Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Electoral And Party System

POLITICAL SCIENCE

POLITICAL PROCESSES AND INSTITUTIONS IN COMPARATIVE PERSPECTIVE

তুলনামূলক দৃষ্টিভংগীত ৰাজনৈতিক প্ৰক্ৰিয়া আৰু প্ৰতিষ্ঠানসমূহ

অতি চমু প্রশ্নোত্তৰঃ

১। ” কিমান চনত ‘জনপ্রতিনিধিত্ব আইন’ প্ৰণয়ন কৰা হৈছিল? (In which year was the Representation of the People Act enacted?)

উত্তৰঃ ১৯৫১ চনত ৷

২। নির্বাচন পৰিচালনাৰ দায়িত্ব কাৰ ওপৰত দিয়া হয়? (Who is given the responsibility of conducting the election?) 

উত্তৰঃ নির্বাচনী আয়োগৰ ওপৰত ৷

৩। গণতান্ত্রিক চৰকাৰ কাৰ দ্বাৰা গঠিত? (Who made up the democratic government?) 

উত্তৰঃ ৰাইজৰ দ্বাৰা ৷

৪। সংবিধানৰ আৰম্ভণিতে ভোটাৰ সকলৰ বয়স কিমান নিৰ্ধাৰণ কৰা হৈছিল? (What is the age of all the early voters of the constitution?) 

উত্তৰঃ ২১ বছৰ।

৫। ভাৰতত কিমান ধৰণৰ নিৰ্বাচন ব্যৱস্থা প্রচলন আছে? (How many types of electoral system are prevalent in India.) 

উত্তৰঃ প্রত্যক্ষ আৰু পৰোক্ষ ।

৬। ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন প্রত্যক্ষ নে পৰোক্ষ? (Presidential and Vice Presidential elections direct or indirect?) 

উত্তৰঃ পৰোক্ষ।

৭। কোনে কোনে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে? (Who can vote in the presidential election?) 

উত্তৰঃ কেন্দ্ৰীয় বিধান সভাৰ নিৰ্বাচিত সদস্য আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্য সকলে।

৮। উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোনে ভোটদান কৰিব পাৰে? (Who can vote in the presidential election?) 

উত্তৰঃ কেন্দ্ৰীয় বিধান মণ্ডলৰ সকলো সদস্যই।

৯। যিসকল নাগৰিকে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভোটদান কৰে তেওঁলোকে নিজৰ সমষ্টিৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে নে? (Can all those citizens vote in the state assembly elections and vote in their own constituency elections?) 

উত্তৰঃ হয় পাৰে।

১০। নির্বাচন প্রতিদ্বন্দ্বিতা কৰিবলৈ হ’লে ৰাজনৈতিক দলসমূহ ক’ত পঞ্জীয়ন কৰিব লাগে? (Where do political parties have to register to contest elections?)

উত্তৰঃ নিৰ্বাচনী আয়োগৰ ওচৰত ৷

১১৷ ভাৰতবৰ্ষৰ বাহিৰে কোনটো দেশত ‘সৰল বহুত্ব ব্যৱস্থা’ বা ‘ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম’ গ্ৰহণ কৰা হয়? (In which country outside India is Simple Plural System or Fast Past The Post System adopted?) 

উত্তৰঃ ইংলেণ্ডৰ কমন্স সভাত ।

১২। ভাৰতবৰ্ষত কোনটো সভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত ‘সমানুপাতিক প্রতিনিধি ব্যৱস্থা গ্রহণ কৰা হয়? (Proportional representation is used in the election of which assembly in India?)

উত্তৰঃ ৰাজ্যসভাৰ ৷

১৩। ‘আনুপাতিক প্রতিনিধিত্ব’ৰ নীতি অনুসৰণ কৰা দেশৰ নাম লিখা। (Write the name of the country following the principle of proportional representation?) 

উত্তৰঃ ইজৰাইল, আর্জেণ্টিনা, নেদাৰলেণ্ড, পর্তুগাল।

১৪৷ ইজৰাইলৰ সংসদৰ নাম কি আৰু ইয়াৰ সদস্য সংখ্যা কিমান? (What is the name of the Israeli parliament and how many members are there?)

উত্তৰঃ নেচেট, সৰ্বমুঠ সদস্য সংখ্যা ১২০।

১৫। ইজৰাইলৰ যিকোনো তিনিটা (৩) ৰাজনৈতিক দলৰ নাম লিখা। (Write the name of any 3 political parties in Israel?) 

