Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Chapter – 11

ৰাজনীতি আৰু অৰ্থনীতি

Multiple Choice Questions & Answers

1. প্রথম বিশ্বযুদ্ধ সংঘটিত হৈছিল— 

(a) ১৯১৪ চনত।

(b) ১৯৪১ চনত।

(c) ১৯১৮ চনত।

(d) ১৯৮১ চনত।

উত্তৰঃ (a) ১৯১৪ চনত।

2. ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত— 

(a) জেনেভা চহৰত।

(b) নিউয়র্ক চহৰত।

(c) পেৰিছ চহৰত।

(d) লণ্ডন চহৰত।

উত্তৰঃ (b) নিউয়র্ক চহৰত।

3. ৰাষ্ট্ৰসংঘ দিবস পালন কৰা হয়— 

(a) ২২ অক্টোবৰত।

(b) ২৩ অক্টোবৰত।

(c) ২৪ অক্টোবৰত।

(d) 22 অক্টোবৰত।

উত্তৰঃ (c) ২৪ অক্টোবৰত।

4. ৰাষ্ট্ৰসংঘৰ চনদ বলৱৎ কৰা হয়— 

(a) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।

(b) ১৯২০ চনৰ ২৬ নৱেম্বৰ।

(c) ১৯৪৫ চনৰ ২৬ নৱেম্বৰ।

(d) ১৯৫০ চনৰ ২৬ নৱেম্বৰ।

উত্তৰঃ (c) ১৯৪৫ চনৰ ২৬ নৱেম্বৰ।

5. ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূর্ণ অংগটো হ’ল— 

(a) সাধাৰণ সভা।

(b) নিৰাপত্তা পৰিষদ।

(c) ন্যাসৰক্ষী পৰিষদ।

(d) সামাজিক পৰিষদ।

উত্তৰঃ (b) নিৰাপত্তা পৰিষদ।

6. ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ—

(a) ৩ টা।

(b) ৫ টা।

(c) ৪ টা।

(d) ৬ টা।

উত্তৰঃ (d) ৬ টা।

7. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল— 

(a) ১৯৪২ চনৰ ৬ ফেব্ৰুৱাৰী।

(b) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।

(c) ১৯৪৪ চনৰ ২৬ ফেব্ৰুৱাৰী।

(d) ১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰী।

উত্তৰঃ (b) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।

8. ১৯৫২ চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ—

(a) নিৰস্ত্ৰীকৰণ আয়োগ।

(b) নিৰাপত্তাৰ আয়োগ।

(c) মানৱ অধিকাৰ আয়োগ।

(d) নিটি আয়োগ।

উত্তৰঃ (a) নিৰস্ত্ৰীকৰণ আয়োগ।

9. বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয় হৈছে—

(a) সচিবালয়।

(b) ন্যাসৰক্ষী পৰিষদ। 

(c) সাধাৰণ সভা।

(d) সচিব প্রধান।

উত্তৰঃ (d) সচিব প্রধান।

10. ভেট’ প্ৰয়োগৰ ক্ষমতা আছে— 

(a) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ।

(b) সাধাৰণ সভাৰ।

(c) নিৰাপত্তা পৰিষদৰ।

(d) ন্যাসৰক্ষী পৰিষদৰ।

উত্তৰঃ (c) নিৰাপত্তা পৰিষদৰ।

11. প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা—

(a) ৫২ খন।

(b) ৪৫ খন।

(c) ৫১ খন।

(d) ৫ খন।

উত্তৰঃ (d) ৫ খন।

12. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান—

(a) ব’ট্ৰছ ঘালি।

(b) বেন্ কি মুন।

(c) কফি আন্নান।

(d) এণ্টনিঅ’ গুটেৰেছ।

উত্তৰঃ (d) এণ্টনিঅ’ গুটেৰেছ।

13. বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়—

(a) ২৪ অক্টোবৰ।

(b) ২৮ ছেপ্তেম্বৰ।

(c) ১০ ডিচেম্বৰ।

(d) ৫ জুন।

উত্তৰঃ (c) ১০ ডিচেম্বৰ।

14. আন্তর্জাতিক শিশু কল্যাণ অনুষ্ঠানটো হ’ল—

(a) ILO.

(b) UNESCO.

(c) UNICEF.

(d) IFU.

উত্তৰঃ (c) UNICEF.

