Class 3 Environment Chapter 1 গছ-গছনিৰ কথা

Class 3 Environment Chapter 1 গছ-গছনিৰ কথা, SEBA Chapter 1 গছ-গছনিৰ কথা Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

গছ-গছনিৰ কথা

Chapter – 1

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

১। উত্তৰ লিখা :

(ক) চাৰিবিধ বৃক্ষৰ নাম লিখা।

উত্তৰ :- চাৰিবিধ বৃক্ষৰ নাম হ’ল– আম, জাম, কাঁঠাল, আৰু শাল ।

(খ) অসমত পোৱা দুবিধ মূল্যবান কাঠৰ নাম লিখা।

উত্তৰ :- শাল আৰু চেগুন।

(গ) দুবিধ লতা জাতীয় উদ্ভিদৰ নাম লিখা।

উত্তৰ :- দুবিধ লতাজাতীয় উদ্ভিদৰ নাম হ’লা- পান, ভালুক। 

(ঘ) ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম লিখা। 

উত্তৰ :- তুলসী আৰু নিমপাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। 

(ঙ) গছৰ শিপাৰ দুটা কাম লিখা।

উত্তৰ :- গছৰ শিপাৰ দুটা কাম হ’ল—

(১) শিখাৰ দ্বাৰা গছে পানী শুহি লয়। 

(২) শিপাই মাটিত খামুচি ধৰি পছজোপা থিয় কৰি ৰাখাত সহায় কৰে ।

(চ) লাউ, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি ? 

উত্তৰ :- লাউ, জিকা আদি গছবোৰ কোমল আৰু লেহুকা, উদ্ভিদৰ বৃদ্ধিৰ ফলত ইহঁত বগাই যায় আৰু বগাবৰ বাবে চাং সাজি দিয়া হয় ।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা :

‘ক’‘খ’
১। চিত্ৰনলা গছৰ পৰা।১। কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়।
২। তেজপাত।২। চাহপাত প্ৰস্তুত কৰা হয়।
৩। চাহ-গছৰ পাতৰ পৰা।৩। তেল উলিওৱা হয়।
৪। নিমগছৰ পাত।৪। বন্ধা-বঢ়া কামত ব্যবহাৰ কৰা হয়।

উত্তৰ :- (১) চিত্ৰনলা গছৰ পৰা— তেল উলিওৱা হয়।

(২) তেজপাত– ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰা হয়।

(৩) চাহ-গছৰ পাতৰ পৰা— চাহপাত প্রস্তুত কৰা হয়।

(৪) নিমগছৰ পাত— কীট-নাশক হিচাপে ব্যবহাৰ কৰা হয়।

৩। খালী ঠাই পূৰ কৰা :

(ক) গছে ––––– ৰ দ্বাৰা পানী শুহি নয়।

উত্তৰ :- গছে শিপাৰ দ্বাৰা পানী শুহি লয়।

(খ) চাহ গছবোৰ চাপৰ আৰু––––––৷

উত্তৰ :- চাহ গছবোৰ চাপৰ আৰু জোপোহা।

(গ) কিছুমান –––––শাক হিচাপে ৰান্ধি খোৱা হয়।

উত্তৰ :- কিছুমান পাত শাক হিচাপে ৰান্ধি খোৱা হয়।

(ঘ) টকৌ পাতেৰে –––––সজা হয়।

উত্তৰ :- টকৌ পাতেৰে জাপি সজা হয়।

৪। শুদ্ধ উত্তৰ ‘✓’ চিন দিয়া :

(ক) বাঁহ গছ / বৃক্ষ / তৃণ জাতীয় উদ্ভিদ।

উত্তৰ :-বাঁহ গছ তৃণ জাতীয় উদ্ভিদ।

(খ) গুল্ম জাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ডাঙৰ।

উত্তৰ :- গুল্ম জাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু।

(গ) বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছ বৰ টান/কোমল।

উত্তৰ :- বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছ বৰ টান।

(ঘ) তাল/আম/নিম গছৰ পাতেৰে বিচনী সজা হয়।

উত্তৰ :- তাল গছৰ পাতেৰে বিচনী সজা হয়।

৫। এটাকৈ পার্থক্য লিখা :

(ক) বৃক্ষ আৰু গুল্ম।

উত্তৰ :- বৃক্ষ জাতীয় গছবোৰ বৰ ডাঙৰ আনহাতে, গুল্ম জাতীয় গছবোৰ সৰু আৰু জোপোহা।

(খ) বাঁহ গছ আৰু আম গছ।

উত্তৰ :- বাঁহ গছ ফোপোলা আনহাতে আম গছ বৰ টান।

(গ) লতা আৰু তৃণ।

উত্তৰ :- (১) যিবোৰ উদ্ভিদ বগাই যায় সেইবোৰকেই লতা জাতীয় উদ্ভিদ বুলি কয়। যেনে— পান। আনহাতে, যিবোৰ উদ্ভিদ সৰু আৰু গা-গছবোৰ কোমল এইবোৰকেই তৃণজাতীয় উদ্ভিদ বুলি কয়। যেনে– দুৱৰি বন।

৬। নিজে কৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

১। (ক) অসমৰ দুবিধ মূল্যৱান বৃক্ষৰ নাম লিখা।

উত্তৰ :- অসমৰ শাল আৰু চেগুন বৰ মূল্যৱান বৃক্ষ। 

(খ) অসম কিহৰ বাবে বিখ্যাত ? 

