MCQ of Assamese Literature – অসমীয়া সাহিত্যিক

MCQ of Assamese Literature – অসমীয়া সাহিত্যিক is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of Assamese Literature – অসমীয়া সাহিত্যিক.

MCQ of Assamese Literature

Join Telegram channel

প্ৰশ্ন ১৫১)  তলৰ কোনখন গ্ৰন্থৰ মাধৱদেৱৰ ৰচনা নোহোৱাৰ পক্ষে যুক্তি প্ৰবল ?

ক) ভক্তি ৰত্নাৱলী ।

খ) অমূল্য ৰত্ন ।

গ) ৰাজসূয় ।

ঘ) ভোজন বিহাৰ ।

উত্তৰঃ- খ) অমূল্য ৰত্ন ।

প্ৰশ্ন ১৫২) তলৰ কোনখন নাট মাধৱদেৱে অনুবাদ কৰিছিল ?

ক) পিম্পৰা গুচোৱা । 

খ) ৰুক্মিণী হৰণ ।

গ) পাৰিজাত হৰণ ।

ঘ) কালিয়দমন ।

উত্তৰঃ- ক) পিম্পৰা গুচোৱা । 

প্ৰশ্ন ১৫৩) ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে অনুবাদ কৰিছিল ? 

ক) উত্তৰাকাণ্ড ।

খ) অযোধ্যাকাণ্ড ।

গ) আদিকাণ্ড ।

ঘ) অৰণ্যকাণ্ড ।

উত্তৰঃ- গ) আদিকাণ্ড ।

প্ৰশ্ন ১৫৪) মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হৈছে ―

ক) ভক্তি ৰত্নাৱলী ।

খ) ৰাজসূয় ।

গ) নামঘোষা ।

ঘ) নামমালিকা ।

উত্তৰঃ- গ) নামঘোষা ।

প্ৰশ্ন ১৫৫) মাধৱদেৱৰ কোনখন নাটক ঝুমুৰা বুলি কোৱা নহয় ?

ক) চোৰধৰা ।

খ) পিম্পৰা গুচোৱা ।

গ) ভূমি লেটোৱা ।

ঘ) অৰ্জুন ভঞ্জন ।

উত্তৰঃ- ঘ) অৰ্জুন ভঞ্জন ।

প্ৰশ্ন ১৫৬) লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ চনটো কি ?

ক) ১৮৬৪ চন ।

খ) ১৮৫৪ চন ।

খ) ১৮৭৪ চন ।

ঘ) ১৮৭৮ চন ।

উত্তৰঃ- ক) ১৮৬৪ চন ।

প্ৰশ্ন ১৫৭) লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নীৰ নাম আছিল ―

ক) লীলাসুন্দৰী দেৱী ।

খ) জ্ঞানসুন্দৰী দেৱী ।

গ) প্ৰজ্ঞাসুন্দৰী দেৱী ।

ঘ) সত্যসুন্দৰী দেৱী ।

উত্তৰঃ- গ) প্ৰজ্ঞাসুন্দৰী দেৱী ।

প্ৰশ্ন ১৫৮) লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হয় ―

ক) ‘কদমকলি’ কবিতাপুথিৰে ।

খ) ‘লিতিকাই’ নামৰ নাটকেৰে ।

গ) ‘জোনবিৰি’ চুটিগল্পৰ পুথিৰে ।

ঘ) ‘শংকৰদেৱ’ নামৰ জীৱনী গ্ৰন্থৰে ।

উত্তৰঃ- খ) ‘লিতিকাই’ নামৰ নাটকেৰে ।

প্ৰশ্ন ১৫৯) তলৰ কোনখন নাটক বেজবৰুৱাই ৰচনা কৰে ―

ক) স্বৰ্গদেৱ চুকাফা ।

খ) জয়মতী ।

গ) জয়ধ্বজ সিংহ ।

ঘ) বাণৰজা ।

উত্তৰঃ-  খ) জয়মতী ।

প্ৰশ্ন ১৬০) বেজবৰুৱাৰ উপন্যাস ৰচনাৰ সংখ্যা ―

ক) দুখন ।

খ) তিনিখন ।

গ) এখন ।

ঘ) চাৰিখন ।

উত্তৰঃ- গ) এখন ।

প্ৰশ্ন ১৬১)  তলৰ কোনখন গ্ৰন্থ বেজবৰুৱাৰ ৰচিত নহয় ?

