Class 9 Social Science MCQ Chapter 10 ভাৰতৰ ৰাজনৈতিক দল

Class 9 Social Science MCQ Chapter 10 ভাৰতৰ ৰাজনৈতিক দল, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 10 ভাৰতৰ ৰাজনৈতিক দল Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 10 ভাৰতৰ ৰাজনৈতিক দল

Join Telegram channel

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 10 ভাৰতৰ ৰাজনৈতিক দল Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 10 ভাৰতৰ ৰাজনৈতিক দল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতৰ ৰাজনৈতিক দল

Chapter – 10

তৃতীয় খণ্ড : ৰাজনীতি বিজ্ঞান

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল—

(ক) ডি. এম. কে।

(খ) জনতা দল।

(গ) ভাৰতীয় জাতীয় কংগ্ৰেছ।

(ঘ) ক্রান্তি দল।

উত্তৰঃ (গ) ভাৰতীয় জাতীয় কংগ্ৰেছ।

2. ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?

(ক) ১৮৮৫ চনত।

(খ) ১৯৮৫ চনত।

(গ) ১৮৮৩ চনত।

(ঘ) ১৮৮৬ চনত।

উত্তৰঃ (ক) ১৮৮৫ চনত।

3. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি—

(ক) কার্ল মার্ক্স।

(খ) চিত্তঞ্জন দাস।

(গ) মতিলাল নেহেৰু।

(ঘ) উমেশ চন্দ্ৰ বেনাৰ্জী।

উত্তৰঃ (ঘ) উমেশ চন্দ্ৰ বেনাৰ্জী।

4. ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল?

(ক) ১৯৫০ চনত।

(খ) ১৯৫২ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৮৫২ চনত।

উত্তৰঃ (খ) ১৯৫২ চনত।

5. স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী—

(ক) জাকিৰ হুছেইন।

(খ) মোৰাৰজী দেশাই।

(গ) জৱাহৰলাল নেহেৰু।

(ঘ) মনমোহন সিং।

উত্তৰঃ (গ) জৱাহৰলাল নেহেৰু।

6. অসম গণ পৰিষদ দলটো কোনখন ৰাজ্যৰ?

(ক) অসম।

(খ) অৰুণাচল।

(গ) পঞ্জাৱ।

(ঘ) অন্ধ্র প্রদেশ।

উত্তৰঃ (ক) অসম।

7. কোনখন দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট?

(ক) ভাৰত।

(খ) ইংলেণ্ড।

(গ) নেপাল।

(ঘ) বাংলাদেশ।

উত্তৰঃ (খ) ইংলেণ্ড।

৪. মৰ্চা চৰকাৰ গঠন গঠন হৈছিল—

(ক) ১৯৭৬ চন।

(খ) ১৮৮৭ চন।

(গ) ১৮৭৭ চন।

(ঘ) ১৯৭৭ চন।

উত্তৰঃ (ঘ) ১৯৭৭ চন।

9. নৰেন্দ্ৰ মোডী কোন চনত প্রধানমন্ত্রী আসনত বহে?

(ক) ১৯১৫ চন।

(খ) ১৯১৪ চন।

(গ) ১৯১৬ চন।

(ঘ) ১৯১৩ চন।

উত্তৰঃ (খ) ১৯১৪ চন।

10. UPA Full Form হ’ল—

(ক) United people Alliance.

(খ) United Progressive Alliance.

(গ) Ultimate progressive Alliance.

(ঘ) United programme Alliance.

উত্তৰঃ (খ) United Progressive Alliance.

11. ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল?

(ক) AIADMK 

(খ) AJP

(গ) CPI(M)

(ঘ) DMK

উত্তৰঃ (ঘ) DMK

12. গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা।

(ক) সীমিত।

(খ) সসীম।

(গ) অসীম।

(ঘ) নাই।

উত্তৰঃ (গ) অসীম।

13. তলৰ কোনখন সাম্যবাদী ৰাষ্ট্র?

