Environmental Science MCQ Part – 8

Environmental Science MCQ Part – 8, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 8

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 8 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 8 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 8

Objective Types Question Answer

701. অতি দুৰ্লভ প্রাণী প্রজাতি নলগাহৰি এতিয়াও বৰনদী অভয়াৰণ্যৰ উপৰিও ক’ত পোৱা যায়?

(a) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত

(b) মানস ৰাষ্ট্ৰীয় উদ্যানত

(c) পাভৈ অভয়াৰণ্যত

(d) পবিতৰা অভয়াৰণ্যত 

Ans: (b) মানস ৰাষ্ট্ৰীয় উদ্যানত।

702. মণিপুৰত থকা এখন অভয়াৰণ্য হ’ল-

(a) পালামন অভয়াৰণ্য

(b) টলডাপুৰা অভয়াৰণ্য

(c) কইবুল লামজাও অভয়াৰণ্য

(d) লাওখোৱা অভয়াৰণ্য 

Ans: (c) কইবুল লামজাও অভয়াৰণ্য।

703. তলৰ কোনটো বিপথগামী প্রজাতি হিচাপে অসমত পোৱা নাযায়

(a) বগা পাখিযুক্ত হাঁহ 

(b) বনৰীয়া গৰু বিছন

(c) সিংহ 

(d) বনৰীয়া ম’হ

Ans: (c) সিংহ।

704. ‘ব্যাঘ্ৰ প্ৰকল্প”অসমৰ ক’ত ১৯৭৩ ত স্থাপন কৰা হয়?

(a) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত

(b) মানাহ ৰাষ্ট্ৰীয় উদ্যানত

(c) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত

(d) পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত 

Ans: (b) মানাহ ৰাষ্ট্ৰীয় উদ্যানত।

705. প্রধানতঃ চৰাইৰ বাবে বিখ্যাত অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন হল-

(a) পবিতৰা 

(b) মানস 

(c) ডিব্ৰু-চৈখোৱা 

(d) নামেৰি 

Ans: (c) ডিব্ৰু-চৈখোৱা।

706. এবিধ বিপথগামী/ বিলুপ্তপ্ৰায় চৰাই হল-

(a) গোলপীয়া মূৰৰ হাঁহ 

(b)শগুন

(c) হাড়গিলা  

(d) ধনেশ পক্ষী 

Ans: (c) হাড়গিলা।

707. পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলত আটাইতকৈ বেছি শক্তিযুক্ত হ’’ল–

(a) উৎপাদক স্তৰ

(b) প্ৰাথমিক উপভোক্তাৰ স্তৰ

(c) দ্বিতীয় স্তৰৰ উপভোক্তা

(d) সকলো স্তৰতে সমান 

Ans: (a) উৎপাদক স্তৰ।

708. তলৰ কোনটো শুদ্ধ-

(a) পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্রৱাহ বহুমুখী

(b) শক্তিৰ পিৰামিড সদায় ওলোটা

(c) পৰিস্থিতি তন্ত্ৰত শক্তিৰ উৎস হ’ল সূৰ্য

(d) সেউজীয়া উদ্ভিদ উপভোক্তাৰ উদাহৰণ  

Ans: (c) পৰিস্থিতি তন্ত্ৰত শক্তিৰ উৎস হ’ল সূৰ্য

709. তলৰ কোনটো বনাঞ্চল সংৰক্ষণৰ সৈতে জড়িত?

(a) গিৰ  

(b) নীৰৱ উপত্যকা

(c) কাজিৰঙা 

(d) ভাৰতপুৰ

Ans:  (b) নীৰৱ উপত্যকা।

710. গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

(a) বাঘ  

(b) এছীয় সিংহ

(c) পেন্থাৰ 

(d) মাস্ক হৰিণ 

Ans: (b) এছীয় সিংহ।

711. উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিসমূহ ক’ত আটাইতকৈ সুৰক্ষিত

(a) উদ্ভিদ উদ্যানত  

(b) চিৰিয়াখানাত

(c) ৰাষ্ট্ৰীয় উদ্যানত 

(d) অভয়াৰণ্যত

Ans: (c) ৰাষ্ট্ৰীয় উদ্যানত।

712. কানহা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

(a) এশিঙীয়া গঁড় 

(b) বাঘ

(c) পক্ষী 

(d) ঘঁৰিয়াল 

Ans: (b) বাঘ।

713. ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন?

