Class 3 English Chapter 1 Ten Little Fingers, answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 English Chapter 1 Ten Little Fingers and select need one.
Class 3 English Chapter 1 Ten Little Fingers
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 3 English Chapter 1 Ten Little Fingers Solutions for All Subjects, You can practice these here…
(টেন লিট্ল ফিংগাৰ্চ) দহটা সৰু হাতৰ আঙুলি
Chapter – 1
ইংৰাজী (ENGLISH)

Let’s recite this poem together : ( লেট্চ ৰিচাইট দিচ প’ৱেম টুগেদাৰ)—আহা, কবিতাটো আমি একেলগে আবৃত্তি কৰো :
Word Notes (শব্দার্থ) : ten (টেন)— দহ। little (লিট্ল্)—সাৰু, ক্ষুদ্র। fingers (ফিংগাৰচ্)—হাতৰ আঙুলিবোৰ। toes (ট’জ)—ভৰিৰ আঙুলিবোৰ। two (টু)—দুই, দুটা । ears (ইয়াৰ্ছ)— কাণবোৰ। one (ওৱান)— এক, এটা,এজন। nose (ন’জ)—নাক। eyes (আইজ)—চকবোৰ। shine (শ্বাইন)—উজ্জ্বল হোৱা, চক্মকা । so (চো)—খুবেই, অতি । bright (ব্রাইট)—উজ্জ্বল, চক্চকীয়া। mouth (মাউথ)—মুখ। kiss (কিচ)—চুমা, চুম্বন । mother (মাদাৰ)—আই, মাক্, মাতৃ। good (গুড্)—ভাল, সজ, বিশিষ্ট। night (নাইট) — ৰাতি । goodnight (গুডনাইট্)—শুভ ৰাত্ৰি ।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Ten Little Fingers (টেন্ লিট্ল ফিংগাৰ্চ)—দহটা সৰু হাতৰ আঙুলি:
Ten little fingers, ten little toes (টেন্ লিট্ল ফিংগাৰ্চ, টেন্ লিট্ল ট’জ) — দহটা সৰু হাতৰ আঙুলি, দহটা সৰু ভৰিৰ আঙুলি।
Two little ears and one little nose, (টু লিটল ইয়াৰ্ছ এন্ড ওৱান লিট্ল ন’জ) — সৰু দুটা কাণ আৰু এটা সৰু নাক ।
Two little eyes that shine so bright (টু লিটল আইজ দেট শ্বাইন চ’ ব্রাইট) — খুবেই উজ্জ্বল দুটা সৰু চকু ।
And one little mouth (এন্ড ওয়ান লিট্ল মাউথ) — আৰু সৰু এখন মুখ।
To kiss mother good night. (টু কিচ মাদাৰ গুডনাইট্।) — চুমা খাই মাকক শুভৰাত্রি জনাবলৈ।
ACTIVITIES (একটিভিটিজ)—কার্যকলাপ |
1. Match the pictures with the words: (মেচ দা পিকচাৰচ উইথ দা ওৱার্ডচ) —ছবিবোৰৰ লগতে শব্দবোৰ মিলোৱা :

2. Practise saying rhyming words. Your teacher will read the first word in each row. Read the other two: (প্রেকটিচ চেইং ৰাইমিং ওৱাৰ্ডচ্। ইওৰ টিচাৰ উইল ৰিদ দা ফার্ট ওৱার্ড ইন ইচ ৰ’। ৰিদ দা আদাৰ টু) – ছন্দযুক্ত/ছন্দময় শব্দ কোৱাটো অনুশীলন কৰা। তোমাৰ শিক্ষক/ শিক্ষিকা প্ৰতিটো শাৰীৰ প্ৰথম শব্দটো পঢ়িব। তুমি আন দুটা (শব্দ) পঢ়া।
Ans :
rose (ৰ’জ) গোলাপ ফুল | nose (ন’জ) নাক। | tose (ট’জ) ভৰিৰ আঙুলি |
bright (ব্রাইট) উজ্জ্বল, চক্চকীয়া | night (নাইট)ৰাতি, নিশা | Light (লাইট) পোহৰ, বন্তি |
ear (ইয়াৰ) কাণ | hear (হিয়েৰ) শুনা | near (নিয়েৰ) ওচৰত, কাষত |
ten (টেন) দহ সংখ্যা, ১০ | pen (পেন) কলম | hen (হেন) মাইকী কুকুৰা |
eyes (আইজ) চকুবোৰ | Rise (ৰাইজ) উঠা/উদয় হোৱা | prize (প্রাইজ) বঁটা, পুৰস্কাৰ |
3. A baby duck is called a duckling. Do you know the names of other baby animals ? (আ বেবি ডাক ইজ কলড্ আ ডাক্লিং। ডু ইউ ন’দা নেমচ্ অৱ আদাৰ বেবি এনিমেল্চ্ ?) — এটা হাঁহৰ পোৱালিক (ডাকলিং) হাঁহপোৱালি বোলে। আন আন জন্তুবোৰৰ পোৱালিক কি কোৱা হয় তুমি জানানে ?

