A letter to the Editor of a newspaper complaining about the dangerous condition of the roads in your locality | নিজৰ অঞ্চলৰ ৰাস্তাৰ বিপদজনক অৱস্থাৰ বাবে সম্পাদকলৈ চিঠি

A letter to the Editor of a newspaper complaining about the dangerous condition of the roads in your locality

Join Telegram channel

To

The Editor,

Newspaper’s Name

Date:________

Sub: A letter to the Editor of a newspaper complaining about the dangerous condition of the roads.

Dear Sir,

May I crave the hospitality of your highly esteemed daily to publish there in a few lines about the present dangerous condition of a few roads in our locality. I want to draw the attention of the proper authority to the fact that we, the residents of- have been suffering much for want of a metalled road. An unmetalled road that runs by the side of our locality is full of rubbes and potholes. In rainy season the road becomes fully muddy. The unfortunate boys and girls have to walk along this road to attend schools. Daily passengers of these localities have to walk along this road at night to come back home.

I fervently request you to write an editorial comment on the subject mentioned above to draw the attention of the authorities concerned.

Thanking you.

Yours faithfully

_____________

নিজৰ অঞ্চলৰ ৰাস্তাৰ বিপদজনক অৱস্থাৰ বাবে সম্পাদকলৈ চিঠি।

প্ৰতি,

সম্পাদক

(কাকতৰ নাম)

তাৰিখ:________

বিষয়: ৰাস্তাৰ বিপদজনক অৱস্থাৰ বাবে সম্পাদকলৈ চিঠি।

সম্পাদক ডাঙৰীয়া,

_________ অঞ্চলৰ বাসিন্দাসকলৰ পক্ষৰ পৰা আপোনাৰ দ্বাৰা সম্পাদিত প্ৰখ্যাত কাকতৰ যোগেদি নিম্নলিখিত বিষয়ে উপযুক্ত কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। আমাৰ গাঁৱৰ পৰা_________লৈ যোৱাৰ বাবে কোনো পকী ৰাস্তা নথকাত গাঁৱৰ অধিবাসীসকলে খুবেই কষ্ট ভোগ কৰিব লগা হয়। আমাৰ গাঁৱৰ কাষেৰে যিটো কেচা ৰাস্তা পকী ৰাস্তালৈকে গৈছে সেইটো খলাবমা হৈ আছে। বাৰিষা কালত ৰাস্তাটো বোকা মাটিৰে ভৰ্ত্তি হৈ যায়। গাঁৱৰ দৈনিক যাতায়তকাৰীসকলে এই পথেৰেই যাতায়ত কৰিব লগা হয়।

সেয়েহে মই আপোনাক অনুৰোধ কৰো যে, আপুনি আপোনাৰ কাকতত এনেকুৱা এটা সম্পাদকীয় লিখক যাতে সংশ্লিষ্ট কৰ্তৃপক্ষ তৎপৰ হৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰে।

ধন্যবাদ।                             

ইতি

আপোনাৰ বিশ্বাসী

____________

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top