Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 5 পৰিৱেশ প্ৰদূষণ Question Answer.

Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ Notes for All Subjects, You can practice these here.

অতিৰিক্ত প্রশ্নোত্তৰ

১। পৃথিৱীৰ উল্লেখযোগ্য সভ্যতা দুবিধৰ নাম লিখা । 

উত্তৰঃ নীল নদীৰ সভ্যতা আৰু মিচৰীয়া সভ্যতা । 

২। পৰিবেশৰ অৱক্ষয় কি কি কাৰণত হয় ? 

উত্তৰঃ প্রাকৃতিক কাৰণ আৰু আনটো মানৱ সৃষ্ট কাৰণত । 

৩। পৰ্বতৰ শিল ভাঙিবলৈ কি বিস্ফোৰক ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ ডিনামাইট । 

৪। ১৮৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ এক বিলিয়ন । 

৫। বর্তমান ভাৰতৰ জনসংখ্যা কিমান ? 

উত্তৰঃ এশ দহ কোটি । 

৬। অসমৰ অভয়াৰণ্য দুখনৰ নাম লিখা ৷ 

উত্তৰঃ কাজিৰঙা আৰু মানাহ ?

৭। দুবিধ খনিজ সম্পদৰ নাম লিখা । 

উত্তৰঃ পেট্ৰ’লিয়াম আৰু কয়লা ৷ 

৮। ১৯৫০ চনত ক’ত ‘ স্মগ ’ সৃষ্টি হৈছিল ? 

উত্তৰঃ লণ্ডনৰ শিল্প প্রধান অঞ্চলত । 

৯। ভাৰতৰ ক’ত ক’ত স্মগৰ সৃষ্টি হৈছে ? 

উত্তৰঃ কলকাতা আৰু মুম্বাইত ৷ 

১০। অ’জন বিন্ধা কি ? 

উত্তৰঃ ক্ল’ৰিণ অণুৱে অ’জন অণু ভাঙি দিয়াৰ ফলত অ’জন স্তৰত সূক্ষ্ম সূক্ষ্ম ছিদ্র হয় । এনে ছিদ্ৰক অ’জন বিন্ধা বোলে । 

১১। পৃথিৱীৰ উল্লেখযোগ্য সভ্যতা দুবিধৰ নাম লিখা । 

উত্তৰঃ নীল নদীৰ সভ্যতা আৰু মিচৰীয়া সভ্যতা । 

১২। পৰিবেশৰ অৱক্ষয় কি কি কাৰণত হয় ? 

উত্তৰঃ প্রাকৃতিক কাৰণ আৰু আনটো মানৱ সৃষ্ট কাৰণত । 

১৩। পৰ্বতৰ শিল ভাঙিবলৈ কি বিস্ফোৰক ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ ডিনামাইট । 

১৪। ১৮৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ এক বিলিয়ন । 

১৫। বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান ? 

উত্তৰঃ এশ দহ কোটি । 

১৬। অসমৰ অভয়াৰণ্য দুখনৰ নাম লিখা । 

উত্তৰঃ কাজিৰঙা আৰু মানাহ ?

১৭। দুবিধ খনিজ সম্পদৰ নাম লিখা । 

উত্তৰঃ পেট্ৰ’লিয়াম আৰু কয়লা । 

১৮। ১৯৫০ চনত ক’ত ‘ স্মগ ’ সৃষ্টি হৈছিল ? 

উত্তৰঃ লণ্ডনৰ শিল্প প্রধান অঞ্চলত । 

১৯। ভাৰতৰ ক’ত ক’ত স্মগৰ সৃষ্টি হৈছে ? 

উত্তৰঃ কলকাতা আৰু মুম্বাইত । 

২০। অ’জন বিন্ধা কি ? 

উত্তৰঃ ক্ল’ৰিণ অণুৱে অ’জন অণু ভাঙি দিয়াৰ ফলত অ’জন স্তৰত সূক্ষ্ম সূক্ষ্ম ছিদ্র হয় । এনে ছিদ্রক অ’জন বিন্ধা বোলে । 

২১। পানীৰ উপকাৰিতাসমূহ লিখা । 

উত্তৰঃ পানীৰ উপকাৰিতাসমূহ হ’ল— 

( ক ) জীৱন – ধাৰণৰ বাবে পানীৰ আৱশ্যক । 

(খ) পানীয়ে গছ – গছনিৰ বিকাশ সাধ কৰি প্ৰাণীৰ আহাৰৰ যোগান ধৰে । 

(গ) পানীয়ে গোটা , জুলীয়া আৰু গেচীয় অৱস্থা ধাৰণ কৰাৰ বাবে পৰিবেশীয় ভাৰসাম্য আৰু জলচক্র বা বতৰচক্ৰ ৰক্ষা কৰে । 

(ঘ) পানীৰ কাৰণে মীম পালন বা আন জলজ সম্পদৰ পৰিচালনা সম্ভৱ হৈছে । 

(ঙ) বোৱতী পানীয়ে পৰিবেশ পৰিষ্কাৰ কৰাত সহায় কৰে । ইয়াৰ উপৰিও জল পৰিবহন আৰু পৰ্যটন উদ্যোগৰ বিকাশ । 

(চ) বোৱতী পানীত বান্ধ দি জলসিঞ্চন আৰু বিদ্যুৎ শক্তিৰ উৎপাদন কভি পাৰি । 

পানী এটা মূল্যবান প্রাকৃতিক সম্পদ । প্রত্যেকটো জীৱৰ দেহত 65-76% পানীয়েই থাকে । পৃথিৱীৰ পানী অনায়াহে পোৱা যায় যদিও ইয়াৰ 97% অংশ সাগৰত লুণীয়া পানী হিচাপে থকাৰ বাবে ব্যৱহাৰৰ অনুপযোগী । বাকী 3% অংশক সতেজ পানী হিচাপে পোৱা যায় । এই কম পৰিমাণৰ পানীৰ এটা বুজন পৰিমাণ পৃথিৱীৰ মেক অঞ্চলত বৰফ হিচাপে থাকে । কেৱল 0.003% পানীহে ভূমিজল ( Ground water ) আৰু পৃষ্ঠজল ( Surface water ) হিচাপে ব্যৱহাৰ কৰিব পৰা পানী থাকে । 

সাধাৰণতে নদীৰ পাৰতেই প্রাচীন সভ্যতাৰ বিকাশ হোৱা দেখা যায় । কিন্তু এনে নদীতেই অৱশেষ ( Waste ) বিলাক পেলাবলৈ লোৱাত এই পানী কলুসিত ( Polluted ) হৈছে । 

জনসংখ্যা বৃদ্ধিৰ লগে লগে সতেজ পানী fresh water ৰ ওপৰত সাংঘাতিক চাপ পৰিছে । 2004 চনত পৃথিৱীৰ 2/3 অংশ জনসংখ্যাৰ খোৱা পানীৰ অভাৱত ভূগিব লাগিব । উন্নত দেশবিলাকৰ প্ৰতিটো পৰিয়ালে উন্নয়নশীল দেশতকৈ বহুগুণে বেছি সতেজ পানী ব্যৱহাৰ কৰে।

২২। জলচক্র বুলিলে কি বুজা ? 

উত্তৰঃ সাধাৰণতে আমি দেখা বা ব্যৱহাৰ কৰা পানী অবিৰামভাৱে হৈ থকা জলচক্ৰৰ পৰাহে পাওঁ । পৃথিৱীৰ উপৰিভাগত থকা পানীৰ বাষ্পীভৱন হৈ ডাৱৰ হয় । এই ডাৱৰৰ পৰা বৰষুণ বা বৰফৰ ৰূপত ব্যৱহাৰ কৰে আৰু অৱশেষত সাগৰত মিতি হয় ৷ দেখা যায় বৰষুণৰ 90% পানী জলচক্ৰৰ ক্ৰিয়াৰ মহাসাগৰতেই জমা হয় । বছৰি 1.4 ইঞ্চি পানী বাষ্পীভৱন হয় । সৌৰশক্তিয়ে এই পৰিঘটনাটো নিয়ন্ত্ৰণ কৰে । তদুপৰি গছ – গছনিয়েও এই জলচক্র নিয়ন্ত্রণত পোনপটীয়া বৰঙণি যোগায় । 

২৩। ভূমিজল কি ? চমুকৈ লিখা । 

উত্তৰঃ সতেজ পানীৰ প্রায় 9.9% ভাগ পানী ভূমিজলৰ পৰা পোৱা যায়।আগতে ভূমিজল অতি বিশুদ্ধ আছিল যদিও বৰ্তমান বিভিন্ন কাৰণত এই সম্পদ দূষিত হোৱাটো প্ৰমাণিত হৈছে । পৃথিৱীৰ গৰ্ভত বিভিন্ন শিলাখণ্ড , বালি আৰু গ্রেভেলৰ স্তৰৰ মাজত এই পানী আবদ্ধ আৰু কেতিয়াবা মুক্ত অৱস্থাত থাকে । 