ক) তত্বকথা ।

খ) শ্ৰীকৃষ্ণকথা ।

গ) ভাগৱত কথা ।

ঘ) প্ৰতিমা ।

উত্তৰঃ- ঘ) প্ৰতিমা ।

প্ৰশ্ন ১৬২) তলৰ কোনখন ইতিহাসিক নাটক লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ―

ক) ৰুদ্ৰ সিংহ স্বৰ্গদেৱ ।

খ) চক্ৰধ্বজ সিংহ ।

গ) বদন বৰফুকন ।

ঘ) পিয়লি বৰফুকন ।

উত্তৰঃ- খ) চক্ৰধ্বজ সিংহ ।

প্ৰশ্ন ১৬৩) বেজবৰুৱাৰ ৰচিত আত্মজীৱনী খনৰ নাম কি ?

ক) জীৱনৰ দীৰ্ঘ আৰু বাণী ।

খ) মোৰ জীৱনৰ কিছুকথা ।

গ) মোৰ জীৱন সোঁৱৰণ ।

ঘ) জীৱনৰ বাটত ।

উত্তৰঃ- গ) মোৰ জীৱন সোঁৱৰণ ।

প্ৰশ্ন ১৬৪) তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত ?

ক) চেতনা ।

খ) আৱাহন ।

গ) ঊষা ।

ঘ) বাঁহী ।

উত্তৰঃ- ঘ) বাঁহী ।

প্ৰশ্ন ১৬৫) তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট ?

ক) গদাধৰ ।

খ) জয়মতী ।

গ) শিশুপাল বধ ।

ঘ) চক্ৰধ্বজ সিংহ ।

উত্তৰঃ- ক) গদাধৰ ।

প্ৰশ্ন ১৬৬) ‘জোনাকী’ কাকত উলিওৱাৰ ক্ষেত্ৰত তলৰ কোনজন ব্যক্তিয়ে বেজবৰুৱাৰ সৈতে সহযোগ কৰিছিল ?

ক) প্ৰসন্নলাল চৌধুৰী ।

খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

গ) কমলাকান্ত ভট্টাচাৰ্য ।

ঘ) আনন্দৰাম ঢেকিয়াল ফুকন ।

উত্তৰঃ- খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

প্ৰশ্ন ১৬৭) তলৰ কোনখন কবিতা লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ?

ক) প্ৰিয়তমাৰ চিঠি ।

খ) কাকূতি ।

গ) প্ৰিয়তমাৰ সৌন্দৰ্য ।

ঘ) দেৱকন্যা ।

উত্তৰঃ- গ) প্ৰিয়তমাৰ সৌন্দৰ্য ।

প্ৰশ্ন ১৬৮) তলৰ কোনখন বুৰঞ্জীপুথি লক্ষ্মীনাথ বেজবৰুৱা প্ৰণীত ?

ক) অসম দেশৰ বুৰঞ্জী ।

খ) ভাতৰবৰ্ষৰ বুৰঞ্জী ।

গ) ইংলণ্ডৰ বুৰঞ্জী ।

ঘ) পাশ্চাত্য দেশৰ বুৰঞ্জী ।

উত্তৰঃ- খ) ভাতৰবৰ্ষৰ বুৰঞ্জী ।

প্ৰশ্ন ১৬৯) ‘জোনাকী ‘ কাকতখন কিমান চনত প্ৰথমতে উলাইছিল ?

ক) ১৮৪৬ চনত ।

খ) ১৮৮৯ চনত ।

গ) ১৮৮৮ চনত ।

ঘ) ১৮৯৮ চনত ।

উত্তৰঃ- খ) ১৮৮৯ চনত ।

প্ৰশ্ন ১৭০) লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল ?