(a) কানহা ৰাষ্ট্ৰীয় উদ্যান 

(b) পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান

(c) কৰবেট ৰাষ্ট্ৰীয় উদ্যান 

(d) বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান

Ans: (c) কৰবেট ৰাষ্ট্ৰীয় উদ্যান।

714. বাত ৰোগৰ বাবে কোনবিধ গছৰ ছালৰ পৰা ঔষধ প্রস্তুত কৰা হয়–

(a) অৰ্জুন 

(b) আম

(c) তামোল 

(d) নাৰিকল 

Ans: (a) অৰ্জুন।

715. উৰিব নোৱাৰা বিলুপ্ত চৰাই ‘ড’ড’ কোনখন দেশত পোৱা গৈছিল?

(a) মৰিছাছত 

(b) লক্ষ্যদ্বীপত

(c) কানাডাত 

(d) আইচলেণ্ডত

Ans: (a) মৰিছাছত।

716. কোনটো নৱীকৰণ সম্পদ?

(a) উদ্ভিদ 

(b) মাটিৰ তলৰ পানী

(c) কয়লা। 

(d) ওপৰৰ এটাও নহয়। 

Ans: (a) উদ্ভিদ।

717. কোনটো পুখুৰীৰ উৎপাদক?

(a) জলজ পতঙ্গ 

(b) প্লৱক প্রাণী

(c) শেলাই  

(d) ডাঙৰ মাছ

Ans: (b) প্লৱক প্রাণী।

718. কোনটো অসমৰ দেশগত বিপন্ন প্ৰাণী–

(a) বাঘ  

(b) নলগাহৰি

(c) গঁড় 

(d) চিটা বাঘ 

Ans: (b) নলগাহৰি।

719. IUCN  ৰ দ্বাৰা প্ৰকাশিত ৰেড ডাটা বুক তালিকা হ’ল–

(a) জীৱাশ্ম প্রাণী

(b) বিপন্ন আৰু শংকিত প্রজাতি

(c) মাত্ৰ বিৰল প্ৰজাতি

(d) এটাও নহয়। 

Ans: (b) বিপন্ন আৰু শংকিত প্রজাতি।

720. ভাৰতৰ উপৰিও বিখ্যাত ভাৰতীয় এটা খড়গ থকা গঁড় পোৱা যায়–

(a) ব্ৰহ্মদেশ 

(b) নেপাল

(c) বাংলাদেশ। 

(d) জাভা। 

Ans: (b) নেপাল।

721. সকলো প্ৰকাৰৰ জীৱিত জীৱৰ বাবে শেষ শক্তিৰ উৎস কি?

(a) কয়লা 

(b) সূৰ্য্য

(c) শৰ্কৰা 

(d) পানী 

Ans: (b) সূৰ্য্য।

722. খাদ্য আৰু কাঠ উৎপাদনকাৰী গছ এজোপা হ’ল–

(a) শিশু   

(b) আপেল

(c) সুমথিৰা  

(d) কঁঠাল 

Ans: (d) কঁঠাল। 

723. ইপেকাক নামৰ উদ্ভিদৰ পৰা আহৰণ কৰা হয়-

(a) তন্তু 

(b) খাদ্য

(c) দৰব 

(d) পানীয় 

Ans: (c) দৰব।

724. ৰাউলফিয়াৰ সাধাৰণ নাম–

(a) বেলেড’না 

(b) সৰ্পগন্ধা

(c) আজাৰ 

(d) ৰিহা 

Ans: (b) সৰ্পগন্ধা।

725. উচ্চ ৰক্তচাপ, নিদ্ৰাহীনতা আদি ৰোগৰ চিকিৎসাত মূলৰ পৰা দৰব আহৰণ কৰা উদ্ভিদ–

(a) না’-ভ’মিকা 

(b) ইপেকাক

(c) চিনকোনা 

(d) সৰ্পগন্ধা 

Ans: (d) সৰ্পগন্ধা। 

726. চেণ্ডণ কাঠ পোৱা উদ্ভিদ—

(a) ডিপটেৰ’কাৰ-পাছ মেক্ৰ’’কাৰপাছ

(b) ছ’ৰিয়া ৰ’বাষ্টা

(c) টেকট’না গ্ৰেণ্ডিছ

(d) মেলিনা আৰব’ৰিয়া 

Ans: (c) টেকট’না গ্ৰেণ্ডিছ।

727. মূলৰ পৰা আহৰণ কৰা দৰবে উন্মাদ ৰোগ আৰু উচ্চ ৰক্তচাপ নিৰাময়ত সহায় কৰে। গছজোপাৰ নাম—