উত্তৰঃ কাদিমা, ইজৰাইল বেতেনু, লেবাৰ পাৰ্টি।

১৬৷ ইজৰাইলে কাক চাই ভোট দিয়ে? (What does Israel see and vote for?)

উত্তৰঃ দল চাই ভোট দিয়ে।

১৭। কোনে জিলাৰ নিৰ্বাচন আয়ুক্ত হিচাবে কাৰ্যনিৰ্বাহকৰে? (Who acts as the District Election Commissioner?) 

উত্তৰঃ জিলাধিপতি।

১৮। আনুপাতিক প্রতিনিধিত্ব পদ্ধতিটোক কোনটো নামেৰে জনা যায়? (What is the name of the system of proportional representation?) 

উত্তৰঃ একক হস্তান্তৰযোগ্য ভোটাৰ ব্যৱস্থা।

১৯। ভাৰতবৰ্ষত কিয় “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” পদ্ধতি অৱলম্বন কৰিছে? (Why India adopts fast past the post system?)

উত্তৰঃ জনসাধাৰণক পোনপটীয়াকৈ প্রতিনিধিত্ব কৰা লোকসভা, বিধানসভা আৰু স্থানীয় চৰকাৰৰ নিৰ্বাচনৰ বাবে একক প্রতিনিধি সমষ্টিৰ বাবে “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” পদ্ধতি অৱলম্বন কৰিছে।

২০। ভাৰতবৰ্ষত কিয় আনুপাতিক প্রতিনিধিত্বৰ পদ্ধতি অৱলম্বন কৰিছে? (Why is India adopting a system of proportional representation?)

উত্তৰঃ জনসাধাৰণে পোনপটীয়াকৈ নিৰ্বাচন নকৰা ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচনৰ বাবে সীমিত পৰিসৰৰ আনুপাতিক প্রতিনিধিত্বৰ পদ্ধতি অৱলম্বন কৰিছে।

২১। একাধিক নির্বাচন আয়োগ গঠন কৰাৰ ব্যৱস্থা কোনে আৰু কোনটো চনত কৰা হৈছিল? (In which year and who arranged to form multiple election commissions.)

উত্তৰঃ ১৯৯৩ চনত, তৎকালীন ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মাই।

২২। নির্বাচন আয়োগত কোনে চেয়াৰমেন হিচাবে কাৰ্যনিৰ্বাহ কৰিব লাগে? (Who needs to be the executive chairman of the Election Commission?)

উত্তৰঃ মুখ্য নির্বাচন আয়ুক্তই।

২৩। কোনে নির্বাচন আয়োগৰ সদস্য নিয়োগ কৰে? (Who appoints the members of the election commission.) 

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে।

২৪। কিহৰ ভিত্তিত ৰাষ্ট্ৰপতি নির্বাচন আয়োগৰ সদস্য নিয়োগ কৰিব লাগে? (On what basis president to appoint a member of the Election Commission?)

উত্তৰঃ কেন্দ্ৰীয় বিধান মণ্ডলে ৰচনা কৰা আইনৰ ভিত্তিত৷

২৫। বর্তমান নির্বাচনী আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? (What is the tenure of all the members of the current Election Commission?) 

উত্তৰঃ ছয় (৬) বছৰ।

২৬। কোনে ৰাজনৈতিক দলসমূহৰ প্ৰতীক নিৰ্ধাৰণ কৰে? (Who determines the symbols of political parties?) 

উত্তৰঃ নির্বাচনী আয়োগে।

২৭। নির্বাচন প্রতিদ্বন্দ্বিতা কৰিবলৈ দলসমূহে কাৰ ওচৰত পঞ্জীয়ন কৰিব লাগে? (To whom do the parties contesting the elections have to register?)

উত্তৰঃ নির্বাচনী আয়োগৰ ওপৰত ৷

২৮। নির্বাচন আয়োগৰ সদস্যসকলৰ দৰমহা আৰু অন্যান্য খৰচ ক’ৰ পৰা দিয়া হয়? (Where are the salaries and other expenses of the members of the election commission paid?) 

