English Communication Unit 3 Reading and Undertaking

English Communication Unit 3 Reading and Undertaking Notes, College and University Answer Bank for BA, B.com, Bsc and Post Graduate Notes and Guide Available here, English Communication Unit 3 Reading and Undertaking Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. English Communication Unit 3 Reading and Undertaking Question Answer can be of great value to excel in the examination.

Join Telegram channel

English Communication Unit 3 Reading and Undertaking

English Communication Unit 3 Reading and Undertaking Notes cover all the exercise questions in UGC Syllabus. The English Communication Unit 3 Reading and Undertaking provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

  1. Translate the following sentences into English

1. তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল।

Ans: Yesterday your father came to our village.

2. তেখেতে এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল।

Ans: He was born in this village.

3. তেখেত মোৰ দেউতাৰ বন্ধু।

Ans: He is my father’s friend.

4. তোমালোক এতিয়া দিল্লীত থাকা, নহয় জানো।

Ans: Now you live in Delhi, don’t you?

5. তুমি অসমীয়া লিখিব পাৰেনে ?

Ans: Can you write Assamese?

6. অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।

Ans: please come to our village in the next bihu.

7. আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।

Ans: The Bihu is not celebrated on the stage in our village.

8. কিছুমান ডেকা গাভৰুৱে পথাৰত নাচে আৰু গান গায়।

Ans: Some youths dance and sing in the field.

9. তুমি আহিলে এই বিহুনৃত্য উপভোগ কৰিব পাৰিবা।

Ans : If you come, you can enjoy the Bihu dance.

10. তোমাক লগ পালে মই বৰ আনন্দ পাম।

Ans: If I meet you, I shall be glad.

B. Translate the following sentences into English

1. তোমাৰ চিঠিখন কালি পালো।

Ans: Yesterday I received your letter.

2. এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।

Ans: I have written a letter to you just now.

3. তুমি চিঠি লিখি ভালপোৱা, নহয় নেকি?

Ans: You like writing letter, don’t you?

4. যদি গৰমৰ বন্ধত অহা, তোমাৰ লগত শ্বিলঙলৈ যাম।

Ans: If you come in summer vacation, I will go to Shillong with you.

5. শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।

Ans: The climate of Shillong is better than that of Guwahati.

6. আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।

Ans: It has been raining here for some days.

7. বৰষুণ শস্যৰ কাৰণে ভাল।

Ans: The rain is good for the crops.

8. এইবাৰ বানপানীত বহুত শস্য নষ্ট হল।

Ans: Much crops were destroyed during  this flood.

9. তুমি সাঁতুৰিব জানানে?

Ans: Do you know how to swim?

10. দেউতাই কৈছিল, “সাঁতোৰা এটা ভাল অভ্যাস।”

Ans: Father said, “Swimming is a good exercise.”

C. Translate the following sentences into English

1. আমাৰ স্কুলত এখন খেল পথাৰ আছে।

Ans: There is a playground in our school.

2. আমি তাত ফুটবল খেলোঁ।

Ans: We play football there.

3. স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়।

Ans: The sports competitions of the school are held there.

4. যোৱা বছৰ ৪০০ মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ।

Ans: Last year I stood first in the 400 metre race.

5. তোমালোকৰ স্কুলত খেল পথাৰ আছে নে?

Ans: Is there any playground in your school?

6. তুমি কি খেল আটাইতকৈ ভাল পোৱা?

Ans: Which game do you like the best?

7. আজিকালি কিছুমান ল’ৰা ছোৱালীয়েখেলাৰ সলনি টেলিভিছন চায়।

Ans: Now-a-day some children instead of playing watch television programmes.

8. আমি তেনে কৰা উচিত নহয়।

Ans: We should not do like that.

9. জীৱনৰ কৃতকাৰ্য হবলৈ আমি চেষ্টা কৰো আহা।

Ans: Let us try to be successful in life.

10. ভগৱানে আমাক সকলোকে সহায় কৰক।

Ans : May God help us all.

D. Translate the following sentences into English

1. আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে।

Ans: All the members of our family get up early in the morning.

2. যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো।

Ans: I went to Shillong during summer vacation last year.

3. গীতা তিনি বছৰ বয়সৰ পৰা আমেৰিকাত আছে।

Ans: Geeta has been in America since she was 3 years old.

4. তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো।

Ans: When you came, T was reading English.

5. আমি খেলপথাৰ পোৱাৰ আগত খেল আৰম্ভ হৈছিল।

Ans: The match had begun before we reached the field.

6. কালি মই চুলি কটালো।

Ans: I had my hair cut yesterday.

7. বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত হল।

Ans: The tiger was killed by a hunter named Jim Corbett.

8. তেওঁ মোক সুধিলে,” তুমি নৈখন সাঁতুৰি পাৰ হব পাৰিবানে?

Ans: He said to me, “Can you swim across the river?

9. তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমিও হব লাগিব।

Ans: You need to be not only intelligent but also diligent.

10. তুমি কালি লগ পোৱা মানুজন এজন ভাল সঙ্গীতজ্ঞ।

Ans: The man whom you met yesterday is a good musician.

E.Translate the following sentences into English

1. আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেল পথাৰ আছে।

Ans: There is a playground in front of our school.

2. আমি মাজে সময়ে তাত খেলা- ধূলা কৰো।

Ans: We play there occasionally.

3. শিক্ষক সকলে আমাক খেলিবলৈ উৎসাহ দিয়ে।

Ans: The teachers inspire us to play.

4. আমাৰ প্ৰধান শিক্ষকে কয়, “তোমালোকে খেলত ভাগ লব লাগে। ই স্বাস্থ্যৰ বাবে উপকাৰী।”

Ans: Our headmaster says, “You should take part in games and sports. It is useful for health.”

5. সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়।

Ans : We are allowed to play one day in a week.

6. মই ফুটবল অথবা ভলীবল খেলোঁ।

Ans: Some others play cricket.

7. আন কিছুমানে ক্ৰিকেট খেলে।

Ans : We come here to play in holidays.

8. বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ আহোঁ।

Ans : We come here to play in holidays.

9. দুই-এজন ডেকা শিক্ষকেও আমাৰ লগত খেলিবলৈ আহে।

Ans : A few young teachers also come to play with us.

F.Translate the following sentences into English

1. আমি এখন গাঁৱত বাস কৰোঁ।

Ans: We live in a village.

2. গাঁওখন চহৰৰ পৰা বেছি আঁতৰত নহয়।

Ans: The village is not far from the town.

3. ঘৰত মোৰ মা-দেউতা আৰু ভনী এজনী আছে।

Ans: I have in my home my parents and a sister.

4. দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে।

Ans: Father does cultivation in our own land.

5. তেখেতক সহায় কৰিবলৈ দুজন বনুৱাৰ ৰাখিছে।

Ans: He has also kept two labours to help him.

6. আমাৰ লাগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে।

Ans: We need not to buy many of the things essential for us.

7. সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয়।

Ans: They are produced in our fields.

Those are grown in our field.

8. আমাৰ এটা মাছ পোহা পুখুৰীও আছে।

Ans: We have also a fishery.

9. কলদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি বৈ গৈছে।

Ans: The river Kaldia flows by our village.

10. মাজে সময়ে আমি নৈত মাছ ধৰোঁ।

Ans: Occasionally we catch fish in the river.

G.Translate the following sentences into English

1. বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়।

Ans: The sun rises in the east and sets in the west.

2. তোমালোক এতিয়া কি কৰি আছা?

Ans: What are you doing now?

3. আমি সদায় নদীৰ পাৰত ফুৰো।

Ans: We always walk on the river bank.

4. ছোৱালীজনীয়ে গান গাই আছে।

Ans: The girl is singing.

5. তুমি গাড়ি চলাব পাৰা নে?

Ans: Can you drive a car?

6. তেওঁৰ ভাগৰ লাগিছে।

Ans: He is tired.

7. ল’ৰাটো বুধিয়ক যেন লাগে।

Ans: The boy seems to be intelligent.

8. যোৱামাহত মই তিতাবৰলৈ গৈছিলো।

Ans: I went to Titabar last month.