(a) ৰাউলফিয়া ছাৰপেনটিনা

(b) এট্ৰ’পা বেলেড’না

(c) ক’লচিকাম লুটিয়াম 

(d) ডিজিটেলিছ পাৰপুৰিয়া

Ans: (a) ৰাউলফিয়া ছাৰপেনটিনা।

728. এবিধ দৰব উৎপাদন কৰা গছ-

(a) ক্ৰিপ্ত ষ্টেজিয়া গ্ৰেণ্ডিফ্ল’ৰা 

(b) কফিয়া এৰাবিকা

(c) ৰাউলফিয়া ছাৰপেনটিনা 

(d) ব্ৰেছিকা অ’লিৰেচিয়া

Ans: (c) ৰাউলফিয়া ছাৰপেনটিনা। 

729. কপাহৰ তন্তু লাভ কৰা অংশ–

(a) পাত 

(b) মূল

(c) ফ্ল’ৱেম 

(d) বীজ 

Ans: (d) বীজ। 

730. বহুদিনলৈ টিকা কাঠ উৎপাদন কৰা উদ্ভিদ-

(a) চেদ্ৰাছ ডিওডাৰা

(b) ডালবাৰজিয়া ছিছু

(c) ছ’ৰিয়া ৰ’বাষ্টা

(d) টেক’ট’না গ্ৰেণ্ডিছ 

Ans: (d) টেক’ট’না গ্ৰেণ্ডিছ। 

731. ৰাউলফাইন এবিধ উপক্ষাৰ যিটো পোৱা যায়–

(a) বাহকত 

(b) চিনকোনাত

(c) সৰ্পগন্ধাত 

(d) ইপেকাকত

Ans: (c) সৰ্পগন্ধাত। 

732. ৰেচম উদ্যোগৰ সম্বন্ধ থকা বিভাগ–

(a) ছেৰি কালচাৰ 

(b) এপিকালচাৰ

(c) পিছচিকালচাৰ 

(d) হটিকালচাৰ 

Ans: (a) ছেৰি কালচাৰ।

733. ৰেচম কীট হ’ল—

(a) গুবৰুৱা পোক 

(b) পোক

(c) মাখি 

(d) চকৰী 

Ans: (d) চকৰী। 

734. উদ্ভিদৰ উৎপাদন নহয়—

(a) ভাং 

(b) ৰেচম

(c) কপাহ 

(d) শণসূতা 

Ans: (b) ৰেচম।

735. আটাইতকৈ বেছি ৰেচম উৎপাদন হয়—

(a) অসমত  

(b) কৰ্ণাটকত

(c) গুজৰাটত 

(d) কেৰেলাত 

Ans: (b) কৰ্ণাটকত।

736. টচৰ ৰেচম উৎপন্ন কৰে—

(a) এন্থেৰিয়া মাইলিটাই 

(b) ব’মবি’ম’ৰিয়ে

(c) এপিছ ইণ্ডিকাই 

(d) এপিছ ড’ৰছেটাই

Ans: (a) এন্থেৰিয়া মাইলিটাই।

737. ৰেচম কীটৰ ভাইৰাছজনিত বেমাৰটো–

(a) মাছকাৰ ডাইন 

(b) ফুটুকা ৰোগ

(c) মেগ’ট ৰোগ 

(d) ফুলা ৰোগ 

Ans: (d) ফুলা ৰোগ। 

738. ব’ন্বি’ম”ৰিৰ পুলু হ’ল–

(a) পাত খোৱা পোক 

(b) ট্ৰ’ক’ফ’ৰ

(c) নিম্ফ 

(d) ক’কুন 

Ans: (a) পাত খোৱা পোক।

739. এটা মাইকী ৰেচম চকৰীয়ে কণী পাৰে–

(a) 200-250 টা 

(b) 800-1000 টা

(c) 400-500 টা 

(d) 50-100 টা

Ans: (c) 400-500 টা।

740. ৰেচম উৎপন্ন কৰে-

(a) পলুৱে 

(b) পূৰ্ণাংগ চকৰীয়ে

(c) উভয় a আৰু b 

(d) ক’কুনোলেটাই

741. ৰেচম এবিধ উৎপাদন–

(a) পলুৰ আৱৰণৰ

(b) পূৰ্ণাংগ চকৰীৰ আৱৰণৰ

(c) পলুৰ লালটি গ্ৰন্থিৰ

(d) পূৰ্ণাংগ চকৰীৰ লালটি গ্ৰন্থিৰ 

Ans: (c) পলুৰ লালটি গ্ৰন্থিৰ।

742. ৰেচম কীটৰ পলুৱে পাট সূতাত পাক দিয়ে—

