Environmental Science MCQ Part – 7

Environmental Science MCQ Part – 7, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 7

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 7 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 7 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 7

Objective Types Question Answer

601. ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয়? 

(a) 21 এপ্ৰিল 

(b) 22 এপ্রিল

(c) 23 এপ্ৰিল 

(d) 24 এপ্ৰিল

Ans: (b) 22 এপ্রিল।

602. পেংগিয়া মানে–

(a) অতীজতে মহাদেশসমূহ লগলাগি গঠন কৰা ভূখণ্ড।

(a) এবিধ জন্তু

(b) এবিধ উদ্ভিদ

(c) এটাও নহয় 

Ans: (a) অতীজতে মহাদেশসমূহ লগলাগি গঠন কৰা ভূখণ্ড।

603. পৰিস্থিতি তন্ত্ৰ গুৰুত্ব কিয় প্ৰয়োজনীয় হয়?

(a) পদাৰ্থসমূহৰ চক্ৰাকাৰ গতি

(b) শক্তিৰ প্রবহন

(c) a আৰু b দুয়োটা

(d) ইয়াৰ এটাও নহয় 

Ans: (a) পদাৰ্থসমূহৰ চক্ৰাকাৰ গতি।

604. ক’ত প্ৰতি একক অঞ্চলত প্ৰাথমিক উৎপাদনৰ সংখ্যা সৰ্বাধিক হব পাৰে-

(a) বনাঞ্চল পৰিস্থিতি তন্ত্ৰত

(b) পুখুৰী পৰিস্থিতি তন্ত্ৰত

(c) মৰুভূমিত 

(d) ঘাঁহনি পৰিস্থিতি তন্ত্ৰত

Ans: (b) পুখুৰী পৰিস্থিতি তন্ত্ৰত।

605. এডাল খাদ্যশৃংখল কিহৰ দ্বাৰা আৰম্ভ হয়?

(a) সালোক সংশ্লোষী জীৱ

(b) নাইট্ৰজেন স্থিতিকাৰী জীৱ

(c) বিয়োজক

(d) উপভোক্তা

Ans: (a) সালোক সংশ্লোষী জীৱ।

606. আটাইতকৈ অধিক স্থায়ী পৰিস্থিতি তন্ত্ৰ হল

(a) বনাঞ্চল  

(b) পৰ্বত

(c) মৰুভূমি  

(d) মহাসাগৰ

Ans: (d) মহাসাগৰ।

607. বিয়োজকৰ অনুপস্থিতিত পৰিস্থিতি তন্ত্ৰৰ কাৰ্যকাৰীতাত বিৰূপ প্ৰভাৱ পৰাৰ কাৰণ হল- 

(a) শক্তিৰ প্ৰৱহনত বাধাৰ সৃষ্টি হয়

(b) খনিজ লবন চক্ৰীয় পৰিবহনত বাধাৰ সৃষ্টি হয়

(c) তৃণভোজীৰ ক্ষেত্ৰত সৌৰশক্তি প্ৰবাহত বাধাৰ সৃষ্টি হয়

(d) অন্য উপদানবোৰৰ বিয়োজনৰ হাৰ বৃদ্ধি পায়।

Ans: (b) খনিজ লবন চক্ৰীয় পৰিবহনত বাধাৰ সৃষ্টি হয়

608. পুখুৰী পৰিস্থিতি তন্ত্ৰত তলৰ কোনটো সৰ্বাধিক সংখ্যাত পোৱা যায়?