উত্তৰঃ ভাৰতৰ সঞ্চিত নিধিৰ পৰা৷

২৯। নির্বাচন আয়োগত গঠন, কাৰ্যাৱলী আৰু ক্ষমতা কাৰ হাতত ন্যস্ত কৰা আছে? (Who is in charge of the composition functions and powers of the Election Commission?) 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ হাতত।

৩০। কোনটো দেশত ৰাজ্যিক চৰকাৰে নিৰ্বাচনী আয়োগৰ নীতি-নিয়ম, আইন ৰচনা কৰিব পাৰে? (Which country’s state government can enact Electoral Commission policy rules and regulations?) 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

৩১৷ ভাৰতীয় গণতন্ত্ৰ কেইটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত?

(Indian democracy is founded on how many levels?) 

উত্তৰঃ চাৰিটা (৪)।

৩২। চৰকাৰ গঠন কৰাৰ জোখেৰে কোনো দলে আসন লাভ কৰিব নোৱাৰিলে তেনে ক্ষেত্ৰত চৰকাৰ কেনেকৈ গঠন কৰিব পাৰে? (How can we form a government if no party can get seats in the calculation of forming a government?) 

উত্তৰঃ দুই বা ততোধিক দলে লগলাগি গঠন কৰিব পাৰে।

৩৩। সাম্প্রতিক কালত গণতন্ত্ৰৰ অপৰিহাৰ্য অংগ কি? (What is an essential part of democracy in recent times?) 

উত্তৰঃ নির্বাচন।

৩৪ ৷ কোনটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে? (Which political party forms the government?) 

উত্তৰঃ বিধানমণ্ডলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে।

৩৫৷ আমাৰ দেশত কেনেকুৱা চৰকাৰৰ প্ৰচলন আছে? (What kind of government is prevalent in our country?) 

উত্তৰঃ প্রতিনিধিত্বমূলক।

৩৬। পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ কোনখন? (Which is the largest democratic country in the world?) 

উত্তৰঃ ভাৰতবৰ্ষ

৩৭ ৷ চৰকাৰ গঠনত উপযুক্ত ব্যক্তি নির্বাচিত নহ’লে কি হোৱাৰ সম্ভাৱনা থাকে? (What happens if the suitable candidate is not elected to form the government?) 

উত্তৰঃ শাসনৰ মানদণ্ড নিম্নগামী হোৱাৰ।

৩৮। সংযুক্ত চৰকাৰ কাক বোলে? (What is a coalition government?) 

উত্তৰঃ চৰকাৰ গঠন কৰাৰ জোখেৰে কোনো দলে আসন লাভ কৰিব নোৱাৰিলে, দুই বা ততোধিক দলে লগ লাগি চৰকাৰ গঠন কৰিব পাৰে। এনে ধৰণৰ চৰকাৰক সংযুক্ত চৰকাৰ বোলে।

৩৯। আমাৰ দেশত বিভিন্ন অঞ্চলত ভোটাৰৰ ওপৰত জাতিৰ ধাৰণাৰ প্ৰভাৱ থকা স্থান আৰু জাতিৰ নাম উল্লেখ কৰা ৷ (Mention the place and the name of the nation where the concept of nation has an effect on the voters in different parts of our country?)

উত্তৰঃ উত্তৰ প্ৰদেশত ৰাজপুত, ব্ৰাহ্মণ, যাদৱ, জাঠ, বিহাৰত ৰাজপুত, ব্রাহ্মণ, কায়স্থ, তামিলনাডুত ব্রাহ্মণ-অব্রাহ্মণ, অন্ধ্ৰপ্ৰদেশত কায়া আৰু ৰেড্ডি, কৰ্ণাটকত লিঙ্গায়েত আৰু ভোকালিংগা, কেৰালাত নায়াব, ব্রাহ্মণ আদি ।

৪০। অন্ধ্রপ্রদেশত কোনে আৰু কি দলৰ সৃষ্টি কৰিছিল? (Who created which party in Andhra Pradesh?) 

উত্তৰঃ এন,টি, ৰামাৰাও, ‘তেলেগু দেশম’।

৪১। নির্বাচনী ইস্তাহাৰত কি কি বিষয়ৰ উল্লেখ থাকে? (What are the issues mentioned in the election manifesto?) 

উত্তৰঃ দলৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে উল্লেখ থাকে।

৪২। কোনটো চনত আৰু কোনে নিৰ্বাচনত ‘গৰীৱি হটাও’ ধ্বনিয়ে ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল? (In which year and in which election did the voters spread the word over poverty?)

