Letter to The Bank Requesting to Stop Payment of an Issued Cheque | আনক দিয়া চ্যেকৰ ধন আদায় নিদিবলৈ কৰা আবেদন পত্ৰ

আনক দিয়া চ্যেকৰ ধন আদায় নিদিবলৈ কৰা আবেদন পত্ৰ।

Join Telegram channel

প্ৰতি,                         

শাখা প্ৰৱন্ধক মহোদয় সমীপেষু,

কানাড়া বেঙ্ক,

চাবুৱা শাখা,

ডিব্ৰুগড় (অসম)

তাৰিখ: ০১/০১/২০১১

বিষয়: আনক দিয়া চ্যেকৰ ধন আদায় নিদিবলৈ কৰা আবেদন পত্ৰ।

মহাশয়,

বিশেষ নিবেদন এই যে ওপৰোক্ত চ্যেকখন মই মেচাৰ্চ জৈন ট্ৰেভেলছক প্ৰদান কৰিছিলোঁ। কিন্তু তেওঁলোকে মোক সেইখন হেৰুওৱা বুলি জনাইছে। গতিকে, উক্ত চ্যেকখনৰ বিপৰীতে কাকো ধন আদায় নিদিবলৈ মই এই পত্ৰৰ দ্বাৰাই আপোনাক অনুৰোধ জনালোঁ।

ধন্যবাদ,

আপোনাৰ বিশ্বাসী,

নবীন চন্দ্ৰ লুনাৱট

বালিজান টী ইষ্টেট

চাবুৱা, ডিব্ৰুগড় (অসম)।

Letter to The Bank Requesting to Stop Payment of an Issued Cheque.

To,                              

The Branch Manager,

Canara Bank,

Chabua Branch,

Chabua, Dibrugarh (Assam)

Date: 01/01/2011

Sub: Letter to The Bank Requesting to Stop Payment of an Issued Cheque.

Sir,

My humble submission to your is that I gave the cheque mentioned above to M/s Jain Travels. But they have informed me that the cheque has been lost by them.

Therefore, I request you not to make payment to anybody against the above mentioned cheque.

Thanks.

Yours faithfully,

Naveen Chandra Lunawat

Balijan Tea Estate,

Chabua, Dibrugarh (Assam)

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top