4. (a) Match the names of animals and birds with their young ones : (মেচ দা নেমচ অৱ এনিমেলচ্ এন্ড বাৰ্ডছ উইদ দেয়াৰ ইয়াং ওৱানচ) — জন্তু-জানোৱাৰ আৰু চৰাইবোৰৰ নামৰ সৈতে সিহঁতৰ পোৱালিবোৰৰ নাম মিলোৱা।
Ans : hen (হেন) – মাইকি কুকুৰা kid (কিড) – ছাগলী পোৱালি
pig (পিগ) – গাহৰি pony (পনি) – ঘোঁৰা পোৱালি
cow (কাও) –গৰু chick (চিক) – কুকুৰা পোৱালি
duck (ডাক) – হাঁহ cub (কাব) – বাঘৰ পোৱালি
goat (গোট) – ছাগলী puppy (পাপ্পি) – কুকুৰ পোৱালি
horse (হৰ্চ) – ঘোঁৰা calf (কাফ) – দমৰা, দামুৰি
cat (কেট) – মেকুৰী duckling (ডাক্লিং) – হাঁহ পোৱালি
tiger (টাইগাৰ) – বাঘ piglet (পিগলেট) – গাহৰি পোৱালি
dog (ডগ) – কুকুৰ kitten (কিটেন) – মেকুৰী পোৱালি
4. (b) Now, write the correct pairs. One is done for you: (নাও ৰাইট দা কাৰেক্ট পেয়াৰ্ছ। ওৱান ইজ্ ডান ফৰ ইউ) — এতিয়া, সঠিক যোৰবোৰ লিখা। এটি তোমালোকৰ বাবে কৰি দিয়া হৈছে :
Ans : goat (গোট) – ছাগলী kid (কিড) – ছাগলী পোৱালি
hen (হেন) – মাইকি কুকুৰা chick (চিক) – কুকুৰা পোৱালি
pig (পিগ) – গাহৰি piglet (পিগলেট) – গাহৰি পোৱালি
cow (কাও) – গৰু calf (কাফ) – দমৰা, দামুৰি
duck (ডাক) – হাঁহ duckling (ডাক্লিং) – হাঁহ পোৱালি
horse (হৰ্চ) – ঘোঁৰা pony (পনি) – ঘোঁৰা পোৱালি
cat (কেট) – মেকুৰী kitten (কিটেন) – মেকুৰী পোৱালি
tiger (টাইগাৰ) – বাঘ cub (কাব) – বাঘৰ পোৱালি
dog (ডগ) – কুকুৰ puppy (পাপ্পি) – কুকুৰ পোৱালি
5. Look at the pictures and let’s read : (লুক এট দা পিক্চাৰ্ছ এন্ড লেচ্ ৰীড) — ছবিবোৰ চোৱা আৰু পঢ়ো আহা।

6. Let’s see how much we have understood (লেটচ চী হাও মাচ্ উই হেভ আন্ডাৰষ্টুদ) –আমি কিমানখিনি বুজি পাইছোঁ চাওঁ আহা :
(a) What does the cow do ? (হোৱাট ডাজ দা কাও ডু ?) — গৰুটোৱে কি কৰে ?