উত্তৰ :- অসম চাহ খেতিৰ বাবে বিখ্যাত।

(গ) দুবিধ জোপোহা গছৰ নাম লিখা। 

উত্তৰ :- দুবিধ জোপোহা গছৰ নাম হ’ল— গোলাপ, তগৰ। 

(ঘ) গছৰ পৰা আমি কি পাওঁ।

উত্তৰ :- (১) গছৰ পৰা আমি ফুল, ফল-মূল, শস্য, খৰি আদি পাওঁ। 

(২) গছৰ পৰা ঔষধ আৰু সুগন্ধি দ্রব্যও পোৱা যায়।

(ঙ) পাতৰ দুটা কাম লিখা। 

উত্তৰ :- (১) খোৱা বস্তু থবৰ কাৰণে কল গছৰ পাত ব্যৱহাৰ কৰা হয়। 

(২) কিছুমান পাত শাক হিচাপে বান্ধি খোৱা হয়।

(চ) তিনিবিধ বৃক্ষ জাতীয় উদ্ভিদৰ নাম লিখা।

উত্তৰ :- আম, জাম আৰু কঁঠাল।

(ছ) দুবিধ তৃণজাতীয় উদ্ভিদৰ নাম লিখা।

উত্তৰ :- দুৱৰি বন, ঘাঁহ। 

(জ) কাঠেৰে আমি কি কি তৈয়াৰ কৰিব পাৰি ?

উত্তৰ :- কাঠেৰে আমি চকী, মেজ, বেঞ্চ, ঘৰ-দুৱাৰ আদি তৈয়াৰ কৰিব পাৰি।

(ঝ) দুবিধ গুল্ম জাতীয় উদ্ভিদৰ নাম লিখা।

উত্তৰ :- গোলাপ আৰু তগৰ।

(ঞ) কপাহ, কিহৰ পৰা প্ৰস্তুত কৰা হয় ? 

উত্তৰ :- কপাহৰ আঁহৰ পৰা কপাহ প্রস্তুত কৰা হয়।

২। খালী ঠাই পূৰ কৰা :

(ক) তেজপাত––––– ব্যৱহাৰ কৰা হয়। 

উত্তৰ :- তেজপাত ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয়।

(খ) কোমোৰা, তিয়ঁহ –––––জাতীয় উদ্ভিদ।

উত্তৰ :- কোমোৰা, তিয়ঁহ লতা জাতীয় উদ্ভিদ। 

(গ) বায়ু –––––নির্মল কৰি ৰাখে।

উত্তৰ :- বায়ু গছ-গছনিয়ে নির্মল কবি ৰাখে।

(ঘ) বাঁহ গছ–––––l

উত্তৰ :- বাঁহ গছ ফোপোলা। 

(ঙ) গছ-গছনি আমাৰ বহুতো –––––লাগে।

উত্তৰ :- গছ-গছনি আমাৰ বহুতো কামত লাগে।

(চ) জবা, ডালিম –––––জাতীয় উদ্ভিদ।

উত্তৰ :- জবা, ডালিম গুল্ম জাতীয় উদ্ভিদ। 

(ছ) ঘাঁহ, ধান উদ্ভিদবোৰ সৰু আৰু –––––কোমল।

উত্তৰ :- ঘাঁহ, ধান উদ্ভিদবোৰ সৰু আৰু গা-গছবোৰ কোমল। 

(জ) উদ্ভিদৰ শিপাই মাটিৰ –––––কৰাত সহায় কৰে।

উত্তৰ :- উদ্ভিদৰ শিপাই মাটিৰ খহনীয়া ৰোধ কৰাত সহায় কৰে।

(ঝ) গছ-গছনি কাটি পেলালে আমাৰ বহুত –––––হয় ৷

উত্তৰ :- গছ-গছনি কাটি পেলালে আমাৰ বহুত অসুবিধা হয়। 

(ঞ) চাহ গছৰ পাতৰ পৰা –––––প্রস্তুত কৰা হয়।

উত্তৰ :- চাহ গছৰ পাতৰ পৰা চাহপাত প্রস্তুত কৰা হয়। 

৩। শুদ্ধ উত্তৰত ‘✓’ চিন দিয়া :

(ক) দুৱৰি বন, ঘাঁহ উদ্ভিদৰ গা-গছ বৰ টান/কোমল। 

উত্তৰ : দুৱৰি বন, ঘাঁহ উদ্ভিদৰ গা-গছ বৰ টান/কোমল। 

(খ) টকৌ/তেজপাত/নিমপাতেৰে জাপি সজা হয়। 

উত্তৰ :- টকৌ/তেজপাত/নিমপাতেৰে জাপি সজা হয়। 

(গ) শাল আৰু চেগুন বৃক্ষ/তৃণ/লতা জাতীয় উদ্ভিদ। 

উত্তৰ :- শাল আৰু চেগুন বৃক্ষ/তৃণ/লতা জাতীয় উদ্ভিদ। 

(ঘ) জিকা, লাউ তৃণ/লতা/বৃক্ষ জাতীয় উদ্ভিদ। 

উত্তৰ :- জিকা, লাউ তৃণ/লতা/বৃক্ষ জাতীয় উদ্ভিদ। 

(ঙ) গছ-গছনি কাটি নষ্ট কৰিব লাগে/নালাগে।

উত্তৰ :- গছ-গছনি কাটি নষ্ট কৰিব লাগে/নালাগে।

(চ) কাঠেৰে চকী, মেজ আদি তৈয়াৰ কৰিব পাৰি/ নোৱাৰি। 

উত্তৰ :- কাঠেৰে চকী, মেজ আদি তৈয়াৰ কৰিব পাৰি/নোৱাৰি। 

(ছ) ৰঙালাউ, তৰমুজ আদি গছত/মাটিত বগাই যায়। 

উত্তৰ :- ৰঙালাউ, তরমুজ আদি গছত/মার্টিত বগাই যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top