Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব

Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব, HS 2nd year Anthropology notes, নৃগোষ্ঠী বর্ণনাতত্ত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব Notes for All Subject, You can practice these here.

(খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব

Chapter – 4

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ

১। গাৰোসকলৰ মাজত থকা ডেকা চাংৰ নাম লিখা । 

উত্তৰঃ নকপাস্তে । 

২। গাৰোসকলৰ এটা প্রধান কৃষি উৎসৱৰ নাম লিখা । 

উত্তৰঃ ৱানগালা । 

৩। মিছিংসকলৰ এটা প্রধান কৃষি উৎসৱৰ নাম লিখা ।

উত্তৰঃ আলি – আই – লিগাং ।   

৪। গাৰোসকলে খেতি কৰা প্ৰধান শস্যবোৰ কি কি ? 

উত্তৰঃ ধান , কণীধান আৰু গোমধান ৷ 

৫। গাৰোসকলৰ জীৱিকা নির্বাহৰ প্ৰধান উৎস কি ?

উত্তৰঃ ঝুমখেতি ।  

৬। মিচিংসকলৰ জীৱিকা নির্বাহৰ প্রধান উৎস কি ?

উত্তৰঃ ধানখেতি ।  

৭। আপাটানিসকল ক’ত বাস কৰে ? 

উত্তৰঃ অৰুনাচল প্ৰদেশত । 

৮। উত্তৰ পূব ভাৰতৰ এটি ঝুম কৃষক সম্প্রদায়ৰ নাম লিখা । 

উত্তৰঃ গাৰো ।

৯। গাৰোসকলৰ প্ৰধান খাদ্য কি ? 

উত্তৰঃ ভাত ।

১০। আওঁনগাসকল ক’ত বাস কৰে ? 

উত্তৰঃ নাগালেণ্ডত । 

১১। গাৰোসকল ক ত বাস কৰে ? 

উত্তৰঃ গাৰোসকল প্রধানত মেঘালয়ৰ পশ্চিম অঞ্চলত বাস কৰে । ইয়াৰ উপৰিও খাচী পাহাৰ , অসমৰ কামৰূপ , গোৱালপাৰা , শিৱসাগৰ, গোলাঘাট , ডিব্ৰুগড় , দৰং , কাৰ্বি আলং জিলাত আৰু পুশ্চিমংগ আৰু ত্ৰিপুৰাত বাস কৰে । 

১২। আচিক মান্দেৰ অর্থ কি ? 

উত্তৰঃ পাহাৰৰ মানুহ । 

১৩। ঝুম খেতিক গাৰোসকলে কি বুলি কয় ?

উত্তৰঃ আৰংগা গামা বা আগাচাআ ।

১৪। গাৰোসকলে ঝুমখেতিৰ বাবে হাবি কাটি সীমা থিক কৰি লোৱা কাৰ্য্যক কি বোলে ?

উত্তৰঃ ওফাতা ।

১৫। গাৰোৰ প্ৰধান উৎসৱ কি ? 

উত্তৰঃ ৱানগালা । 

১৬। গাৰোসকলৰ প্রিয় খাদ্য কি ? 

উত্তৰঃ শিমলু আলু , পানীয় চু ( লাওপানী ) । 

১৭। ভৈয়ামত বাস কৰা এটা জনজাতিৰ নাম লিখা । 

উত্তৰঃ মিছিং , ৰাভা , বড়ো । 

১৮। মিছিং পুৰুষৰ সাজপোচাকসমূহ কি কি ? 

উত্তৰঃ গালুক বা মিবু গালুক , ডমেৰ , ইউগণ , টঙলি । 

১৯। মিছিং তিৰোতাসকলৰ সাজপোছাকসমূহ কি কি ? 

উত্তৰঃ ৰিবি , গাছেং , গেৰো , এগে , ছেক্রেক । 

২০। আওসকলৰ তিনিটা খেলৰ নাম লিখা । 

উত্তৰঃ আওসকলৰ তিনিটা খেলৰ নাম হ’ল চোংলি , মাংছেস আৰু চাংকি । 

২১। আওসকল কোন প্রজাতিৰ ? 

উত্তৰঃ মংগোলীয় প্ৰজাতিৰ । 

২২। আপাটানিসকলৰ প্ৰধান জীৱিকাৰ উপায় কি ? 

