Letter to discontinue a recurring deposit account.
To,
The Manager,
……..(Bank address)………
Sub: Letter to discontinue a recurring deposit account.
Sir,
I am continuing a recurring deposit scheme with your bank since Jan. 99 @ Rs. 300/- (Three Hundred rupees) p.m. The scheme was of 48 months but due to pecuniary hardship I have to discontinue the account. Please return back the deposited amount till date to me as per rule at the earliest.
Thanking you
R/D Account No……….
Address………
Yours faithfully
Speciment Signature
ৰেকাৰিং ডিপজিট একাউণ্টত জমা বন্ধ কৰাৰ কাৰণে আবেদন।
প্ৰতি,
ব্ৰাঞ্চ মেনেজাৰ
…………বেঙ্ক
তাৰিখ………….
বিষয়: ৰেকাৰিং ডিপজিট একাউণ্টত জমা বন্ধ কৰাৰ কাৰণে আবেদন।
মহাশয়,
মাহে ৩০০ টকা (তিনিশ টকা) হিচাপে ৪৮ মাহৰ স্কীমত মই ২০০৫ চনৰ জানুৱাৰী মাহৰ পৰা আপোনাৰ বেঙ্কত জমা ৰাখি আহিছো। কিন্তু বৰ্তমানে আৰ্থিক সংকটৰ কাৰণে মই সেই জমা প্ৰকল্প বন্ধ কৰি দিবলৈ বাধ্য হৈছো। অনুগ্ৰহ কৰি বৰ্তমানলৈকে টকা জমা কৰি আহিছো সেই টকাখিনি নিয়ম অনুযায়ী অতি সোনকালে ঘূৰাই দি বাধিত কৰে যেন।
ধন্যবাদ।
(ঠিকনা)
বিনীত
………………..
চহী
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.