Class 9 Science MCQ Chapter 8 গতি

Class 9 Science MCQ Chapter 8 গতি, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 8 গতি Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 8 গতি

Join Telegram channel

Table of Contents

SEBA Class 9 Science MCQ Chapter 8 গতি Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 8 গতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গতি

Chapter – 8

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বক বোলা হয়—

(a) ত্বৰণ।

(b) সৰণ।

(c) বেগ।

(d) দ্রুতি।

উত্তৰঃ  (b) সৰণ।

2. দ্ৰুতি আৰু বেগৰ S.I একক হৈছে—

(a) m/s²

(b) c.m/s²

(c) m/s

(d) cm/s

উত্তৰঃ (c) m/s.

3. মটৰ গাড়ীৰ অড’মিটাৰেৰে কি জোখে? 

(a) ত্বৰণ।

(b) দ্রুতি।

(c) অতিক্ৰম কৰা দূৰত্ব।

(d) বেগ।

উত্তৰঃ (c) অতিক্ৰম কৰা দূৰত্ব।

4. যদি এটা বস্তুৱে সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব-সময় লেখ এডাল হ’ব—

(a) সৰল ৰেখা।

(b) বক্ৰ ৰেখা।

(c) বৃত্ত।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) সৰল ৰেখা।

5. বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক বোলা হয়—

(a)‌ দ্রুতি।

(b) বেগ।

(c) ত্বৰণ।

(d) মন্থৰন।

উত্তৰঃ (c) ত্বৰণ।

6. এজন গাড়ীচালকে গাড়ীখন পূবে 60 km পশ্চিমে 30 km দূৰত্ব অতিক্ৰম কৰিছে। গাড়ীখনৰ সৰন হ’ব—

(a) 60km

(b) 30km

(c) 9km

(d) 45km

উত্তৰঃ  (b) 30km ।

7. 60km/h দ্ৰুতিৰে গতি কৰা গাড়ী এখনে মিনিটত অতিক্ৰম কৰা দুৰত্ব হ’ব—

(a) 20km

(b) 30km

(c) 45km

(d) 15km

উত্তৰঃ (b) 30km ।

8. ত্বৰণৰ SI একক

(a) m/s²

(b) cm/s²

(c) m/s

(d) cm/s

উত্তৰঃ  (b) m/s² ।

9. যদি দূৰত্ব সময় লেখ এখন সৰল ৰেখা হয় তেন্তে বন্ধটোৰ দ্রুতি হ’ব—

(a) বিষম।

(b) সুষম।

(c) (a) আৰু (b) দুয়োটা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) সুষম।

10. বেগ হ’ল—

(a) স্কেলাৰ ৰাশি।

(b) ভেক্টৰও নহয় স্কেলাৰও নহয়।

(c) ভেক্টৰ ৰাশি।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (c) ভেক্টৰ ৰাশি।

11. গতিশীল বস্তু এটাৰ সৰল শূন্য যেতিয়া গতিশীল বস্তুটোৰ—

(a) প্ৰাৰম্ভিক বিন্দু ভিন্ন হয়।

(b) অস্তিম বিন্দু ভিন্ন হয়।

(c) প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ

বেলেগ হয়।

(d) প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয়। 

উত্তৰঃ (d) প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয়।

12. 36 km/h দ্রুতি তলৰ কোনটোৰ সমান।

(a) 15m/s

(b) 15m/s

(c) 10m/s

(d) 20m/s

উত্তৰঃ (c) 10m/s

13. তলৰ কোনটো এটা সুষম বৃত্তিয় গতি— 

(a) ক্ৰিকেট বল এটাৰ গতি।

(b) এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ ৰেলগাড়ী এখনৰ গতি।

(c) ফুটবল খেলুৱৈ এজনে ফুটবলটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ ফলত লাভ কৰা গতি।

(d) বৃত্তীয় কক্ষ পথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি

উত্তৰঃ (d) বৃত্তীয় কক্ষ পথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি।

14. গতিশীল বস্তু এটাৰ বেগৰ হ্ৰাসৰ হাৰক____ হয়—

(a) ত্বৰণ।

(b) দ্রুতি।

(c) মন্থৰন।

(d) বেগ।

উত্তৰঃ (c) মন্থন।

15. কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা সৰণৰ পৰিবৰ্তনক বোলা হয়—

