বেঙ্কৰ পাছ বুক ঘূৰাই নোপোৱাৰ অভিযোগ।
প্ৰতি,
শাখা – প্ৰৱন্ধক মহোদয় সমীপেষু,
বেঙ্ক অৱ বৰোডা
নাজিৰা শাখা। শিৱসাগৰ (অসম)।
তাৰিখ: ০২/০২/২০১২
বিষয়: বেঙ্কৰ পাছ-বুক ঘূৰাই নোপোৱাৰ অভিযোগ।
মহাশয়,
সন্মানপূৰ্বক নিবেদন এই যে আপোনাৰ বেঙ্কত মোৰ ১২৩৪ নং এটা চেভিংছ একাউণ্ট আছে আৰু যোৱা দহ বছৰ ধৰি সেই একাউণ্টৰপৰা টকাৰ লেনদেন কৰি আহিছোঁ। যোৱা সপ্তাহত মই সেই পাছ-বুকখন জমা-খৰচৰ হিচাব তুলিবলৈ বেঙ্কত জমা দিছিলোঁ। কিন্তু পিচত ঘূৰাই আনিবলৈ যাওঁতে পাছ-বুকুখন নাই বুলি ক’লে। বহুত বিচাৰিও পোৱা নগ’ল।
গতিকে আপোনাক অনুৰোধ জনাওঁ যাতে ইয়াৰ ব্যৱস্থা কৰি মোক এখন পাছ-বুকৰ যোগান ধৰে।
ধন্যবাদ
আপোনাৰ বিশ্বাসী,
হৰেন্দ্ৰ কুমাৰ বুঢ়াগোহাঞি
নাজিৰা চাৰিআলি, শিৱসাগৰ (অসম)।
Letter Complaining About Non Receipt of Bank Pass Book.
To,
The Branch Manager,
Bank of Baroda,
Nazira Branch,
Sivasagar (Assam)
Date: 02/02/2012
Sub: Letter Complaining About Non Receipt of Bank Pass Book.
Sir,
With due respect I would like to state that I have a Savings Bank Account No. 1234 in your Bank from which I have been making transactions since last ten years. Last week I deposited the pass-book to update the transactions. But, when I went to receive the same the clerk told me that he could not find it. On searching thoroughly the pass-book could not be traced.
Therefore, I request you to kindly do the needful and give me the necessary pass-book.
Thanks.
Yours faithfully,
Harendra Kumar Burhagohain
Nazira Chariali, Sivsagar (Assam)
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.