয় ক’ত অৱস্থিত ?

উত্তৰঃ  গোৱালপাৰাত।

5.  গুৱাহাটীৰ কৃষ্ণ মন্দিৰ ক’ত অৱস্থিত ?

উত্তৰঃ উত্তৰ  গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত।

6.  গোৱালপাৰা চহৰখনক দ্বিতীয় কাশী বনাবলৈ সূৰ্য পাহাৰৰ নামনিত কিমানটা শিৱলিঙ্গ স্থাপন  কৰা হৈছে ?

উত্তৰঃ  ৯৯,৯৯৯ টা।

7.  শিৱদ’ল কিমান মিটাৰ ওখ ?

উত্তৰঃ  ৩৭ মিটাৰ।

8.  ময়ূৰ দ্বীপত অৱস্থিত মন্দিৰটোৰ নাম কি ?

উত্তৰঃ  উমানন্দ মন্দিৰ।

9. গুৱাহাটীৰ শৰণীয়া আশ্ৰম কোনে উদ্বোধন কৰে ?

উত্তৰঃ  ১৯৪৬ চনত মহাত্মা গান্ধীয়ে।

Get Govt Jobs Update: North East Govt. Jobs

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top