(ক) ভাৰত।

(খ) চীন।

(ঘ) বাংলাদেশ।

(গ) জাপান।

উত্তৰঃ (খ) চীন।

14. ৰাজনৈতিক দল কাৰ মাজৰ যোগসুত্ৰ?

(ক) শাসক আৰু বিদেশ।

(খ) শাসন আৰু ৰাষ্ট্ৰপতি।

(গ) শাসক আৰু জনসাধাৰণ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) শাসক আৰু জনসাধাৰণ।

15. কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্মলাভ কৰিছিল?

(ক) এলান বৰ্ডাৰ।

(খ) উমেশ চন্দ্র ব্যানার্জী।

(গ) এলেন অক্টেভিয়ান হিউম।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) এলেন অক্টেভিয়ান হিউম।

16. এছ. এন বেনাৰ্জীৰ নেতৃত্বত কি দল গঠন হৈছিল?

(ক) দি ইণ্ডিয়ান এছ’চিয়েচন।

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছ।

(গ) তৃণমূল কংগ্ৰেছ।

(ঘ) এ. আই. এ. ডি. এম. কে.

উত্তৰঃ (ক) দি ইণ্ডিয়ান এছ’ছিয়েচন।

17. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমটো অধিবেশন ক’ত বহিছিল?

(ক) কলকাতা।

(খ) গুৱাহাটী।

(গ) নাগপুৰ।

(ঘ) বোম্বাই (বর্তমান মুম্বাই)।

উত্তৰঃ (ঘ) বোম্বাই (বর্তমান মুম্বাই)।

18. হিন্দু মহাসভা গঠিত হৈছিল?

(ক) ১৯১৬

(খ) ১৯০৬

(গ) ১৯০১

(ঘ) ১৯০৫

উত্তৰঃ (ক) ১৯১৬ চনত।

19. ভাৰতৰ প্ৰথমটো বাওপন্থী দল কোনটো?

(ক) জনসংঘ।

(খ) স্বতন্ত্র দল।

(গ) জনতা দল।

(ঘ) ভাৰতীয় সাম্যবাদী দল।

উত্তৰঃ (ঘ) ভাৰতীয় সাম্যবাদী দল।

20. সাম্যবাদী আদর্শটো কোনজন ব্যক্তিৰ আদৰ্শৰে কেন্দ্রীভূত আছিল?

(ক) ছক্ৰেটিছ।

(খ) লেনিন।

(গ)কার্লমার্ক্স।

(ঘ) ষ্টেলিন।

উত্তৰঃ (গ) কার্লমার্ক্স।

21. ভাৰতৰ চতুৰ্থটো সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

(ক) ১৯৬৭

(খ) ১৯৫২

(গ) ১৯৫৭

(ঘ) ১৯৬২

উত্তৰঃ (ক) ১৯৬৭ চনত।

22. ‘শিৱসেনা’ কোন ৰাজ্যৰ আঞ্চলিক দল?

(ক) তামিলনাড়ু।

(খ) মহাৰাষ্ট্ৰ।

(গ) মিজোৰাম।

(ঘ) নাগালেণ্ড।

উত্তৰঃ (খ) মহাৰাষ্ট্ৰ।

23. ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (NDA)ৰ সম্পূৰ্ণ নাম কি?

(ক) National Distribute Alliance.

(খ) National District Alliance.

(গ) National Democratic Alliance.

(ঘ) National Democratic Act.

উত্তৰঃ (গ) National Democratic Alliance.

অতি চমু প্রশ্নোত্তৰ:

1. ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি নীতি কি?

উত্তৰঃ ৰাজতন্ত্র।

2. গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দলৰ অৱস্থা কি?

উত্তৰঃ অর্থহীন।

3. এখন সাম্যবাদী দেশৰ নাম লিখা।

উত্তৰঃ চীন।

4. একদলীয় চৰকাৰ থকা এখন দেশৰ নাম লিখা।

উত্তৰঃ চীন দেশ।

5. দ্বিদলীয় শাসন থকা এখন দেশৰ নাম লিখা।

উত্তৰঃ ইংলেণ্ড।

6. ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৮৮৫ চনত।

7. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ উমেশ চন্দ্ৰ বেনাৰ্জী।

৪. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন ক’ত বহিছিল?