(a) মন্থৰন।

(b) দ্রুতি।

(c) বেগ।

(d) ভৰ বেগ।

উত্তৰঃ (c) ভৰবেগ।

16. মটৰ গাড়ীৰ স্পীড’মিটাৰৰ দ্বাৰা কি জোখা হয়—

(a) গড়বেগ।

(b) গঢ় দ্রুতি।

(c) তাৎক্ষণিক দ্রুতি। 

(d) ত্বৰণ।

উত্তৰঃ (c) তাৎক্ষণিক দ্রুতি।

17. কোনো এটা বস্তুৰ দূৰত্ব সময় লেখৰ প্ৰতিয়ে বস্তুটোৰ নিৰ্দেশ কৰে —

(a) গতি।

(b) দ্রুতি।

(c) বেগ।

(d) ভৰ বেগ।

উত্তৰঃ (b) দ্রুতি।

18. যদি এটা বস্তুৰ সৰন সময় লেখ সময় অক্ষত সমান্তৰাল হয়, তেন্তে বস্তুটোৰ বেগ হ’ব—

(a) ঋণাত্মক।

(b) ধনাত্মক।

(c) (a) আৰু (b) দুয়োটা।

(d) শূন্য।

উত্তৰঃ (d) শূন্য।

19. দৌৰবিদ এজনে r ব্যাসাৰ্দ্ধৰ বৃত্তাকাৰ পম এটাৰে এপাক ঘূৰিবলৈ t চেকেণ্ড সময় লয় তেন্তে তেওঁৰ v বেগ হ’ব—

(a) v = 2πr

(b) v = 2πr / t

(c) v = u + t

(d) v = s / t

উত্তৰঃ (b) v = 2πr / t ।

20. তলৰ কোনটো উক্তি সত্য নহয়—

(a) পৃথিৱীৰ গতিৰ বাবে ঋতুৰ পৰিবর্তন হয়।

(b) বিষম গতিক ত্বৰিত গতি বুলি কোৱা হয় ।

(c) বৃত্তীয় গতি ত্বৰণ বিহীন গতিৰ এটা উদাহৰণ।

(d) এটা বস্তুৰ ত্বৰনে সুষম বৃত্তীয় গতিৰে কেন্দ্ৰ অভিমুখে গতি কৰে।

উত্তৰঃ (c) বৃত্তীয় গতি ত্বৰণ বিহীন গতিৰ এটা উদাহৰণ।

অতি চমু প্রশ্ন উত্তৰ:

1. বিষম গতিৰ উদাহৰণ দিয়া। 

উত্তৰঃ ব্যস্ত জনবহুল থকা অঞ্চলত এটা গাড়ীৰ গতি।

2. দ্ৰুতি কাক বোলে?

উত্তৰঃ বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দুৰত্বৰ

জোখক দ্রুতি বোলে।

3. দ্রুতিৰ SI একক কি?

উত্তৰঃ মিটাৰ প্ৰতি ছেকেণ্ড (মিটাৰ ছেকেণ্ড)।

4. মিটাৰ প্ৰতি ছেকেণ্ডৰ প্রতীক কি?

উত্তৰঃ ms⁻¹ বা m/s

5. গড় দ্রুতি বুলিলে কি বুজায়?

উত্তৰঃ গড় দ্রুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব / অতিবাহিত মুঠ সময়।

6. গাড়ী এখনে 100 Km. দূৰত্ব 2 ঘণ্টাত অতিক্ৰম কৰিলে। ইয়াৰ গড়দ্ৰুতি কি হ’ব?

উত্তৰঃ 100 km / 2h =  50 km h⁻¹

7. বেগ বুলিলে কি বুজা? 

উত্তৰঃ নিৰ্দিষ্ট দিশত‚ বস্তু এটাৰ দ্ৰুতিক গাত বোলে।

8. মূলবিন্দু কাক বোলে?

উত্তৰঃ এটা বস্তুৰ অৱস্থান নির্দেশ কৰিবলৈ এটা প্ৰসংগ বিন্দুৰ প্ৰয়োজন। ইয়াকে মূলবিন্দু বোলে। 

9. আটাইতকৈ সৰলতম গতিটো কাক বোলা হয়?

উত্তৰঃ  ৰৈখিক গতিক।

10. সৰণ কাক বোলে?

উত্তৰঃ বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বক সৰণ বোলে।

11. অড’মিটাৰ কাক বেলে? 

উত্তৰঃ  মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নির্দেশ

কৰিবলৈ সঁজুলি এবিধ লগোৱা থাকে। ইয়াকে অড’মিটাৰ বোলে।

12. সুষম গতি বুলিলে কি বুজা?

উত্তৰঃ বস্তু এটাই সমান সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে‚ ইয়াৰ গতিক সুষম গতি বোলে। 

13. বিষম গতি বুলিলে কি বুজা?

