Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব

Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব, HS 2nd year Anthropology notes, প্রাগঐতিহাসিক নৃতত্ত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

প্রাগঐতিহাসিক নৃতত্ত্ব

Chapter – 2

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ

১। মানবে ব্যৱহাৰ কৰা প্ৰথম মজুলি কি ?

উত্তৰঃ শিলগুটিৰ অস্ত্র ।

২।  মূল শিলাখণ্ডৰ পৰা তৈয়াৰ কৰা সঁজুলিক কি বোলে ?  

উত্তৰঃ স্থূল সজুলি ।

৩। স্থূল সঁজুলি তৈয়াৰ কৰিবলৈ কি পদ্ধতি প্রয়োগ কৰা হয় ? 

উত্তৰঃ চলিয়ন পদ্ধতি ।

৪। হস্ত কুটীৰ কোন সংস্কৃতিৰ পৰা আৰম্ভ হয় ?

উত্তৰঃ চেলিয়ান সংস্কৃতিৰ পৰা । 

৫। অলভোৱান সংস্কৃতিৰ প্ৰধান সজুলিবিধ কি ? 

উত্তৰঃ শিলগুটি অস্ত্র । 

৬। সজ্জিত প্ৰহাৰ মঞ্চ বা লেভালোৱা কৌশল প্রয়োগ কৰি সজুলি নির্মাণ কোন যুগত কৰা হৈছিল ? 

উত্তৰঃ মধ্য প্রত্ন প্রস্ত যুগৰ । 

৭। উচ্চ প্ৰত্ন প্রস্তৰ যুগৰ সজুলিসমূহ কি পদ্ধতিৰ দ্বাৰা নিৰ্মাণ কৰা হয় । 

উত্তৰঃ চাপ চলিয়ন পদ্ধতি দ্বাৰা ৷ 

৮। মধ্য প্ৰত্ন প্রস্তৰ যুগৰ প্ৰধান সজুঁলিসমূহ কি কি ?

উত্তৰঃ ৰুকণি , জোঙাল অস্ত্র । 

৯। ঘঁহি পিহি মিহি কৰা পদ্ধতি কোন সাংস্কৃতিক যুগত আৱিস্কৃত হয় ? 

উত্তৰঃ নৱ প্ৰস্তৰ সাংস্কৃতিক যুগত ৷ 

১০। প্রত্নপ্রস্তৰ যুগৰ লোকসকলৰ প্ৰধান জীৱিকা কি ? 

উত্তৰঃ চিকাৰ ৷ 

১১। ক্ষুদ্রাকৃত্তিৰ সঁজুলিসমূহ কোন যুগৰ সাংস্কৃতিক বৈশিষ্ট্য ? 

উত্তৰঃ মধ্য প্রস্তৰ যুগৰ । 

১২। মধ্যপ্রস্তৰ যুগত ব্যৱহাৰ হোৱা সজুলিসমূহক কি বোলে ? 

উত্তৰঃ ক্ষুদ্রানাস্ত্ৰ । 

১৩। ক্ষুদ্রানাস্ত্রসমূহ প্রধানত কি কামত ব্যৱহাৰ হৈছিল ? 

উত্তৰঃ মাছ মাৰিবৰ কাৰণে ৷ 

১৪। ৰুকনি এবিধ চলিনে স্থূল সজুলি ? 

উত্তৰঃ চলি সজুলি । 

১৫। হস্তকুঠাৰ স্থূল নে চলি সজুলি ? 

উত্তৰঃ স্থূল সজুলি । 

১৬। হাড়ৰ সজুলিসমূহ কোন সাংস্কৃতিক যুগৰ প্ৰধান বৈশিষ্ট্য ? 

উত্তৰঃ উচ্চ প্রত্ন প্রস্তৰ যুগৰ । 

১৭। হাড়ৰ বেজি , ৰাজদণ্ড , হাড়ৰ বল্লস নিক্ষেপক কোন সাংস্কৃতিক যুগৰ ? 