Ans. The cow licks her calf clean. (দা কাও লিক্চ হাৰ কাফ্ ক্লিন) —গৰুটোৱে তাৰ পোৱালিটোক জিভাৰে চেলেকাই চাফা কৰে।
(b) Where do the chicks sleep ? (হোয়েৰ ডু দা চিক্চ্ স্লিপ্ ?) — কুকুৰা পোৱালিবোৰে ক’ত টোপনি মাৰিছে ?
Ans. The chicks sleep under their mother’s wings. (দা চিক্চ স্লিপ্ আন্ডাৰ দেয়াৰ মাদাৰ্ছ উইংচ্) — কুকুৰা পোৱালিবোৰে সিহঁতৰ মাকৰ ডেউকাৰ তলত টোপনি মাৰিছে।
(c) With whom do the ducklings sleep ? (উইথ্ হুম ডু দা ডাক্লিংক স্লিপ ?) —হাঁহপোৱালিবোৰে কাৰ লগত টোপনি মাৰিছে ?
Ans. The ducklings sleep with their mother . (দা ডাক্লিংক স্লিপ উইথ দেয়াৰ মাদাৰ)—হাঁহ পোৱালিবোৰে সিহঁতৰ মাকৰ লগত টোপনি মাৰিছে।
(d) Where do baby foxes sleep ? (হোয়েৰ ডু বেবি ফক্সেচ স্লিপ ?) — শিয়াল পোৱালিবোৰে কত টোপনি মাৰিছে ?
Ans. Baby foxes sleep in a hole . (বেবি ফক্সেচ স্লিপ ইন এ হ’ল) — শিয়াল পোৱালিবোৰে সৰু গাঁতত টোপনি মাৰে।
7. (a) Say what you see in the picture: (চে হ’ৱাট ইউ চি ইন দা পিকচাৰ) — ছবিত তুমি কি দেখিছা কোৱা।

Ans. It is early morning. The sun is rising in the sky. A duck with her two ducklings are swimming in the pond. There is a tree and a boat.
( ইট্ ইজ আলি মর্নিং। দা চান ইজ ৰাইজিং ইন দা স্কাই। আ ডাক উইথ্ হাৰ টু ডাকলিংচ্ আৰ চুইমিং ইন দা পন্ড। দেয়াৰ ইজ এ ট্ৰি এন্ড এ বট)। — এইটো ৰাতিপুৱা। সূর্য/বেলি আকাশত উদয় হৈছে (উঠি আছে)। এটা হাঁহ তাৰ পোৱালি দুটাক লৈ পুখুৰীত সাঁতুৰিছে। তাত এটা গছ আৰু এটা নাও আছে।
7. (b) Write the words in the frame below : (ৰাইট দা ওৱাৰ্ডচ ইন্ দা ফ্ৰেম বিল’) —তলৰ বাকচৰ ভিতৰৰ শব্দবোৰ লিখা।
Sky (স্কাই) – আকাশ, গগন cloud (ক্লাউদ) – মেঘ, ডাৱৰsun (সান) – সূর্য্য, বেলি tree (ট্ৰি) –গছ, বৃক্ষboat (ব’ট) – নাও pond (পন্ড) – পুখুৰী duck (ডাক) – হাঁহ duckling (ডাকলিং) – হাঁহ পোৱালি |
8. Project (প্রজেক্ট)–প্রকল্প :
Collect or draw pictures of animals and birds with their young ones. Paste them on a chart paper and write their names under each picture.
(কালেক্ট অৰ ড্র পিকচার্চ অৱ এনিমেলচ এন্ড বার্ডচ উইথ দেয়াৰ ইয়ং ওৱাঞ্চ। পেচ্ট দেম অন এ চাৰ্ট পেপাৰ এন্ড ৰাইট দেয়াৰ নেইম্চ আভাৰ ইচ পিকচাৰ)।
— জন্তু-জানোৱাৰ, চৰাই (পশুপক্ষী) আৰু লগতে, সিহঁতৰ ছবিবোৰ সংগ্ৰহ কৰা অথবা অংকন কৰা। এটা চাৰ্ট পেপাৰত সেইবোৰ এঠাৰে লগাই প্ৰতিটো ছবিৰ তলত সিহঁতৰ নাম লিখা।
Ans. Do it yourself (নিজে কৰা)।
9. Listen to a story about a duck and her ducklings. (লিচেন টু এ ষ্ট’ৰি এবাউত এ ডাক এন্ড হাৰ ডাকলিংচ্) — এটি হাঁহ আৰু তাৰ পোৱালিবোৰৰ বিষয়ে এটা গল্প শুনো আহা।
Mother Duck (মাদাৰ ডাক) — মাতৃ হাঁহ |
● Lines: Once upon a time …….. of the lake.

