Class 9 Science MCQ Chapter 13 আমি অসুস্থ হওঁ কিয়?

Class 9 Science MCQ Chapter 13 আমি অসুস্থ হওঁ কিয়?, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 13 আমি অসুস্থ হওঁ কিয়? Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 13 আমি অসুস্থ হওঁ কিয়?

Join Telegram channel

Table of Contents

SEBA Class 9 Science MCQ Chapter 13 আমি অসুস্থ হওঁ কিয়? Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 13 আমি অসুস্থ হওঁ কিয়? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমি অসুস্থ হওঁ কিয়?

Chapter – 13

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. তলৰ কোনটো অংগই মুত্ৰ পৰিস্তাৱন কার্য চলাই থাকে?

(a) হৃদযন্ত্রই।

(b) হাঁওফাও এ।

(c) বৃক্ক কেইটাই।

(d) মগজুই।

উত্তৰঃ (c) বৃক্ক কেইটাই।

2. তলৰ কোনটো ক্ৰমিক ৰোগ— 

(a) ইনফ্লুয়েঞ্জা।

(b) টাইফয়েড।

(c) এলিফেনটিয়াছি।

(d) কলেৰা।

উত্তৰঃ (c) এলিফেনটিয়াছি।

3. তলৰ কোনটো ৰোগ আক্রান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ ভৌতিকভাৱে অর্থাৎ স্পর্শৰ দ্বাৰা বিয়পিব নোৱাৰে— 

(a) পানী লগা।

(b) এইডচ।

(c) কলেৰা।

(d) যক্ষ্মা।

উত্তৰঃ (b) এইডচ।

4. তলৰ কোনটো এবিধ সংচাৰী ৰোগ— 

(a) টাইফয়ড।

(b) হৃদৰোগ।

(c) কর্কট।

(d) ৰক্তহীনতা।

উত্তৰঃ (a) টাইফয়ড।

5. তলৰ কোনটো ব্যক্তিগত স্বাস্থ্যৰ বাবে বিপদজনক? 