ভূমিজল ব্যৱহাৰৰ ফলাফল :- 

(ক) অতিকৈ ভূমিজল নিষ্কাষণ কৰি থাকিলে এই স্তৰবিলাক শুকাই যাব পাৰে । ইয়াৰ ফলত শিলাখণ্ড ভাঙি যাব আৰু মাটিত থকা ঘৰবিলাকৰ হানি হ’ব পাৰে ৷ নলীত ফাট মেলি পানীৰ সোঁত বিপৰীত দিশত যাব পাৰে । 

(খ) শুস্ক ( Arid ) অঞ্চলত জলসিঞ্চনৰ বাবে বৈছিকৈ জলখনন কৰিলে ভূমিজলপৃষ্ঠ নামি যাব পাৰে ।

(গ) অতিমাত্ৰা ভূমিজলৰ বাবে খননকার্য কৰিলে পশ্চাৎমুখী পানীয়ে জলপৃষ্ঠ ওপৰলৈ আহিব পাৰে । ইয়াৰ ফলত জল আবদ্ধ ( water logging ) হৈ লৱণ ( salinity ) সমস্যাৰ সষ্টি হ’ব পাৰে ৷ 

২৪। বানপানী কাক বোলে ? 

উত্তৰঃ বানপানী হ’ল এটা প্রাকৃতিক সমস্যা ৷ পৃথিৱীৰ কিছুমান দেশত ( বাংলাদেশ আৰু ভাৰত ) বছৰৰ কেইটামান মাহত ( মে ’ — চেপ্তেম্বৰ ) অতিমাত্ৰা বৰষুণ হয় । ইয়াৰ ফলত হ্রদ , নদী বা আন আপেক্ষিকভাৱে দ অঞ্চলত পানীৰে উপচি পৰে । ইয়াকেই বানপানী বোলা হয় । 

২৫। বানপানী হোৱাৰ কাৰণসমূহ লিখা । 

উত্তৰঃ বানপানীৰ মুখ্য কাৰণসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) নদীৰ পানীৰ ধাৰণ ক্ষমতা ক্রমান্বয়ে কমি আহিছে । ভূমি ক্ষয় লগতে ভূমিস্খলনৰ ফলত নদীৰ পলস বাঢ়ি ইয়াৰ গভীৰতা কমি আহি থাৰণ ক্ষমতা কমি আহিছে । 

(খ) ভূপৃষ্ঠৰ সেউজ আৱৰণ উচ্ছেদৰ বাবে ভূমি ক্ষয় হোৱাৰ বাবে বানপানীৰ মাত্রা বৃদ্ধি হৈছে । 

(গ) নদীৰ উৎপত্তি অঞ্চলত বৰষুণৰ বৃদ্ধি ।

(ঘ) নদীৰ গতি সলনি কৰিলে বানপানী হয় । 

(ঙ) নদীৰ বান্ধ ভাঙিলেও কৃত্রিম বান হয় । 

(চ) সাগৰৰ গভীৰতা কমি আহিলেও বানপানী হোৱাত সহায় কৰে । 

(ছ) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ বাবে পৰ্বত বা মেৰু অঞ্চলত পৰফ গলাৰ বাবে সাগৰৰ পৃষ্ঠ ওফন্দি পৰিছে । 

২৬। বানপানীৰ অশুভ পৰিণাম কেনে ধৰণৰ হ’ব পাৰে ? 

উত্তৰঃ বানপানীৰ ফলত হোৱা অশুভ পৰিণামসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) বানপানীয়ে স্থাৱৰ সম্পত্তি , খেতি , পশু আনকি মানুহৰো জীৱন নাশ কৰে । 

(খ) যাতায়তৰ বিচ্ছিন্ন আৰু খাদ্যবস্তুৰ নাটনি হয় । 

(গ) বানপানী হ’লে খোৱা পানীৰ নাটনি হয় । 

(ঘ) বানপানীৰ পাছতে মহামাৰী ৰোগে দেখা দিয়ে । 

(ঙ) নদীৰ পাৰ খহাৰ ফলত বছৰি বহুত মানুহ গৃহহীন হয় । 

(চ) নদীদৰ গতি সলনি হ’লে , খেতি কৰা মাটি আৰু বসতি অঞ্চলৰ হ্ৰাস হয় । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top