ক) ১৯৪২ চনত ।

খ) ১৯৫২ চনত ।

গ) ১৯৩৮ চনত ।

ঘ) ১৮৪৮ চনত ।

উত্তৰঃ- গ) ১৯৩৮ চনত ।

প্ৰশ্ন ১৭১) ‘কামত কৃতিত্ব লভিবৰ সংকেত’ পুথিখন কোনে ৰচনা কৰিছিল ?

ক) চন্দ্ৰকুমাৰ আগৰৱালা ।

খ) লক্ষ্মীনাথ বেজবৰুৱা ।

গ) হেমচন্দ্ৰ গোস্বামী ।

ঘ) পদ্মনাথ গোহাঞি বৰুৱা ।

উত্তৰঃ- খ) লক্ষ্মীনাথ বেজবৰুৱা ।

প্ৰশ্ন ১৭২) ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক আছিল ―

ক) লক্ষ্মীনাথ বেজবৰুৱা ।

খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

গ) হেমচন্দ্ৰ গোস্বামী ।

ঘ) পদ্মনাথ গোহাঞি বৰুৱাৰ ।

উত্তৰঃ- খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

প্ৰশ্ন ১৭৩) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল ?

ক) ১৮৬৫ চনত ।

খ) ১৮৬৬ চনত ।

গ) ১৮৬৭ চনত ।

ঘ) ১৮৬৮ চনত ।

উত্তৰঃ- গ) ১৮৬৭ চনত ।

প্ৰশ্ন ১৭৪) কলিকতাত ‘অসমীয়া সাহিত্য চ’ৰা’ কেতিয়া স্থাপিত হৈছিল ?

ক) ১৮৭২ চনত ।

খ) ১৮৭৪ চনত ।

গ) ১৮৭৮ চনত ।

ঘ) ১৮৮৮ চনত ।

উত্তৰঃ- ক) ১৮৭২ চনত ।

প্ৰশ্ন ১৭৫) ‘অসমীয়া সাহিত্য চ’ৰা’ক কিমান চনত চমুকৈ অ,ভা, উ, সা, সভা নামেৰে নামাকৰণ কৰা হৈছিল ?

ক) ১৮৭২ চনত ।

খ) ১৮৭৪ চনত ।

গ) ১৮৮৮ চনত ।

ঘ) ১৮৮৯ চনত ।

উত্তৰঃ- গ) ১৮৮৮ চনত ।

প্ৰশ্ন ১৭৬) তলৰ কোনখন কবিতাক আধুনিক কবিতাৰ শুভাৰম্ভ বুলি কোৱা হয় ?

ক) প্ৰেম ।

খ) পাহৰণী ।

গ) গোলাপ ।

ঘ) বনকুঁৱৰী ।

উত্তৰঃ- ঘ) বনকুঁৱৰী ।

প্ৰশ্ন ১৭৭) ‘বনকুঁৱৰী’ কবিতাটো প্ৰকাশিত হৈছিল ―

ক) ‘জোনাকী’ আলোচনীত ।

খ) ‘ঊষা’ আলোচনীত ।

গ) ‘বাঁহী’ আলোচনীত ।

ঘ) ‘চেতনা’ আলোচনীত ।

উত্তৰঃ- ক) ‘জোনাকী’ আলোচনীত ।

প্ৰশ্ন ১৭৮) ‘বনকুঁৱৰী’ কবিতাটোৰ ৰচক ―

ক) লক্ষ্মীনাথ বেজবৰুৱা ।

খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

গ) হেমচন্দ্ৰ গোস্বামী ।

ঘ) পদ্মনাথ গোহাঞি বৰুৱা ।

উত্তৰঃ- খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

প্ৰশ্ন ১৭৯) তলৰ কোনটো কবিতা পুথি চন্দ্ৰকুমাৰ আগৰৱালাৰ ?

ক) বীণব’ৰাগী ।

খ) বনফুল ।

গ) সাদৰী ।

ঘ) তুমি ।

উত্তৰঃ- ক) বীণব’ৰাগী ।

প্ৰশ্ন ১৮০)  তলৰ কোনখন কবিতা চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত নহয় ?