Word Notes (শব্দার্থ) : Once upon a time (ওয়াঞ্চ আপন এ টাইম) – এসময়ত। mother (মাদাৰ)– মা, মাতৃ । duck (ডাক) – হাঁহ। ducklings (ডাকলিংচ) – হাঁহ পোৱালিবোৰ। lived (লিভদ্) – বাস কৰিছিল। happily (হেপিলি) – সুখেৰে/ আনন্দেৰে । near (নিয়েৰ) – কাষত, ওচৰত। lake (লেক) –পুখুৰী, হ্রদ, ডুবি। look (টুক) – লৈছিল। every day (এভৰি ডে) – প্রতিদিন, নিতৌ । loved (লাভড) – ভাল পাইছিল, মৰম কৰিছিল। swim (চুইম) – সাঁতোৰ মেলা। cool (কুল) – ঠান্ডা/শীতল। water (ওয়াটাৰ) –পানী।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Once upon a time a mother duck and her ducklings lived happily near a lake. (ওয়াঞ্চ আপন এ টাইম এ মাদাৰ ডাক এন্ড হাৰ ডাকলিংচ লিদ হেপিলি নিয়েৰ এ লেক।) — এসময়ত এটা মাতৃ হাঁহ আৰু তাৰ পোৱালিবোৰ এটা হ্ৰদৰ কাষতে সুখেৰে বাস কৰিছিল। It was a beautiful lake. (ইট ওয়াজ এ বিউটিফুল লেক) — এইটো আছিল এটা ধুনীয়া হ্রদ। Mother Duck took her ducklings every day to the lake. (মাদাৰ ডাক টুক হাৰ ডাকলিংচ (এভৰি ডে টু দা লেক।) — মাতৃ হাঁহটো নিতৌ তাৰ পোৱালিবোৰক লৈ হ্রদত সাঁতুৰিবলৈ গৈছিল । She and her ducklings loved to swim in the cool water of the lake. (চি এন্ড হাৰ ডাকলিংচ লাভড টু চুইম ইন দা কুল ওৱাটাৰ অৱ দা লেক।) — মাতৃ হাঁহ আৰু তাইৰ পোৱালিবোৰে হ্ৰদৰ ঠান্ডা পানীত সাঁতুৰিবলৈ ভাল পাইছিল।
Lines : One morning …………. run away.
Word Notes (শব্দার্থ) : One (ওৱান) – এটা, এক । morning (মর্নিং) – ৰাতিপুৱা। they (দে) –সিঁহত। were playing (ওৱেৰ প্লেইং) – খেলিছিল। suddenly (চাডেনলি) – হঠাতে। heard (হার্ড) – শুনিছিল। cry (ক্রাই) – চিঞৰা, কন্দা। fox (ফক্স) – শিয়াল come (কাম) – অহা । run away (ৰান এৱে) – পলাই গল, পলালে।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
One morning, they were playing near the lake. (ওৱান মর্নিং দে ওৱেৰ প্লেইং নিয়েৰ দা লেক।) — এদিনা ৰাতিপুৱা সিবোৰে হ্ৰদৰ ওচৰত খেলিছিল। Suddenly, they heard the cry of a fox (চাডেনলি সে হার্ড দা ক্রাই অৱ এ ফক্স।) – হঠাৎ সিবোৰে তাত এটা শিয়ালৰ মাত শুনিলে।
“Oh it’s a fox !” said Mother Duck. (‘ও: ইট ইজ এ ফক্স।’ চেইড মাদাৰ ডাক।) – “ওহঃ এইটো এটা শিৱাল !” মাতৃ হাঁহটো ক’লে। “Come, let’s run away” (“কাম লেট আচ ৰান এৱে।”) “আহা, আমি পলাই যাব লাগে।”
● Lines: Mother duck ………… lake at once.