(a) ভিতৰৰ পৰা বাহিৰলৈ

(b) বাহিৰৰ পৰা ভিতৰলৈ

(c) উধামুধা ধৰণে

(d) মূৰৰ পৰা নেজৰ ফাললৈ 

Ans: (b) বাহিৰৰ পৰা ভিতৰলৈ।

743. ৰেচম উৎপাদনকাৰী কীট-

(a) আইচ’পটেৰণ 

(b) লেপিড’পটেৰণ

(c) ক’ল’ইপটেৰণ 

(d) হাইমেন’পটেৰণ

Ans: (b) লেপিড’পটেৰণ।

744. প্ৰথমে ৰেচম আহৰণ কৰা হৈছিল—

(a) অসমত 

(b) ব্ৰাজিলত

(c) জাপানত 

(d) চীনদেশত

Ans: (d) চীনদেশত।

745. নুনি গছৰ ৰেচম কীটৰ বৈজ্ঞানিক নাম– 

(a) ব’ম্বি’ম’ৰি 

(b) ব’শ্বি’আছামা

(c) ব’ম্বি’ ইণ্ডিকা 

(d) ব’ম্বি’ ৰিচিনি 

Ans: (a) ব’ম্বি’ম’ৰি।

746. ব’ন্বি’ম’ৰি হ’ল—

(a) পলিফেগ’ৱাছ 

(b) ইউনিফেগ’ৱাছ

(c) বাইফেগ’ৱাছ 

(d) ওপৰৰ এটাও নহয়

Ans: (b) ইউনিফেগ’ৱাছ।

747. ইনষ্টাৰ এটা দশা যিটো মাজত থাকে—

(a) দুটা মোটৰ

(b) পলুৰ প্ৰথম মোট আৰু পকা অৱস্থাৰ

(c) লেচিং আৰু ৰাইপেন

(d) ওপৰৰ এটাও নহয় 

Ans: (a) দুটা মোটৰ।

748. ফাইল’ছেমিয়া ৰিচিনিৰ জীৱন বুৰঞ্জী গ্ৰীষ্মকালত সম্পূৰ্ন হয়—

(a) 44-48 দিনত 

(b) 28-30 দিনত

(c) 68-72 দিনত 

(d) 58-62 দিনত

Ans:  (a) 44-48 দিনত।

749. এৰী ৰেচম কীট পালনত এবছৰত কীটে জীৱন চক্ৰ সম্পন্ন কৰে সৰ্বোচ্চ-

(a) 4টা 

(b) 2টা

(c) 6টা 

(d) ৪টা 

Ans: (c) 6টা।

750. ব’ম্বি’মৰি–

(a) বহুবৰ্ষী 

(b) ত্ৰিবৰ্ষী

(c) চতুঃবৰ্ষী  

(d) একবৰ্ষী 

Ans: (d) একবৰ্ষী। 

751. ৰেচম কীটে ৰেচম গ্ৰন্থিত নিঃসৰণ কৰা ৰাসায়নিক পদাৰ্থটো–

(a) ছেৰিনজাইন 

(b) ছেৰিচিন

(c) ৰেচম 

(d) লালটি 

Ans: (b) ছেৰিচিন।

752. ফুটুকা ৰোগ প্ৰতিৰোধ কৰিবলৈ এৰী কীটৰ কণীবোৰ ধোঁৱা হয়-

(a) 10% ফৰমেলিনেৰে

(b) 2% ফৰমেলডিহাইডেৰে

(c) 5% ফৰমেলডিহাইডেৰে

(d) এচিড পানীৰে 

Ans: (b) 2% ফৰমেলডিহাইডেৰে।

753. ব’ম্বি’ম”ৰিৰ পলুৱে যি গছৰ পাত খাই সেই গছ-

(a) চোম 

(b) নুনি

(c) কেছেৰু 

(d) এৰা 

Ans: (b) নুনি।

754. এন্থেৰিয়া আছামাৰ মুখ্য খাদ্য বৃক্ষ হ’ল–

(a) মেজাংকৰী আৰু দীঘলতী

(b) কেচেৰু আৰু এৰা

(c) চোম আৰু সোৱালু

(d) শাল আৰু ওক

Ans: (c) চোম আৰু সোৱালু।

755. এৰী কীটৰ মাছকাৰডাইন ৰোগৰ কাৰক–

(a) আদ্যপ্রাণী 

(b) বেক্টেৰিয়া

(c) ভাইৰাছ 

(d) ভেঁকুৰ 

Ans: (d) ভেঁকুৰ। 

756. অসমৰ আঞ্চলিক মুগা গৱেষণা কেন্দ্ৰ থকা ঠাই–

(a) গুৱাহাটী 

(b) লক্ষীমপুৰ

(c) বকো (মিৰ্জা) 

