MCQ of Assamese Literature – অসমীয়া সাহিত্যিক

MCQ of Assamese Literature – অসমীয়া সাহিত্যিক is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of Assamese Literature – অসমীয়া সাহিত্যিক.

MCQ of Assamese Literature

Join Telegram channel

প্ৰশ্ন ২০১) তলৰ কোনটো কবিতা হেম বৰুৱা ৰচিত ? 

ক) জীৱনৰ ৰূপ ।

খ) বাটৰুৱা ।

গ) বান্দৰ ।

ঘ) মানৱ বন্দনা ।

উত্তৰঃ- গ) বান্দৰ ।

প্ৰশ্ন ২০২) তলৰ কোনখন পুথি হেম বৰুৱা ৰচিত ?

ক) বগা তৰা , ৰঙা আকাশ ।

খ) সাগৰ দেখিছা ।

গ) আকৌ চীন চাই আহিলোঁ ।

ঘ) আমেৰিকাৰ চিঠি ।

উত্তৰঃ- খ) সাগৰ দেখিছা ।

প্ৰশ্ন ২০৩) ‘আধুনিক সাহিত্য’ পুথিখনৰ ৰচক ―

ক) ৰঘুনাথ চৌধাৰী ।

খ) বিৰিঞ্চি কুমাৰ বৰুৱা ।

গ) লক্ষ্মীনাথ বেজবৰুৱা ।

ঘ) হেম বৰুৱা ।

উত্তৰঃ- ঘ) হেম বৰুৱা ।

প্ৰশ্ন ২০৪) তলৰ কোনখন পুথি হেম বৰুৱা ৰচিত নহয় ?

ক) সাগৰ দেখিছা ।

খ) ৰঙা কৰবীৰ ফুল ।

গ) মেকং নৈ দেখিলোঁ ।

ঘ) অসমীয়া গল্প সাহিত্য ।

উত্তৰঃ- ঘ) অসমীয়া গল্প সাহিত্য ।

প্ৰশ্ন ২০৫) গুৱাহাটীৰ কোনখন কলেজৰ অধ্যক্ষৰূপে হেম বৰুৱাই কাৰ্যনিৰ্বাহ কৰিছিল ?

ক) প্ৰাগজ্যোতিষ কলেজ ।

খ) আৰ্যবিদ্যাপীঠ কলেজ ।

গ) বি, বৰুৱা কলেজ ।

ঘ) সন্দিকৈ ছোৱালী কলেজ ।

উত্তৰঃ- গ) বি, বৰুৱা কলেজ ।

প্ৰশ্ন ২০৬) হেম বৰুৱা ৰচিত এখন উল্লেখযোগ্য কবিতা হৈছে ―

ক) মমতাৰ চিঠি ।

খ) জীৱন সংগীত ।

গ) ফুলা সৰিয়হ ডৰা ।

ঘ) কুকুৰ ।

উত্তৰঃ- ক) মমতাৰ চিঠি ।

প্ৰশ্ন ২০৭) তলৰ কোনখন ইংৰাজী গ্ৰন্থ হেম বৰুৱা ৰচিত ?

ক) Religion and Devotion .

খ) Raslila and Srikrishna .

গ) The Red River and the Blue Hill .

ঘ) Cultural History of Assam.

উত্তৰঃ- গ) The Red River and the Blue Hill .

প্ৰশ্ন ২০৮) তলৰ কোনখন ছবিৰ লগত ড° ভবেন্দ্ৰ নাথ শইকীয়া জড়িত ?

ক) জোনবিৰি ।

খ) পৃথিৱীৰ অসুখ ।

গ) গহ্বৰ ।

ঘ) দুপৰীয়া ।

উত্তৰঃ- গ) গহ্বৰ ।

প্ৰশ্ন ২০৯) তলৰ কোনখন ছবিৰ লগত ড° ভবেন্দ্ৰ নাথ শইকীয়া জড়িত ?

ক) সন্ধ্যাৰাগ ।

খ) জয়মতী ।

গ) জীৱনৰ ৰং ।

ঘ) মুকুতা ।

উত্তৰঃ- ক) সন্ধ্যাৰাগ ।

প্ৰশ্ন ২১০) তলৰ কোনখন ড° ভাবেন্দ্ৰ নাথ শইকীয়া ৰচিত শিশু উপন্যাস ?

ক) হাইফেন ।

খ) পগলা ফাটেক ।

গ) মৰমৰ দেউতা ।

ঘ) পমিলীৰ পৰিয়াল ।

উত্তৰঃ- গ) মৰমৰ দেউতা ।

প্ৰশ্ন ২১১) ‘অন্তৰীপ’ উপন্যাসৰ লেখক কোন ?