Word Notes (শব্দার্থ) : worried (ওৰিদ) – দুচিন্তাগ্ৰস্ত/উদ্বিগ্ন/চিন্তিত । couldn’t (কুদ নট) – নোৱাৰিলো । fly (ফ্লাই) – উৰা । thought (থ’ট) – চিন্তা কৰিলে, ভাবিলে । for a while (ফ’ৰ এ হুৱাইল) – কিছুসময়ৰ বাবে । quick (কুইক)–খৰকৈ, দ্ৰুত । rush (ৰাছ) – খৰখেদা, বেগেৰে ঠেলি যোৱা । at once (এট ওৱাঞ্চ) – ততালিকে।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Mother Duck was worried. (মাদাৰ ডাক ওৱাজ ওৰিদ।) — মাতৃ হাঁহটো চিন্তিত আছিল। Her ducklings couldn’t fly. (হাৰ ডাকলিংচ কুদ নট ফ্লাই।) — তাইৰ পোৱালিবোৰে উৰিব নোৱাৰে। She thought for a while and said to them, “Quick ! Rush to the lake at once.” (চি থট ফৰ এ হ’ৱাইল এন্ড চেইড টু দেম, “কুইক্ ! ৰাচ টু দা লেক এট ওয়াঞ্চ !”) — সি কিছুসময় ভাবিলে আৰু পোৱালিবোৰক ক’লে “খৰকৈ হ্রদত (পানীত) নামি যোৱা”।
● Lines: Then Mother duck ……….. followed her.
Word Notes (শব্দার্থ) : Mother (মাদাৰ) — মাতৃ । walked away (ওয়াক্দ এৱে) — আনঠাইত গুচি গ’ল। dragged (দ্রেগ্ড) — টানি লৈ গ’ল। wings (উইংচ) — ডেউকা। hurt (হার্ট) — আঘাট কৰা। foolish (ফুলিছ) – গুর্বক, মূর্খ। fox (ফক্স) – শিয়াল। followed (ফল’ড) — অনুসৰণ কৰিলে।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Then Mother Duck walked away from the ducklings and dragged her wings as if she was limit (দেন মাদাৰ ডাক ওয়াক্দ এৱে ফ্রম দা ডাকলিংচ এন্ড দ্রেগ্ড হাৰ উইংচ এজ ইফ চি ওয়াজ হার্ট) – তাৰ পিছত মাতৃ হাঁহটোৱে তাইৰ পোৱালিবোৰৰ পৰা আন ঠাইত গুচি গ’ল আৰু সি আঘাট পাইছে এনে ভাও দেখুৱালে । The foolish fox followed her .( দা ফুলিছ ফক্স হাৰ।) — মূর্খ শিয়ালটো তাক অনুসৰণ কৰিলে।
● Lines : Mother duck walked ………… to the water.
Word Notes (শব্দার্থ) : walked (ওৱাকড) – খোজ কাঢ়িছিল। very fast (ভেৰি ফাষ্ট) – খৰখেদাকৈ, দ্রুত। took (টুক) – লৈছিল। far away (ফাৰ এৱে) – দূৰৈত চলি গ’ল। went (ওৱেন্ট) – চলি গ’ল। water (ওৱাটাৰ) – পানী।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Mother Duck walked very fast and took the fox far away. মাদাৰ ডাক ওৱাকড্ ভেৰি ফাষ্ট এন্ড টুক দা ফক্স ফাৰ এৱে।) — মাতৃ হাঁহটোৱে খৰকৈ খোজ কাঢ়িলে আৰু শিয়ালটোক বহুত দূৰলৈ লৈ গ’ল। The ducklings went to the water (দা ডাকলিংচ ওৱেন্ট টু দা ওৱাটাৰ।) — হাঁহ পোৱালিবোৰে হ্রদৰ পানীত সাঁতুৰিবলৈ গ’ল।
● Lines: After that, Mother ………. went away sadly.
