Letter Requesting Transfer to Telephone Connection to Another Address
To
The Chief Engineer,
Maintenance Department
Telephone Bhaban, Calcutta
City Br. No. I/Calcutta
Date__________
Sub: Letter Requesting Transfer to Telephone Connection to Another Address.
Dear Sir,
As I have Shifted my Company’s office from Taliganj to Dalhousie Square, I request you to disconnect my above numbered telephone at Bansdroni and to give a new connection of the same at my new address at Dalhousie Square on an urgent basis. Hope, you will take necessary steps at the earliest and oblige.
With thanks
Yours faithfully
___________
Address………….
আন ঠাইলৈ টেলিফোন স্থানান্তৰণ।
প্ৰতি
মুখ্য অভিযন্তা
টেলিফোন ভৱন
কলকাতা
তাৰিখ……………..
বিষয়: আন ঠাইলৈ টেলিফোন স্থানান্তৰণ।
মহাশয়,
আমাৰ কোম্পানীৰ অফিচ তালিগঞ্চৰ পৰা ডেলহাউচী স্কোৱাৰলৈ স্থানান্তৰ কৰা কাৰণে মই মোৰ বৰ্তমান টেলিফোন সংযোগ বিচ্ছিন্ন কৰি আমাৰ নতুন অফিচ ডেলহাউচী স্কোৱাৰৰ ঠিকনাত নতুন টেলিফোন সংযোগ দিবৰ কাৰণে অনুৰোধ জনালো।
আশা কৰো জৰুৰী ভিত্তিত যথাযথ পদক্ষেপ লৈ বাধিত কৰিব।
ধন্যবাদ।
ইতি
আপোনাৰ/ আপোনালোকৰ বিশ্বাসী
_____________
ঠিকনা_________
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.