(a) উৎপাদক  

(b) উপভোক্তা

(c) উচ্চ স্তৰৰ উপভোক্তা  

(d) বিয়োজক

Ans: (a) উৎপাদক।

609. প্ৰত্যেকটো খাদ্য শৃংখল বা পৰিস্থিতি তন্ত্ৰত থকা সেউজীয়া উদ্ভিদবোৰ হল –

(a) বিয়োজক  

(b) উৎপাদক 

(c) উপভোক্তা 

(d) ইয়াৰ এটাও নহয়

Ans: (b) উৎপাদক। 

610. খাদ্য শৃংখল হল-

(a) খাদ্যৰ বাবে গঠন কৰা মানৱ শৃংখল

(b) খাদ্যৰ উৎসৰ ওচৰত থকা প্ৰাণীসমূহ

(c) উৎপাদকৰ পৰা উপভোক্তালৈ খাদ্য শক্তিৰ স্থানান্তৰন

(d) ইয়াৰ এটাও নহয়

Ans: (c) উৎপাদকৰ পৰা উপভোক্তালৈ খাদ্য শক্তিৰ স্থানান্তৰন।

611. এটা পৰিস্থিতি তন্ত্ৰৰ খাদ্যস্তৰক কি বুলি কোৱা হয়

(a) উৎপাদক স্তৰ  

(b) তৃণভোজী স্তৰ

(c) উপভোক্তাৰ স্তৰ 

(d) ট্ৰফিক স্তৰ

Ans: (d) ট্ৰফিক স্তৰ।

612. এটা পৰিস্থিতি তন্ত্ৰত, বেক্টেৰিয়াবোৰ হল-

(a) ক্ষুদ্ৰ উপভোক্তা। 

(b) স্থুল উপভোক্তা।

(c) প্ৰাথমিক উপভোক্তা 

(d) দ্বিতীয় স্তৰৰ উপভোক্তা

Ans: (a) ক্ষুদ্ৰ উপভোক্তা।

613. ইক’ল”জিকেল পিৰামিডৰ ধাৰণাটো কোনে আগবঢ়াইছিল–

(a) অ’ডামে 

(b) এলিমেণ্টে

(c) টেন্সলেই 

(d) এল্টনে 

Ans: (d) এল্টনে। 

614. এটা পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন ট্ৰফিক স্তৰত শক্তিৰ স্থানাস্তৰণক কি বোলা হয়? 

(a) বায়’ এনাৰজেটিক্‌ছ 

(b) জৈৱতন্ত্ৰ

(c) জিঅ’বায়’ক’ এন’ছিছ 

(d) হ’ল’ক’এন’ছিছ

Ans: (a) বায়’ এনাৰজেটিক্‌ছ।

615. পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা যায়—

(a) পৰিৱেশৰ সৈতে এটা প্রজাতি

(b) পানীত পোৱা উদ্ভিদবোৰ

(c) মাটিত পোৱা উদ্ভিদসমুহ

(d) প্ৰাণী আৰু উদ্ভিদ প্ৰজাতি।

Ans: (d) প্ৰাণী আৰু উদ্ভিদ প্ৰজাতি।

616. বায়’ম হ’ল–

(a) মহাসাগৰত থকা প্ৰাণীসমূহ

(b) স্থলজ উদ্ভিদ প্ৰজাতিসমূহ

(c) পৰস্পৰে আন্তঃক্ৰিয়া কৰি থকা জীৱ সম্প্ৰদায়সমূহ

(d) পৃথিৱীৰ জীৱ বাস কৰা মাটি আৰু পানী ভাগ।

Ans: (c) পৰস্পৰে আন্তঃক্ৰিয়া কৰি থকা জীৱ সম্প্ৰদায়সমূহ

617. এটা পৰিস্থিতি তন্ত্ৰত থকা সৰ্বমুঠ জৈৱ পদাৰ্থখিনিক কি বোল হয়?

(a) জৈৱ আয়তন 

(b) বায়’ম

(c) লিটাৰ 

(d) খাদ্য 

Ans: (a) জৈৱ আয়তন।

618. এটা পৰিস্থিতি তন্ত্ৰৰ আটাইতকৈ প্ৰয়োজনীয় জীৱসমূহ হ’ল—

(a) তৃণভোজী 

(b) মাংসভোজী

(c) সেউজীয়া উদ্ভিদ 

(d) আদ্যপ্ৰাণী 

Ans: (c) সেউজীয়া উদ্ভিদ।

619. এটা মৰা চৰায়ে সাপ খায, যিয়ে ভেকুলী খায়। ভেকুলীয়ে ফৰিং খায় আৰু ফৰিঙে ঘাঁহ খায়। গতিকে ম’ৰা চৰাইটো হ’ব-

