Deha garaka Prem Pdf Book – দেহা গৰকা প্ৰেম

Deha garaka Prem (দেহা গৰকা প্ৰেম) –A Book of Assamese Short Stories, written by Prof Mahima Bora and Published by Satyendra Kumar das. The book was first published in the year 1967.

Deha garaka Prem Pdf Book - দেহা গৰকা প্ৰেম
দেহা গৰকা প্ৰেম

Deha garaka Prem Pdf Book – দেহা গৰকা প্ৰেম

Join Telegram channel

If you like toe story please provide us with a review of the story. You can download the book from the Devlibrary eBook Platform. You Can Read the ebook on your Computer, Kindle ebook Reader, Tablet or Smartphone.

Book Details

  • Name – Deha garaka Prem – দেহা গৰকা প্ৰেম
  • Author – Prof. Mahima Bora
  • Genre –  Novel
  • Year of Publishing – 1989
  • Edition – Second
  • Total Pages – 122 (in the PDF)

Source Wiki: Mahima Bora

মহিম বৰাৰ ১৯২৩ চনত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল ৰামতামুলী বংশৰ গজেন নাথ বৰা আৰু মাক চন্দ্ৰকান্তি বৰা’। ১৯৫৭ চনত মহিম বৰাই জামুগুৰিহাটৰ দীপ্তিৰেখা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। মহিম বৰাই নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ হাটবৰত থকা নিজা ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰে।

১৯৪৪ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ২য় বৰ্ষৰ (ইণ্টাৰমিডেট) পৰীক্ষাত উত্তীৰ্ণ হয়।

১৯৪৮ চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ পৰা স্নাতক সন্মান লাভ কৰে। ১৯৫২ চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।

যদি আপোনাৰ এই প্ৰবন্ধটো পঢ়ি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি review দিবলৈ নাপাহৰিব। আপুনি এই কিতাপখন Devlibrary eBook Platform ত পায় যাব।  আপুনি আপোনাৰ কম্পিউটাৰ, মোবাইল ফোন, tablet ত সহজে পঢ়িব পাৰিব একেবাৰে বিনামূল ধ্যানবাদ।

Disclaimer:- Dev Library is not the owner of the books and neither it creates books. We just provide the links of the book for the rural and poor students who don’t afford to buy books. Those E-Books and Pdfs are already available on the internet. For any reason, if someone thinks that I’m violating any laws or if anyone has any issues regarding this, please feel free to Contact Us.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top