Class 4 Environment Chapter 18 আমাৰ জিলাসমূহৰ কিছু কথা

Class 4 Environment Chapter 18 আমাৰ জিলাসমূহৰ কিছু কথা, SEBA Chapter 18 আমাৰ জিলাসমূহৰ কিছু কথা Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ জিলাসমূহৰ কিছু কথা

Chapter – 18

পৰিৱেশ অধ্যয়ন


১। তোমাৰ জিলাখনৰ নাম কি ? 

উত্তৰঃ কামৰূপ জিলা । ( নিজৰ নিজৰ জিলাৰ নাম লিখিবা । ) 

২। আগৰ মানচিত্র চাই তোমাৰ জিলাৰ চাৰিসীমাটো লিখা –

( ক ) উত্তৰে ____।

উত্তৰঃ ভূটান আৰু অৰুণাচল প্রদেশ ।

( খ ) দক্ষিণে ___।

উত্তৰঃ ত্ৰিপুৰা , মিজোৰাম আৰু মেঘালয় ৰাজ্য ৷ 

( গ ) পূবে _____।

উত্তৰঃ মণিপুৰ , নাগালেণ্ড আৰু অৰুণাচল প্রদেশ ।

( ঘ ) পশ্চিমে _____।

উত্তৰঃ মেঘালয় আৰু বাংলাদেশ ।

⇒ দলত আলোচনা কৰি লিখা –

২। শিক্ষক – শিক্ষয়িত্ৰীৰ সহায় লৈ নিজৰ বহীত অসমৰ ২৭ খন জিলাৰ এখন তালিকা প্রস্তুত কৰা। ( উদাহৰণস্বৰূপে এখন জিলাৰ তথ্য তালিকাখনত অন্তৰ্ভূক্ত কৰা হ’ল )

জিলা নংজিলাৰ নামজিলাৰ সদৰমহকুমাএখন প্রধান ঠাই
কামৰূপআমিনগাঁওৰঙিয়া , কামৰূপশুৱালকুছি 

উত্তৰঃ                   

৩। স্বায়ত্বশাসিত পৰিষদ কোন কোন জন – জাতিৰ বাবে গঠন কৰা হৈছে ? 

উত্তৰঃ বড়ো , কাৰ্বি , দেউৰী , মাৰ , তিৱা ( লালুং ) , গাৰো , ডিমাছা, মিচিং , ৰাভা , চুতীয়া , সোণোৱাল আদি জন – জাতিৰ বাবে । 

৪। স্বায়ত্ব পৰিষদৰ অধীনত থকা অসমৰ জিলাকেইখনৰ নাম কি কি ? 

উত্তৰঃ পাহাৰ অঞ্চলৰ কাৰ্বি আংলং আৰু ডিমা হাচাও । 

ভৈয়াম অঞ্চলৰ – কোক্ৰাঝাৰ , বাক্‌সা , চিৰাং আৰু ওদালগুৰি । 

৫। তোমাৰ জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাই পথটোৰ নম্বৰ কিমান ? 

উত্তৰঃ নিজৰ নিজৰ ৰাষ্ট্ৰীয় ঘাই পথটো উলিয়াই ল’বা ! 

৬। তোমাৰ অঞ্চলেৰে কোনো নৈ বৈ গৈছেনে ? যদি গৈছে নৈখনৰ নাম কি ? 

উত্তৰঃ আমাৰ অঞ্চলেৰে বৈ যোৱা নৈখন হ’ল ব্ৰহ্মপুত্ৰ । 

৭। তোমাৰ জিলাত জাহাজ চলাচল কৰা পাৰ – ঘাট আছে নেকি ? যদি আছে নাম লিখা । 

উত্তৰঃ আমাৰ জিলাত জাহাজ চলাচল কৰা পাৰ – ঘাটটোৰ নাম হ’ল – কাছাৰী ঘাট । 

৮। তোমাৰ জিলাত বিমান বন্দৰ আছে নে ? যদি আছে নাম লিখা । 

উত্তৰঃ আমাৰ জিলাৰ বিমান বন্দৰটোৰ নাম হ’ল- লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ । 

৯। অসমৰ কোন কোন জিলাত বিমান বন্দৰ আছে । শিক্ষকৰ সহায়ত জানি লৈ তাৰে এখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ কামৰূপ জিলা , ডিব্ৰুগড় জিলা , লখিমপুৰ জিলা , যোৰহাট জিলা , শোণিতপুৰ জিলাৰ তেজপুৰ , কাছাৰ জিলাৰ শিলচৰত । 

১০। তলত দিয়া ছবিখনলৈ চোৱা । তাত তোমালোকৰ বাবে কিছুমান প্রশ্ন আছে । উত্তৰবোৰ দলত আলোচনা কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই লিখিবা ।