(a) প্ৰাথমিক উপভোক্তা 

(b) দ্বিতীয় স্তৰৰ উপভোক্তা

(c) বিয়োজক 

(d) খাদ্য পিৰামিডৰ মুধচ অংশ

Ans: (b) দ্বিতীয় স্তৰৰ উপভোক্তা।

620. এডাল খাদ্যশৃংখল ক’ৰ পৰা আৰম্ভ হয়—

(a) সালোক সংশ্লোষন 

(b) শ্বসন

(c) নাইট্ৰ’জেন স্থিতিকৰণ 

(d) পচা বস্তু 

Ans: (a) সালোক সংশ্লোষন।

621. প্ৰাথমিক উপভোক্তাবোৰ হ’ল-

(a) সেউজীয়া উদ্ভিদ 

(b) তৃণভোজী

(c) মাংসভোজী 

(d) এই আটাইবোৰ 

Ans: (b) তৃণভোজী।

622. দ্বিতীয় স্তৰৰ উপভোক্তাবোৰ হ’ল–

(a) সেউজীয়া উদ্ভিদ 

(b) তৃণভোজী

(c) মাংসভোজী 

(d) এই আটাইবোৰ

Ans: (c) মাংসভোজী।

623. খাদ্যশৃংখলৰ কোনটোৱে প্ৰত্যক্ষভাবে সৌৰ ৰশ্মিৰ ওপৰত নিৰ্ভৰ কৰে–

(a) ভক্ষকে 

(b) ঘাঁই-বনবোৰে

(c) বিয়োজকবোৰে 

(d) ইয়াৰ এটাও নহয়

Ans: (b) ঘাঁই-বনবোৰে।

624. খাদ্য পিৰামিডত উৎপাদকবোৰে ক’ত অৱস্থান কৰে–

(a) আধাৰত 

(b) আধাৰৰ ওচৰত

(c) মুধচত 

(d) মুধচৰ ওচৰত 

Ans: (a) আধাৰত।

625. ঘাঁহনি পৰিস্থিতি তন্ত্ৰত, জৈৱ আয়তনৰ পিৰামিড হ’ল–

(a) পোন ৰেখাকৃতি 

(b) উৰ্দ্ধমুখী

(c) ওলোটা 

(d) ওলোটা উৰ্দ্ধমুখী

Ans: (b) উৰ্দ্ধমুখী।

626. পৰিস্থিতি তন্ত্ৰত শক্তিৰ পিৰামিড হ’ল–

(a) ওলোটা 

(b) উৰ্দ্ধমুখী

(c) পোন ৰেখাকৃতি 

(d) উৰ্দ্ধমুখী আৰু ওলোটা

Ans: (b) উৰ্দ্ধমুখী।

627. জৈৱ আয়তনৰ উৰ্ধৰ্বমুখী পিৰামিডত, তৃণভোজীৰ অৱস্থান হ’ল—

(a) প্রথম 

(b) দ্বিতীয়

(c) পোন ৰেখাকৃতি 

(d) চতুৰ্থ  

Ans: (b) দ্বিতীয়।

628. তলৰ কোনটো সদায় উধ্বমুখী হয়—

(a) আয়তনৰ পিৰামিড

(b) শক্তিৰ পিৰামিড

(c) সংখ্যাৰ পিৰামিড

(d) জলীয় পৰিস্থিতি তন্ত্ৰত শক্তিৰ পিৰামিড 

Ans: (b) শক্তিৰ পিৰামিড।

629. তলৰ কোনটো ওলোটা পিৰামিড –

(a) ঘাঁহনিত জৈৱ আয়তনৰ পিৰামিড

(b) পুখুৰীত জৈৱ আয়তনৰ পিৰামিড

(c) ঘাঁহনিত সংখ্যাৰ পিৰামিড

(d) পুখুৰীত জৈৱ শক্তিৰ পিৰামিড 

Ans: (b) পুখুৰীত জৈৱ আয়তনৰ পিৰামিড।

630. কোনটো ইক’ল’জিকেল পিৰামিড কেতিয়াও ওলোটা নহয়—

(a) শক্তিৰ পিৰামিড

(b) জৈৱ আয়তনৰ পিৰামিড

(c) সংখ্যাৰ পিৰামিড 

(d) অধিক প্রজাতিৰ পিৰামিড 

Ans: (a) শক্তিৰ পিৰামিড।

631. বিয়োজকবোৰ হ’ল-

(a) প্ৰাণীজাতীয় আৰু মনেৰা

(b) প্ৰটিষ্ঠা আৰু প্ৰাণীজাতীয়

(c)  ভেঁকুৰ আৰু উদ্ভিদ

(d) বেক্টেৰিয়া আৰু ভেঁকুৰ

Ans: (d) বেক্টেৰিয়া আৰু ভেঁকুৰ।

632. তলৰ কোনটো শুদ্ধ খাদ্যশৃংখল

(a) উদ্ভিদ প্লৱক- মাছ-প্রাণী প্লৱক

(b) প্ৰাণী প্লৱক -উদ্ভিদ প্লৱক- মাছ

(c) উদ্ভিদ প্লৱক – প্রাণী প্লাৱক- মাছ

(d) মাছ-প্ৰাণী প্লাৱক-উদ্ভিদ 

Ans: (c) উদ্ভিদ প্লৱক – প্রাণী প্লাৱক- মাছ।

633. পৰিস্থিতি তন্ত্ৰত শক্তিৰ উৎস হ’ল

(a) সূৰ্য

(b) সালোক সংশ্লেষণত প্রস্তুত হোৱা শৰ্কৰা

(c) সেউজীয়া উদ্ভিদ

(d) এ. টি. পি (A T P) 

