Constitutional Government and Democracy in India Unit 3 Organs of Government – II

Constitutional Government and Democracy in India Unit 3 Organs of Government – II Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 3 Organs of Government – II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 3 Organs of Government – II Question Answer can be of great value to excel in the examination.

Constitutional Government and Democracy in India Unit 3 Organs of Government – II

Join Telegram channel

Constitutional Government and Democracy in India Unit 3 Organs of Government – II Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 3 Organs of Government – II provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Organs of Government – II

POLITICAL SCIENCE

CONSTITUTIONAL GOVERNMENT AND DEMOCRACY IN INDIA

ভাৰতৰ সাংবিধানিক চৰকাৰ আৰু গণতন্ত্ৰ

  • The Judiciary: High Courts and Supreme Court, Judicial Review.
  • ভাৰতৰ ন্যায়পালিকা: উচ্চতম ন্যায়লয়, ন্যায়িক সমীক্ষা
  • Relation between Executive and Judi ciary, Judicial Activism, Public Interest Litigation (PIL)
  • চৰকাৰৰ বিভিন্ন অংগৰ মাজৰ ক্ষেত্ৰাধিকাৰৰ বিষয়ত সংঘাত,ন্যায়িক সক্রিয়তা,ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ

1. In which year Supreme Court of India came in to force ?

Ans: 1950 January 28

2. Who is the first chief Justice of India ?

Ans: Harilal J Kania 

3. Who is the 40th (current) Chief Justice of india?

Ans: Justice Sathasivam.

4. Who is the first female judge of supreme court?

Ans: Fathima Beevi.

5. Which High Court for the first time in India declared ‘Bandh” as illegal?

Ans: Kerala High Court.

6. Which state has no Panchayati Raj Institution?

Ans: Nagaland.

7. Which High Court has the largest jurisdic tion in the terms of states?

Ans: Gauhati High Court.

8. Second largest judicial complex in the World ?

Ans: Madras High Court

9. Supreme Court Judges retire upon attaining the age of ?

Ans: 65 years.

10. Total number of High Court in India?

Ans: 24.

11. The age of retirement of a Judge of a High Court in India is?

Ans: 62 years.

12. Who was the first person to be directly ap- pointed as the Judge of Supreme Court?

Ans: Kuldeep Singh.

13. Which of the following is the oldest High Court in India?

Ans: High Court of Calcutta. 

14. Who was the first woman judge to be ap- pointed Chief Justice of a High Court?

Ans: Justice Smt Leila Seth.

15. Andaman and Nicobar islands come under the jurisdiction of which of the following High Courts?

Ans: Calcutta High Court.

16. The pension of a high court judge is charged to the ?

Ans: Consolidated Fund of India.

17. The power of Supreme Court of India to decide the dispute between the centre and states falls under its?

Ans: Original jurisdiction.

18. Which article in Indian Constitution gives the power of Writ jurisdiction to Supreme court ?

Ans: Article 32.

19. Who appoints the judges of supreme court ?

Ans: President.

20. What is the monthly salary of chief Justice of Supreme court ?

Ans: 1 lakh.

21. What is the monthly salary of judge of Supreme court ?

Ans: 90,000.

22. Who is the present (40th) Chief Justice of India ?

Ans: P. Sathasivam.

চমু উত্তৰ দিয়া

১। ন্যায়পালিকা মানেনো কি?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ এটা অন্যতম বৈশিষ্ট্য হ’ল স্বাধীন বিচাৰ বিভাগ অর্থাৎ ন্যায়পালিকা। যুক্তৰাষ্ট্ৰীয় সংবিধানত ন্যায়পালিকাই এটি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ন্যায়পালিকাই চৰকাৰৰ আন দুটা অংগ : বিধানমণ্ডল আৰু কার্যপালিকাক অ-সাংবিধানিক কাৰ্য কৰাৰ পৰা বিৰত ৰাখে আৰু নাগৰিকৰ অধিকাৰবোৰ অক্ষুণ্ণ ৰখাত সহায় কৰে।

২। আইনৰ শাসন মানে কি?

উত্তৰঃ আইনৰ চকুত সকলো সমান।

৩। ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অবস্থিত?

উত্তৰঃ দিল্লীত।

৪। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ ৬৫ বছৰ।

৫। উচ্চতম ন্যায়ালয়ৰ ভাৰতীয় সংবিধানৰ অভিভাৱক হয় নে নহয় লিখা।

উত্তৰঃ হয়।

৬। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ ৬২ বছৰ বয়সত।

৭। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশজনৰ যিকোনো এটা যোগ্যতাৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ ১। ব্যক্তিজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

৮। উচ্চতম ন্যায়ালয়ৰ যিকোনো এটা ক্ষমতাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ মৌলিক ক্ষেত্ৰাধিকাৰ।

৯। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী ভাৰতীয় ৰাজ্যসমূহত উচ্চ ন্যায়ালয় গঠনৰ কথা উল্লেখ আছে?