ক) মানৱ বন্দনা ।

খ) তেজীমলা ।

গ) গোপাল ।

ঘ) সাদৰী ।

উত্তৰঃ- গ) গোপাল ।

প্ৰশ্ন ১৮১) বাঁহীত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ সমষ্টিয়েই হৈছে ―

ক) বীণব’ৰাগী ।

খ) প্ৰতিমা ।

গ) পাহৰণি ।

ঘ) সাদৰী ।

উত্তৰঃ- ক) বীণব’ৰাগী ।

প্ৰশ্ন ১৮২) চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কিমান চনত হৈছিল ?

ক) ১৯৩৫ চনত ।

খ) ১৯৩৬ চনত ।

গ) ১৯৩৭ চনত ।

ঘ) ১৯৩৮ চনত ।

উত্তৰঃ- গ) ১৯৩৭ চনত ।

প্ৰশ্ন ১৮৩) অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ?

ক) লক্ষ্মীনাথ বেজবৰুৱা ।

খ) পদ্মনাথ গোহাঞি বৰুৱা ।

গ) হেমচন্দ্ৰ গোস্বামী ।

ঘ) চন্দ্ৰকুমাৰ আগৰৱালা ।

উত্তৰঃ- খ) পদ্মনাথ গোহাঞি বৰুৱা ।

প্ৰশ্ন ১৮৪) পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম হৈছিল ―

ক) কামৰূপত ।

খ) শিৱসাগৰ ।

গ) তেজপুৰত ।

ঘ) উত্তৰ লখিমপুৰত ।

উত্তৰঃ- ঘ) উত্তৰ লখিমপুৰত ।

প্ৰশ্ন ১৮৫) তলৰ কোনখন উপন্যাস পদ্মনাথ গোহাঞি বৰুৱা ৰচিত ?

ক) লাহৰী ।

খ) মায়ামৃগ ।

গ) জীৱনৰ বাটত ।

ঘ) মিৰি জীয়ৰী ।

উত্তৰঃ- ক) লাহৰী ।

প্ৰশ্ন ১৮৬) তলৰ কোনখন কাব্য পুথি পদ্মনাথ গোহাঞি বৰুৱাই ৰচিত ?

ক) সাদৰী ।

খ) লীলা ।

গ) অলকানন্দা ।

ঘ) বনফুল ।

উত্তৰঃ – খ) লীলা ।

প্ৰশ্ন ১৮৭) তলৰ কোনখন খণ্ড কবিতাৰ পুথি পদ্মনাথ গোহাঞি বৰুৱাৰ ―

ক) কেতেকী ।

খ) সাদৰী ।

গ) জুৰণি ।

ঘ) বা’হাগী ।

উত্তৰঃ- গ) জুৰণি ।

প্ৰশ্ন ১৮৮) পদ্মনাথ গোহাঞি বৰুৱা ৰচিত এখন ঐতিহাসিক নাটক হৈছে ―

ক) লাচিত বৰফুকন ।

খ) বদন বৰফুকন ।

গ) ঘিণাই বৰফুকন ।

ঘ) চন্দ্ৰকান্ত সিংহ ।

উত্তৰঃ- ক) লাচিত বৰফুকন ।

প্ৰশ্ন ১৮৯) তলৰ কোনখন প্ৰহসন পদ্মনাথ গোহাঞি বৰুৱাৰ ৰচিত ?