Ans: (a) সূৰ্য।

634. বাঘ খাদ্যশৃংখলৰ মূৰত অৱস্থান কৰে, কাৰণ

(a) সিহঁতৰ সৰ্বাধিক জৈৱ আয়তন আছে

(b) সিহঁতে অধিক তৃণভোজী খায় যিয়ে অধিকসংখ্যক উদ্ভিদ খায়

(c) সিহঁতে বহুত শত্ৰু আছে

(d) সিহঁত উভভোজী 

Ans: (b) সিহঁতে অধিক তৃণভোজী খায় যিয়ে অধিকসংখ্যক উদ্ভিদ খায়।

635. জীৱ সম্প্ৰদায়ত, প্ৰাথমিক উপভোক্তাবোৰ হ’ল–

(a) মাংস ভোজী 

(b) উভভোজী

(c) তৃণভোজী 

(d) পঁচাবস্তু ভক্ষক 

Ans: (c) তৃণভোজী।

636. ঘাঁহনি পৰিস্থিতি তন্ত্ৰত সংখ্যাৰ পিৰমিত হ’ল

(a) পোন ৰেখাকৃতি 

(b) উৰ্দ্ধমুখী

(c) ওলোটা 

(d) খণাত্মক

Ans: (b) উৰ্দ্ধমুখী।

637. তলৰ কোনটো মানৱ সৃষ্ট পৰিস্থিতি তন্ত্ৰ

(a) এগ্ৰ’ইক’ছিষ্টেম 

(b) ঘাঁহনি পৰিস্থিতি তন্ত্ৰ

(c) অৰণ্য পৰিস্থিতি তন্ত্ৰ 

(d) মৰুভূমি পৰিস্থিতি তন্ত্ৰ

Ans: (a) এগ্ৰ’ইক’ছিষ্টেম।

638. প্রজাতিৰ ভিন্নতা ক’ত সৰ্বাধিক পোৱা যায়

(a) পুখুখী৷ পৰিস্থিতি তন্ত্র

(b) ক্ৰান্তীয় অৰণ্য পৰিস্থিতি তন্ত্ৰ

(c) অৰণ্য পৰিস্থিতি তন্ত্ৰ

(d) মৰুভূমি পৰিস্থিতি তন্ত্ৰ 

Ans: (b) ক্ৰান্তীয় অৰণ্য পৰিস্থিতি তন্ত্ৰ।

639. পৃথিৱীৰ সকলো জীৱিত জীৱ লগ লাগি কি সৃষ্টি কৰে–

(a) জীৱ মণ্ডল 

(b) সম্প্ৰদায়

(c) বায়’ম 

(d) পৰিস্থিতি তন্ত্ৰ

Ans: (a) জীৱ মণ্ডল।

640. বিষুৱ অঞ্চলত তলৰ কোনটো পোৱা যায়–

(a) পৰ্ণপাতী অৰণ্য

(b) ভূমধ্য জোপোহা অৰণ্য

(c) ক্ৰান্তীয় বৰ্ষাৰণ্য

(d) শংকু আকৃতি উদ্ভিদৰ অৰণ্য 

Ans: (c) ক্ৰান্তীয় বৰ্ষাৰণ্য।

641. ক্ৰান্তীয় ছাভানা অঞ্চলৰ বৈশিষ্ট্য হ’ল-

(a) ঠাণ্ডাবতৰ  

(b) খুৰাযুক্ত তৃণভোজী

(c) চিৰসেউজীয়া উদ্ভিদ 

(d) অতি কম বৰষুণ

Ans: (b) খুৰাযুক্ত তৃণভোজী।

642. এটা পৰিস্থিতি তন্ত্ৰৰ কাৰ্য হল-

(a) শক্তিৰ প্ৰবাহ 

(b) খনিজ লবন প্ৰবাহ

(c) a আৰু b দুয়োটা

(d) ইয়াৰ এটাও নহয়

Ans: (a) শক্তিৰ প্ৰবাহ।

643. মুক্ত সাগৰত থকা লৱনৰ গাঢ়তা প্ৰায় –

(a) 35 শতাংশ  

(b) 3.5 শতাংশ

(c) 85 শতাংশ  

(d) 0.8 শতাংশ

Ans: (b) 3.5 শতাংশ।

644. ইক’ল’জিকেল পিৰামিডবোৰ কোনে আগবঢ়াইছিল?

(a) ওডামে  

(b) শ্বিলফৰ্ডে

(c) টেন্সলেই  

(d) এলটনে

Ans:  (d) এলটনে।

645. পৰিস্থিতি তন্ত্ৰৰ ধাৰণাটো কোনে আগবঢ়াইছিল?

(a) ওডামে  

(b) গাৰ্ডনামে

(c) বাৰ্মমিঙে  

(d) টেন্সলেই

Ans: (d) টেন্সলেই।

646. এটা পৰিস্থিতি তন্ত্ৰৰ দুটা উপাদান হল-

(a) উদ্ভিদ আৰু প্ৰাণী

(b) অপতৃণ, গছ, প্ৰাণী আৰু মানুহ

(c) শক্তিৰ প্ৰবাহ আৰু লৱন চক্ৰ

(d) জৈৱিক আৰু অজৈৱিক

Ans: (d) জৈৱিক আৰু অজৈৱিক।

647. এটা পৰিস্থিতি তন্ত্ৰৰ চালিকা শক্তি হল-

(a) জৈৱ আয়তন 

(b) উৎপাদন

(c) উৎপাদকত থকা শৰ্কৰা 

(d) সৌৰ শক্তি

Ans: (d) সৌৰ শক্তি।

648. এটা পৰিস্থিতি তন্ত্ৰৰ জৈৱিক উপাদানবোৰ হ’ল–

(a) উৎপাদক, উপভোক্তা আৰু বিয়োজকবোৰ

(b) উৎপাদক আৰু উপভোক্তাবোৰ

(c) কেৱল উৎপাদকবোৰ

(d) কেৱল উপভোক্তাবোৰ 

Ans: (a) উৎপাদক, উপভোক্তা আৰু বিয়োজকবোৰ।

649. এডাল খাদ্যশৃংখলত কেইটা ট্ৰফিক স্তৰ থাকিব পাৰে?

