Class 6 Science Chapter 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ

Class 6 Science Chapter 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6th Science Unit 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ and select needs one.

Join Telegram channel

SEBA Class 6 Science Chapter 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 6th আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ Solutions for All Subject, You can practice these here…

আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ

পাঠ: ৬

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : –  ১) পানী বন্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তুমি সাধাৰণতে তোমাৰ পোচাকত ভাঁজ কৰি লোৱা । এই পৰিবৰ্তনক বিপৰীত মুখী কৰিব পাৰিনে ?

উত্তৰঃ – পাৰি ।

প্ৰশ্ন : –  ২) তুমি হঠাতে তোমাৰ পুতলাটো পেলাই ভাঙিল । এই পৰিবৰ্তন তুমি বিচৰা নাছিল । এই পৰিবৰ্তনক তুমি বিপৰীত মূখী কৰিব পাৰিবা নে ?

উত্তৰঃ – এই পৰিবৰ্তনক বিপৰীত মুখী কৰিব নোৱাৰি ।

প্ৰশ্ন : –  ৩) তলৰ তালিকাত কিছুমান পৰিৱৰ্তন তালিকাবব্ধ কৰা হৈছে । প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিবৰ্তনটো বিপৰীত মুখী হব পাৰেনে নোৱাৰে লিখা ।

ক্ৰ : নংপৰিৱৰ্তনবিপৰীতমুখী হ’ব পাৰে( হয়/নহয় )
১)এটুকুৰা কাঠ কাটোতে
২)এটুকুৰা বৰফ গলা
৩)চেনি পানীত দ্ৰৱীভূত হোৱা 
৪)খাদ্য ৰান্ধোতে
৫)আম পকিলে
৬)গাখীৰ দৈ হলে

উত্তৰঃ – 

ক্ৰ : নংপৰিৱৰ্তনবিপৰীতমুখী হ’ব পাৰে( হয়/নহয় )
১)এটুকুৰা কাঠ কাটোতেনহয়
২)এটুকুৰা বৰফ গলাহয়
৩)চেনি পানীত দ্ৰৱীভূত হোৱা হয়
৪)খাদ্য ৰান্ধোতেনহয়
৫)আম পকিলেনহয়
৬)গাখীৰ দৈ হলেনহয়

প্ৰশ্ন : – ৪) এখন কাগজত পৰিৱৰ্তন হয় যেতিয়া তুমি তাত এখন ছবি অঁকা । এই পৰিবৰ্তনক তুমি বিপৰীত মুখী কৰিব পাৰিবানে ?

উত্তৰঃ – যদি পানী অথবা তৈলচিত্ৰ অংকন কৰা হয় তেন্তে কাগজখন পূৰ্বৰ অৱস্থালৈ নিব নোৱাৰি । কিন্তু কোমল পেঞ্চিলেৰে চিত্ৰ অংকন কৰিলে কাগজখন পূৰ্বৰ অৱস্থালৈ নিব পাৰি ।

Sl. No.Contents
Chapter 1খাদ্য: আমি ক’ৰ পৰা পাওঁ
Chapter 2খাদ্যৰ উপাদান
Chapter 3আঁহৰ পৰা কাপোৰলৈ
Chapter 4পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা
Chapter 5দ্ৰৱ্যৰ পৃথকীকৰণ
Chapter 6আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ
Chapter 7উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8দেহৰ চলন
Chapter 9জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ
Chapter 10গতি আৰু দূৰত্বৰ জোখ – মাপ
Chapter 11পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12বিদ্যুৎ আৰু বৰ্তনী
Chapter 13চুম্বকৰ লগত খেলো আহাঁ
Chapter 14পানী
Chapter 15আমাৰ চৌপাশৰ বায়ু
Chapter 16আৱৰ্জনা নিষ্কাষন

প্ৰশ্ন : – ৫) বিপৰীত মুখী আৰু বিপৰীত মুখী নোহোৱা পৰিবৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰিবলৈ উদাহৰণ দিয়া ।

উত্তৰঃ – বিপৰীত মুখী আৰু বিপৰীত মুখী নোহোৱা পৰিৱৰ্তনৰ উদাহৰণ ―

প্ৰশ্ন : – ৬) ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অৱ পেৰিছৰ এটা ডাঠ প্ৰলেপ দিয়া হয় । ই শুকান কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে । প্লাষ্টাৰ অৱ পেৰিছত হোৱা পৰিৱৰ্তন বোৰক বিপৰীত মুখী কৰিব পাৰিনে ?

উত্তৰঃ – প্লাষ্টাৰ অৱ পেৰিছত হোৱা পৰিবৰ্তন বিপৰীত মুখী কৰিব নোৱাৰি ।

প্ৰশ্ন : –  ৭) বাহিৰত পৰি থকা এক বস্তা চিমেণ্টত যি পৰিবৰ্তন হৈছে সেই পৰিবৰ্তন বিপৰীত মুখী ?

উত্তৰঃ – চিমেণ্টৰ এই পৰিৱৰ্তন বিপৰীত মুখী নহয় ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising