Class 3 Environment Chapter 2 ফুল

Class 3 Environment Chapter 2 ফুল, SEBA Chapter 2 ফুল Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

ফুল

Chapter – 2

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

১। উত্তৰ লিখা :

(ক) চাৰিবিধ ফুলৰ নাম লিখা।

উত্তৰ : গোলাপ, তগৰ, পদুম আৰু কৰবী।

(খ) দুবিধ গোন্ধ নথকা ফুলৰ নাম লিখা।

উত্তৰ : অপৰাজিতা, নয়নতৰা। 

(গ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম লিখা।

উত্তৰ : গোলাপ, তগৰ, ৰজনীগন্ধা।

(ঘ) এবিধ ৰাতি ফুলা ফুলব নাম লিখা।

উত্তৰ : শেৱালি।

২। শুদ্ধ বাক্যত ‘✓’ চিন দিয়া :

(ক) ফুলৰ পৰা তেল প্রস্তুত কৰা হয়।

উত্তৰ : ✓

(খ) গোলাপ ফুলৰ গোন্ধ নাই।

উত্তৰ : x

(গ) ৰাতি ফুল নুফুলে।

উত্তৰ : x

(ঘ) ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁথা হয়।

উত্তৰ : ✓

(ঙ) কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা-নিৰ্বাহ কৰে।

উত্তৰ : ✓

৩। ফুলৰ তিনিটা ব্যৱহাৰ লিখা।

উত্তৰ : (ক) বিভিন্ন উৎসৱ-পার্বণত ফুল ব্যৱহাৰ কৰা হয়। 

(খ) ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁথা হয় আৰু পুষ্পসজ্জা কৰা হয়। 

(গ) বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয়। 

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা :

‘ক’‘খ’
গোন্ধ নথকা ফুলনাৰ্জী
পানীত ফুলা ফুলজবা
শীতকালত ফুলা ফুলভেঁট
ৰাতি ফুলা ফুলতগৰ
বসন্ত কালত ফুলা ফুলশেৱালি

উত্তৰ :     

‘ক’‘খ’
গোন্ধ নথকা ফুলজবা
পানীত ফুলা ফুলভেঁট
শীতকালত ফুলা ফুলনাৰ্জী
ৰাতি ফুলা ফুলশেৱালি
বসন্ত কালত ফুলা ফুলতগৰ

৫। খালী ঠাই পূৰ কৰা :

(ক) মৌ-মাখিয়ে ফুলৰ মৌ চুহি –––––তৈয়াৰ কৰে।

উত্তৰ : মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌ-জোল তৈয়াৰ কৰে।

(খ) ––––ফুলক আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বোলে। 

উত্তৰ : পদুম ফুলক আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বোলে।

(গ) কপৌফুল –––––কালত ফুলে। 

উত্তৰ : কপৌফুল বসন্ত কালত ফুলে।

(ঘ) অবাবত ফুল ছিঙিব –––––৷

উত্তৰ : অবাবত ফুল ছিঙিব নলাগে।

(ঙ) ফুলৰ খেতি কৰি –––––ভাৱে লাভৱান হ’ব পাৰি। 

উত্তৰ : ফুলৰ খেতি কৰি আৰ্থিক ভাৱে লাভৱান হ’ব পাৰি।

৬। নিজে কৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

১। (ক) দুবিধ পানীত ফুলা ফুলৰ নাম লিখা।

উত্তৰ : পদুম, ভেঁট। 

(খ) আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কি ?

উত্তৰ : পদুম।

(গ) বৰ্তমান বজাৰত চাহিদা থকা কেইবিধমান ফুলৰ নাম লিখা। 

উত্তৰ : নাৰ্জী, ডালিয়া আৰু গোলাপ।

(ঘ) শীতকালত হোৱা দুবিধ ফুলৰ নাম লিখা।

উত্তৰ : ডালিয়া, নার্জী।

(ঙ) বসন্ত কালত হোৱা তিনিবিধ ফুলৰ নাম লিখা। 

উত্তৰ : কপৌ, নাহৰ আৰু তগৰ।

(চ) ফুলৰ পৰা কি কি তৈয়াৰ কৰিব পাৰি ?