15. নিৰাপত্তা পৰিষদ হ’ল—

(a) আন্তর্জাতিক মুদ্ৰা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(c) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(d) আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ। 

উত্তৰঃ (b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।

16. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা—

(a) ১৫০ খন।

(b) ১৭০ খন।

(c) ১৯৩ খন।

(d) ১৮৫খন।

উত্তৰঃ (c) ১৯৩ খন।

17. ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুচ্ছেদৰ সংখ্যা—

(a) ১১১ টা।

(b) ১১৫ টা।

(c) ১১৪ টা।

(d) ১২০ টা।

উত্তৰঃ (a) ১১১ টা।

18. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই পঠিওৱা সদস্যৰ সংখ্যা হ’ল—

(a) ৩ জন।

(b) ১০ জন।

(c) ১৫ জন।

(d) ৫ জন।

উত্তৰঃ (d) ৫ জন।

19. আন্তর্জাতিক ন্যায়ালয়ৰ সদস্যৰ সংখ্যা—

(a) ১০ জন।

(b) ১৫ জন।

(d) ১২ জন।

(c) ২০ জন।

উত্তৰঃ (b) ১৫ জন।

20. ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল

(a) ৬ বছৰ।

(b) ৩ বছৰ।

(c) ৫ বছৰ।

(d) ৮ বছৰ।

উত্তৰঃ (c) ৩ বছৰ।

21. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়— 

(a) ২৩ অক্টোবৰ, ১৯২০ চন।

(b) ২৩ অক্টোবৰ, ১৯৯৩ চন।

(c) ১১ অক্টোবৰ, ১৯৯৫ চন।

(d) ১২ অক্টোবৰ, ১৯৯৬ চন।

উত্তৰঃ (b) ২৩ অক্টোবৰ, ১৯৯৩ চন।

Very Short & Short Type Questions and Answers

1. প্রথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? 

উত্তৰঃ ১৯১৪ চনত।

2. দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৯ চনত। 

3. প্রথম বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ অৰ্থে স্থাপন হোৱা আন্তর্জাতিক সংগঠনটো কি? 

উত্তৰঃ জাতিসংঘ।

4. ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 

উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰত।

5. ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল? 

উত্তৰঃ ছানফ্ৰান্সিস্কো সন্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই। 

6. বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয়?

উত্তৰঃ ২৪ অক্টোবৰৰ দিনটোত। 

7. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান? 

উত্তৰঃ ১৯৩ খন। 

8. ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় ক’ত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক চহৰত। 

9. ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে? 

উত্তৰঃ ১১১ টা। 

10. ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি?

উত্তৰঃ সাধাৰণ সভা। 

11. ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটোৰ নাম কি? 

উত্তৰঃ নিৰাপত্তা পৰিষদ। 

12. ৰাষ্ট্ৰসংঘৰ কোন অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে?

উত্তৰঃ ৭৬ নং অনুচ্ছেদত।

13. ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি? 

উত্তৰঃ আন্তর্জাতিক ন্যায়ালয়। 

14. আন্তর্জাতিক ন্যায়ালয়ত মুঠ কেইজন ন্যায়াধীশ থাকে? 

উত্তৰঃ ১৫ জন। 

15. ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অংগটো কি?

উত্তৰঃ সচিবালয়।

16. সচিৰ প্ৰধানৰ কাৰ্যকাল কেইবছৰ? 

উত্তৰঃ ৫ বছৰ। 

17. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কি?

উত্তৰঃ এণ্টনিঅ’ গুটেৰেছ।  

18. ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিৰ প্ৰধানজনৰ নাম কি? 

উত্তৰঃ নৰ’ৱেৰ ট্ৰাইভহাণ্ডান লী। 

19. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰীত। 

20. মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? 

উত্তৰঃ ১০ ডিচেম্বৰ দিনটোত। 

21. ভাৰতবৰ্ষত কেতিয়া মানৱ অধিকাৰ আয়োগ গঠন হয় ?  

উত্তৰঃ ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে।

22. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন হ’ব লাগে? 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ হ’ব লাগিব। 

23. আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্য কি?

উত্তৰঃ আন্তর্জাতিক আইন আৰু ন্যায়ৰ মাজেদি আন্তর্জাতিক বিবাদ নিষ্পত্তি কৰা। 

24. নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান?

উত্তৰঃ ৫ জন। 

25. নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল কিমান?

উত্তৰঃ ২ বছৰ।

26. ভেটো (Veto) প্রয়োগৰ ক্ষমতা কাৰ আছে? 

উত্তৰঃ নিৰাপত্তা পৰিষদৰ। 

27. ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ প্ৰধান কাৰ্যলয়ত ক’ত অৱস্থিত? 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্কত অৱস্থিত।

28. ৰাষ্ট্ৰসংঘৰ সচিবালয়ক সহায় কৰিবলৈ কিমানজন উচ্চ পৰ্যায়ৰ বিষয়া আছে?

উত্তৰঃ ২৪ জন।

29. আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্যালয় ক’ত অবস্থিত?

উত্তৰঃ ইলেণ্ডৰ ডি-হেগ চহৰত অৱস্থিত।

30. আন্তর্জাতিক ন্যায়ালয়ৰ বিচাৰপতিৰ কাৰ্যকাল কিমান?

উত্তৰঃ ৯ বছৰ।

31. আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে?

উত্তৰঃ সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে।

32. আন্তৰ্জাতিক ন্যায়ালয়ত কিমানজন ন্যায়াধীশ থাকে?