উত্তৰঃ বোম্বাই (বর্তমান মুম্বাই)।

9. মুছলিম লীগৰ জন্ম হয়?

উত্তৰঃ ১৯০৬ চনত।

10. হিন্দু মহাসভা গঠিত হৈছিল?

উত্তৰঃ ১৯১৬ চনত।

11. ভাৰতৰ চতুৰ্থটো ৰাজনৈতিক দল হৈছে—

উত্তৰঃ স্বৰাজ পার্টি।

12. ভাৰতৰ প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল—

উত্তৰঃ ১৯৫২ চনত ৷

13. বিৰোধী দলৰ সবল ভূমিকা থকা এখন দেশৰ নাম লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

14. মৰ্চা চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ মোৰাৰজী দেশাইৰ ৷

15. ভাৰতৰ প্ৰথমটো আঞ্চলিক দল কি?

উত্তৰঃ দ্ৰাৱিড় মুন্নেটা কাজাগাম (DMK)।

অতি চমু প্ৰশ্নোত্তৰ:

1. ৰাজনৈতিক দল কাৰ কাৰ মাজৰ যোগসূত্র?

উত্তৰঃ ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্র।

2. গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ এটা অত্যন্ত প্রয়োজনীয় বৈশিষ্ট্য কি?

উত্তৰঃ সংগঠন।

3. সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল কেনে হ’ব লাগিব?

উত্তৰঃ অতন্ত্ৰ প্ৰহৰীৰ দৰে।

4. ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত কিমানটা দল সৰ্বভাৰতীয় শ্রেণীৰ আছিল?

উত্তৰঃ ১৪ টা দল সৰ্বভাৰতীয় শ্রেণীৰ আছিল।

5. আঞ্চলিক দল জন্মৰ মূল কাৰণ এটা লিখা।

উত্তৰঃ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি।

6. মৰ্চা চৰকাৰৰ এটা দোষ উল্লেখ কৰা।

উত্তৰঃ মৰ্চা চৰকাৰ ক্ষণস্থায়ী অথবা অস্থিৰ।

7. মৰ্চা চৰকাৰৰ এটা গুণ উল্লেখ কৰা।

উত্তৰঃ অস্বেচ্ছাচাৰী চৰকাৰ।

8. অসমৰ এখন আঞ্চলিক দলৰ নাম লিখা।

উত্তৰঃ অগপ দল।

9. আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলিলে কোনটো সময়ক বুজায়?

উত্তৰঃ ৮০ ৰ দশকক বুজায়।

10. স্বৰাজ পাৰ্টি কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৰ নেতৃত্বত।

11. বহুদলীয় ব্যৱস্থা থকা কেইখনমান দেশৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ।

12. গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ বাবে প্রয়োজনীয় চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বৈশিষ্ট্য চাৰিটা হৈছে— 

(ক) সংগঠন।

(খ) নীতি-আদৰ্শ আৰু আঁচনি।

(গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা।

(ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।

13. গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ দুটা প্রধান কাম উল্লেখ কৰা।

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ দুটা প্রধান কাম হৈছে:

(ক) জনগণক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা।

(খ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

14. ক্রম অনুসৰি সজোৱা–

(i) হিন্দু মহাসভা।

(ii) স্বৰাজ পার্টি।

(iii) মুছলিম লীগ।

উত্তৰঃ (i) মুছলিম লীগ।

(ii) হিন্দু মহাসভা।

(iii) স্বৰাজ পাৰ্টি।

15. ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত উদ্ভৱ হোৱা কেইটামান দলৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত উদ্ভৱ হোৱা কেইটামান দলৰ নাম হৈছে— সমাজবাদী দল, ছ’চিয়েলিষ্ট ফ’ৰাম, স্বতন্ত্র দল, জনসংঘ, ভাৰতীয় ক্রান্তি দল জনতা দল ইত্যাদি।

