Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য

Geography of Assam GK – [Part 5]

1. উত্তৰ  কাছাৰ জিলাৰ ‘জাতিংগা’ কোনখন পাহাৰত অৱস্থিত ?

Join Telegram channel

উত্তৰঃ বৰাইল পাহাৰত।

2. ব্রহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে ? 

উত্তৰঃ বৰাইল পাহাৰে।

3. অসমত জহকালি হোৱা প্রৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয়  নাম কি ?

উত্তৰঃ বৰদৈচিলা।

4. অসমৰ প্রধান নদী ব্রহ্মপুত্ৰৰ মূল সুঁতিটো কি ?

উত্তৰঃ তমচুক খামবাব।

5. ব্রহ্মপুত্ৰ নদীৰ আন নাম কি ?

উত্তৰঃ  লুইত।

6. অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান ?

উত্তৰঃ  ১০০০ মিটাৰৰ পৰা ১২০০ মিটাৰ।

7. অসমত১৮৬৯ চনৰ ১০  জানুৱাৰীত হোৱা ভূমিকম্পত অসমৰ কোনটো উপত্যকা ১৫  ফুট তললৈ নামি গৈছিল ?

উত্তৰঃ  বৰাক উপত্যকা।

8. ব্রহ্মপুত্ৰ নদীৰ মুঠ ৰ্দ্ঘৈ কিমান ?

উত্তৰঃ  ২৯০০ কিলোমিটাৰ।

9. ব্রহ্মপুত্ৰ নদীৰ বৃহত্বম উপনদী কোনখন ?

উত্তৰঃ সোৱণশিৰি।

10. অসমৰ কোনখন অঞ্চল আটাইতকৈ শুকান ?

উত্তৰঃ  লংকা-হোজাই।

11. অসমৰ দ্বিতীয়খন প্রধান নদী বৰাকৰ ৰ্দ্ঘৈ কিমান কিলোমিটাৰ ?

উত্তৰঃ ৯০০ কিলোমিটাৰ।

12. কোনখন তুষাৰ নদীৰ পৰা ব্রহ্মপুত্ৰ নদীখন ওলাইছে ?

উত্তৰঃ ছেমায়ুং ডং।

13. অসমৰ বৰাক নদী কোনখন পাহাৰৰ পৰা ওলাইছে ?

উত্তৰঃ বৰাইল পাহাৰৰ পৰা।

14. গুৱাহাটী মহানগৰ কোনখন নদীৰ পাৰত অৱস্থিত ?

উত্তৰঃ ব্র হ্মপুত্ৰ।

15. ব্রহ্মপুত্ৰ উপত্যকা কোনখন পৰ্বতমালাৰ নামনিত অৱস্থিত ?

উত্তৰঃ  হিমালয় পৰ্বতমালা।

16. অসমৰ সমভূমি অঞ্চলৰ জলবায়ু কেনেকুৱা ?

উত্তৰঃ  সেমেকা।

17. অসমৰ একমাত্ৰ পাৰ্বত্য নিবাস কোনখন ?

উত্তৰঃ হাফলং।

18. অসমৰ  ক্ষুদ্রতম জিলা কোনখন ?

উত্তৰঃ হাইলাকান্দি।

19. অসমৰ বৃহৎ জিলা কোনখন ?

উত্তৰঃ কার্বি  আংলং।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top