উত্তৰ : ফুলৰ পৰা ঔষধ, তেল, ৰং, প্রসাধন সামগ্রী, সুগন্ধি দ্রব্য আদি তৈয়াৰ কৰিব পাৰি।

২। খালী ঠাই পূৰ কৰা :

(ক) কিছুমান লোকে ফুলৰ খেতি কৰি –––––কৰে।

উত্তৰ : কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা নির্বাহ কৰে।

(খ) গোলাপ –––––থকা ফুল। 

উত্তৰ : গোলাপ গোন্ধ থকা ফুল।

(গ) ভোমোৰা ফুলে ফুলে পৰি ফুলৰ –––––চুহি খায়।

উত্তৰ : ভোমোৰা ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায়।

(ঘ) ডালিয়া –––––ফুলে। 

উত্তৰ : ডালিয়া শীতকালত ফুলে।

(ঙ) শেৱালি –––––ফুলা ফুল।

উত্তৰ : শেৱালি ৰাতি ফুলা ফুল।

(চ) বিভিন্ন উৎসৱ-পাৰ্বণত –––––ব্যৱহাৰ কৰা হয়।

উত্তৰ : বিভিন্ন উৎসৱ পাৰ্বণত ফুল ব্যৱহাৰ কৰা হয়। 

৩। শুদ্ধ উত্তৰত ‘✓’ চিন দিয়া :

(ক) ৰজনীগন্ধা ৰাতি/দিনত ফুলা ফুল।

উত্তৰ : ৰজনীগন্ধা ৰাতি/দিনত ফুলা ফুল। 

(খ) ফুল গছৰ যত্ন ল’ব লাগে/নালাগে।

উত্তৰ : ফুল গছৰ যত্ন ল’ব লাগে/নালাগে।

(গ) পদুম মাটিত/পানীত ফুলে।

উত্তৰ : পদুম মাটিত/পানীত ফুলে।

(ঘ) তগৰ, ৰজনীগন্ধা গোন্ধ নথকা/থকা ফুল।

উত্তৰ : তগৰ, ৰজনীগন্ধা গোন্ধ নথকা/থকা ফুল। 

(ঙ) নাহৰ বসন্ত/শীতকালত ফুলা ফুল।

উত্তৰ : নাহৰ বসন্ত/শীত কালত ফুলা ফুল।

(চ) ফুলৰ পৰা তেল তৈয়াৰ কৰা হয়/নহয়।

উত্তৰ : ফুলৰ পৰা তেল তৈয়াৰ কৰা হয/নহয়।

(ছ) তগৰ ফুলৰ গোন্ধ আছে/নাই।

উত্তৰ : তগৰ ফুলৰ গোন্ধ আছে/নাই।

(জ) অপৰাজিতা ফুলৰ গোন্ধ আছে/নাই।

উত্তৰ : অপৰাজিতা ফুলৰ গোন্ধ আছে/নাহ । 

(ঝ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌ-জোল তৈয়াৰ কৰে/নকৰে।

উত্তৰ : মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌ-জোল তৈয়াৰ কৰে/নকৰে। 

(ঞ) ফুলৰ পৰা ঔষধ প্রস্তুত কৰা নহয়/হয়। 

উত্তৰ : ফুলৰ পৰা ঔষধ প্রস্তুত কৰা নহয় হয়।

৪। ফুল গছৰ যত্ন কিয় ল’ব লাগে ?

উত্তৰ : কিছুমান মানুহে ফুলৰ খেতি কৰি জীৱন-নিৰ্বাহ কৰি আছে। ফুল আমি সকলোৱে বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। সেয়েহে আমি ফুল গছৰ যত্ন ল’ব লাগে।

৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা :

‘ক’‘খ’
মৌ-মাখিয়েতেল প্রস্তুত কৰা হয়
ফুলৰ পৰা নয়নতৰা
ৰাষ্ট্ৰীয় ফুলফুলৰ মৌ চুহি খায়
গোন্ধ নথকা ফুলপদুম

উত্তৰ :

‘ক’‘খ’
মৌ-মাখিয়েফুলৰ মৌ চুহি খায়
ফুলৰ পৰা তেল প্ৰস্তুত কৰা হয়
ৰাষ্ট্ৰীয় ফুলপদুম
গোন্ধ নথকা ফুলনয়নতৰা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top