Religions and festivals of Assam | অসমৰ ধৰ্ম আৰু উৎসৱ

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 5 ]

1.  অসমীয়া সমাজত মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানৰ পাছত মাছ মাংসৰে ভোজ-ভাত খুওৱা হয়। এই অনূষ্ঠানটোক  কি বুলি কোৱা হয় ?

Join Telegram channel

উত্তৰঃ  মৎস স্পৰ্শ।

2. ‘আঠ মঙলা’ কি ?

উত্তৰঃ  ‘আঠ মঙলা’ হ’ল বিয়াৰ আঠ দিন পিছত কইনাক  দৰাৰ ঘৰলৈ নিয়া অনুষ্ঠান ।

3. ‘চিতি-পাতি’ কি ?

উত্তৰঃ  ‘চিতি-পাতি’ হৈছে অসমীয়া মহিলাসকলে কপালত পিন্ধা এবিধ অলংকাৰ।

4.  অসমীয়া সমাজত অনুষ্ঠিত মৃতকৰ ক্ৰিয়া-কৰ্মসূচক অনুষ্ঠানটোক কি বুলি কোৱা হয় ?

উত্তৰঃ  শ্ৰাদ্ধ।

5.  অসমীয়া সমাজত শিশুৰ জন্ম হোৱাৰ এঘাৰ দিনৰ দিনা প্রথম বাহিৰলৈ উলিয়াই অনা উৎসৱটোক কি বুলি কোৱা হয় ?

উত্তৰঃ  শুদ্ধি।

6.  উমানন্দ মন্দিৰটো ক’ত অৱস্থিত ?

উত্তৰঃ  ভষ্মাচল পাহাৰত।

7.  উমানন্দ মন্দিৰটো কেতিয়া স্থাপন  কৰা হৈছিল ?

উত্তৰঃ   ১৬৯৪ চনত।

8.  নামঘৰৰ মুখ্য ভেটি কি ?

উত্তৰঃ  লাই-খুঁটা।

9.  কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ  ১৬৬৫ চনত।

10.  কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল ?

উত্তৰঃ  কোচ ৰজা মহাৰাজ নৰনাৰায়ণে।

11. সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত ?

উত্তৰঃ  গোৱালপাৰাত।

12.  অশ্বক্লান্ত  মন্দিৰ ক’ত অৱস্থিত ?·

উত্তৰঃ উত্তৰ  গুৱাহাটীত।

13.  কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত ?

উত্তৰঃ  গুৱাহাটীৰ নীলাচল পাহাৰত।

14.  কামাখ্যা মন্দিৰৰ সন্মুখ ভাগত থকা পুখুৰীটোৰ নাম কি ?

উত্তৰঃ  সৌভাগ্য কুণ্ড।

15.  অসমৰ ক’ত ‘পঞ্চপীৰৰ দৰগাহ’ অৱস্থিত  ?

উত্তৰঃ  ধুবুৰীত।

16.  গুৱাহাটীত নিৰ্মিত ভগৱান ভেঙ্কটেশ্বৰ মন্দিৰটোৰ নাম কি ?

উত্তৰঃ  তিৰুপতি বালাজী মন্দিৰ।

17.  নামঘৰৰ তিনিটা অংশ কি কি ?

উত্তৰঃ  পদূলি, হলঘৰ আৰু মণিকূট।

18.  উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত ?

উত্তৰঃ  উমানন্দ মন্দিৰ।

19.  তাম্ৰেশ্বৰ মন্দিৰটো ক’ত অৱস্থিত ?

উত্তৰঃ  শদিয়াত।

20.  শুক্ৰেশ্বৰ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হয় ?

উত্তৰঃ  ১৭৪৪ চনত (প্রমত্ত  সিংহই নিৰ্মাণ কৰে)।

Suggested Read: Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top