(d) যোৰহাট 

Ans: (c) বকো (মিৰ্জা)।

757. কেন্দ্ৰীয় মুগা গৱেষণা আৰু প্ৰশিক্ষণ প্রতিষ্ঠান আছে-

(a) বকো মিৰ্জা)ত 

(b) নগাঁওত

(c) তিতাবৰ (যোৰহাট)ত 

(d) ঢকুৱাখানাত

Ans: (c) তিতাবৰ (যোৰহাট)।

758. অসমৰ মাঞ্চেষ্টাৰ বুলি ক’লে বুজোৱা ঠাই—

(a) তিতাবৰ 

(b) নগাঁও

(c) তিনিচুকীয়া 

(d) শুৱালকুছি

Ans: (d) শুৱালকুছি।

759. ব্যৱসায়িকভাৱে কটা আটাইবোৰ মুগা সূতাৰ ক্ষেত্ৰতে যি অতি প্ৰাচীন যন্ত্ৰ ব্যৱহাৰ হৈছিল সেইটো-

(a) ভিৰ 

(b) টাকুৰি

(c) চখা  

(d) ওপৰৰ এটাও নহয়

Ans: (a) ভিৰ।

760. দুখীয়াৰ ৰেচম হ’ল—

(a) পাট  

(b) মুগা

(c) এৰী 

(d) টচৰ 

Ans: (c) এৰী।

761. বায়ুমণ্ডলত O₂, আৰু CO₂ ৰ ভাৰসাম্যতাৰ কাৰণ হ’ল—

(a) সালোক সংশ্লেষণ 

(b) শ্বসন

(c) পত্ৰ অংগসংস্থান 

(d) আলোক শ্বসন

Ans: (a) সালোক সংশ্লেষণ।

762. কাৰ্বন চক্ৰত বেক্টেৰিয়া ভূমিকা হ’ল—

(a) সালোকসংশ্লেষণ

(b) ৰাসায়নিক পদাৰ্থ সংশ্লেষণ

(c) জৈৱ যৌগৰ সৰলীকৰণ

(d) নাইট্ৰ’জেন যৌগৰ আত্মীয়কৰণ

Ans: (c) জৈৱ যৌগৰ সৰলীকৰণ।

763. গেছীয় স্তৰৰ সৈতে জৈৱ ৰাসায়নিক চক্ৰ হ’ল—

(a) কাৰ্বন চক্ৰ 

(b) ছডিয়াম চক্ৰ

(c) ফ’ছফ’ৰাছ চক্ৰ 

(d) মেগনেছিয়াম চক্ৰ

Ans: (a) কাৰ্বন চক্ৰ।

764. তলৰ কোনটো গেদীয় চক্ৰ-

(a) অক্সিজেন চক্ৰ 

(b) নাইট্ৰ’জেন চক্ৰ

(c) হাইড্ৰ’জেন 

(d) ফছ’ফৰাছ 

Ans: (d) ফছ’ফৰাছ। 

765. জীৱজগতৰ নাইট্ৰ’জেনৰ পৰিমাণ সদায় একে হৈ থকাৰ কাৰণ হ’ল–

(a) নাইট্ৰ’জেন স্থিতিকৰণ 

(b) নাইট্ৰ’জেন চক্ৰ

(c) উদ্যোগিক প্রদূষণ 

(d) নাইট্ৰ’জেনৰ শোষণ

Ans: (b) নাইট্ৰ’জেন চক্ৰ।

766. ‘গ্ৰীণ হাউছ’ বা সেউজ গৃহৰ গেছসমূহ হ’ল-

(a) CO₂, CFC, CH₄ আৰু NO₂

(b) CO₂, O₂, N2, NO₂ আৰু NH₃

(c) CH₄, N₂, CO₂  আৰু NH₃

(d) CFC, CO₂, NH, আৰু N₂

Ans: (a) CO₂, CFC, CH₄  আৰু NO₂

767. এটা পৰিস্থিতি তন্ত্ৰৰ মৌলসমূহৰ চক্ৰাকাৰ আবৰ্তনক কি বোলা হয়?