(a) মুকলি নিষ্কাশন।

(b) আমাৰ জীৱিকাৰ চাৰিওফালে স্থৱিৰ পানী।

(c) ৰাস্তা-ঘাটত জাৱৰ-জোঁথৰ পেলোৱা হয়।

(d) (a), (b) আৰু (d) তিনিওটা।

উত্তৰঃ (d) (a), (b) আৰু (d) তিনিওটা।

6. যক্ষ্মাৰোগ সৃষ্টিকাৰী বীজাণুটো হৈছে—

(a) লিচমেনিয়া।

(b) মাইক’বেক্টেৰিয়াম টিউবাৰকুলচিচ। 

(c) ষ্টেফাইল’ককাই।

(d) ট্রাইপেন’চমা।

 উত্তৰঃ (b) মাইক বেক্টেৰিয়াম টিউবাকুলচিচ।

7. তলৰ কোনটো ৰোগ ভেঁকুৰৰ দ্বাৰা হয়— 

(a) চৰ্দি আৰু কাহ।

(b) ইনফ্লুয়েঞ্জা।

(c) এনথ্রাক্স।

(d) ছালৰ সংক্ৰমণ।

উত্তৰঃ (d) ছালৰ সংক্ৰমণ।

8. তলৰ কোনটো ৰোগ যৌন ক্ৰিয়াৰদ্বাৰা হয়—

(a) মেলেৰিয়া।

(b) চিফিলিচ।

(c) কলা জ্বৰ।

(d) গোধ বেমাৰ।

উত্তৰঃ (b) চিফিলিচ।

9. সংক্রামক ৰোগ বিয়পে—

(a) বায়ু।

(b) পানী।

(c) শাৰীৰিক সংস্পর্শ।

(d) ওপৰৰ সকলোবোৰ।

উত্তৰঃ (d) ওপৰৰ সকলোবোৰ।

10. তলৰ কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয়—

(a) গোধবেমাৰ।

(b) মেলেৰিয়া।

(c) পলিঅ’।

(d) ধনুষ্টংকাৰ।

উত্তৰঃ (d) ধনুষ্টংকাৰ।

11. টাইফয়ড ৰোগৰ কাৰক হৈছে—

(a) ছালম’নেল।

(b) উচেৰিয়া।

(c) জিয়াৰডিয়া।

(d) ষ্টেণ্ট’ককাছ।

উত্তৰঃ (a) ছালম ‘নেল।

12. তলৰ কোনটোৰ বিৰুদ্ধে এন্টিবায়টিকে কাম কৰে—

(a) ডেংগু।

(b) ভাইৰাছ।

(c) বেক্টেৰিয়া।

(d) গোধ বেমাৰ।

উত্তৰঃ (c) বেক্টেৰিয়া।

13. তলৰ কোনটেৰ অভাৱত এনিমিয়া ৰোগ হয়—

(a) কেলছিয়াম।

(b) নাইট্ৰজেন।

(c) ফছফৰাছ। 

(d) আইৰন।

উত্তৰঃ (d) আইন।

14. তলৰ কোনটো অনুজীৱই তুলনামূলকভাৱে লাহে লাহে বংশ বৃদ্ধি কৰে— 

(a) ভাইৰাছবোৰে।

(b) বেক্টেৰিয়াবোৰে।

(c) কৃমিবোৰে।

(d) ভেকু।

উত্তৰঃ (c) কৃমিবোৰে।

15. তলৰ কোনটো বীজাণুৰ দ্বাৰা ক’লা জ্বৰ হয়—

(a) লিচমেনিয়া।

(b) ট্রাইপেনচমা।

(c) উচেৰিয়া।

(d) প্লেনেৰিয়া

উত্তৰঃ (a) লিচমেনিয়া।

16. তলৰ কোনটো ভিটামিনৰ অভাৱত স্কার্ভিৰোগ হয়—

(a) ভিটামিন-A

(b) ভিটামিন-B

(c) ভিটামিন-C

(d) ভিটামিন-D

উত্তৰঃ (c) ভিটামিন-C

17. মেলেৰিয়া ৰোগ সৃষ্টিকাৰী বীজাণুটো হৈছে—

(a) প্লাজম’ডিয়াম।

(b) প্লেনেৰিয়া।

(c) উচেৰিয়া।

(d) অমিবা।

উত্তৰঃ (a) প্লাজম’ডিয়াম।

18. কোনবিধ ভিটামিনৰ বাবে কেলছিয়াম অভাৱ ঘটে—

(a) ভিটামিন-B

(b) ভিটামিন-A

(c) ভিটামিন-D 

(d) ভিটামিন-C

উত্তৰঃ (c) ভিটামিন-D

19. জন্মগত ৰোগ হৈছে সেই সমুহ ৰোগ যিবোৰ—

(a) পুষ্টিহীনতা ৰোগ।

(b) যৌন ক্ৰিয়াৰ দ্বাৰা হয়।

(c) জন্মৰ সময়ৰ পৰা দেহত থাকে।

(d) মহিলাৰ পৰা পুৰুষলৈ সংচাৰিত হয়।

উত্তৰঃ (c) জন্মৰ সময়ৰ পৰা দেহত থাকে।

20. তলৰ কোনটো সত্য নহয়—

(a) এইডচ এবিধ সংক্ৰামক ৰোগ নহয়।

(b) স্বাস্থ্য আৰু ৰোগ পৰস্পৰৰ পৰিপন্থী।

(c) ক্রমিক ৰোগৰ প্ৰভাৱ দীর্ঘম্যাদী।

(d) ভাৰতবৰ্ষত পুষ্টিহীনতাৰ মুখ্য কাৰণ হৈছে দৰিদ্রতা।

উত্তৰঃ (a) এইডচ এবিধ সংক্ৰামক ৰোগ নহয়।

অতি চমু প্রশ্ন উত্তৰ:

1. কোষত থকা ৰাসায়ণিক পদাৰ্থ সমুহৰ নাম লিখা।

উত্তৰঃ প্ৰটিন‚ কার্বহাইড্রেট‚চর্বীক লিপিড আদি

2. ৰোগাক্ৰান্ত মানে কি বুজা?

উত্তৰঃ কোনো এটা নির্দিষ্ট কাৰণত যদি কিবা অশান্তি হয় তেতিয়া সেই অবস্থাটোক ৰোগাক্ৰান্ত বুলি কোৱা হয়।

3. এজন নৃত্যশিল্পীৰ বাবে সুস্বাস্থ্য মানে কি?

উত্তৰঃ শৰীৰ বিভিন্ন অংগৰ নিৰ্দিষ্ট ভংগিমা সুন্দৰকৈ

উপস্থাপন কৰিব পাৰা। 

4. এজন কণ্ঠশিল্পীৰ বাবে সুস্বাস্থ্য মানে কি?

উত্তৰঃ হাওঁফাওঁৰ দ্বাৰা পৰ্য্যাপ্ত পৰিমাণে বায়ু সেৱন কৰিব পাৰা।

5. পাচনতন্ত্ৰ কিহেৰে গঠিত?

উত্তৰঃ পাকস্থলী আৰু অস্ত্ৰৰ দ্বাৰা।

6. পাচনতন্ত্ৰৰ কাম কি?

উত্তৰঃ খাদ্য গ্ৰহণ কৰি পাচন ক্রিয়া সম্পন্ন কৰা।

7. কেইটামান একিউট ৰোগৰ উদাহৰণ দিয়া। 

উত্তৰঃ কাহ‚ পানীলগা আদি।

8. এটা ক্রণিক ৰোগৰ উদাহৰণ দিয়া।

উত্তৰঃ যক্ষ্মা।

9. সংক্ৰামক ৰোগ কাক বোলে? 

