Environmental Science MCQ Part – 10

Environmental Science MCQ Part – 10, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 10

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 10 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 10 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 10

Objective Types Question Answer

901. কিমান চনত ভাৰতে সংবিধানত পৰিবেশ সংৰক্ষণৰ বিষয়টো অন্তৰ্ভুক্ত কৰিছিল?

(a) 1948 

(b) 1952

(c) 1972  

(d) 1976

Ans: (d) 1976

902. সৰ্পগন্ধা গছত পোৱা উপক্ষাৰ—

(a) ৰেজাৰ পাইন 

(b) ছাৰপেনটাইন

(c) ৰাউল ফাইন 

(d) ওপৰৰ সকলো

Ans: (d) ওপৰৰ সকলো।

903. ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত পৰিবেশ সংৰক্ষণ নাগৰিকৰ মৌলিক কৰ্তব্য বুলি উল্লেখিত হৈছে–

(a) 48-এ 

(b) 51-এ (জি)

(c) ক আৰু খ দুয়োটা  

(d) ওপৰৰ এটাও নহয়

Ans: (b) 51-এ (জি)।

904. তলৰ কোনটো তথ্য সত্য নহয়—

(a) বন সংৰক্ষণ আইন 1980

(b) জল প্ৰদূষণ নিয়ন্ত্ৰণ আইন 1974

(c) বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ আইন 1981

(d) বন্যপ্ৰাণী সংৰক্ষণ আইন 1960

Ans: (d) বন্যপ্ৰাণী সংৰক্ষণ আইন 1960 

905. পৌষ্টিক স্তৰ মানে হ’ল–

(a) পুষ্টিক অনুযায়ী বিভিন্ন প্রকাৰৰ খাদ্য।

(b) উৎপাদক, ভোক্তা আৰু বিযোজক ৰূপে সিহঁতৰ খাদ্যৰ স্তৰ ৷ 

(c) তৃণভোজী আৰু মাংসভোজীৰ ব্যৱধান

Ans: (b) উৎপাদক, ভোক্তা আৰু বিযোজক ৰূপে সিহঁতৰ খাদ্যৰ স্তৰ ৷ 

906. UNFCCC ৰ সম্পূৰ্ণ নাম হল-

(a) United Nations Framework Convention on climate change.

(b) United Nations Financial Convention.

Ans: (a) United Nations Framework Convention on climate change.

907. ৰাষ্ট্ৰসংঘই কোন চনৰ পৰা কোন চনলৈ ‘আন্তৰ্জাতিক পৃথিৱী গ্ৰহ বৰ্ষ পালন কৰিছিল?

(a) 2007-9  

(b) 2001-4

(c) 1010-13  

(d) 2005-7

Ans: (a) 2007-9  

908. সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ উদ্দেশ্যে ১৯৯৭ চনত  জাপানৰ কিঅ’টো চহৰত এখন আন্তৰ্জাতিক চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিখনৰ নাম- 

(a) কিঅ’ট সন্ধি  

(b) কিঅ’ট’ আইন

(c) কিঅ’ট প্ৰট’কল 

(d) ওপৰৰ এটাও নহয়

Ans: (c) কিঅ’ট প্ৰট’কল।

909. টাৰট্ৰাজিন কি?

(a) এবিধ কীটনাশক

(b) খাদ্য বস্তুত মিহলোৱা ৰং যি বিষক্ৰিয়া ঘটাব পাৰে

(c) এবিধ ঔষধ

(d) এটাও নহয়

Ans: (b) খাদ্য বস্তুত মিহলোৱা ৰং যি বিষক্ৰিয়া ঘটাব পাৰে

910. ‘বাটাৰফ্লাই ইফেক্ট’ বা পখিলা প্ৰভাৱ’ মানে কিয়?

(a) কোনো এখন ঠাইত অহা সামান্য পৰিৱৰ্তনে দিয়া ভৱিষ্যতৰ বিস্তৰ পৰিৱৰ্তনৰ আগজাননী।

(b) পাখিলাই পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱ

(c) ক আৰু খ দুয়োটা

(d) ওপৰৰ এটাও নহয়

Ans: (a) কোনো এখন ঠাইত অহা সামান্য পৰিৱৰ্তনে দিয়া ভৱিষ্যতৰ বিস্তৰ পৰিৱৰ্তনৰ আগজাননী।

911. বেৰেল হৈছে কোনো জুলীয়া পদাৰ্থৰ আয়তনৰ জোখ। এক বেৰেল মানে কিমান লিটাৰ?

(a) 100 লিটাৰ  

(b) 159 লিটাৰ

(c) 500 লিটাৰ 

(d) 1000 লিটাৰ

Ans:  (b) 159 লিটাৰ।

912. লঘু উপ-ভোক্তা মানে বা’ টেপ্ৰোট্ৰফ’ মানে হল-

(a) অণুজীৱ

(b) মৃতভোজী জীৱ, যেনে-কেঁকুৰা শামুক, পতংগৰ পলু আদি

(c) মানুহ

(d) সৰীসৃপ 

Ans: (b) মৃতভোজী জীৱ, যেনে-কেঁকুৰা শামুক, পতংগৰ পলু আদি

913. গোলকীয় উষ্ণতাৰ প্ৰকোপত পৃথিৱীৰ পৰা বিলুপ্ত হোৱা এবিধ প্ৰাণী হৈছে-

(a) সোণালী বান্দৰ  

(b) গুঁই সাপ

(c) সোণালী ভেকুলী  

(d) বান্দৰ

Ans: (c) সোণালী ভেকুলী।

914. কোন গৰাকী কৃষি বিজ্ঞানীৰ নেতৃত্বত বিশ্বৰ সেউজ বিপ্লৱৰ সূচনা হৈছিল?