(a) তিনিটা বা চাৰিটা 

(b) তিনিটা

(c) দুটা 

(d) এটা 

Ans: (a) তিনিটা বা চাৰিটা।

650. এডাল খাদ্যশৃংখলৰ প্ৰাৰম্ভিক জীৱবোৰ হ’ল—

(a) উচ্চ স্তৰৰ উপভোক্তা 

(b) দ্বিতীয় স্তৰৰ উপভোক্তা

(c) প্ৰাথমিক উপভোক্তা 

(d) সালোক সংশ্লোষণবোৰ

Ans: (d) সালোক সংশ্লোষণবোৰ।

651. এডাল খাদ্যশৃংখলত হৰিণাবোৰ হ’ল—

(a) প্ৰাথমিক উৎপাদক 

(b) প্রাথমিক উপভোক্তা

(c) দ্বিতীয় স্তৰৰ উপভোক্তা 

(d) বিয়োজক

Ans: (b) প্রাথমিক উপভোক্তা।

652. সেউজীয়া উদ্ভিদবোৰে কি সংস্থাপিত কৰে?

(a) সম্পূৰ্ণ খাদ্যশৃংখল 

(b) দ্বিতীয় ট্ৰফিক স্তৰ

(c) প্রথম ট্রফিক স্তৰ 

(d) তৃতীয় ট্রফিক স্তৰ

Ans: (c) প্রথম ট্রফিক স্তৰ।

653. তৃণভূমি অঞ্চলত তলৰ কোনটো শুদ্ধ খাদ্যশৃংখল-

(a) তৃণ- সাপ- পতংগ – হৰিণ

(b) তৃৰ্ণ- ৰাংকুকুৰ- হৰিণ-ম’হ

(c) বেবেৰীয়া – ঘাঁহ – শহাপহু – ৰাংকুকুৰ

(d) ঘাঁহ-পতংগ- ভেকুলী- সাপ 

Ans: (d) ঘাঁহ-পতংগ- ভেকুলী- সাপ। 

654. পাঁচ জুন দিনটো কি হিচাপে পালন কৰা হয়—

(a) বিশ্ব পৰিৱেশ দিবস 

(b) বিশ্ব জনসংখ্যা দিৱস

(c) ডাৰউইনৰ জন্মদিন 

(d) বিশ্ব খাদ্য দিৱস

Ans: (a) বিশ্ব পৰিৱেশ দিবস।

655. এটা গছ-গছনি বিহীন “বায়’ম” হ’ল-

(a) তুন্দ্ৰা 

(b) তৃণভূমি অঞ্চল

(c) মৰুভূমি 

(d) এই আটাইবোৰ

Ans:  (d) এই আটাইবোৰ।

656. শক্তিৰ নৱীকৰণযুক্ত প্ৰধান উৎস হ’ল—

(a) অৰণ্য 

(b) ইন্ধন গেছ

(c) জন্তু 

(d) কয়লা 

Ans: (a) অৰণ্য।

657. পানী কেনেধৰণৰ সম্পদ?

(a) অপচয়হীন পৰিচাৰ্যহীন

(b) অপচয়শীল পৰিচাৰ্যশীল

(c) নৱীকৰণ যুক্ত

(d) অনৱীকৰণ যুক্ত 

Ans: (b) অপচয়শীল পৰিচাৰ্যশীল।

658. তলৰ কোনটো অনৱীকৰণ সম্পদ?

(a) পানী  

(b) বনাঞ্চল

(c) খনিজ লৱণ 

(d) সৌৰ শক্তি 

Ans: (c) খনিজ লৱণ।

659. কোনটো অনৱীকৰণ সম্পদ-

(a) কয়লা আৰু খনিজ লৱণ

(b) উদ্ভিদ আৰু কয়লা

(c) পানী আৰু প্রাকৃতিক গেছ

(d) শক্তি আৰু পানী 

Ans: (a) কয়লা আৰু খনিজ লৱণ।

660. কাঠখৰি ইন্ধনৰ নাটনি কেনেদৰে ৰোধ কৰিব পাৰি–

(a) উন্নত মানৰ ব্যৱহাৰ কৰি

(b) উন্নত মানৰ কাঠখৰি নিৰূপণ কৰি

(c) বৃহৎ বনাঞ্চল সৃষ্টি কৰি

(d) বিকল্প শক্তিৰ উৎস ব্যৱহাৰ 

Ans: (d) বিকল্প শক্তিৰ উৎস ব্যৱহাৰ। 

661. এটা নৱীকৰণ যুক্ত সম্পদ হ’ল–

(a) জীৱাস্ম ইন্ধন 

(b) ধাতু

(c) a আৰু b দুয়োটা 

(d) সূৰ্যৰ ৰশ্মি 

Ans: (d) সূৰ্যৰ ৰশ্মি। 

662. ‘ৰাষ্ট্ৰীয় বনাঞ্চল আইন’ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ? 

