A letter to change specimen signature | নমুনা চহী পৰিৱৰ্তনৰ কাৰণে বেঙ্কলৈ আবেদন

A letter to change specimen signature

Join Telegram channel

To,

Sender’s name and

The Manager,                      

…………… Bank                    

………………… Branch,

Date……………

Sub: A letter to change specimen signature.

Dear Sir,

This is to inform you that we have opened a current account in your bank ten years ago and on behalf of my company I have been provided the sole authority to operate the account. Everything was alright so far but one fine morning I was surprised to notice that my present specimen signature did not agree with that of my previous one recorded in your bank.

So, I would like to change it at the earliest. Otherwise, you know, our business may be hindered. Therefore, I earnestly request you to send me the form on which my present specimen signature may be recorded anew.

Hope you will do the needful in no time.

Thanking you.                

Yours faithfully,

                                           Sender’s name.

নমুনা চহী পৰিৱৰ্তনৰ কাৰণে বেঙ্কলৈ আবেদন।

প্ৰতি,

ব্ৰাঞ্চ মেনেজাৰ

…………..বেঙ্ক

তাং…………….

বিষয়: নমুনা চহী পৰিৱৰ্তনৰ কাৰণে বেঙ্কলৈ আবেদন।

মহাশয়,

ইয়াৰ দ্বাৰা আপোনাক জনাব বিচাৰিছো যে দহ বছৰ আগতে আমি আপোনালোকৰ বেঙ্কত এটা কাৰেণ্ট একাউণ্ট খুলিছিলো আৰু কোম্পানীৰ তৰফৰ পৰা একাউণ্ট পৰিচালনাৰ কাৰণে মোক পূৰ্ণ অধিকাৰ দিয়া হৈছিল। ইমানদিনে সকলো ঠিকেঠাকে চলিছিল। কিন্তু হঠাতে এদিন দেখি অবাক হ’লো যে মোৰ বৰ্তমান চহী আগৰ নমুনা চহী যি আপোনাৰ বেঙ্কত ৰখা আছে তাৰ সৈতে মিলা নাই। গতিকে মই এইটো যথাসম্ভৱ সোনকালে পৰিৱৰ্তন কৰিব বিচাৰো। নহ’লে, বুজিবই পাৰিছে আমাৰ ব্যৱসায়িক লেনদেনত অসুবিধা হ’ব পাৰে। সেয়ে মই আপোনাক অনুৰোধ জনাইছো মোলৈ যেন এটা ফৰ্ম পঠাই দিয়ে, য’ত মোৰ বৰ্তমানৰ পৰিৱৰ্তিত চহীৰ নমুনা থাকিব।

আশাকৰো আপুনি এই বিষয়ত দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব।

ধন্যবাদ।                             

আপোনাৰ বিশ্বাসী

                    চহী

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top