Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য

Geography of Assam GK – [Part 2]

  1. অসমত মুঠ নগৰৰ সংখ্যা কেইখন ?

উত্তৰঃ ২১৪ খন।

Join Telegram channel

2.  অসমত মুঠ পুলিচ থানা কেইখন ?

উত্তৰঃ ১২৬ খন।

3. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা  কিমান ?

উত্তৰঃ ৩,১১,৬৯,২৭২ জন।

4. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ পুৰুষৰ সংখ্যা   কিমান ?

উত্তৰঃ ১,৫৯,৫৪,৯২৭ জন।

5. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ মহিলাৰ সংখ্যা  কিমান ?

উত্তৰঃ ১,৫২,১৪,৩৪৫ জন।

6. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব  কিমান ?

উত্তৰঃ ৩৯৭ জন প্ৰতিবৰ্গ কিলো মিটাৰত।

7. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা  কিমান ?

উত্তৰঃ ৯৫৪ জন।

8. ২০০১- ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ  কিমান ?

উত্তৰঃ ১৬.৯৩ %।

9. অসমৰ মুঠ জিলা কেইখন ?

উত্তৰঃ ৩২ খন।

10. অসমৰ  মুঠ মহকুমা কেইখন ?

উত্তৰঃ ৬৫ খন।

11. অসমত মুঠ কেইখন ৰাজহচক্ৰ আছে ?

উত্তৰঃ ১৮৪ খন।

12. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ  কিমান ?

উত্তৰঃ ৭৩.১৮ %।

13. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ কিমান ?

উত্তৰঃ ৬৭.২৭ %।

14. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ চহৰত বাস কৰে ?

উত্তৰঃ ১৪ %।

15. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ গাওঁ অঞ্চলত বাস কৰে ?

উত্তৰঃ ৮৬ %।

16. অসমৰ প্ৰধান নৈ কি কি ?

উত্তৰঃ ব্রহ্মপুত্ৰ আৰু বৰাক।

17. অসমৰ  বৃহত্বম নদী-দ্বীপটো কি ?

উত্তৰঃ মাজুলী।

18. অসমৰ অধিক সংখ্যক জিলাতেই মহকুমাৰ অধিকতম সংখ্যা কিমান ?

উত্তৰঃ ৩ টা।

19. অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সবৰ্বাধিক ?

উত্তৰঃ গোৱালপাৰা।

20. অসমৰ কোনখন জিলাত গৰম পানীৰ উহ আছে ?

উত্তৰঃ গোলাঘাট জিলাত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top