১১। তোমাৰ জিলাখনত থকা জনপ্রিয় গায়িকা এগৰাকীৰ নাম। 

উত্তৰঃ তৃষ্ণা দেৱী । 

১২। তোমাৰ জিলাৰ সামাজিক কাম কৰা ব্যক্তি এগৰাকীৰ নাম । 

উত্তৰঃ সমুজ্জল ভট্টাচার্য । 

১৩। তুমি ভালপোৱা এজন গায়কৰ নাম ৷ 

উত্তৰঃ দ্বীপেন বৰুৱা । 

১৪। বিজ্ঞানলৈ অৱদান যোগোৱা এজন ব্যক্তিৰ নাম । 

উত্তৰঃ থমাছ আল্‌ল্ভা এডিচন । 

১৫। তুমি ভালপোৱা এজন খেলুৱৈৰ নাম । 

উত্তৰঃ বীৰেন্দ্ৰ ছেহৱাগ । 

১৬। তুমি জনা সাহিত্যিক এজনৰ নাম । 

উত্তৰঃ ড° মামনি ৰয়ছম গোস্বামী ।

১৭। তুমি ভালপোৱা এজন কবিৰ নাম । 

উত্তৰঃ নৱকান্ত বৰুৱা । 

অনুশীলনী 

১। চমু উত্তৰ দিয়া – 

( ক ) আমাৰ ৰাজ্যখনক প্ৰশাসনৰ সুবিধাৰ বাবে কেইখন জিলাত ভাগ কৰা হৈছে ? 

উত্তৰঃ ২৭ খন জিলাত । 

( খ ) গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ নাম কি ? 

উত্তৰঃ নৰনাৰায়ণ সেতু । 

( গ ) তোমাৰ জিলাৰ সদৰ ঠাইখনৰ নাম কি ?

উত্তৰঃ গুৱাহাটী । ( নিজৰ নিজৰ জিলাৰ নাম লিখিবা ) 

( ঘ ) তোমাৰ জিলাৰ সামাজিক , সাহিত্য , খেল – ধেমালি আদিত অৰিহণা যোগোৱা একোজন বৰেণ্য ব্যক্তিৰ নাম লিখা৷ 

উত্তৰঃ সামাজিক অৰিহণা যোগোৱা ব্যক্তি – হোমেন বৰগোঁহাই ৷ 

সাহিত্যত অৰিহণা যোগোৱা ব্যক্তি- চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া ৷ 

খেল – ধেমালিত অৰিহণা যোগোৱা ব্যক্তি- আবুনেছিম আহমেদ । 

( ঙ ) অসমৰ কোনখন জিলাত আন্তর্জাতিক বিমানবন্দৰ অৱস্থিত ? 

উত্তৰঃ কামৰূপ জিলাত । 

২। খালী ঠাই পূৰ কৰা –

( ক ) অসমৰ জনজাতিসকলৰ ভাষা , সংস্কৃতি , ৰীতি – নীতি , শিক্ষা আদিৰ ৰক্ষণাৱেক্ষণ আৰু উন্নয়নৰ বাবে ____ পৰিষদ গঠন কৰি দিয়া হৈছে ।

উত্তৰঃ স্বায়ত্বশাসিত ।

( খ ) বড়োলেণ্ড এলেকাৰ অন্তৰ্গত থকা জিলাকেইখন হ’ল___,__,__,আৰু ___।

উত্তৰঃ কোক্ৰাঝাৰ , বাক্‌সা , চিৰাং , ওদালগুৰি ।

( গ ) অসমৰ পাহাৰীয়া অঞ্চলৰ স্বায়ত্বশাখিত পৰিষদৰ অধীনত থকা জিলাকেইখন হ’ল ___আৰু ___জিলা । 

উত্তৰঃ কাৰ্বি আংলং , ডিমা হাচাও ।

( ঘ ) নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰি ___দলং আছে । 

উত্তৰঃ কলীয়াভোমোৰা ।

( ঙ ) অসমৰ ৰে’লপথসমূহ ____ৰে’লমণ্ডলৰ ভিতৰত পৰে ৷ 

উত্তৰঃ উত্তৰ পূৱ সীমান্ত ।

৩। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা –

( ক ) অসমত সাতাইশ / আঠাইশ / ঊনত্রিশ খন জিলা আছে । 

উত্তৰঃ সাতাইশ খন জিলা আছে । 

( খ ) তিনি / চাৰি / পাঁচখন জিলাক লৈ বি . টি . এ . ডি . গঠিত হৈছে । 

উত্তৰঃ চাৰিখন জিলাক লৈ বি . টি . এ . ডি . গঠিত হৈছে ।

( গ ) অসমত এখন / দুখন তিনিখন পাহাৰীয়া জিলা আছে । 

উত্তৰঃ অসমত দুখন পাহাৰীয়া জিলা আছে । 

( ঘ ) অসমত পছপন্ন / ছাপন্ন / সাতাৱন্নটা মহকুমা আছে । 

উত্তৰঃ অসমত সাতাৱন্নটা মহকুমা আছে ।

৪। তোমাৰ জিলাখনৰ নাম কি ? জিলাখনৰ চাৰিসীমাটো লিখা । 

উত্তৰঃ আমাৰ জিলাখনৰ নাম কামৰূপ জিলা । 

উত্তৰেনলবাৰী জিলা।
দক্ষিণেমেঘালয়৷
পূৱেদৰং জিলা আৰু নগাঁও জিলা।
পশ্চিমেগোৱালপাৰা জিলা।

৫। তোমাৰ জিলাত কি কি যাতায়াতৰ ব্যৱস্থা আছে ? 

উত্তৰঃ আমাৰ জিলাত সকলো ধৰণৰ যাতায়াত ব্যৱস্থা আছে । যেনে – স্থলপথ , ৰে’লপথ , জলপথ আৰু বিমানপথ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top