উত্তৰঃ যিবিলাক ৰোগ অণুজীৱৰদ্বাৰা সংক্রমণ হয় তাক সংক্ৰামক ৰোগ বোলে।

10. শাৰীৰিক ব্যায়াম নকৰাৰ কাৰণে কি বেমাৰ হ’ব পাৰে লিখা। 

উত্তৰঃ ওজন বৃদ্ধি আৰু উচ্চ ৰক্তচাপ।

11. ভাইৰাচজনিত কিছুমান ৰোগৰ নাম লিখা।

উত্তৰঃ পানীলগা, ইনফ্লুয়েনজা, ডেংঙ্গু জ্বৰ আদি। 

12. বেক্টেৰিয়া জনিত কিছুমান ৰোগৰ নাম লিখা।

উত্তৰঃ টাইফয়েড‚ কলেৰা‚ যক্ষ্মা আদি।

13. ভেকুৰ জনিত ৰোগৰ নাম লিখা। 

উত্তৰঃ বিভিন্ন ধৰণৰ চৰ্মৰোগ।

14. আদ্যপ্ৰাণীৰ দ্বাৰা হোৱা ৰোগৰ নাম লিখা।

উত্তৰঃ মেলেৰিয়া‚ কলাজ্বৰ আদি।

15. কৃমিৰ দ্বাৰা হোৱা এবিধ ৰোগৰ নাম লিখা।

উত্তৰঃ গোধবেমাৰ।

16. কলাজ্বৰ সৃষ্টিকাৰী আদ্যপ্ৰাণীটোৰ নাম লিখা।

উত্তৰঃ লিচমেণিয়া।

17. টোপনি অহা ৰোগ সৃষ্টি কৰা আদ্যপ্ৰাণীৰ নাম লিখা।

উত্তৰঃ ট্রাইপেন’চ’মাৰ।

18. বায়ু মাধ্যমৰ দ্বাৰা সংচাৰণ হোৱা কিছুমান ৰোগৰ নাম লিখা।

উত্তৰঃ পানীলগা‚ নিউমনিয়া‚ যক্ষ্মা আদি। 

19. যৌণ ক্ৰিয়াৰ দ্বাৰা সংচাৰণ হোৱা দুটা বেমাৰৰ নাম লিখা।

উত্তৰঃ চিফিলিছ‚ এইডচ আদি।

20. টাইফয়েড সৃষ্টিকাৰী বেক্টেৰিয়া দেহৰ কোণ অংশত আক্রমণ কৰে?

উত্তৰঃ খাদ্যনলীয়েদি গৈ যকৃতত আক্ৰমণ কৰে ৷

21. কিহৰ প্ৰভাৱত জণ্ডিছ ৰোগ হয়?

উত্তৰঃ ভাইৰাচ।

22. মেলেৰিয়া সৃষ্টিকাৰী অনুজীৱ কিহৰ দ্বাৰা বিয়পি পৰে?

উত্তৰঃ এন ফিলিছ মহৰ দ্বাৰা ৷

23. জাপানীজ এনকেফেলাইটিছ বেমাৰ কিহৰ দ্বাৰা সৃষ্টি হয়?

উত্তৰঃ ভাইৰাচৰ দ্বাৰা।

24. একিউট ৰোগ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ ৰোগ অলপ কেইদিনৰ ভিতৰত আৰোগ্য হয় তেনেবোৰৰ ৰোগক একিউট ৰোগ বোলে।

25. ক্রণিক ৰোগ কাক বোলে?

উত্তৰঃ যিবোৰ ৰোগ আৰোগ্য হওঁতে বহুদিনৰ প্ৰয়োজন হয় তাক ক্রণিক ৰোগ বোলে।

26. বলিয়া কুকুৰ নাইবা আন প্রাণীয়ে কামুৰিলে কি ভাইৰাচ বিয়পে? 

উত্তৰঃ ৰেবিচ ভাইৰাচ।

27. প্ৰাণীৰ দ্বাৰা জণ্ডিছ বেমাৰ সৃষ্টি কৰা ভাইৰাচৰ নাম কি?

উত্তৰঃ হেপাটাইটিছ ভাইৰাচ।

28. প্ৰতিৰোধ ছিটা পোৱা কিছুমান বেমাৰৰ নাম লিখা।

উত্তৰঃ টিটেনাছ‚ ডিপথেৰিয়া‚ হোপিংকাহ‚ সৰু আই পলিঅ’ আদি।

29. ভেকচিন শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ এডৱাৰ্ড জেনা।

30. এনেবিধ বেমাৰৰ নাম লিখা যাৰ বীজাণু বর্তমান বিশ্বত পোৱা নাযায়।

উত্তৰঃ বৰ আই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top