(a) 1972 ত 

(b) 1978ত

(c) 1982 ত 

(d) 1988 ত 

Ans: (d) 1988 ত 

663. ভাৰতবৰ্ষত বনাঞ্চলৰ পৰিমাণ প্ৰায়-

(a) 9% 

(b)19%

(c) 29% 

(d) 37% 

Ans: (b)19%

664. এটা নৱীকৰণযুক্ত শক্তিৰ উৎস হ’ল-

(a) পেট্ৰ’লজাত সামগ্ৰী

(b) কয়লা

(c) আনৱিক ইন্ধন

(d) গছগছনি 

Ans: (d) গছগছনি। 

665. বন্যপ্ৰাণী (নিৰাপত্তা) আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

(a) 1952 ত 

(b) 1963 ত

(c) 1972 ত  

(d) 1988 ত 

Ans: (c) 1972 ত

666. বিশ্বৰ প্ৰথম বনাঞ্চল সংৰক্ষণ আৰু বন্যপ্ৰাণী প্ৰতিপালনৰ কাৰ্যসূচী কোনে উদ্ভাৱন  কৰিছিল?

(a) এৰিষ্ট’টলে 

(b) প্লেটোই

(c) কৌটিল্যই 

(d) দুষ্টাটাই 

Ans: (c) কৌটিল্যই।

667. বেছিভাগ বন্যপ্ৰাণী কেতিয়া ধ্বংসপ্রাপ্ত হয় 

(a) উপযুক্ত প্ৰতিপালনৰ অভাৱত

(b) বৈদশিক বাণিজ্যৰ বাবে চিকাৰ কৰা কাৰ্য

(c) প্রাকৃতিক বাসস্থান ধ্বংস কৰিলে

(d) প্রাকৃতিক দুৰ্যোগত 

Ans: (c) প্রাকৃতিক বাসস্থান ধ্বংস কৰিলে।

668. বনাঞ্চলে কিহত অংশ গ্ৰহণ কৰে-

(a) প্ৰদূষণ প্রতিৰোধত

(b) ভূমিস্খলন ৰোধ কৰাত

(c) প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাত

(d) এই আটাইবোৰত 

Ans: (d) এই আটাইবোৰত। 

669. বনাঞ্চল ধ্বংসৰ ফলত কি হ’ব পাৰে—

(a) বন্যপ্ৰাণীৰ ক্ষতিসাধন 

(b) বানপানী আৰু খৰাং

(c) ভূমিস্খলন 

(d) এই আটাইবোৰ

Ans: (d) এই আটাইবোৰ।

670. ঝুম খেতি’ বুলিলে কি বুজা যায়-

(a) জামু গছৰ খেতি

(b) জনজাতীয় লোকে কৰা ঔষধীয় উদ্ভিদৰ খেতি

(c) পৰম্পৰাগত জনজাতীয় কৃষি পদ্ধতি

(d) কমলাৰ খেতি 

Ans: (c) পৰম্পৰাগত জনজাতীয় কৃষি পদ্ধতি।

671. বন্যপ্ৰাণী বিলুপ্তিৰ প্ৰধান কাৰণ হ’ল–

(a) মাংসৰ বাবে বন্যপ্রাণী চিকাৰ

(b) বাসস্থান ধ্বংস

(c) বায়ু আৰু জল প্ৰদূষণ

(d) এই আটাইবোৰ 

Ans: (d) এই আটাইবোৰ। 

672. এখন ঠাইৰ গছ-গছনিৰ পৰিমাণ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(a) বৰষুণৰ পৰিমাণ 