(a) জগদীশ বসু

(b) নৰমেন আনেষ্ট বগলাৰ

(c) ক আৰু খ দুয়োটা

(d) ওপৰৰ এটাও নহয়

Ans: (b) নৰমেন আনেষ্ট বগলাৰ।

915. পৃথিৱীৰ আৰ্দ্ৰভূমি সংৰক্ষণ সম্পৰ্কীয় বিশ্ব সন্মিলন ক’ত কেতিয়া অনুষ্ঠিত হৈছিল?

(a) 1970 চনত দিল্লীত

(b) 1980 চনত লণ্ডনত

(c) 1991 চনত ৱশ্বিংটনত

(d) 1971 চনত ইৰানৰ ৰামছৰ নগৰত 

Ans: (d) 1971 চনত ইৰানৰ ৰামছৰ নগৰত। 

916. প্রাক ঔদ্যোগিক কালত কোনকেইবিধ সেউজ গৃহ গেছ বায়ুমণ্ডলত সমূলি নাছিল–

(a) কাৰ্বনডাই অক্সাইড

(b) ক্ল’ৰ’ফ্লুৰ’ কাৰ্বন-11 আৰু হাইড্ৰ’ফ্লুৰ’কাৰ্বন-23

(c) মিথেন আৰু কাৰ্বনডাই অক্সাইড

(d) এটাও নহয় 

Ans: (d) এটাও নহয়। 

917. চাপৰ একক কি?

(a) হাৰ্টজ 

(b) নিউটন

(c) জুল 

(d) পাস্কেল 

Ans: (d) পাস্কেল। 

918. আফ্ৰিকাত ‘সেউজ পটি আন্দোলন’ বা গ্ৰীণ বেল্ট আন্দোলনৰ সফল নেতৃত্ব দি শান্তিৰ ন’বেল বঁটা লাভ কৰা মহিলাগৰাকী—

(a) বাংগাৰি মাথাই 

(b) মিছেছ মাণ্ডেলা 

(c) ইন্দিৰা গান্ধী 

(d)  এজনো নহয় 

Ans: (a) বাংগাৰি মাথাই।

919. শুকান বৰফ কি?

(a) নগলা বৰফ

(b) পানীৰ ভাপ

(c) গোটা কাৰ্বনডাই অক্সাইড

(d) ওপৰৰ এটাও নহয় 

Ans: (c) গোটা কাৰ্বনডাই অক্সাইড।

920. লিণ্ডেন এবিধ–

(a) ঔষধ 

(b) কীটনাশক

(c) প্রতিষেধক 

(d) ওপৰৰ এটাও নহয় 

Ans: (b) কীটনাশক।

921. সেউজ সাৰ মানে হ’ল—

(a) সাৰ হিচাপে ব্যৱহাৰ কৰা গছৰ পাত বা সেউজীয়া অংশ।

(b) সেউজীয়া ৰঙৰ ৰাসায়নিক সাৰ

(c) সেউজীয়া পথাৰত ব্যৱহৃত সাৰ

(d) ওপৰৰ এটাও নহয় 

Ans: (a) সাৰ হিচাপে ব্যৱহাৰ কৰা গছৰ পাত বা সেউজীয়া অংশ।

922. সাধাৰণ জ্বৰত কোনবিধ গছৰ পাতৰ ৰস ঔষধৰূপে ব্যৱহাৰ কৰিব পাৰি?

(a) অমিতা 

(b) শেৱালি

(c) আম 

(d) নেমু 

Ans: (b) শেৱালি।

923. স্মৃতিশক্তিবৰ্ধক বনৌষধীবিধ হৈছে–

(a) লাজুকীলতা 

(b) টেঙেচি টেঙা 

(c) ব্ৰাহ্মী শাক 

(d) ভেদাইলতা

Ans: (c) ব্ৰাহ্মী শাক।

924. অসমৰ  কোনবিধ গছক জাতীয় বৃক্ষৰূপে ঘোষণা কৰা হৈছে?

(a) আম 

(b) কঠাল

(c) জাম 

(d) হোলোং 

Ans: (b) কঠাল।

925. ৰেচম উৎপাদনত ভাৰতৰ স্থান পৃথিৱীত-

(a) প্ৰথম 

(b) দ্বিতীয়

(c) তৃতীয় 

(d) চতুৰ্থ 

Ans: (b) দ্বিতীয়।

926. কোনবিধ ৰেচম অসমৰ বাহিৰে আন ক’তো পাবলৈ নাই?

(a) পাট 

(b) মুগা

(c) এড়ী 

(d) তচৰ 

Ans: (b) মুগা।

927. মুগাৰ বৈজ্ঞানিক নাম হ’ল-

(a) Antheraca muga

(b) Antheraea Assama

(c) Antheraca Indica

(d) এটাও নহয় 

Ans: (b) Antheraca Assama

928. এড়ী পলুৰ বৈজ্ঞানিক নাম-

(a) Phisomonia ricini

(b) Antheraea Mylitta

(c) Antheraea paphia

(d) Antheraea royeli

Ans: (a) Phisomonia ricini

929. জহকালীৰ পাচলি জিকা, ভেন্দি জাৰকালি নহয়। জাৰকালিৰ লাই, পালেং, জহকালি নহয়। এয়া কি জৈৱ বৈচিত্ৰ্য বুলিব পাৰি?

(a) জিনীয়

(b) ভৌগোলিক

(c) প্ৰজাতিগত

(d) ঋতুগত।

Ans: (d) ঋতুগত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top