ক) লিতিকাই ।

খ) টেটোন তামুলী ।

গ) চিকৰপতি নিকৰপতি ।

ঘ) ভ্ৰমৰংগ ।

উত্তৰঃ- খ) টেটোন তামুলী ।

প্ৰশ্ন ১৯০) গোহাঞি বৰুৱা ৰচিত একমাত্ৰ পৌৰাণিক নাটকখন হৈছে ―

ক) নৰকাসুৰ ।

খ) চিত্ৰলেখা ।

গ) বাণৰজা ।

ঘ) বজ্রদত্ত ।

উত্তৰঃ- গ) বাণৰজা ।

প্ৰশ্ন ১৯১)  তলৰ কোনখন গ্ৰন্থ পদ্মনাথ গোহাঞি বৰুৱা ৰচিত প্ৰসিদ্ধ গ্ৰন্থ ―

ক) শ্ৰীকৃষ্ণ ।

খ) ভাগৱত ।

গ) ভক্তিৰস ।

ঘ) ভক্তি – অমৃত ।

উত্তৰঃ- ক) শ্ৰীকৃষ্ণ ।

প্ৰশ্ন ১৯২) ‘বিজুলী’ৰ পাছত পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্য আলোচনীখন হৈছে ―

ক) জোনাকী ।

খ) ঊষা ।

গ) চেতনা ।

ঘ) জাগ্ৰত প্ৰহৰী ।

উত্তৰঃ- খ) ঊষা ।

প্ৰশ্ন ১৯৩) পদ্মনাথ গোহাঞি বৰুৱা ৰচিত এখন উল্লেখযোগ্য প্ৰসহন নাট হল ―

ক) মায়াজাল ।

খ) ভ্ৰমৰংগ ।

গ) গাওঁবুঢ়া ।

ঘ) পাচনি ।

উত্তৰঃ- গ) গাওঁবুঢ়া ।

প্ৰশ্ন ১৯৪) পদ্মনাথ গোহাঞি বৰুৱা ৰচিত ঐতিহাসিক নাটকৰ সংখ্যা ―

ক) দুখন ।

খ) তিনিখন ।

গ) চাৰিখন ।

ঘ) পাঁচখন ।

উত্তৰঃ- গ) চাৰিখন ।

প্ৰশ্ন ১৯৫) পদ্মনাথ গোহাঞি বৰুৱা ৰচিত প্ৰসহন নাটৰ সংখ্যা ―

ক) দুখন ।

খ) তিনিখন ।

গ) চাৰিখন ।

ঘ) পাঁচখন ।

উত্তৰঃ- খ) তিনিখন ।

প্ৰশ্ন ১৯৬) পদ্মনাথ গোহাঞি বৰুৱা ৰচিত তলৰ কোনখন নাট ট্ৰেজেডি ?

ক) সাধনী ।

খ) গদাধৰ ।

গ) লাচিত বৰফুকন ।

ঘ) গাওঁবুঢ়া ।

উত্তৰঃ- ক) সাধনী ।

প্ৰশ্ন ১৯৭) পদ্মনাথ গোহাঞি বৰুৱা ৰচিত তলৰ কোনখন নাটক অমিত্ৰাক্ষৰ ছন্দত ৰচিত নহয় ?

ক) সাধনী ।

খ) বাণৰজা ।

গ) লাচিত বৰফুকন ।

ঘ) গদাধৰ ।

উত্তৰঃ-  খ) বাণৰজা ।

প্ৰশ্ন ১৯৮) পদ্মনাথ গোহাঞি বৰুৱাৰ মৃত্যু হৈছিল ―

ক) ১৯৪৬ চনত ।

খ) ১৯৩৬ চনত ।

গ) ১৯৫৬ চনত ।

ঘ) ১৯২৬ চনত ।

উত্তৰঃ- ক) ১৯৪৬ চনত ।

প্ৰশ্ন ১৯৯) হেম বৰুৱা কোন যুগৰ কবি ?

ক) শংকৰী যুগৰ ।

খ) প্ৰাকশংকৰী যুগৰ ।

গ) অৰুণোদয় যুগৰ ।

ঘ) আধুনিক যুগৰ ।

উত্তৰঃ- ঘ) আধুনিক যুগৰ ।

প্ৰশ্ন ২০০) হেম বৰুৱা ৰচিত এখন কবিতাপুথি হৈছে ―

ক) মনময়ূৰী ।

খ) সাদৰী ।

গ) হে অৰণ্য হে মহানগৰ ।

ঘ) মোৰ আৰু পৃথিৱীৰ ।

উত্তৰঃ- ক) মনময়ূৰী ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top