NCERT Book Class 7 Mathematics in Assamese Medium

Book Class 7 Mathematics in Assamese Medium Pdf Download The answer to each chapter is provided in the list so that you can easily browse through different chapter NCERT Book Class 7 Mathematics in Assamese Medium Pdf Download and select needs one.

NCERT Book Class 7 Mathematics in Assamese

NCERT Book Class 7 Mathematics in Assamese Medium

Join Telegram channel

Table of Contents

NCERT Book Class 7 All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the NCERT book download button for all classes with one click.

The NCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. NCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams.

Benefits of Students Practice This Books

Students interested in getting a government job can refer to these books as they prepare for their UPSC or civil service exams. These NCERT books help to easily understand languages ​​with the help of graphic images like English, Hindi, and other state languages, it helps interested people to understand all and different ideas from the books. The complexity of the content helps minors easily prepare for their IAS exams.

While these NCERT books are great references for aspirants, you need to learn how to study them from a civil service exam perspective. Interested people must, first of all, learn to acquire many ideas and broad ideas about the subject from different disciplines.

আগকথা 

প্রাথমিক শিক্ষাৰ গুণগত বিকাশে শিশুৰ সৰ্বাংগীন বিকাশক সাঙুৰি লয়। বর্তমানৰ শিক্ষা ব্যৱস্থাত প্ৰতিগৰাকী শিশুৱে যাতে শিক্ষা লাভ কৰে আৰু সর্বাত্মক বিকাশৰ সুযােগ পায়, তাক নিশ্চিত কৰিবলৈ হ’লে এগৰাকী শিক্ষক ল’ৰা-ছােৱালীৰ শিকনৰ বিকাশ আৰু বিভিন্ন শিক্ষণ নীতিসমূহৰ বিষয়ে অৱগত হােৱাটো প্রয়ােজন। 

ইয়াৰ বাবে প্রয়ােজন গুণগত পাঠ্যক্ৰম আৰু এটা সুস্থ শৈক্ষিক পৰিৱেশত ইয়াৰ ফলদায়ক আদান প্রদানৰ লক্ষ্যৰে এক বহুমুখী শিক্ষা ব্যৱস্থাৰ। ল’ৰা-ছােৱালীৰ শিকন অগ্রগতিৰ বুজ লােৱা, সিহঁতৰ শিকনৰ দুর্বল প্রদানৰ বাবে সময়মতে উচিত ব্যৱস্থা গ্ৰহণ কৰা আদি দিশসমূহত শিক্ষকসকলক সহায় কৰাৰ উদ্দেশ্যেৰে শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ত অবিৰত আৰু সামগ্রিক মূল্যায়নৰ (CCE) ক্ষেত্ৰত অধিক গুৰুত্ব প্রদান কৰা হৈছে। 

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদে (NCERT) নিম্ন আৰু উচ্চ প্রাথমিক পর্যায়ৰ inous and Comprehensive Evaluation (CCE) অর্থাৎ অবিৰত আৰু সামগ্রিক মূল্যায়নৰ ওপৰত এক বিশেষ দৃষ্টান্তমূলক সমল সম্ভাৰ (examplar package) প্রস্তুত কৰি উলিয়াইছে। এই সমল সম্ভাৰৰ জৰিয়তে শিক্ষণ-শিকন প্রক্রিয়াত কেনেকৈ অবিৰত আৰু সামগ্রিক মূল্যায়নৰ সফল ৰূপায়ণ কৰিব পাৰি, সেই সম্পর্কে উপযুক্ত বিষয়ৰ উদাহৰণসহ মূল্যায়নৰ ধাৰণা প্রদান কৰা হৈছে। 

ইতিমধ্যে আমাৰ ৰাজ্যতােঅবিৰত আৰু সামগ্রিক মূল্যায়ন, গুণােৎসৱ আদিৰ দৰে অভিনৱ প্রচেষ্টাৰে ছাত্ৰ-ছাত্রী, শিক্ষক, বিদ্যালয় আৰু সমাজৰ সামগ্রিক মূল্যায়নৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। 