উত্তৰঃ ২১৪ নং অনুচ্ছেদ। 

১০। ন্যায়িক সক্রিয়তা মানে কি?

উত্তৰঃ ভাৰতবৰ্ষত সাম্প্রতিক কালছোৱাত গণতান্ত্রিক অৱনতি আৰু দুৰ্নীতিৰ পয়োভৰ ঘটাত জনস্বার্থ হানি হ’বলৈ ধৰিছে। ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ ন্যায়পালিকা অধিক সক্রিয় হ’বলৈ বাধ্য হৈছে আৰু ন্যায়পালিকাৰ ‘ন্যায়িক সক্রিয়তা’ নীতি আচম্বিতে বহিঃপ্রকাশ ঘটিছে আৰু বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ৰচনাধর্মী প্রশ্নোত্তৰ

১। উচ্চ ন্যায়ালয়ৰ ক্ষমতাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১। মৌলিক ক্ষেত্ৰাধিকাৰ: মুম্বাই, কলকাতা আৰু চেন্নাই এই তিনিখন ‘প্রেসিডেন্সি টাউন’ৰ উচ্চ ন্যায়ালয় সমূহে দেৱানী আৰু ফৌজদাৰী উভয় মুকৰ্দমাৰ ক্ষেত্ৰত মৌলিক অধিকাৰ ক্ষেত্র ভোগ কৰে।

২। মৌলিক অধিকাৰ সন্দৰ্ভত ক্ষেত্ৰাধিকাৰ: সংবিধানৰ ২২৬ নং অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়ে নাগৰিক সকলৰ মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে লেম জাৰি কৰিব পাৰে।

৩। আপীল বিচাৰ ক্ষেত্ৰাধিকাৰ: উচ্চ ন্যায়ালয় হ’ল ৰাজ্যিক ন্যায়পালিকাৰ সৰ্বোচ্চ আপীল ন্যায়ালয়। ইয়াৰ দেৱানী আৰু ফৌজদাৰী উভয় মোকদৰ্মাৰ আপীল বিচাৰ কৰাৰ ক্ষমতা আছে।

৪। অভিলেম আদালত: উচ্চতম ন্যায়ালে দৰে উচ্চ ন্যায়ালয়কো অভিলেম আদালত বুলি গণ্য কৰা হয়। কোনে ব্যক্তি বা অনুষ্ঠানে উচ্চ ন্যায়ালয়ক অবমাননা কৰিলে শান্তি বিধান কৰিব পাৰে।

২। ন্যায়িক সমীক্ষাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা আছে। সংসদে প্রণয়ন কৰা আইনৰ বৈধতা উচ্চতম ন্যায়ালয়ে পৰীক্ষা কৰি চাব পাৰে। কেন্দ্রীয় সংসদ বা ৰাজ্যিক বিধানমণ্ডলে প্রণয়ন কৰা আইন যদি অসাংবিধানিক হয়, তেনে আইনক অবৈধ বুলি ঘোষণা কৰি নাকচ কৰিব পাৰে।

৩। লেখ বুলিলে কি বুজা? সেইবোৰ কি কি?

উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহ হ’ল সংবিধানৰ ব্যাখ্যা কাৰক আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষক। নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হ’লে উচ্চতম ন্যায়ালয়ে নাগৰিকৰ এই অধিকাৰ ৰক্ষণাবেক্ষণ বা সাব্যস্ত কৰাৰ কাৰণে কোনো আদেশ বা নির্দেশ জাৰি কৰিব পাৰে। এই আদেশ বা নির্দেশকে ‘লেখ’ বুলি কোৱা হয়। উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় সমূহে জাৰি কৰিব পৰা লেখ সমূহ হ’ল- 

(ক) বন্দী প্রত্যক্ষীকৰণ। 

(খ) পৰমাধিদেশ।

(গ) নিষেধাজ্ঞা।

(ঘ) কৈফিয়ৎ তলবী।আৰু 

(৫) উৎপ্রেক্ষষণ।

৪। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কার্যাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ শিখৰত উচ্চতম ন্যায়ালয় অৱস্থিত। সংবিধানৰ পঞ্চম অংশৰ চতুর্থ অধ্যায়ৰ ১২৪ নং অনুচ্ছেদত উচ্চতম ন্যায়ালয় সম্পর্কে লিপিবদ্ধ কৰা আছে। উচ্চতম ন্যায়ালয় হ’ল ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ সৰ্বোচ্চ ক্ষমতাৰ গৰাকী।

গঠন: সংবিধানৰ ১২৪ (১) নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু সংসদে আইনৰ জৰিয়তে বৃদ্ধি নকৰালৈকে অন্যান্য ৭ জন ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হ’ব। সেই অনুসৰি ১৯৫০ চনত মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা আছিল ৮ জন। বর্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সদস্য সংখ্যা ৩১ জন।

