A letter to the Editor of newspaper complaing about regular load-shedding in your area | ঘন ঘন লোডছেডিঙৰ বাবে অভিযোগ জনাই সম্পাদকলৈ চিঠি

A letter to the Editor of newspaper complaing about regular load-shedding in your area.

Join Telegram channel

To

The Editor,

_______ Patrika

Sir,

I request you to publish our difficulties arising for regular load-shedding through the coloumns of your esteemed daily, I seek to draw the attention of………………. Electric Supply Corporation.

Last few years we are facing lots of problems due to regular load-shedding in our city. It is a curse for…………………… There is not an area of this city without load-shedding. But we, the resident of………………… area are facing lots of difficulties for load-shedding every evening. At present Electric Supply closes electricity daily 15 to 20 minutes alternately. Many times Electric Supply also closes electricity 4 to 5 hours. It arises many difficulties specially for students. If the authority of……………….. Electric Supply would not take any preventive action immediately. Then situation the would be very critieal.

Therefore, I fervently request you to write an editorial comment in your newspaper on the subject mentioned above to draw the attention of the Government.

Thanking you.

Address of Applicant

Yours faithfully

__________

ঘন ঘন লোডছেডিঙৰ বাবে অভিযোগ জনাই সম্পাদকলৈ চিঠি।

প্ৰতি

সম্পাদক

(বাতৰি কাকতৰ নাম)

সম্পাদক ডাঙৰীয়া,

ঘন ঘন লোডছেডিঙৰ বাবে যি অসুবিধাৰ সৃষ্টি হৈছে সেই বিষয়ে আপোনাৰ দৈনিক কাকতৰ যোগেদি প্ৰকাশ কৰি ইলেকট্ৰিক চাপ্লাই কৰ্পোৰেশ্বনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো।

যোৱা কেইবছৰমানৰ পৰা আমাৰ চহৰত ঘন ঘন লোডছেডিঙৰ বাবে প্ৰচণ্ড অসুবিধাৰ সৃষ্টি হৈছে।…….দৰে চহৰৰ বাবে ই এটা বিৰাট অভিশাপ। এনে কোনো অঞ্চল নাই যি লোডছেডিঙৰ কবলত পৰা নাই। আমাৰ এই অঞ্চলৰ অধিবাসীসকলে সন্ধিয়া হোৱাৰ লগে লগে বিৰাট অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। বৰ্তমান প্ৰতি ১৫ বা ২০ মিনিটৰ অন্তৰে অন্তৰে আকস্মিকভাৱে বিদ্যুৎ যোগান বন্ধ ৰখা হয়। এই বিদ্যুৎ যোগান ১৫ মিনিটৰ পৰা ৪/৫ ঘন্টালৈকে বন্ধ ৰখা হয়। ইয়াৰ বাবে ছাত্র-ছাত্ৰীসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ প্ৰতিৰোধৰ বাবে এতিয়াই যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহ’লে অতি জটিল পৰিস্থিতিৰ উদ্ভৱ হ’ব।

সেয়েহে মই আপোনাক অনুৰোধ কৰো যে, আপুনি আপোনাৰ কাকতত এনেকুৱা এটা সম্পাদকীয় লিখক যাতে এই বিষয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষিত হয়।

ধন্যবাদ।

ঠিকনা______                      

আপোনাৰ বিশ্বাসী

_____________

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top