প্রচলিত শিকন প্রক্রিয়া সঠিকভাৱে আগুৱাই নিয়াত শিক্ষক, অভিভাৱকৰ লগতে সমাজৰ সচেতন ব্যক্তি, শৈক্ষিক প্রশাসকসকলক জড়িত কৰি শিক্ষাৰ গুণগত দিশটোক সঠিকভাৱে বাস্তৱায়িত কৰিবলৈ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়ৰ (MHRD, Govt. of India) নিদের্শনাক্ৰমে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ (NCERT) তৰফৰ পৰা এখন তথ্য সম্বলিতনথি প্রস্তুত কৰি উলিয়াইছে, য’ত প্রাথমিক স্তৰৰ পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতিৰ লগত সংগতি ৰাখি সকলাে পাঠ্যক্রমভিত্তিক বিষয়ৰ আকাংক্ষিত শিকনৰ ফলাফল (learning outcomes) সন্নিৱিষ্টকৰা হৈছে। 

এইসমল নথিকে আধাৰ হিচাপে গ্ৰহণ কৰিৰাজ্যিক শিক্ষা-গৱেষণাআৰু প্রশিক্ষণ পৰিষদ, অসমে ইয়াৰ অসমীয়া সংস্কৰণ এটি যুগুত কৰি উলিয়াইছে যাতে ইয়াৰ অন্তৰালৰ ভাবাদর্শ বুজি পােৱাত শিক্ষক, অভিভাৱকৰ লগতে সমাজৰ আন ব্যক্তিসকলৰাে সুবিধা হয়। এইক্ষেত্ৰত ভিন ভিন অনুষ্ঠানত কৰ্মৰত আৰু অৱসৰপ্রাপ্ত সমল ব্যক্তিয়ে সহায় সহযােগ আগবঢ়াইছে ইসুযােগতে তেখেতসকললৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদ, অসমৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলাে।। 

ছাত্র-ছাত্রীৰ শিকন নিশ্চিতকৰণ আৰু গুণগত শিক্ষা প্রদানৰ ক্ষেত্ৰত বিদ্যালয়-শিক্ষাৰ লগত জড়িত ব্যক্তি অর্থাৎ শিক্ষক-শিক্ষয়িত্রী,ছাত্র-ছাত্রীতথা অভিভাৱক সকলৰ নিজা নিজা প্ৰচেষ্টাত সঠিক নির্দেশনা দিয়াৰ উদ্দেশ্যেৰে অতি প্রয়ােজনীয় এই শিকৰ ফলাফলসমূহ (প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত) শ্রেণীঅনুযায়ী বিভিন্ন বিষয়ৰ যেনে— অসমীয়া,পৰিৱেশ অধ্যয়ন, বিজ্ঞান, গণিত, সমাজ বিজ্ঞান, হিন্দী,ইংৰাজী আদিৰ বাবে প্রস্তুত কৰি উলিওৱা হৈছে। 

এই নথিখনে জিলা,ৰাজ্যিক, ৰাষ্ট্ৰীয় বা গােলকীয় পর্যায়ত থকা বিভিন্ন সংগঠন বা অনুষ্ঠানক ৰাজ্যিক ভিত্তিত শিকন অহা আহৰণৰ জৰীপ/শৈক্ষিক সাফল্যৰ জৰীপ (Achievement Survey) অনুষ্ঠিত কৰিবলৈ আৰু শৈক্ষিক নীতি-নির্দেশনা বিকাশ কৰিবলৈ সহায় কৰিব। 

এই নথিসমূহৰ ব্যৱহাৰযােগ্যতা আৰু গুণগত মান উন্নয়নৰ সকলাে পক্ষৰ মতামত আৰু দিহা পৰামর্শ কামনা কৰিলাে। 

শিক্ষাৰ প্ৰয়ােজনীয়তা 

“সকলােৰে বাবে শিক্ষা”— এই আপ্তবাক্যশাৰীয়ে যােৱা তিনিটা দশক ধৰি গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দি আহিছে। এই শিক্ষা ব্যৱস্থাই ল’ৰা-ছােৱালীৰ নামভৰ্তিকৰণ, শ্ৰেণীত সংৰক্ষণ আৰু শৈক্ষিক সফলতা আদি দিশ বিবেচনা কৰি আহিছে।