অর্হতা: সংবিধানৰ ১২৪ (২) অনুচ্ছেদ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৰ্হতাৰ বিষয়ে বর্ণিত আছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ’বলৈ এজন ব্যক্তিৰ তলত উল্লেখ কৰা অৰ্হতাসমূহ থাকিব লাগিব।

১। ব্যক্তিজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

২। তেওঁ এক বা একাধিক উচ্চ ন্যায়ালয়ত একেলেথাৰিয়ে পাঁচ বছৰকাল ন্যায়াধীশ হিচাপে কাম কৰিব লাগিব।

ক্ষমতা আৰু কার্যাবলী:

১। মৌলিক ক্ষেত্ৰাধিকাৰ: উচ্চতম ন্যায়ালয়ে কিছুমান মোকদৰ্মাৰ শুনানি পোনপটীয়াকৈ গ্রহণ কৰিব পাৰে। ইয়াক মৌলিক ক্ষেত্ৰাধিকাৰ বুলি কোৱা হয়।

২।আপীল বিচাৰৰ ক্ষেত্ৰাধিকাৰ: ভাৰতৰ উচ্চতম ন্যায়ালয় হ’ল সাংবিধানিক, দেৱানী আৰু ফৌজদাৰী গোচৰ আপীল বিচাৰ কৰা দেশৰ সৰ্বোচ্চ আপীল ন্যায়ালয়।

৩।পৰামৰ্শ দানৰ ক্ষেত্ৰাধিকাৰ: উচ্চতম ন্যায়ালয়ে পৰামৰ্শদানৰ ক্ষমতা ভোগ কৰে। সংবিধানৰ ১৪৩ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ওচৰত আইন নাইবা তথ্য সংক্রান্ত বিষয় উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকিলে তেওঁ তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিব পাৰে।

৪। বিবিধ ক্ষমতা: ওপৰত আলোচনা কৰা তিনিবিধ অধিকাৰৰ ক্ষেত্ৰত ভোগ কৰা ক্ষমতাৰ উপৰি উচ্চতম ন্যায়ালয়ে অন্যান্য ভালেমান ক্ষমতা ভোগ কৰে। যেনে:

(ক) সংবিধান ৰক্ষক হিচাপে কাম কৰে।

(খ) ন্যায়িক সমীৰণ।

(গ) মৌলিক অধিকাৰৰ অভিভাৱক।

(ঘ) অভিলেখ আদালত। 

(ঙ) নিজৰ ৰায় পুনর্বিবেচনাৰ ক্ষমতা।

(চ) আদালত অৱমাননা কৰাৰ বাবে শাস্তি প্রদান ইত্যাদি।

৫। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ যোগ্যতা, কার্যকাল, ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিখা?

উত্তৰঃ ৰাজ্যিক ন্যায়িক বিভাগৰ শীৰ্ষত একোখন উচ্চ ন্যায়ালয় আছে। প্ৰতিখন ৰাজ্যৰ একোখন এনে ন্যায়ালয় থাকিলেও কোনো কোনো ক্ষেত্ৰত একাধিক ৰাজ্যৰ বাবে এখন উচ্চ ন্যায়ালয়কে বিচাৰ বিভাগৰ দায়িত্ব দিয়া ব্যৱস্থাও আছে। উদাহৰণস্বৰূপে গুৱাহাটী উচ্চ ন্যায়ালয়ে ওচৰ চুবুৰীয়া সৰু সৰু কেইবাখনো ৰাজ্যৰ বিচাৰ ব্যবস্থা চলায়।

এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশেৰে একোখন উচ্চ ন্যায়ালয় গঠন কৰা হয়। এই বিচাৰপতিৰ সংখ্যা ৰাষ্ট্ৰপতিয়ে নিৰ্দ্ধাৰণ কৰে। ইয়াৰ বিচাৰপতিসকলকো ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। 

ন্যায়াধীশৰ যোগ্যতা:

ন্যায়াধীশসকলৰ যোগ্যতা এনেধৰণৰ থাকিব লাগে-

(ক) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগে।

(খ) যিকোনো আদালতত তেওঁ অন্ততঃ দহ বছৰ কাল ওকালতি কৰা হ’ব লাগে।

(গ) অন্ততঃ দহ বছৰ কাল তেওঁ ন্যায়িক সেৱাত কাম কৰা ব্যক্তি হ’ব লাগে।

ন্যায়াধীশৰ কাৰ্যকাল:

উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকল ৬২ বছৰ বয়স পর্যন্ত সেইপদত থাকিব পাৰে।

অক্ষমতা, অসদাচৰণ নাইবা সংবিধান ভঙ্গৰ অপৰাধত বিচাৰপতিসকলক সংসদে সেই পদৰ পৰা অপসাৰণ কৰিব পাৰে। এনে অপৰাধৰ প্ৰস্তাৱ উভয়সদনৰ দুই তৃতীয়াংশ ভোটাধিক্যত গৃহীত হ’ব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top