উত্তৰঃ ধানখেতি । 

২৩। আপাটানিসকলৰ মূখ্য ভাগ দুটা কি কি ? 

উত্তৰঃ মিতে আৰু মুৰা । 

২৪। বুলিয়াংকি ? 

উত্তৰঃ আপাটানিসকলৰ অনানুষ্ঠানিক গাওঁ পৰিষদ ।

২৫। বুলিয়াং কেইপ্ৰকাৰৰ ? 

উত্তৰঃ বুলিয়াং তিনিপ্ৰকাৰৰ – আকা বুলিয়াং , যাপা বুলিয়াং , আজাং বুলিয়াং । 

২৬। আপাটানিসকলৰ মাজত কেনেকুৱা বিবাহ প্রথা প্রচলিত ? 

উত্তৰঃ একক পতি পত্নী বিবাহ প্রচলিত । 

২৭৷ ইংৰাজী কাষ্ট শব্দটো ক’ৰ পৰা আবিৰ্ভাৱ হৈছিল ? 

উত্তৰঃ পৰ্তুগীজ ভাষাৰ কাষ্ট শব্দৰ পৰা ৷ 

২৮। জাত বা জাতিৰ অর্থ কি ? 

উত্তৰঃ জন্ম বা বংশানুক্রম । 

২৯। জাতি কাক বোলে ? 

উত্তৰঃ এটা বিশেষ জন্মগত সামাজিক গোটক জাতি বোলা হয় ।

৩০। গাৰোসকল পতি স্থানিক নে পত্নী স্থানিক ? 

উত্তৰঃ গাৰোসকল পত্নীস্থানিক ।  

৩১৷ আওঁনগাসকলে ঝুমখেতি নে নাঙল খেতি কৰে ? 

উত্তৰঃ ঝুমখেতি কৰে ৷ 

৩২। মিছিংসকল চিকাৰজীৱী নে কৃষিজীৱি ? 

উত্তৰঃ কৃষিজীৱি । 

৩৩ ৷ গাৰো সমাজত পৰিয়ালক কি বুলি জনা যায় ? 

উত্তৰঃ নোক । 

৩৪। আও নগাসকলৰ ভাষা বা উপভাষা নাগামী / তিব্বত বর্মীয় । 

উত্তৰঃ তিব্বত বৰ্মী । 

৩৫৷ বর্তমান জাতি প্ৰথা কৰ্মৰ / জন্মস্বত্বৰ ওপৰত সৃষ্টি হয় । 

উত্তৰঃ জন্মস্বত্বৰ ওপৰত সৃষ্টি হয় । 

৩৬। গাৰোসকলে কৰা খেতিক কি বুলা হয় ? 

উত্তৰঃ ঝুমখেতি । 

৩৭। গাৰোসকলে চাংঘৰত নে মাটিৰে সজোৱা ভেটিৰ ওপৰত ঘৰ সাজে ? 

উত্তৰঃ চাংঘৰত বাস কৰে ৷ 

৩৮। গাৰোসকল মাতৃসূত্রী নে পিতৃসূত্রী ? 

উত্তৰঃ মাতৃসূত্ৰী । 

৩৯। মিচিংসকল কেনেকুৱা ঘৰত থাকে ? 

উত্তৰঃ চাংঘৰত । 

৪০। মিচিংসকলে কি পদ্ধতিৰে খেতি কৰে ? 

উত্তৰঃ নাঙল খেতি । 

৪১। মিচিংসকলে কিহেৰে খেতি কৰে ? 

উত্তৰঃ গৰু বা ম’হৰে । 

৪২। ডেকা চাঙৰ প্ৰচলন গাৰোসকলৰ মাজত নে মিচিংসকলৰ মাজত আছে । 

উত্তৰঃ গাৰোসকলৰ মাজত । 

৪৩। আওঁসকলৰ মাজত প্ৰচলিত বয়স ভিত্তিত গঢ়ি উঠা গোটাটো কি ? 

উত্তৰঃ মোৰাং ( Morang ) ।

৪৪। আওঁনগাসকলৰ মোৰাং সংগঠণত কিমাজন উপদেষ্টা থাকে ৷ 

উত্তৰঃ ২০ জনসদস্য থাকে । 

৪৫। বুলিয়াং কেইপ্ৰকাৰৰ ? 