 শিক্ষাৰ গুণগতমান উন্নয়নে সর্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ আইনৰ অধীনত অধিক প্ৰসাৰতা লাভ কৰিছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা সকলাে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু আন আন গুৰুত্বপূর্ণ চৰকাৰী 

পৰিকল্পনাসমূহেও শিক্ষাৰ গুণগত উন্নয়নক প্রাথমিক লক্ষ্য হিচাপে অন্তর্ভুক্ত কৰিছে। এইদৰে এই শিক্ষা ব্যৱস্থাৰ ভিতৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শৈক্ষিক অনুষ্ঠানসমূহক এই বিষয়ে অৱগত কৰাৰ প্রয়ােজন এই কাৰণেই যে এই ব্যৱস্থাই প্রশাসক, পৰিকল্পনা তথা আঁচনি প্রস্তুত কৰোতাসকলৰ দ্বাৰা যুক্তিসংগত সিদ্ধান্ত গ্রহণৰ বাবে কাম কৰি আছে। 

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ত হােৱা বিভিন্ন শৈক্ষিক সাফল্যৰ মূল্যায়নৰ জৰীপ (As sessment Survey) হৈছে এই দিশত লােৱা কিছুমান প্ৰাৰম্ভিক প্রচেষ্টা। ইয়াৰােপৰি বিদ্যালয় আৰু সমাজৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলেও শিক্ষাৰ গুণগত মান উন্নয়নত এক বিশেষ ভূমিকা পালন কৰি আহিছে। 

গােলকীয় পর্যৱেক্ষণ প্রতিবেদন, ২০১৫ (Global Monitoring Report, GMR-2015) অনুসৰি ভাৰতকে ধৰি আন আন উন্নয়নশীল দেশত শিক্ষাৰ বিশেষভাৱে প্ৰসাৰ ঘটিছে, কিন্তু গুণগত মান উন্নয়নৰ ক্ষেত্ৰত ই এতিয়াও এক চিন্তনীয় বিষয় হৈ ৰৈছে। ভাৰতত বিভিন্ন শৈক্ষিক সাফল্যৰ জৰীপ (achievement survey) co- Annual Status of Education report (ASER) এ সমগ্র দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব প্রদর্শনত প্রতিফলিত হােৱা ব্যাপক বৈসাদৃশ্য সম্পর্কে খতিয়ান দাঙি ধৰিছে, যিটো ৰাষ্ট্ৰীয় মানৱ সম্পদ মন্ত্রণালয়, ২০১৪ ৰ অধীনত National Achievement Survey (NAS-ত তৃতীয় শ্রেণীৰ বাবে কৰা জৰীপত ইতিমধ্যে প্রতিফলিত হৈছে।

যােৱা কিছু বছৰত সৰ্বশিক্ষা অভিযানৰ সম্পৰ্কত যুগুতােৱা যুটীয়া পর্যৱেক্ষণ অভিযানৰ প্রতিবেদন (Reports of joint Review Mission)-ত উল্লেখ কৰা হৈছে যে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলে সময়মতে শিক্ষণ-শিকন ব্যৱস্থা আৰু শিকন সামগ্ৰীৰ যােগান, অধিক শিক্ষক নিয়ােগকৰণ আৰু নিয়মিত পর্যৱেক্ষণ কৰা স্বত্ত্বেও লৰা-ছােৱালীৰ বর্তমান শিকন পর্যায়টো আকাংক্ষিত পর্যায়লৈ আগবঢ়া নাই।

Class 7 Mathematics Books PDF

The students are advised to analyze all the concepts covered in the syllabus of the Class 7 Mathematics eBook and prepare a proper preparation strategy. It’s merely impossible to score well in All Subject by simply reading and memorizing the concepts.

The students are suggested to practice these NCERT Class 7 Mathematics Pdf Download NCERT Class 7 Mathematics a regular basis to develop a strong understanding of basic concepts. The importance of All Subject class 7 is that it provides the students with an advantage over the others as most of the questions in CBSE exams are taken directly from these textbooks.

Disclaimer:- Dev Library is not the owner of the books and neither it creates books. We just provide the links of the book for the rural and poor students who don’t afford to buy books. Those E-Books and Pdfs are already available on the internet. For any reason, if someone thinks that I’m violating any laws or if anyone has any issues regarding this, please feel free to Contact Us.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top