উত্তৰঃ  বস্তু এটাই সমান সমান সময়ত অসমান দূৰত্ব অতিক্ৰম কৰিলে‚ ইয়াৰ গতিক বিষম গতি বোলে।

14. বেগৰ S.l unit কি?

উত্তৰঃ মিটাৰ প্ৰতি ছেকেণ্ড। 

15. গড়বেগ বুলিলে কি বুজা?

উত্তৰঃ গড়বেগ = প্ৰাৰম্ভিক বেগ + অন্তিম বেগ / 2 

16. বায়ুত শব্দৰ দ্ৰুতিৰ মান কিমান?

উত্তৰঃ 346 ms⁻¹ 

17. ত্বৰণ বুলিলে কি বুজা?

উত্তৰঃ সময় সাপেক্ষে গতিশীল বস্তু এটাৰ বেগৰ পৰিবৰ্তনৰ হাৰকে ত্বৰণ বোলে।

18. ত্বৰণৰ S.I. একক কি?

উত্তৰঃ  ms⁻²

19. ধনাত্মক আৰু ঋণাত্মক ত্বৰণ বুলিলে কি বুজা?

উত্তৰঃ ত্বৰণ গতিৰ দিশত হ’লে মান ধনাত্মক আৰু গতিৰ বিপৰীত দিশত হ’লে মান ঋণাত্মক হয়। ইয়াকে ধনাত্মক ত্বৰণ আৰু ঋণাত্মক ত্বৰণ বোলে।

20. গাণিতিকভাৱে ত্বৰণক কিদৰে প্ৰকাশ কৰা হয়? 

উত্তৰঃ প্ৰাৰম্ভিক বেগ u, অন্তিম বেগ v আৰু সময় t হ’লে‚ ত্বৰণ a হ’লে:

a = V – u / t

21. স্থিৰ অৱস্থানৰ পৰা ৰাহুলে 30 ছেকেণ্ডত 6ms⁻¹ বেগ পাবৰ বাবে তাৰ চাইকেলৰ পেডেল মাৰিছে। ত্বৰণ গণনা কৰা।

উত্তৰঃ 

Da = V – u / t

= 6ms⁻¹ – 0ms⁻¹ / 30s

= 6ms⁻¹ / 30s 

= 0.2 ms⁻² 

22. প্ৰাৰম্বিক u, অন্তিম বেগ v, ত্বৰণ a আৰু সময় tৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ v = u + at

23. প্ৰাৰম্বিক বেগ u, দূৰত্ব s, ত্বৰণ a আৰু সময় tৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ s = ut + 1 / 2  at²

24. প্ৰাৰম্ভিক বেগ 1, অন্তিম বেগ v, দূৰত্ব আৰু ত্বৰণৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ 2as = v² – u²

25. এটা বৃত্তৰ ব্যাসার্ধ r ইয়াৰ পৰিধি কি হ’ব?

উত্তৰঃ  2πr 

26. যদি দৌৰবিদ এজনৰ r ব্যাসার্ধ  বৃত্তাকাৰ পথেৰে

এপাক ঘুৰিবলৈ t সময় লাগে তেন্তে ইয়াৰ বেগ v হ’ব—

উত্তৰঃ v = 2πr / 1

27. এটা ত্বৰিত গতিৰ উদাহৰণ দিয়া। 

উত্তৰঃ বৃত্তাকাৰ পথৰ গতি এটি ত্বৰিত গতিৰ উদাহৰণ ৷

28. সুষম বৃত্তীয় গতি কাক বোলে?

উত্তৰঃ বস্তুৱে বৃত্তকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাক সুষম বৃত্তীয় গতি বোলে ৷

29. বৃত্তীয় গতিৰ দিশ পৰিবৰ্তন কেনেধৰণৰ হয়?

উত্তৰঃ প্ৰতিটো বিন্দুতেই গতিৰ দিশৰ সলনি হয় ৷

30. চন্দ্ৰৰ গতি কেনেধৰণৰ গতি?

উত্তৰঃ  সুষম বৃত্তীয় গতি।

31. সূৰ্য্যৰ চাৰিওফালে পৃথিৱীৰ গতি কেনেধৰণৰ গতি বুলি তুমি ভাৱা।

উত্তৰঃ  সুষম বৃত্তীয় গতি।

32. বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব প্রয়োজন হোৱা সময়ৰ_______ ।

উত্তৰঃ সমানুপাতিক।

33. বেগ আৰু দ্ৰুতিৰ পাৰ্থক্য লিখা। 

উত্তৰঃ বেগৰ মান‚ একক আৰু দিশ আছে। আনহাতে

দ্ৰুতিৰ মান আৰু একক আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top