(a) ভূবিদ্যা সম্পৰ্কীয় চক্র 

(b) ভূ-ৰাসায়নিক চক্র

(c) জৈৱ ভূ-ৰাসায়নিক চক্র 

(d) ৰাসায়নিক চক্র

Ans: (c) জৈৱ ভূ-ৰাসায়নিক চক্র।

768. ভূ পৃষ্ঠৰ যি অংশত জীৱসমূহ পোৱা যায়, তাক কোৱা হয়

(a) স্থলমণ্ডল  

(b) বাৰিমণ্ডল

(c) বায়ুমণ্ডল  

(d) জীৱমণ্ডল 

Ans: (d) জীৱমণ্ডল। 

769. ক’ত পোৱা জীৱসমূহক সামৰি জীৱমণ্ডলৰ ধাৰণাটো ব্যৱহাৰ কৰা হয়?

(a) স্থলমণ্ডল, বাৰিমণ্ডল আৰু বায়ুমণ্ডলত

(b) স্থলমণ্ডল আৰু বাৰিমণ্ডলত

(c) বাৰিমণ্ডলত

(d) স্থলমণ্ডলত

Ans: (a) স্থলমণ্ডল, বাৰিমণ্ডল আৰু বায়ুমণ্ডলত

770. তলৰ কোনটো গ্ৰীণ হাউছ গেছ নহয়—

(a) ক্লৰ’ফ্লুৰ’কাৰ্বন 

(b) মিথেন

(c) কাৰ্বন-ডাই-অক্সাইড 

(d) হাইড্ৰজেন

Ans: (d) হাইড্ৰজেন।

771. গ্ৰীণ হাউছ গেছবোৰৰ গাঢ়তা বৃদ্ধি হৈ থকাৰ কাৰণ হ’ল–

(a) বনাঞ্চল ধংস

(b) ৰেফ্ৰিজেৰেটৰ ব্যৱহাৰ বৃদ্ধি

(c) কয়লা আৰু পেট্ৰ’লজাত সামগ্ৰীৰ দাহন বৃদ্ধি

(d) এই আটাইবোৰ 

Ans: (d) এই আটাইবোৰ। 

772. কোনটো গেছে গ্ৰীণ হাউচ প্রভাৱত বেছিকৈ অৰিহণা যোগাইছে?

(a) CFC 

(b) ফ্রিয়ণ

(c) N₂  

(d) CH₄

Ans: (c) N₂

773. তলৰ কোনটো গেছে বায়ুমণ্ডলত অতিবেঙুনীয়া ৰশ্মি ধৰি ৰাখে

(a) O₂  

(b) O₃

(c) N₂  

(d) CO₂

Ans: (b) O₃

774. নাইট্ৰ’জেন স্থিতিকৰণ হ’ল- 

(a) নাইট্ৰ’জেন— এম’নিয়া

(b) নাইট্ৰ’জেন— নাইট্ৰেট

(c) নাইট্ৰ’জেন— এমিন’ এচিড

(d) a আৰু b দুয়োটা 

Ans: (a) a আৰু b দুয়োটা। 

775 নাইট্ৰজেন চক্ৰত অতি  গুৰুত্বপূৰ্ণ ছিউড’ম’নাছ বেক্টেৰিয়াই কি কৰে-

(a) মৌলিক নাইট্ৰ’জেন স্থিতি কৰে

(b) মৌলিক নাইট্ৰ’জেন সৃষ্টি কৰে

(c) নাইট্ৰ’জেন স্থানান্তৰণ

(d) এম’ নিয়াম নাইট্ৰজেনক  নাইট্ৰেট অৱস্থালৈ  সলনি কৰে

Ans: (b) মৌলিক নাইট্ৰ’জেন সৃষ্টি কৰে।

776. জল চক্ৰ গঠন কৰা চক্ৰ দুটা হ’ল—

(a) ভূ-জল আৰু বায়ুমণ্ডলীয় চক্ৰ

(b) পৃষ্ঠজল আৰু বায়ুমণ্ডলীয় চক্ৰ

(c) গোলকীয় আৰু স্থানীয় চক্ৰ

(d) মহাসাগৰীয় আৰু অলুণীয়া জল চক্র 

Ans: (c) গোলকীয় আৰু স্থানীয় চক্ৰ।

777. কি প্ৰক্ৰিয়াৰ জৰিয়তে পৰিস্থিতি তন্ত্ৰই বাহ্যিক নাইট্ৰ’জেন লাভ কৰে-

(a) উদ্যোত গ নাইট্ৰ’জেন স্থিতিকৰণ

(b) বিদ্যুৎ ৰাসায়নিক আৰু আলোক ৰাসায়নিক স্থিতিকৰণ

(c) বায়’লজিকেল স্থিতিকৰণ 

(d) এই আটাইবোৰ ৷ 

Ans: (d) এই আটাইবোৰ ৷ 

778. স্থলমণ্ডল কিহৰ ভঁৰাল 

(a) কাৰ্বনৰ 

(b) অক্সিজেনৰ

(c) ফছফ’ৰাছৰ 

(d) নাইট্ৰ’জেনৰ 

Ans: (c) ফছফ’ৰাছৰ।

779. নাইট্ৰ’জেন স্থিতিকাৰী জীৱৰ দ্বাৰা কিমান নাইট্ৰজেন স্থিতিকৰণ হয়? 