Word Notes (শব্দার্থ) : After that ( আফতাৰ দেট) — তাৰপিছত। returned (ৰিটাৰ্ন্দ) —আহিছিল। happy (হেপি) — সুখী। see (চি) — চোৱা । safe (চেফ) — নিৰাপদ। swam (চ’ৱাম)—সাঁতুৰিছিল। again(এগেইন) —পুনৰ, আকৌ went away (ওৱেন্ট এৱে) — গুচি গ’ল । sadly (চেডলি)—বিষণ্ণ মনেৰে।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
After that. Mother Duck returned to her ducklings. (আফটাৰ দেট, মাদাৰ ডাক ৰিটাৰ্ন্দ টু হাৰ ডাকলিংচ।) তাৰপিছত মাতৃ হাঁহটোৱে তাইৰ পোৱালিবোৰৰ ওচৰলৈ উভতি আহিল। The ducklings were happy to see her. (দা ডাকলিংচ ওৱেৰ হেপি টু চি হাৰ।) – হাঁহ পোৱালিবোৰে মাকক দেখি সুখী হ’ল। They were safe. They swam in the lake again. (দে ওৱেৰ চেফ। দে চ’ৱাম ইন দা লেক এগেইন।) — সেইবোৰ নিৰাপদ আছিল। সেইবোৰ হ্ৰদত পুনৰ সাঁতুৰিব লৈ গ’ল। The fox went away sudly, (দা ফক্স ওৱেন্ট এৱে চেডলি।) — শিয়ালটো বিষণ্ণ মনেৰে গুচি গ’ল।
10. Say ‘yes’ or ‘no’: (চে ইৱেচ অৰ ন’) — হয়’ অথবা ‘নহয়’ কোৱা।
(a) Mother Duck and her ducklings lived near a lake. (মাদাৰ ডাক এন্ড হাৰ ডাকলিংচ লিভড্ নিয়েৰ এ লেক) — মাতৃ হাঁহ আৰু তাইৰ পোৱালিবোৰ এটা হৃদৰ ওচৰত বাস কৰিছিল।
Ans. Yes (ইয়েচ) – হয়।
(b) Mother Duck and her ducklings swam in the lake. (মাদাৰ ডাক এন্ড হাৰ ডাকলিংচ চ’ৱাম ইন দা লেক) — মাতৃ হাঁহ আৰু তাইৰ পোৱালিবোৰে এটা হ্রদত সাঁতুৰিছিল।
Ans. Yes (ইয়েচ) – হয়।
(c) A tiger was looking at them. (এ টাইগাৰ ওৱাজ লুকিং এট দেম) — এটা বাঘ সিবোৰৰ পিনে চাই আছিল।
Ans. No (ন) – নহয়।
(d) Mother Duck was worried. (মাদাৰ ডাক ওৱাজ ওৰিদ) — মাতৃ হাঁহটোৱে উদ্বিগ্ন/চিন্তিত আছিল।
Ans. Yes (ইচ) – হয়।
(e) Mother Duck walked fast. (মাদাৰ ডাক ওৱাক্ড ফাষ্ট) — মাতৃ হাঁহটোৱে বেগেৰে খোজ কাঢ়িছিল।
Ans. Yes (ইয়েচ) – হয়।
(f) The fox went away happily. (দা ফাষ্ট ওৱেন্ট এৱে হেপিলি) — শিয়ালটো আনন্দ মনেৰে গুচি গ’ল।
Ans. No (ন) – নহয়।
11. Listen to your teacher and draw what you understand : (লিচেন টু ইয়’ৰ টিচাৰ এণ্ড ড্র হোয়াট ইউ আল্ডাৰষ্টেন্দ) – তোমালোকৰ শিক্ষক/শিক্ষিকাৰ কথা শুনা আৰু যি বুজিলা তাক অংকন কৰা। Mother Duck swims in the lake. (মাদাৰ ডাক চুইমচ ইন দা লেক) – মাতৃ হাঁহটো হ্রদত সাঁতোৰ দিয়ে।
Ans. Do Yourself (নিজে কৰা)।
12. (a) Look at the picture and read what the ducklings do every day. (লুক এট দা পিকচাৰ এক ৰীড হোৱাত দা ডাকলিংকচ ডু এভৰি দে ।) – ছবিখন চাই নিতৌ হাঁহ পোৱালিবোৰে কী কৰে সেইটো পঢ়া।
