A letter to the Bank for opening a Current Account
To
The Manager
Bank Name: Senders/ Companys Name
Date……………..
Sub: A letter to the Bank for opening a Current Account.
Dear Sir,
We, intend to open a Current Account in your Bank.
We therefore, request you to send us by post necessary forms along with Rules and Regulation for opening of this Account as early as possible.
Thanking you.
Yours faithfully
……………………..
Address:
কাৰেণ্ট একাউণ্ট খোলাৰ বাবে চিঠি।
বেঙ্কৰ নাম, ঠিকনা
পত্ৰপ্ৰেৰকৰ/ প্ৰতিষ্ঠানৰ ঠিকনা
তাৰিখ…………….
বিষয়: কাৰেণ্ট একাউণ্ট খোলাৰ বাবে চিঠি।
মহাশয়,
আমি আপোনালোকৰ বেঙ্কত এটা কাৰেণ্ট একাউন্ট খুলিব বিচাৰিছো। সেয়েহে, এই একাউণ্ট খোলাৰ বাবে আৱশ্যকীয় প্ৰপত্ৰ আৰু নিয়মাৱলী প্ৰয়োজনীয় কাগজ পত্ৰৰ সৈতে ডাকযোগে আমাৰ ঠিকনাত পঠাই দিবলৈ অনুৰোধ জনালো।
ধন্যবাদ।
আপোনালোকৰ বিশ্বাসী
___________
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.