9. তাত মোৰ মাক-দেউতাক থাকে।

Ans: My parents live there.

10. তেওঁলোক তাত জন্মৰ পৰাই আছে।

Ans : They have been there since they were born.

H.Translate the following sentences into English

1. আজি দেওবাৰ। আমাৰ দেউতাও ঘৰত থাকিব। তেখেত চৰকাৰী চাকৰিয়াল। মই আৰু মোৰ ভাইটো আজি চিৰিয়াখনা চাবলৈ যাম। যোৱা কালি আমি দেউতাৰ পৰা আমি অনুমতি বিচাৰিলো। তেখেতে ক’লে, “আৰু কোনোবা যাব নেকি? “মই কলো যে আমাৰ লগত অইন কোনো নাযায়। আমি দুয়োজন একেলগে যাম। তেতিয়া দেউতাকে ক’লে – “তেনেদৰে যাব নোৱাৰা। মই তোমালোকক গাড়ীৰে লৈ যাম।

Ans: Today is sunday. Our father will also be at home. He is a government employee. My brother and I shall go to visit the Zoo today. Yesterday we sought permission from father. He said, “Will someone else go with you?” I told that no one else go with us. We two would go together. Then father said, “You cannot go like that. I shall take you by car.”

I.Translate the following sentences into English

1. ৰাজীৱ আৰু মই একে শ্ৰেণীৰ পঢ়োঁ।

Ans: Rajib and I read in the same class.

2. ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক।

Ans: Rajib’s father is our teacher.

3. তেখেতে আমাক বিজ্ঞান শিকা

Ans: His father teaches us Science.

4. আজি মই স্কুললৈ যাব পৰা নাছিলো।

Ans: Today I could not go to school.

5. মোৰ মাৰ অসুখ হৈছিল।

Ans: My mother was ill.

6. মই ডাক্তৰ মাতিবলৈ গৈছিলো।

Ans: I went to call a doctor.

7. আবেলি মই ৰাজীৱক লগ পাবলৈ গ’লো।

Ans: I went to meet rajib in the evening.

8. শ্ৰেণীত কি শিকোৱা হ’ল মই জানিব খুজিছিলো।

Ans: I wanted to know what was taught in the class.

9. ৰাজীৱৰ দেউতাকে মোক সুধিলে, “আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?”

Ans: Rajib’s father said to me, “You haven’t gone to school today, have you?

10. মই তেখেতক কলো যে মোৰ মাৰ অসুখ।

Ans : I told him that my mother was ill.

J. Translate the following sentences into English

1. ললিতা এজনী মেধাবী ছাত্ৰী।

Ans: Lalita is a meritorious student.

2. এবছৰ আগতে তেওঁৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল।

Ans: Her maternal uncle presented her an English dictionary a year ago.

3. তেওঁ তাইক কৈছিল- “এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা, নহয় নে ?

Ans: He said to her, “A dictionary is an essential tool in learning a language, Isn’t it?”

4. যদি তুমি নতুন শব্দ এটা পোৱা, অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰু ব্যৱহাৰ শিকিবা।

Ans: If you find a new word, you look it up the dictionary and learn its meaning and usage.

5. অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে।

Ans: He taught her how to use a dictionary.

6. উপহাৰটো সচাকৈ ললিতাক অনুপ্ৰাণিত কৰিলে।

Ans: The present has really inspired Lalita.

7. তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত তেওঁৰ সংগী হৈ আছে।

Ans: The dictionary has been her helper in her study room since then.

8. এতিয়া পৰীক্ষাৰ কাৰণে তাই খুব পৰি আছে।

Ans: Now she is reading very much for the examination.

K. Translate the following sentences into English

1. সজ নাগৰিক সকল দেশ এখনৰ সম্পদ।

Ans: Good citizens are resources of a country.

2. দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে।

Ans: Development of a country depends on them.

3. ছাত্ৰ অৱস্থা হল প্ৰস্তুতিৰ সময়।

Ans: Students life is the time for preparation.

4. এই সময়তে ছাত্ৰ-ছাত্ৰী সকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত।

Ans: It is during this time that the students should practise the good habits.

5. তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ’ব পাৰিব। 

Ans: Then only they can be good citizens in future.

6. এই ক্ষেত্ৰত শিক্ষক সকলে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে।

Ans : Teaches may help the students in this regard.

L. Translate the following sentences into English

1. গছৰ পাতবোৰ সেউজীয়া।

Ans: Leaves are green.

2. গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে।

Ans: Trees give us flower, fruit and shade.

3. জ্ঞানী লোকে কয়, “এজোপা গছ দহজন পুতেকৰ সমান।”

Ans: Wise man says, “A tree is equal to ten sons.”

4. তুমি গছৰ যতন কৰা নে ?

Ans: Do you take care of tree?

5. পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিব লাগিব।

Ans: We must take care of trees to keep the earth green.

6. গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।

Ans: Trees and animals are dependent on each other.

M. Translate the following sentences into English

1. অসম এখন ধুনীয়া প্ৰদেশ।

Ans: Assam is a beautiful province.

2. ই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত।

Ans: It is situated in the north eastern part of India.

3. শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি।

Ans: Srimanta Sankardev is the noblest person of Assam.

4. মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে।

Ans: One should always love one’s fellow men.

5. তুমি মটৰ গাড়ী চলাব জানানে ?

Ans: The teacher said to Ramen, “Be careful while crossing the road.”

N. Translate the following sentences into English

1. মায়ে মোক সুধিছিল, “সঁচা কথা কৈছানে ?”

Ans: Mother said to me, “Are you speaking the truth?”

2. মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই।

Ans: I can hardly swim.

3. তুমি কেতিয়াবা সিংহ দেখিছানে ?

Ans: Have you ever seen a lion?

4. যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ।

Ans: The man who came to our school I know him.

5. মই নহালৈকে তুমি ৰ’বা।

Ans: Wait until I come.

O. Translate the following sentences into English

1. এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ।

Ans: This book is mine and that’s yours.

2. সোন এবিধ মূল্যবান ধাতু।

Ans: Gold is a valuable metal.

3. অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা।

Ans: Please tell him to open the door.

4. তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো।

Ans: I was reading a newspaper when he came.

5. আলি বাট পাৰ হওঁতে সাৱধান হবা।

Ans: Be careful while cross the road.

P. Translate the following sentences into English

1. পৃথিৱীখন ঘূৰণীয়া।

Ans: The earth is round.

2. তেওঁলোকক ভিতৰলৈ আহিব দিয়া।

Ans: Let them come in.

3. তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা ?

Ans: How much time do you spend daily in your study?

4. আজি ৰাতি বৰষুণ দিব পাৰে।

Ans: It may rain tonight.

5. বঢ়া মানুহ জনে বৰ লাহে লাহে কথা কয়।

Ans: The old man speaks very slowly.

Q. Translate the following sentences into English

1. মীনা যেনেকুৱা বুদ্ধিয়ক, লীলাও তেনেকুৱা।

Ans: Lila is as intelligent as Mina.

2. জোনে ৰাতিহে পোহৰ দিয়ে।

Ans: Moon gives light at night.

3. তুমি কালি স্কুললৈ গৈছিলানে ?

Ans: Did you go to school yesterday?

4. সি ককায়েকক খুব ভাল পায়।

Ans: He loves his grandfather too much.

5. ৰিনটুৱে কৈছিল, “এইটো কি সুন্দৰ পুতলা।”

Ans: Rintu said, “What a beautiful toy it is !”

R. Translate the following sentences into English

1. যদুৱে মোক সুধিছিল, “ৰাজু ইংৰাজীত ভাল নে?

Ans : Jadu asked me, “Is Raju good in English?”

2. দোকমোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস।

Ans : Getting up early in the morning is his habit.

It’s his habit to get up early in the morning.

3. মিছা কথা কোৱা উচিত নহয়।

Ans: One should not tell a lie.

4. সৌ গছডাল ইমান ওখ।

Ans: How much tall the tree is !

5. কিতাপখন টেবুলৰ ওপৰত আছে।

Ans: The book is on the table.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top