(b) ভূ-জলৰ পৰিমাণ

(c) পোহৰৰ পৰিমাণ 

(d) মাটিৰ প্ৰকৃতি 

Ans: (a) বৰষুণৰ পৰিমাণ। 

673. ভূমিস্খলন কেনেদৰে ৰোধ কৰিব পাৰি–

(a) বনানিকৰণ কৰি

(b) পক্ষীৰ সংখ্যা বৃদ্ধি কৰি

(c) চৰণীয়া পথাৰ সৃষ্টি কৰি 

(d) গছ- গছনি ধ্বংস কৰি

Ans: (a) বনানিকৰণ কৰি।

674. নৱীকৰণযুক্ত শক্তিৰ উত্তম উৎস হ’ল–

(a) জীৱ-জন্তু 

(b) খনিজ তেল

(c) কয়লা 

(d) গছ-গছনি 

Ans: (d) গছ-গছনি। 

675. নৱীকৰণযুক্ত শক্তিৰ উৎস হ’ল—

(a) জৈৱ আয়তন 

(b) কয়লা

(c) খনিজ তেল 

(d) কেৰাচিন তেল

Ans: (a) জৈৱ আয়তন।

676. এটা পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰৱাহৰ দিশ হ’ল—

(a) দ্বি মুখী 

(b) বহুমুখী 

(c) এক মুখী 

(d) এই সকলোবোৰ  

Ans: (c) এক মুখী।

677. সংৰক্ষণ মানে হ’ল–

(a) প্রাকৃতিক সম্পদৰ প্ৰতিৰক্ষা

(b) প্রাকৃতিক সম্পদৰ প্ৰতিপালন

(c) প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ

(d) এই আটাইবোৰ 

Ans: (d) এই আটাইবোৰ। 

678. খৰাং বতৰ ৰোধত বনাঞ্চলৰ ভূমিকা হ’ল—

(a) জলজ উদ্ভিদ বৃদ্ধি কৰা

(b) বৰষুণৰ পৰিমাণ বৃদ্ধি কৰা

(c) জল আহৰণ আৰু ভূমিস্খলন ৰোধ কৰা 

(d) জলাশয় হিচাপে কাম কৰে 

Ans: (c) জল আহৰণ আৰু ভূমিস্খলন ৰোধ কৰা। 

679. বনাঞ্চল ধ্বংসৰ ফলত কি হয়?

(a) সূৰ্যৰ পোহৰ বৃদ্ধি পায় 

(b) চৰণীয়া অঞ্চল বৃদ্ধি পায়

(c) অপতৃণ নাশ হয়  

(d) ভূমিস্খলন হয়

Ans: (a) সূৰ্যৰ পোহৰ বৃদ্ধি পায়।

680. বনাঞ্চল ধ্বংসই কি কমাব

(a) ভূমিস্খলন  

(b) গৰাখহনীয়া

(c) মাটিৰ উৰ্বৰতা  

(d) বৰষুণৰ পৰিমাণ

Ans: (d) বৰষুণৰ পৰিমাণ।

681. চিপকো আন্দোলন কিহৰ সৈতে জড়িত-

(a) প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ

(b) বনাঞ্চল সংৰক্ষণ

(c) উদ্ভিদ প্ৰজনন

(d) ব্যঘ্ৰ প্ৰকল্প

Ans: (b) বনাঞ্চল সংৰক্ষণ।

682. এটা সস্তীয়া, সহজলভ্য ব্যৱসায়িক আৰু অক্ষয় , শক্তিৰ উৎস হল

(a) জলশক্তি  

(b) সৌৰ শক্তি

(c) বতাহ শক্তি 

(d) তাপশক্তি

Ans: (a) জলশক্তি।

683. ভাৰতবৰ্ষত ‘ঝুম’ খেতি কত কৰা হয়?