Ans.: The ducklings and their mother live in a lake. (দা ডাকলিংকচ এন্ড দেয়াৰ মাদাৰ লিভ ইন এ লেক।) মাতৃ আৰু হাঁহ তাইৰ পোৱালিবোৰে এটা হ্রদত বাস কৰিছিল। The ducklings swim in the lake. (দা ডাকলিংক চুইম ইন দা লেক।) — হাঁহ পোৱালিবোৰে হ্রদত সাঁতোৰ দিয়ে। They play near the laker (দে প্লে নিৱেৰ দা লেক।) — সেইবোৰ হ্ৰদৰ ওচৰত খেলে।
12. (b) Look at the picture and read what the ducklings did when the fox came: (লুক এট দা পিকচাৰ এণ্ড ৰীড হোৱাত দা ডাকলিংকচ দিড হ’ৱেন দা ফক্স কেম) —ছবিখন চোৱা আৰু যেতিয়া শিয়ালটো আহিলে তেতিয়া হাঁহ পোৱালিবোৰে কী কৰিছিল সেইটো পঢ়া।
Ans.: The ducklings ran to the lake. (দা ডাকলিংকচ ৰেন টু দা লেক।) — হাঁহ পোৱালিবোৰে দৌৰ দি হ্রদত গৈছিল । They swam in the lake. (দে চ’বাম ইন দা লেক।) — সেইবোৰ হ্রদত সাঁতুৰিছিল। They felt happy to see Mother Duck coming back. (দে ফেল্ট হেপি টু চী মাদাৰ ডাক কামিং বেক।) — মাতৃ হাঁহটোক উভতি আহিবলৈ চাই হাঁহ পোৱালিবোৰে আনন্দিত হৈছিল।
12 (c) Now, copy two sentences about what the ducklings do : (নাও, কপি টু চেনটেনছেজ এবাউত হ’ৱাট দা ডাকলিংকচ ডু) – হাঁহ পোৱালিবোৰে কি কৰিছিল সেই বিষয়ে এতিয়া দুটা বাক্য লিখা।
Ans. 1. The ducklings swim in the lake. (দা ডাকলিংকচ চুইম ইন দা লেক)—হাঁহ পোৱালিবোৰে হ্ৰদত সাঁতোৰ দিয়ে।
2. They play near the lake. (দে প্লে নিয়ে দা লেক)—সেইবোৰ হ্ৰদ ওচৰত খেলে।
13. Fill in the blanks with the correct words to complete the following sentences to show what happened to Mother Duck and her ducklings: (ফিল ইন দা ব্লেঙ্কচ উইথ দা কাৰেক্ট ওয়ার্ডট টু কমপ্লিত দা ফল্ল’য়িং চেনটেনছেজ টু চো হ’ৱাট হেপেনড টু মাদাৰ ডাক এন্ড হাৰ ডাকলিংকচ) — মাতৃ হাঁহ আৰু হাঁহ পোৱালিবোৰৰ কি হৈছিল দেখুৱালৈ সঠিক শব্দেৰে তলৰ খালি ঠাইবোৰ পূৰ কৰা।
Ans. Mother Duck and her ducklings lived in a lake. (মাদাৰ ডাক এন্ড হাৰ ডাকলিংকচ লিভড ইন এ লেক।) – মাতৃ হাঁহ আৰু হাঁহ পোৱালিবোৰে এটা হ্রদত বাস কৰে। She and her ducklings loved to swim in the lake. (চি এন্ড হাৰ ডাকলিংকচ লাভড টু চুইম ইন দা লেক।) — সি (মাতৃ হাঁহ) আৰু হাঁহ পোৱালিবোৰে জলাশয়ত সাঁতোৰ দিবলৈ ভাল পায়। One day they heard the cry of a fox. (ওৱান ডে দে হার্ড দা ক্ৰাই অৱ এ ফক্স) — এদিনা সিবোৰ এটা শিয়ালৰ মাত শুনিছিল। Mother Duck wanted to save the ducklings from the fox. (মাদাৰ ডাক ওৱেন্টড টু চেভ দা ডাকলিংকচ ফ্ৰম দা ফক্স।) — মাতৃ হাঁহটোৱে হাঁহ পোৱালিবোৰক শিয়ালৰ পৰা ৰক্ষা কৰিবল বিচাৰি। She told her ducklings to run to the lake .