উত্তৰঃ ১৯৭১ চনত আৰু ইন্দিৰা গান্ধীয়ে।

৪৩৷ ব্যক্তিগত ভাৱমূৰ্ত্তিৰে নিৰ্বাচনত জয়লাভ কৰা কেইখনমান ৰাজ্য আৰু দলীয় নাম উল্লেখ কৰা । (Write the names of some of the states and parties to win the personal image election.) 

উত্তৰঃ কৰ্ণাটকত – ৰামকৃষ্ণ হেগড়ে, তামিলনাডুত – এম. জি. ৰাজচন্দ্ৰণ আৰু অন্ধ্ৰপ্ৰদেশত – টি. এন. ৰামাৰাও।

৪৪৷ আমাৰ দেশৰ ৰাজনৈতিক দলসমূহে কিহৰ প্ৰতি সমৰ্থন জনায়? (What do the political parties in our country support?) 

উত্তৰঃ গণতন্ত্র, সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতা।

৪৫। ফ্লোটিং ভোটাৰ কি? (What is a floating voter?) 

উত্তৰঃ কিছুমান ভোটাৰে কোনো দলৰ প্ৰতি সমৰ্থন নজনায়। দলীয় চৰকাৰৰ কৃতকার্যতা বিচাৰ কৰি এই শ্ৰেণীৰ ভোটাৰে ভোটদান কৰে। এই শ্ৰেণীৰ ভোটাৰক ফ্লোটিং ভোটাৰ হিচাবে জনা যায় ।

৪৬। ১৯৮৪ চনৰ কোনটো ঘটনাই কংগ্ৰেছক জয়লাভ কৰাত সহায় কৰিছিল? (What event helped the Congress to win in 1984?) 

উত্তৰঃ তৎকালীন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ আকস্মিক মৃত্যু।

৪৭। ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এটি প্রভাৱ গোষ্ঠীৰ নাম লিখা। (Write the name of an influence group at the state level in India.)

উত্তৰঃ ভাৰতীয় বাণিজ্য সংস্থা।

৪৮। NDA আৰু UPA ৰ সম্পূৰ্ণ ৰূপ লিখা। (Write down the full form of NDA and UPA.) 

উত্তৰঃ NDA = National Democratic Alliance.

UPA = United Progressive alliance.

৪৯। ভাৰতবৰ্ষৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে জনতা পাৰ্টিয়ে কেন্দ্ৰত ক্ষমতা দখল কৰে ১৯৭১/১৯৭৫/১৯৭৭ চনত। (For the first time in the history of India, the Janata Party seized power at the centre in the year of 1971/1975/1977.) 

উত্তৰঃ ১৯৭৭ চনত।

৫০। অসমত প্ৰথমবাৰৰ বাবে ক্ষমতা দখল কৰা আঞ্চলিক দলৰ নাম কি? (What is the name of the regional party that came to power for the first time in Assam?) 

উত্তৰঃ অসম গণ পৰিষদ ৷

৫১৷ প্ৰভাৱগোষ্ঠীয়ে ৰাজনৈতিক ক্ষমতা লাভ কৰিবলৈ বিচাৰে/নিবিচাৰে। (Influential groups want/do not want to gain political power.) 

উত্তৰঃ নিবিচাৰে।

৫২। ভাৰতৰ___এটা প্ৰভাৱগোষ্ঠী। (___ is an influential group in india.) 

উত্তৰঃ ভাৰতীয় বাণিজ্য সংস্থা ৷

৫৩। তেলেগু দেশম দল কোন ৰাজ্যত সক্ৰিয়? (The swing of Telugu country is active in which state?) 

উত্তৰঃ অন্ধ্ৰপ্ৰদেশত।

৫৪। পশ্চিমবংগত প্রায় ৩০ বছৰকাল শাসনত থকা অ-কংগ্ৰেছী ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা। (Mention the name of the Non-Congress political party that has ruled West Bengal for almost 30 years.) 

উত্তৰঃ  মার্ক্সবাদী দলৰ নেতৃত্বত বাম মৰ্চা।

৫৫। ভাৰতবৰ্ষত কেতিয়া পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? (In which year planning commission was formed in India?) 

উত্তৰঃ ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হয়।

৫৬। কোন বছৰৰ পৰা প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল? (From which year was the First Five Year Plan launched?) 

উত্তৰঃ ১৯৫১ চনৰ পৰা প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল।

৫৭। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্যটো কি? (What was the purpose of the Second Five Year Plan?) 

উত্তৰঃ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাই গধুৰ উদ্যোগসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷

৫৮। পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য কি? (What is the main goal of all planners?) 

