Class 6 Science Chapter 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6th Science Unit 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ and select needs one.
SEBA Class 6 Science Chapter 6 আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 6th আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ Solutions for All Subject, You can practice these here…
আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ
পাঠ: ৬
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) পানী বন্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তুমি সাধাৰণতে তোমাৰ পোচাকত ভাঁজ কৰি লোৱা । এই পৰিবৰ্তনক বিপৰীত মুখী কৰিব পাৰিনে ?
উত্তৰঃ – পাৰি ।
প্ৰশ্ন : – ২) তুমি হঠাতে তোমাৰ পুতলাটো পেলাই ভাঙিল । এই পৰিবৰ্তন তুমি বিচৰা নাছিল । এই পৰিবৰ্তনক তুমি বিপৰীত মূখী কৰিব পাৰিবা নে ?
উত্তৰঃ – এই পৰিবৰ্তনক বিপৰীত মুখী কৰিব নোৱাৰি ।
প্ৰশ্ন : – ৩) তলৰ তালিকাত কিছুমান পৰিৱৰ্তন তালিকাবব্ধ কৰা হৈছে । প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিবৰ্তনটো বিপৰীত মুখী হব পাৰেনে নোৱাৰে লিখা ।
ক্ৰ : নং | পৰিৱৰ্তন | বিপৰীতমুখী হ’ব পাৰে( হয়/নহয় ) |
১) | এটুকুৰা কাঠ কাটোতে | |
২) | এটুকুৰা বৰফ গলা | |
৩) | চেনি পানীত দ্ৰৱীভূত হোৱা | |
৪) | খাদ্য ৰান্ধোতে | |
৫) | আম পকিলে | |
৬) | গাখীৰ দৈ হলে |
উত্তৰঃ –
ক্ৰ : নং | পৰিৱৰ্তন | বিপৰীতমুখী হ’ব পাৰে( হয়/নহয় ) |
১) | এটুকুৰা কাঠ কাটোতে | নহয় |
২) | এটুকুৰা বৰফ গলা | হয় |
৩) | চেনি পানীত দ্ৰৱীভূত হোৱা | হয় |
৪) | খাদ্য ৰান্ধোতে | নহয় |
৫) | আম পকিলে | নহয় |
৬) | গাখীৰ দৈ হলে | নহয় |
প্ৰশ্ন : – ৪) এখন কাগজত পৰিৱৰ্তন হয় যেতিয়া তুমি তাত এখন ছবি অঁকা । এই পৰিবৰ্তনক তুমি বিপৰীত মুখী কৰিব পাৰিবানে ?
উত্তৰঃ – যদি পানী অথবা তৈলচিত্ৰ অংকন কৰা হয় তেন্তে কাগজখন পূৰ্বৰ অৱস্থালৈ নিব নোৱাৰি । কিন্তু কোমল পেঞ্চিলেৰে চিত্ৰ অংকন কৰিলে কাগজখন পূৰ্বৰ অৱস্থালৈ নিব পাৰি ।
Sl. No. | Contents |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা |
Chapter 5 | দ্ৰৱ্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ – মাপ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত খেলো আহাঁ |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চৌপাশৰ বায়ু |
Chapter 16 | আৱৰ্জনা নিষ্কাষন |
প্ৰশ্ন : – ৫) বিপৰীত মুখী আৰু বিপৰীত মুখী নোহোৱা পৰিবৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰিবলৈ উদাহৰণ দিয়া ।
উত্তৰঃ – বিপৰীত মুখী আৰু বিপৰীত মুখী নোহোৱা পৰিৱৰ্তনৰ উদাহৰণ ―

প্ৰশ্ন : – ৬) ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অৱ পেৰিছৰ এটা ডাঠ প্ৰলেপ দিয়া হয় । ই শুকান কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে । প্লাষ্টাৰ অৱ পেৰিছত হোৱা পৰিৱৰ্তন বোৰক বিপৰীত মুখী কৰিব পাৰিনে ?
উত্তৰঃ – প্লাষ্টাৰ অৱ পেৰিছত হোৱা পৰিবৰ্তন বিপৰীত মুখী কৰিব নোৱাৰি ।
প্ৰশ্ন : – ৭) বাহিৰত পৰি থকা এক বস্তা চিমেণ্টত যি পৰিবৰ্তন হৈছে সেই পৰিবৰ্তন বিপৰীত মুখী ?
উত্তৰঃ – চিমেণ্টৰ এই পৰিৱৰ্তন বিপৰীত মুখী নহয় ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.