(a) 60% 

(b) 30%

(c) 50% 

(d) 90%

Ans: (a) 60%

780. স্থলমণ্ডলত কাৰ্বন কি হিচাপে পোৱা যায়-

(a) কাৰ্বহাইড্ৰেট 

(b) কাৰ্ব’নিক এচিড

(c) কাৰ্বন 

(d) কাৰ্ব’নেট

Ans: (b) কাৰ্ব’নিক এচিড।

781. তলৰ কোনটোত গেদীয় চক্ৰ দেখা যায়—

(a) নাইট্ৰ’জেন 

(b) কাৰ্বন

(c) পানী 

(d) ছালফাৰ 

Ans: (d) ছালফাৰ। 

782. সূৰ্যৰ পোহৰৰ দ্বাৰা প্রত্যক্ষভাৱে চালিত হোৱা চক্ৰটো হ’ল—

(a) কাৰ্বন চক্ৰ 

(b) ফছফ’ৰাছ চক্ৰ

(c) হাইড্ৰজেন চক্ৰ 

(d) নাইট্ৰ’জেন চক্ৰ

Ans: (c) হাইড্ৰজেন চক্ৰ।

783. উদ্ভিদৰ বাবে কাৰ্বনৰ উৎস হ’ল—

(a) কাৰ্বনেট শীলৰ কাৰ্বন-ডাই অক্সাইড

(b) জীৱাস্ম ইন্ধন

(c) বায়ুমণ্ডলীয় কাৰ্বন-ডাই-অক্সাইড

(d) এই আটাইবোৰ 

Ans: (c) বায়ুমণ্ডলীয় কাৰ্বন-ডাই-অক্সাইড।

784. শস্য পথাৰে সৃষ্টি কৰি থকা আৰু গোলকীয় উষ্ণতা বৃদ্ধি কৰি থকা গেছটো হ’ল–

(a) ক্ল’ৰিণ 

(b) মিথেন 

(c) CO₂  (d) H₂ S

Ans: (b) মিথেন। 

785. বায়ুমণ্ডলত থকা কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ’ল–

(a) 6.5% 

(b) 3.334%

(c) 0.34%  

(d) 0.034% 

Ans: (d) 0.034% 

786. ভূ-পৃষ্ঠৰ ওচৰত থকা অঞ্চলটো হ’ল

(a) টপ’স্ফিয়াৰ 

(b) ষ্ট্ৰেটস্ফিয়াৰ

(c) মেজ’স্ফিয়াৰ 

(d) হ’মস্ফিয়াৰ

Ans: (a) টপ’স্ফিয়াৰ।

787. গ্ৰীণ হাউছ গেছ মিথেনৰ বাহিৰেও কৃষি ক্ষেত্ৰৰ পৰা নিৰ্গত আন এটা গেছ হ’ল—

(a) নাইট্ৰাছ অক্সাইড 

(b) এম’নিয়া

(c) ছালফাৰ-ডাই-অক্সাইড 

(d) আৰ্চেনিক

Ans: (a) নাইট্ৰাছ অক্সাইড।

788. যদি বায়ুমণ্ডলৰ পৰা CO₂, গেছ নোহোৱা হৈ যায়, তেতিয়া পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা কি হ’ব-

(a) বাঢ়িব

(b) কমিব

(c) অক্সিজেনৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰিব

(d) একে থাকিব 

Ans: (b) কমিব।

789. মুখ্যতঃ কিহৰ বাবে গ্ৰীণ হাউচ প্রভাৱ পৰিলক্ষিত হৈছে–

(a) CO₂  

(b) CO

(c) NO₂  

(d) H₂ O

Ans:(a) CO₂

790. তলৰ কোনটোৱে নাউট্ৰ’জেন স্থিতিকৰণ নিৰ্দেশ কৰে—

(a) N₂ +3H₂  2NH₃

(b) 2NH₃  H2+3H₂

(c) 2N₂ +গ্লুক’জ 2 এমিন’ এচিড

(d) 2NH₄ + 2O₂ + 8-e N₂ + 4H₂O

Ans: (a) N₂ + 3H₂ 2NH₃

791. কিহৰ বাবে গ্ৰীণ হাউছ প্রভাৱ বৃদ্ধি হৈ গৈ আছে-

(a) CO₂ ৰ গাঢ়তা বৃদ্ধিৰ বাবে।

(b) SO₂ ৰ গাঢ়তা বৃদ্ধিৰ বাবে।

(c) CFC ৰ গাঢ়তা বৃদ্ধিৰ বাবে

(d) অ’জন স্তৰত ফুটাৰ সৃষ্টি হোৱা বাবে’ 

Ans: (a) CO₂ ৰ গাঢ়তা বৃদ্ধিৰ বাবে।

792. বায়ুমণ্ডলৰ ভাগ কেইটা হ’ল-

(a) স্থলমণ্ডল + বাৰিমণ্ডল

(b) স্থলমণ্ডল + ষ্ট্ৰেট’স্ফিয়াৰ + বাৰিমণ্ডল

(c) ট্ৰপ’স্ফিয়াৰ + ষ্ট্ৰেট’স্ফিয়াৰ + আয়ন’স্ফিয়াৰ

(d) ইয়াৰ এটাও নহয়। 

Ans: (c) ট্ৰপ’স্ফিয়াৰ + ষ্ট্ৰেট’স্ফিয়াৰ + আয়ন’স্ফিয়াৰ।

793. বায়ুমণ্ডলৰ কিমান উচ্চতাত অ’জন গেছৰ গাঢ়তা সৰ্বাধিক?

(a) 10 কিলোমিটাৰ 

(b) 15 কিলোমিটাৰ

(c) 20 কিলোমিটাৰ 

(d) 25 কিলোমিটাৰ

Ans: (d) 25 কিলোমিটাৰ।

794. স্ফটিকাকৰ শিলবোৰ কি জৈৱিক মৌলৰ উৎস?

(a) কেলচিয়াম 

(b) ফছফ’ৰাছ

(c) মেগনেছিয়াম 

(d) পটাছিয়াম

Ans: (b) ফছফ’ৰাছ।

795. গেছীয় স্তৰ থকা জৈৱ ৰাসায়নিক চক্ৰটো হ’ল—

(a) কাৰ্বন চক্ৰ 

(b) ছডিয়াম চক্ৰ

(c) ফছফ’ৰাছ চক্ৰ 

(d) মেগনেছিয়াম চক্ৰ

Ans: (a) কাৰ্বন চক্ৰ।

796. ঘৰুৱা আৱৰ্জনাই কি সৃষ্টি কৰে?

(a) জৈৱ অনিষ্টকাৰকহীন প্ৰদূষণ

(b) জৈৱ অনিষ্টকাৰী প্ৰদূষণ

(c) নৰ্দমা

(d) বায়ু প্রদূষণ 

Ans: (b) জৈৱ অনিষ্টকাৰী প্ৰদূষণ।

797. SO₂ ৰ প্ৰদূষণ কিহৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰিব পাৰি?

(a) ঘাঁহৰ দ্বাৰা 

(b) মছৰ দ্বাৰা

(c) লাইকেনৰ দ্বাৰা 

(d) লতাৰ দ্বাৰা

Ans: (c) লাইকেনৰ দ্বাৰা।

798. তলৰ কোনটো অক্সিজেনতকৈ ক্ষীপ্ৰতাৰে তেজৰ হিম’গ্লবিনৰ সৈতে দ্ৰৱীভূত হয়?

(a) অ’জন 

(b) নাইট্ৰাছ অক্সাইড

(c) ছালফাৰ-ডাই-অক্সাইড 

(d) কাৰ্বন মনক্সাইড

Ans: (d) কাৰ্বন মনক্সাইড।

799. আৰাও বা শব্দ প্রদূষণ জোখৰ একক হ’ল–

(a) হাটৰ্জ 

(b) ফেথ’মছ

(c) নেন’মিটাৰ 

(d) ডেচিবেল 

Ans: (d) ডেচিবেল। 

800. কোনটোৱে তাজমহলৰ ক্ষতি সাধন কৰিছে–

(a) যমুনা নদীৰ বানপানীয়ে

(b) অধিক উষ্ণতাত মাৰ্বলৰ ক্ষয়

(c) মথুৰা তেল শোধনাগাৰৰ পৰা নিৰ্গত হোৱা বায়ু প্রদূষণ

(d) এই আটাইবোৰ 

Ans: (c) মথুৰা তেল শোধনাগাৰৰ পৰা নিৰ্গত হোৱা বায়ু প্রদূষণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top