উত্তৰঃ তিনিপ্ৰকাৰৰ – 

( ক ) আকা বুলিয়াং ।

( খ ) য়াপা বুলিয়াং ।

( গ ) আজং বুলিয়াং ।

৪৬৷ আপাটানিসকল কোন ? 

উত্তৰঃ আপাটানিসকল উত্তৰ – পূব ভাৰতত অৱস্থিত অৰুনাচল প্ৰদেশৰ এটা জনজাতি । 

৪৭। আপাটানিসকলৰ মূখ্য জীৱিকা কি ? তেওঁলোকে কৰা খেতিক কি কয় ? 

উত্তৰঃ আপাটানিসকলৰ মূখ্য জীৱিকা হ’ল ধান খেতি । এই খেতি তেওঁলোকে পাহাৰৰ এঢলীয়া অংশত খাপ কাটি কৰে । সেইবাবে ইয়াক খাপ খেতি বুলি কোৱা হয় । 

৪৮। আপাটানিসকলৰ মাজত থকা গোত্ৰসমূহক কেইটা ভাগত ভাগ কৰা হৈছে ? 

উত্তৰঃ আপাটানিসকলৰ মাজত থকা গোত্ৰসমূহক দুটা শ্ৰেণীত ভাগ কৰা হৈছে যেনে— 

( ক ) মিকে উচ্চ বংশীয় । আৰু 

( খ ) মুৰা দাস বংশীয় বা নিম্ন বংশীয় । 

শুদ্ধ উত্তৰ বাছি উলিওৱা : 

১। গাৰো / আপাটানিসকলে স্থানান্তৰিত কৃষি কৰে । 

উত্তৰঃ গাৰোসকলে স্থানান্তৰিত কৃষি কৰে । 

২। নগাভূমিৰ লোকসকলে সাধাৰণতে ঝুম / নাঙল কৃষি অবলম্বন কৰে ৷ 

উত্তৰঃ নগাভূমিৰ লোকসকলে ঝুম কৃষি অবলম্বন কৰে । 

৩। উত্তৰ – পূব ভাৰতৰ ছেৰডুকাপনসকলে কৃষিজীৱি / পশুপালক ।

উত্তৰঃ পশুপালক । 

৪। আওঁনগাসকলৰ মোৰাংও উপদেষ্ঠাৰ সংক্ষা ২০/৪০ জন । 

উত্তৰঃ ২০ জন । 

৫। অসমৰ জনজাতিবোৰ প্ৰধানকৈ মঙ্গোলীয় / ক’কেছীয় প্রজাতিৰ ৷ 

উত্তৰঃ মংগোলীয় প্রজাতিৰ । 

৬। খাচীসকলে অষ্টিক / আর্য ভাষা ব্যৱহাৰ কৰে । 

উত্তৰঃ অষ্টিক ভাষা । 

৭। ইন্দ্ৰ’আর্য উপাদান বড়ো / অসমীয়া জাতিগোটৰ মাজত দেখা যায় ৷ 

উত্তৰঃ অসমীয়া জাতি গোটৰ মাজত । 

৮। মিচিংসকল পিতৃস্থানিক নে মাতৃস্থানিক ? 

উত্তৰঃ মাতৃস্থানিক ।

৯। খাচী জনজাতীয় স্বামীয়ে নিজৰ / ঘৈণীয়েকৰ মাকৰ ঘৰত বাস কৰে ৷ 

উত্তৰঃ ঘৈণীয়েকৰ মাকৰ ঘৰত । 

১০। আওঁনগাসকলে যাদুবিদ্যা চর্চা কৰে / নকৰে। 

উত্তৰঃ কৰে । 

১১। গাৰোসকল অসম / মেঘালয়ৰ জনজাতি ।

উত্তৰঃ মেঘালয়ৰ জনজাতি । 

১২। খাচীসকলে বংশানুক্ৰম পিতা / মাতা / ভনীৰ যোগে চিনাক্তকৰণ কৰে ৷ 

উত্তৰঃ মাতাৰ যোগে । 

১৩। নোকপাস্তে খাচীসকলৰ / গাৰোসকলৰ ডেকাচাং ।

উত্তৰঃ গাৰোসকলৰ ৷ 

১৪৷ আলি আই লিগাং গাৰোসকলৰ / আহোমসকলৰ / মিচিমসকল কৃষিভিত্তিক উৎসৱ। 

উত্তৰঃ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top