(a) মহাৰাষ্ট্ৰত  

(b) মধ্য প্ৰদেশত

(c) উত্তৰ পূৰ্বাঞ্চলত 

(d) হিমাচল প্ৰদেশত

Ans: (c) উত্তৰ পূৰ্বাঞ্চলত।

684. এবিধ নৱীকৰনযুক্ত সম্পদ হল-

(a) মাটিৰ উৰ্বৰতা  

(b) বৰষুণৰ পৰিমাণ

(c) জীৱৰ প্ৰজাতি  

(d) বন্যপ্ৰাণী

Ans: (c) জীৱৰ প্ৰজাতি।

685. নৱীকৰণযুক্ত সম্পদবোৰ কৰ পৰা যথেষ্ট পৰিমাণে পোৱা যায়-

(a) জীৱাস্ম ইন্ধনৰ পৰা 

(b) কৃষি কাৰ্যৰ পৰা

(c) জোৱাৰৰ পৰা    

(d) বৰষুণৰ পৰা

Ans: (b) কৃষি কাৰ্যৰ পৰা।

686. ধাতবিয় খনিজ লৱণ আৰু জীৱাস্ম ইন্ধনবোৰ হ’ল-

(a) অনৱীকৰণ সম্পদ

(b) অক্ষয় সম্পদ

(c) নৱীকৰণ সম্পদ

(d) ইয়াৰ এটাও নহয় 

Ans: (a) অনৱীকৰণ সম্পদ।

687. বহুতো বন্যপ্ৰাণীৰ বিলুপ্ত হোৱাৰ কাৰণ হ’ল-

(a) খাদ্যৰ অভাৱ 

(b) জনসংখ্যা বৃদ্ধি

(c) নিষিদ্ধ চিকাৰ 

(d) বনাঞ্চল ধ্বংস

Ans: (d) বনাঞ্চল ধ্বংস।

688. ভূগৰ্ভৰ পানী হ’ল–

(a) আন্তঃৰাষ্ট্ৰীয় সম্পদ 

(b) অনৱীকৰণ সম্পদ

(c) নৱীকৰণ সম্পদ 

(d) মিশ্ৰ সম্পদ

Ans: (c) নৱীকৰণ সম্পদ। 

689. তলৰ কোনটো পিৰামিড সদায় উৰ্দ্ধমুখী–

(a) শক্তিৰ পিৰামিড 

(b) সংখ্যাৰ পিৰামিড

(c) আয়তনৰ পিৰামিড 

(d) ওপৰৰ সকলোবোৰ

Ans: (a) শক্তিৰ পিৰামড।

690. কান্হা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত-

(a) অসমত 

(b) ৰাজস্থানত

(c) উত্তৰ প্রদেশত 

(d) মধ্য প্ৰদেশত

Ans: (d) মধ্য প্ৰদেশত।

691. তলৰ কোনটোৱে বন্যপ্ৰাণী সংৰক্ষণত বিশেষভাৱে সহায় কৰিব-

(a) কঠোৰ আইন বলৱৎ কৰি

(c) অধিক সংখ্যক চিৰিয়াখানা নিৰ্মাণ কৰি

(c) অধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সৃষ্টি কৰি

(d) এই আটাইবোৰ 

Ans: (c) অধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সৃষ্টি কৰি।

692. শেহতীয়ভাৱে ভাৰতবৰ্ষৰ পৰা বিলুপ্ত হৈ যোৱা প্ৰাণীটো হ’ল-

(a) নীলগাই 

(b) চিতা বাঘ

(c) সোণালী বান্দৰ 

(d) হায়েনা 

Ans: (b) চিতা বাঘ।

693. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় উদ্ভিদ প্রজাতিবোৰক কিদৰে প্ৰতিৰক্ষা প্ৰদান কৰা হৈছে?

(a) হাৰবেৰিয়ামৰ দ্বাৰা 

(b) জিনভঁৰালৰ দ্বাৰা

(c) জিন বেংকৰ দ্বাৰা 

(d) প্রদূষণ প্রতিৰোধ কৰি

Ans: (c) জিন বেংকৰ দ্বাৰা।

694. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষভাৱে সংৰক্ষিত কৰা প্ৰাণী প্রজাতিটো হ’ল– 

(a) সিংহ 

(b) এশিঙীয়া গঁড়

(c) বাঘ। 

(d) সিংহ নেজীয়া বান্দৰ।

Ans: (d) সিংহ নেজীয়া বান্দৰ।

685. ‘ৰেড ডেট বুকৰ পৰিচালনাৰ সৈতে জড়িত সংস্থাটো হল- 

(a) IUCN. 

(b) BNHS.

(c) IBWL.  

(d)  WWF

Ans: (a) IUCN.

696. তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী

(a) সিং নেজীয়া বান্দৰ 

(b) হনুমান বান্দৰ

(c) হলৌ বান্দৰ 

(d) হৰিণ

Ans: (a) সিং নেজীয়া বান্দৰ

697. তলৰ কোনটো ভাৰতবৰ্ষৰ বিপথগামী প্ৰজাতি–

(a) ঘোঁৰা 

(b) হাতী

(c) ভাৰতীয় বন্য গাধ  

(d) কাছ  

Ans: (c) ভাৰতীয় বন্য গাধ।

698. ‘বিশ্ব বন্যপ্ৰাণী সপ্তাহ’ কেতিয়া পালন কৰা হয়?

(a) অক্টোবৰৰ প্রথম সপ্তাহত

(b) অক্টোবৰৰ শেষ সপ্তাহত

(c) অক্টোবৰৰ তৃতীয় সপ্তাহত

(d) ছেপ্তেম্বৰৰ শেষ সপ্তাহত 

Ans: (c) অক্টোবৰৰ তৃতীয় সপ্তাহত।

699. তলৰ কোনখন অসমত থকা ‘ৰাষ্ট্ৰীয় উদ্যান নহয়-

(a) নামেৰী ৰাষ্ট্ৰীয় উদ্যান

(b) ওৰাং (ৰাজীৱ গান্ধী) ৰাষ্ট্ৰীয় উদ্যান

(c) কানহা ৰাষ্ট্ৰীয় উদ্যান

(d) মানস ৰাষ্ট্ৰীয় উদ্যান

Ans: (c) কানহা ৰাষ্ট্ৰীয় উদ্যান।

700. তলৰ কোনখন অসমত থকা অভয়াৰণ্য নহয়—

(a) গিৰ অভয়াৰণ্য 

(b) বৰনদী অভয়াৰণ্য

(c) পাভৈ অভয়াৰণ্য 

(d) সোণাই ৰূপাই অভয়াৰণ্য।

Ans: (a) গিৰ অভয়াৰণ্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top