ক) নিৰ্মলপ্ৰভা বৰদলৈ ।

খ) কুমাৰ কিশোৰ ।

গ) শিলভদ্ৰ ।

ঘ) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

উত্তৰঃ- ঘ) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

প্ৰশ্ন ২১২) ‘প্ৰহৰী’ গল্পসংহকলনৰ লেখক  ―

ক)  ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

খ)  বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।

গ) নিৰোদ চৌধুৰী ।

ঘ) মামণি ৰয়ছম গোস্বামী ।

উত্তৰঃ- ক) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

প্ৰশ্ন ২১৩) তলৰ কোনখন গল্প সংকলন ড° ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত নহয় ?

ক) সেন্দুৰ ।

খ) শৃংখল ।

গ) তৰঙ্গ ।

ঘ) পপীয়াতৰা ।

উত্তৰঃ- ঘ) পপীয়াতৰা ।

প্ৰশ্ন ২১৪) তলৰ কোনখন কবিতা সংকলন ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ? 

ক) কবিতাৰ কথা ।

খ) কবিতা দেশী – বিদেশী ।

গ) দেৱী ।

ঘ) বন ফৰিংৰ ৰং ।

উত্তৰঃ- ঘ) বন ফৰিংৰ ৰং ।

প্ৰশ্ন ২১৫) তলৰ কোনখন কবিতাপুথি ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত নহয় ?

ক) দিনৰ পিছত দিন ।

খ) নিৰ্বাচিত কবিতা ।

গ) সন্ধিয়াৰ সুৰ ।

ঘ) সুদীৰ্ঘ দিন আৰু ৰাতি ।

উত্তৰঃ-  গ) সন্ধিয়াৰ সুৰ ।

প্ৰশ্ন ২১৬) ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে তলৰ কোনখন অধিবেশনত অসম সাহিত্য সভাৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ?

ক) নলবাৰী অধিবেশনত ।

খ) দুধনৈ অধিবেশনত ।

গ) মঙ্গলদৈ অধিবেশনত ।

ঘ) টিহু অধিবেশনত ।

উত্তৰঃ- খ) দুধনৈ অধিবেশনত ।

প্ৰশ্ন ২১৭) তলৰ কোনখন উপন্যাস ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ?

ক) মায়ামৃগ ।

খ) এয়েতো জীৱন ।

গ) জীৱনৰ ৰং ।

ঘ) জলপদ্ম ।

উত্তৰঃ- ঘ) জলপদ্ম ।

প্ৰশ্ন ২১৮) তলৰ কোনখন তত্ত্বসমৃদ্ধ গ্ৰন্থ ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ?

ক) শ্ৰীকৃষ্ণ ।

খ) ভাগৱত – তত্ব ।

গ) দেৱী ।

ঘ) নাৰায়ণ ।

উত্তৰঃ- গ) দেৱী ।

প্ৰশ্ন ২১৯) ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ‘জলপদ্ম’ উপন্যাস খন ―

ক) মাজুলীৰ পটভূমিত লিখা ।

খ) বৰপেটা সত্ৰৰ পটভূমিত লিখা ।

গ) আহোম ৰজা ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ বিষয় লৈ লিখা ।

ঘ) বৰদোৱা সত্ৰক কেন্দ্ৰ কৰি লিখা ।

উত্তৰঃ- ক) মাজুলীৰ পটভূমিত লিখা ।

প্ৰশ্ন ২২০) তলৰ কোনখন সাধুকথাৰ পুথি ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ?

ক) একলব্যৰ গুৰুদক্ষিণা ।

খ) মহাভাৰতৰ মৌ কোহ ।

গ) জাতকৰ সাধু ।

ঘ) সৰিৎ সাগৰৰ গল্প ।

উত্তৰঃ- ঘ) সৰিৎ সাগৰৰ গল্প ।

প্ৰশ্ন ২২১) ‘সূৰ্য’ নামৰ তত্বসমৃদ্ধ গ্ৰন্থখনৰ লেখক হল ―

ক) নীলমণি ফুকন ।

খ) ড° মহেশ্বৰ নেওগ ।

গ) ড° নিৰ্মলপ্ৰভা বৰদলৈ ।

ঘ) ড° সত্যেন্দ্ৰনাথ শৰ্মা ।

উত্তৰঃ- গ) ড° নিৰ্মলপ্ৰভা বৰদলৈ ।

প্ৰশ্ন ২২২) তলৰ কোনখন কবিতাপুথি  ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ?

ক) বনফুল ।

খ) শব্দৰ ইপাৰে শব্দৰ সিপাৰে ।

গ) সাদৰী ।

ঘ) তুমি ।

উত্তৰঃ- খ) শব্দৰ ইপাৰে শব্দৰ সিপাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top