উত্তৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগৰ । 

১৮। ভাৰতবৰ্ষ সর্বপ্রথম সভ্যতা বুলিলে কোন সভ্যতাক বুজায় ? 

উত্তৰঃ হৰপ্পা সভ্যতা । 

১৯। নবপ্রস্তৰ যুগৰ প্ৰধান সজুলিসমূহ কি কি ? 

উত্তৰঃ কুঠাৰ , বাৰ্চলা , বাটালী , শিলৰ কাচি আদি প্রধান । 

২০। মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতুটোৰ নাম কি ? 

উত্তৰঃ তাম । 

২১। নৱপ্ৰস্তযুগৰ বিপ্লৱ আখ্যা দিয়া ব্যক্তি গৰাকী কোন ? 

উত্তৰঃ গর্ডন চাইল্ড । 

২২। যিবোৰ ৰুকনিৰ এটা মূৰৰ পৰাহে চলি নিৰ্গত কৰা হয় তেনেকুৱা ৰুকণিক কি বোলে ? 

উত্তৰঃ এমুৰীয়া ৰুকনি । 

২৩। পার্শ ৰুকনি কোন সংস্কৃৰি বৈশিষ্ট্যপূর্ণ সজুলি ? 

উত্তৰঃ সুস্তেৰিয়ান সংস্কৃতিৰ । 

২৪। দ্বিমেৰু কৌশল প্রথমে কোন মানুহে প্ৰয়োগ কৰিছিল ? 

উত্তৰঃ পিকিং মানৱে । 

২৫। মুস্তেৰিয়ান সংস্কৃতিৰ সূৰ্জিকৰ্ত্তা কোন ? 

উত্তৰঃ নিয়েনভাৰথেল মানৱ ৷ 

২৬। ভাৰতীয় এচুলীয়ান শিল্পৰ বৈশিষ্টপূৰ্ণ সজুলিবিধ কি ? 

উত্তৰঃ বল মুখৰ হস্তকুঠাৰ বা ক্লিভাৰ । 

২৭। মানব ইতিহাসত কোন শৈল সংস্কৃতি সুদীর্ঘ কাল বৰ্ত্তি আছিলে ? 

উত্তৰঃ এচুলীয়ান শিল্প সংস্কৃতি । 

২৮। Eos শব্দৰ অৰ্থ কি ? 

উত্তৰঃ দোক মোকলি । 

২৯। Eolithic শব্দটো কোন ভাষাৰ পৰা আহিছে ? 

উত্তৰঃ গ্রীক ভাষাৰ পৰা । 

৩০। মানৱ জীৱনৰ প্ৰায় শতকৰা কিমান ভাগ সময় প্রত্ন প্রস্তৰ যুগত অতিবাহিত হৈছিল ? 

উত্তৰঃ ৯৯ ভাগ । 

৩১। প্রত্নপ্রস্তৰ যুগ আজিৰ পৰা কিমান বছৰ আগতে আৰম্ভ হৈছিল ? 

উত্তৰঃ প্রত্নপ্রস্তৰ যুগ প্রায় 2½ নিযুত বছৰৰ আগতে আৰম্ভ হৈছিল আৰু শেষ হৈছিল প্রায় 20000 বছৰৰ আগতে । 

৩২। বৃহৎ তুষাৰ যুগৰ সূচনা কোণ যুগত সূচনা হৈছিল ? 

উত্তৰঃ তুষাৰ যুগ । 

৩৩। সজুলি আৱিষ্কৃত ঠাই অনুযায়ী প্রত্ন প্রস্তৰ যুগক কেইটা ভাগত ভাগ কৰা হৈছে । 

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে– 

( ক ) নদী সম্প্রবাহ কাল ।

( খ ) গুহাকাল । 

৩৪। আদিম যুগৰ সংস্কৃতি প্রথমে কোন দেশত আবিস্কৃত হয় ? 