উত্তৰঃ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি, জাতীয় আয় বৃদ্ধি, সম্পত্তিৰ দক্ষ ব্যৱহাৰ, অৰ্থনৈতিক অসমতা হ্রাস, সামাজিক ন্যায় আদি।

৫৯। কেইখন পঞ্চবার্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে?

(How many Five Year Plans have been completed?) 

উত্তৰঃ শেষলৈকে পৰিকল্পনা আয়োগে বাৰখন পঞ্চবার্ষিক পৰিকল্পনা আৰু ছখন বাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে।

৬০। বোম্বাই পৰিকল্পনা কি আছিল? (What was the plan for Bombay?) 

উত্তৰঃ, ১৯৪৪ চনত কিছু সংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰাৰ বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে। ইয়াক বোম্বাই পৰিকল্পনা বোলে।

৬১। পৰিকল্পনাৰ অৰ্থ কি? (What does the Plan mean?) 

উত্তৰঃ পৰিকল্পনা হ’ল পূর্বানুমানিত উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে এটা সম্প্ৰদায়ৰ এক সচেতন প্রয়াস।

৬২। পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? (Who was the first Chairman of the Planning Commission?) 

উত্তৰঃ ভাৰতৰ প্ৰথমজন প্রধানমন্ত্রী জৱাহৰলাল নেহৰু।

৬৩। নীতি আয়োগ কেতিয়া গঠন কৰা হয়? (When was the Policy Commission formed?)

উত্তৰঃ ২০১৫ চনৰ ১ জানুৱাৰীত তাৰিখে নীতি আয়োগ গঠন কৰা হয় ৷

৬৪৷ নীতি আয়োগৰ সভাপতি কোন? (Who is the President of the Policy Commission?) 

উত্তৰঃ নীতি আয়োগৰ সভাপতি হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী।

৬৫। কোনজন প্রধানমন্ত্ৰীৰ সভাপতিত্বত নীতি আয়োগ গঠন হয়? (Which Prime Minister presides over the policy commission.)

উত্তৰঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত।

৬৬৷ বৃটিছশাসনৰ কালছোৱাত কিয় ‘মুছলিম লীগ’ নামৰ ৰাজনৈতিক দলৰ জন্ম হৈছিল? (Why was the political party named ‘Muslim League’ born during British rule?)

উত্তৰঃ বৃটিছ শাসনৰ কালছোৱাত মুছলিমসকলৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ উদ্দেশ্য ‘মুছলীম লীগ’ নামৰ এটা ৰাজনৈতিক দলে জন্ম লাভ কৰিছিল৷

৬৭। বৃটিছ শাসনৰ কালছোৱাত মুছলীমসকলৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ উদ্দেশ্যে জন্ম হোৱা ৰাজনৈতিক দলটোৰ নাম কি আছিল? (What was the name of the political party born during the British rule to protect the interests of Muslims?) 

উত্তৰঃ ‘মুছলিম লীগ’

৬৮। মুছলীম লীগ নামৰ ৰাজনৈতিক দলটো গঠন কৰাৰ মূল ব্যক্তিজনৰ নাম কি আছিল? (What was the name of the main person who formed the political party called Muslim League?) 

উত্তৰঃ চাৰ চৈয়দ আহমদ খান।

৬৯৷ কেতিয়াৰ পৰা ভাৰতবৰ্ষত পকৃত অৰ্থত ৰাজনৈতিক দলসমূহে স্বীকৃতি লাভ কৰিছিল? (Since when were political parties really recognized in India?) 

উত্তৰঃ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা ভাৰতবৰ্ষত প্ৰকৃত অৰ্থত ৰাজনৈতিক দলসমূহে স্বীকৃতি লাভ কৰিছিল।

৭০৷ ভাৰতৰ ৰাজনৈতিক দল বিলাকৰ গঠন, প্রকৃতি আৰু কৰ্মক্ষেত্ৰৰ ভিত্তিত দলবিলাকক কেইটা ভাগত ভগাব পাৰি? (How much parties can be divided based on the structure, nature and working space of india’s political parties?) 

উত্তৰঃ ভাৰতৰ ৰাজনৈতিক দল বিলাকৰ গঠন, প্রকৃতি আৰু কৰ্মক্ষেত্ৰৰ ভিত্তিত দুটা ভাগত ভগাব পাৰি- 

(ক) জাতীয় দল। আৰু 

(খ) আঞ্চলিক দল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top