16. আঞ্চলিক ৰাজনৈতিক দল জন্মৰ চাৰিটা মূল কাৰণ উল্লেখ কৰা।

উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দল জন্মৰ চাৰিটা মূল কাৰণ হ’ল:

(ক) ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। 

(খ) বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা বিভিন্নতা। 

(গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাব। আৰু 

(ঘ) ৰাষ্ট্ৰীয় দল বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা।

17. বিৰোধী দলৰ যিকোনো দুটা কৰণীয় উল্লেখ কৰা।

উত্তৰঃ বিৰোধী দলৰ দুটা কৰণীয় হৈছে:

(ক) জনমত গঠন কৰা। আৰু 

(খ) চৰকাৰ আৰু জনসাধৰণৰ মাজত পাৰ্থক্য দূৰ কৰা ৷

18. মৰ্চা চৰকাৰৰ দুটা গুণ লিখা।

উত্তৰঃ মৰ্চা চৰকাৰৰ দুটা গুণ হ’ল:

(ক) অস্বেচ্ছাচাৰী চৰকাৰ। আৰু 

(খ) ঐক্য সংহতি ৰক্ষা কৰা।

19. মুছলীম লিগৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৯০৬ চনত হৈছিল।

20. ভাৰতবৰ্ষৰ প্ৰথমটো বাওপন্থী দলটোৰ নাম কি?

উত্তৰঃ ভাৰতীয় সাম্যবাদী দল।

21. ভাৰতীয় সাম্যবাদী দলৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৯২৪ চনত।

22. ভাৰতত প্ৰথম নির্বাচন কেতিয়া হৈছিল? ইয়াত কিমানটা ৰাজনৈতিক দলে অংশগ্রহণ কৰিছিল?

উত্তৰঃ ভাৰতত প্ৰথম নির্বাচন ১৯৫২ চনত হৈছিল। ইয়াত পঞ্চাশৰো (৫০) অধিক ৰাজনৈতিক দলে অংশ গ্ৰহণ কৰিছিল।

23. প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ জন্ম কেনেকৈ হৈছিল?

উত্তৰঃ ১৯৫২ চনত ভাৰতৰ প্ৰথমটো নিৰ্বাচনৰ আগে আগে ছ’চিয়েলিষ্ট ফ’ৰামে কৃষক মজদূৰ পাৰ্টীৰ সৈতে লগ লাগি প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ জন্ম দিছিল।

24. আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোনটো চনক কোৱা হয়?

উত্তৰঃ ১৯৮০ চনটোক কোৱা হয়।

25. ভাৰতত চতুৰ্থ সাধাৰণ নির্বাচন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬৭ চনত হৈছিল।

26. পাঞ্জাৱৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি?

উত্তৰঃ আকালি দল।

27. অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি?

উত্তৰঃ অসম গণ পৰিষদ।

28. পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশখনৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষ।

29. ভাৰতত বিৰোধী দলৰ ভূমিকা কেতিয়া স্পষ্ট ৰূপত দেখা দিলে?

উত্তৰঃ ১৯৭৭ চনৰ পিছৰ পৰা ৷

30. বিৰোধী দলৰ সবল ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ (১) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(২) ইংলেণ্ড।

31. ভাৰতত মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়া কেনেদৰে আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৬৭ চনলৈকে ভাৰতত মৰ্চা চৰকাৰ গঠনৰ প্ৰসংগ অহা নাছিল। কিন্তু পিছলৈ এক দলৰ আধিপত্যৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অহাত মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

32. ভাৰতত কাৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া গঠন হয়?

উত্তৰঃ ভাৰতত মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ ১৯৭৭ চনত গঠন হয়।

33. ১৯৭৯ চনত গঠন হোৱা মৰ্চা চৰকাৰখনৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ চৰণ সিঙে নেতৃত্ব দিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top