উত্তৰঃ আফ্ৰিকাৰ টানজানিয়া দেশৰ অলভাই নামে দ্বডু গহৰ্বৰ এটাত পৃথিৱীত আটাইতকৈ পূৰণি মানৱ সংস্কৃতিৰ অৱশেষ কিছুমান শিলৰ সজুলি পোৱা গৈছে । 

৩৫। আদিম সংস্কৃতিৰ সজুঁলিসমূহ প্রথমে কোনে আৱিস্কৃত কৰিছিল ? 

উত্তৰঃ ডঃ লিকি আৰু তেওঁৰ পত্নীয়ে । 

৩৬। এচুলীয়ান কৃষ্টিৰ সজুলি সমূহৰ প্ৰধান বৈশিষ্ট্য কি আছিল ? 

উত্তৰঃ ডিম্বাকৃত্তিৰ হস্তকুঠাৰ । 

৩৭। এচুলীয়া সংস্কৃতিৰ শ্রষ্টা কোন ? 

উত্তৰঃ পিথেকেনথ্রপাছ গোষ্ঠীৰ লোকসকল । 

৩৮। ক্লেকটনীয়ান কৃষ্টিৰ প্রধান বৈশিষ্ট্য কি ? 

উত্তৰঃ এমুখীয়া চলি সজুলি । 

৩৯। হস্তকুঠাৰৰ আন এটা নাম কি ? 

উত্তৰঃ কুদাপু । 

৪০। মুস্তেৰিয়ান সংস্কৃতিৰ বিশেষত্ব কি ? 

উত্তৰঃ চলি শিল্পব প্রাধান্য , জোঙাল শিলৰ অস্ত্ৰ আৰ পাৰ্শ্ব ৰুকণি ।

৪১। হেম ‘ নিপিয়েন্স আবির্ভাব কোনটো যুগত হয় ?  

উত্তৰঃ উচ্চ প্রত্ন প্রস্তৰ যুগত ৷ 

৪২। বল্লাহৰিণ যুগ কোনটো যুগৰ বিশেষত্ব ? 

উত্তৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগৰ । 

৪৩। চিত্ৰকলাৰ আৱিভাৱ কোন যুগত প্রয়াস হৈছিল ? 

উত্তৰঃ উচ্চ প্রত্ন প্রস্তৰ যুগত । 

৪৪। প্ৰত্ন প্ৰতৰ যুগৰ চিত্ৰকলাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ? 

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে । যেনে— 

( ক ) গৃহ কলা । আৰু 

( খ ) গুহা কলা । 

৪৫ ৷ ক্লিভাৰ কোন দেশৰ এচুলীয় সংস্কৃতিৰ বৈশিষ্ট ? 

উত্তৰঃ গ্রেইট ব্ৰিটেইন । 

৪৬। মধ্যপ্রস্তৰ সংস্কৃতি কোন যুগৰ অন্তৰ্গত ? 

উত্তৰঃ হল’চিন । 

৪৭। আঘাত স্মৃতি কোন সঁজুলিত দেখা যায় ? 

উত্তৰঃ চলি সঁজুলি । 

৪৮ ৷ চাপ দি চকলা এৰুওৱা পদ্ধতিৰে তৈয়াৰ কৰা দুটা সজুলিৰ নাম লিখা । 

উত্তৰঃ লৰেল পত্ৰ সদৃশ জোঙাল অস্ত্ৰ আৰু উইল পত্র সদৃশ জোঙাল অস্ত্র। 

৪৯। চপৰ – চপিং – জাতীয় সজুলি কোণ সংস্কৃতিৰ প্ৰধান বৈশিষ্টপুৰ্ণ হাতিয়াৰ ? 

উত্তৰঃ অলডুৱান সংস্কৃতি । 

৫০। সজ্জিত প্ৰহাৰ মঞ্জ কোণ পদ্ধতিৰ প্ৰধান লক্ষণ ? 

উত্তৰঃ লেভালোৱা । 

৫১। গাৰোপাহাৰত পোৱা নৱ প্ৰস্তৰ যুগৰ শিলৰ সজুলি বোৰ কি শিলাৰে তৈয়াৰী ? 

উত্তৰঃ ড’লাৰাইট । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top