মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা আৰু সমাযোজন – Concept of Mental Health and Hygiene

মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা আৰু সমাযোজন – Concept of Mental Health and Hygiene, Adjustment is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা আৰু সমাযোজন – Concept of Mental Health and Hygiene, Adjustment.

মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা আৰু সমাযোজন – Concept of Mental Health and Hygiene, Adjustment

Join Telegram channel

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা আৰু সমাযোজন – Concept of Mental Health and Hygiene, Adjustment for All notes, You can practice these here.

মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা আৰু সমাযোজন

CHILD DEVELOPMENT AND PEDAGOGY

সমাযোজন, মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণা (Adjustment, Concept of Mental Health and Hygiene) :- ‘সমাযোজন’ শব্দটো মূলত : জীৱ-বিজ্ঞানত ব্যৱহাৰ হোৱা এটা শব্দ। ইয়াক অৱশ্যে মনোবিজ্ঞানতো ব্যৱহাৰ কৰা হয়। জীৱ-বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সমাযোজনৰ সংজ্ঞা এইদৰে দিব পাৰি।

‘যি কোনো প্রাণীয়ে নিজৰ দেহৰ গঠন, কার্যপ্রণালী, অঙ্গ আৰু কোষৰ পৰিৱৰ্তন সাধি পৰিৱেশৰ লগত মিলি থকা প্রক্রিয়াকে সমাযোজন বোলে।’ সমাযোজন প্ৰক্ৰিয়াৰ মূল লক্ষ্য হল সমাৱস্থান সাধন কৰা ভৌতিক পৰিৱেশৰ কিছুমান উপাদানে সততে প্ৰাণীৰ শৰীৰৰ আভ্যন্ত ভাৰসাম্যতা নষ্ট কৰিবলৈ প্ৰয়াস কৰে। এনে অৱস্থাত প্রাণীয়ে নিজৰ শৰীৰৰ বিভিন্ন কাৰ্যপ্ৰণালীৰ উপযুক্ত সাল-সলনি ঘটাই পূৰ্বৰ ভাৰসাম্যতা ঘূৰাই আনিবলৈ চেষ্টা কৰে।

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান (Mental Health and Hygiene) :- ব্যক্তি মনৰ স্বাস্থ্য ৰক্ষাৰ লগত জড়িত আটাইবোৰ দিশৰ প্রণালীবদ্ধ আলোচনা বা অধ্যয়নেই হৈছে মানসিক স্বাস্থ্য বিজ্ঞান। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে পৰিৱেশত সকলোবোৰ অসুস্থ আৰু প্ৰতিকূল প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত প্ৰতিক্রিয়াশীল ব্যক্তিৰ মন ৰোগমুক্ত কৰি ৰখা। ইয়াৰ উপৰি ব্যক্তিৰ মনৰ ভাৰসাম্য ৰক্ষা কৰি চলি সুস্থ, সুন্দৰ আৰু সুখী জীৱন যাপনত সহায় কৰাই হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য।

মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ ভিতৰত অন্তর্ভুক্ত বিষয়সমূহ হ’ল :-

(ক) ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা কৰা।

(খ) মানসিক ৰোগৰ সৃষ্টিত বাধা দিয়া।

(গ) ইয়াৰ চিকিৎসা এই সম্বন্ধীয় গৱেষণা কৰা।

মানসিক স্বাস্থ্যবিজ্ঞানৰ কৰ্তব্যসমূহ হ’ল :-

(ক) মানসিক ৰোগৰ লক্ষণসমূহ ধৰিব পৰাকৈ আৰু সঠিকভাৱে ৰোগ নিৰ্ধাৰণ আৰু তাৰ চিকিৎসা কৰিব পৰাকৈ বিশেষজ্ঞ উপযুক্তভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। 

(খ) চৰকাৰী আৰু অনাচৰকাৰী প্ৰচাৰ মাধ্যমসমূহ, যেনে- ৰেডিঅ’ কথাছবি, টিভি, বাতৰি কাকত আমি এই ক্ষেত্ৰত উপযোগী কৰি তুলিব লাগে।  

(গ) জনকল্যাণমূলক আৰু জন-স্বাস্থ্য ৰক্ষাৰ অনুষ্ঠানসমূহে প্ৰদৰ্শনী, আলোচনা চক্ৰ আদিৰ আয়োজন কৰি মানসিক স্বাস্থ্যবিজ্ঞানৰ ব্যাপক চিন্তা-চৰ্চাৰ ব্যৱস্থা কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top