(চি টোল্ড হাৰ ডাকলিংকচ টু ৰান টু দা লেক।) — মাতৃ হাঁহ তাৰ পোৱালিবোৰক দৌৰ দি হ্রদত যাবলৈ কৈছিল। She walked very fast. (চি ওৱাকড ভেৰি ফাষ্ট।) — খৰকৈ খোজ কাঢ়িছিল। She went far away from the ducklings. (চি ওৱেন্ট ফাৰ এৱে ফ্রম দা ডাকলিংকচ।) — সি (মাতৃ হাঁহটো) হাঁহ পোৱালিবোৰৰ পৰা বহুত দূৰলৈ গুচি গৈছিল। The foolish fox followed her. ( দা ফুলিচ ফক্স ফল’ড হাৰ।) — মূর্খ শিয়ালটো তাক মাতৃ হাঁহটোক) অনুসৰণ কৰিছিল। She returned to the lake when she saw her ducklings safe. (সি ৰিটাৰ্ন্দ টু দা লেক হ’ৱেন চি চ’ হাৰ ডাকলিংকচ চেফ।) — সি হ্ৰদত উভতি আহিল যেতিয়া সি দেখিলে তাইৰ পোৱালিবোৰে নিৰাপদ আছে।
14. There is a park beside the lake, Children play there. Read the coloured signs in the park. Some of them tell us what we should do and what we shouldn’t do. Work with a friend and try to write another sign : (দেৱাৰ ইজ এ পার্ক বিচাইড দা লেক। চিলড্রেন প্লে দেৱাৰ। ৰীড দা কালাৰ্দ চাইনচ্ ইন দা পার্ক। চাম অৱ দেম টেল আচ হ’ৱাট উই চুড ডু এণ্ড হ’ৱাট উই চুড নট ডু। ওৱার্ক উইথ এ ফ্ৰেণ্ড এড ট্রাই টু ৰাইট এনাদাৰ চাইন) – হ্রদৰ কাষত এটা বাগিচা, আছে। সৰু ল’ৰা ছোৱলীবোৰে তাত খেলে। উদ্যানৰ ৰঙচঙীয়া সংকেতবোৰ পঢ়া। তাৰ ভিতৰত কেইটামান সংকেত আমাক কি কৰা উচিত আৰু উচিত নহয় সেইটো নির্দেশ কৰে। বন্ধুৰ লগত আন এটা নিৰ্দেশ লিখিবলৈ চেষ্টা কৰা।
উচ্চাৰণ : THANK YOU (থেঙ্ক ইউ)— ধন্যবাদ।
Exit (এগ্জিট) — বাহিৰ।
HELP ONE WHO IS IN TROUBLE (হেল্প ওৱান হু ইজ ইন ট্রাবল) — দুখত থকা জনক সহায় কৰা।
DO NOT PLUCK FLOWERS (ডু নট প্লাক ফ্লাৱাৰ্চ) – ফুল নিচিঙা

USE THE DUSTBIN (ইউজ দা ডাস্টবিন ) — ডাস্টবিন (জাৱৰ থোৱা পাত্র) ব্যৱহাৰ কৰা।
WELCOME TO THE PARK (ওৱেলকাম টু দা পাৰ্ক) — উদ্যানত স্বাগতম।
ENTRY (এনত্রি) — প্রৱেশ।
DO NOT HURT ANIMALS AND BIRDS (ডু নট হার্ট এনিমেল এন্ড বাৰ্ডচ) — জীৱ-জন্তু আৰু চৰাইবোৰক আঘাট নকৰিবা।
Ans. Do not throw garbage in the lake or river. (ডু নট থ্ৰ’ গাৰবেজ ইন দা লেক অৰ ৰিভাৰ)— হ্রদ অথবা নদীত জাৱৰ নোপেলাও।
15. Handwriting : (হেন্ড ৰাইটিং) — হাতৰ লিখা অভ্যাস।
l love my parents. (আই লাভ মাই পেৰেণ্টচ) — মই মোৰ পিতৃ-মাতৃক ভালপাওঁ।
Ans. Do Yourself. (নিজে কৰা)।