উত্তৰঃ ১৫ জন। 

33. ‘মানৱ অধিকাৰৰ আন্তৰ্জাতিক ঘোষণা পত্ৰখন কেতিয়া প্ৰকাশিত হৈছিল? 

উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে।

34. কেতিয়া ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ সম্পৰ্কে নতুনকৈ দুখন চুক্তি-পত্ৰ গ্ৰহণ কৰা হৈছিল? 

উত্তৰঃ ১৯৬৬ চনৰ ১৬ ডিচেম্বৰ তাৰিখে।

35. কেতিয়া মানৱ অধিকাৰ সংৰক্ষণ আইনখনে সন্মতি লাভ কৰে?

উত্তৰঃ ১৯৯৩ চনৰ ৮ জানুৱাৰী তাৰিখে। 

36. প্রথম বিশ্বযুদ্ধৰ পিছত কোনটো আন্তৰ্জাতিক সংস্থা গঠিত হৈছিল?

উত্তৰঃ জাতিসংঘ। 

37. ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চনদৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে?

উত্তৰঃ সাধাৰণ পৰিষদে। 

38. ৰাষ্ট্ৰসংঘৰ প্ৰথম অনুচ্ছেদত কেইটা উদ্দেশ্য সন্নিবিষ্ট হৈ আছে?

উত্তৰঃ চাৰিটা।

39. নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সকল কোনে নিৰ্বাচিত কৰে? 

উত্তৰঃ সাধাৰণ সভাই।

40. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সকলে প্ৰয়োগ কৰিব পৰা ক্ষমতাটোক কি বুলি কয়? 

উত্তৰঃ ‘ভেটো’।

41. ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নম্বৰ অনুচ্ছেদ মতে গঠিত হোৱা অংগটোৰ নাম কি?

উত্তৰঃ ন্যাসৰক্ষী পৰিষদ।

42. নিৰাপত্তা পৰিষদত কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কিমানজন সদস্যৰ সন্মতি লাগে? 

উত্তৰঃ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯ জন সদস্যৰ। 

43. ৰাষ্ট্ৰসংঘৰ কিমান নম্বৰ অনুচ্ছেদ মতে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠিত হৈছিল? 

উত্তৰঃ ৫৫ নং অনুচ্ছেদ মতে।

44. ৰাষ্ট্ৰসংঘৰ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান আছিল? 

উত্তৰঃ ছজন। 

45. ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক কোনে নিয়োগ কৰে? 

উত্তৰঃ নিৰাপত্তা পৰিষদৰ অনুমোদন ক্রমে সাধাৰণ সভাই সচিব প্রধানক নিয়োগ কৰে। 

46. WHO ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ World Health Organisation. 

47. ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ কোন চনত গঠিত হৈছিল? 

উত্তৰঃ ১৯৫২ চনৰ জানুৱাৰী মাহত।  

48. ৰাষ্ট্ৰসংঘই ‘প্ৰতিৰোধমূলক কূটনীতি’ কোন চনত গ্ৰহণ কৰিছিল? 

উত্তৰঃ ২০০৭ চনৰ জুন মাহত। 

49. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিয় গঠিত হৈছিল? 

উত্তৰঃ বিশ্বৰ মানৱ সমাজৰ অধিকাৰ সমূহক সুৰক্ষা দিবলৈ এই সংগঠনটোৰ জন্ম হৈছিল। 

50. কোনখন আইন মতে ভাৰতবৰ্ষৰ ৰাজ্যসমূহত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয়?

উত্তৰঃ ‘মানৱ অধিকাৰ সুৰক্ষা আইন ১৯৯৩ মতে। 

51. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে? 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। 

52. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কার্যকাল কিমান বছৰ?

উত্তৰঃ ৫ বছৰ।

53. জাতিসংঘ কেতিয়া গঠিত হৈছিল?

 উত্তৰঃ ১৯১৪ চনত। 

54. ৰাষ্ট্ৰসংঘৰ চনদত ৫১ খন ৰাষ্ট্ৰই চহী কৰা সন্মিলনখনৰ নাম কি আছিল? 

উত্তৰঃ ছানফ্রান্সিস্কো সম্মিলন। 

55. ৰাষ্ট্ৰসংঘৰ নিৰাপত্ৰ পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা কিমান? 

উত্তৰঃ ৫ জন। 

56. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান? 

উত্তৰঃ ১০ জন।

57. ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্যসকলক কোনে নিয়োগ কৰে? 

উত্তৰঃ সাধাৰণ সভাই।

58. ৰাষ্ট্ৰসংঘ গঠিত হোৱাৰ সময়ত অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা কিমান আছিল? 

উত্তৰঃ ওঠৰ-জন আছিল। 

59. ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদ মতে কোনটো অংগ গঠিত হৈছিল?

উত্তৰঃ অৰ্থনৈতিক আৰু সমাজিক পৰিষদ।

60. অৰ্থনৈতিক আৰু সামজিক পৰিষদৰ কাৰ্য কি?

উত্তৰঃ এই পৰিষদে আন্তৰাষ্ট্ৰীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুসংগিক এনে সমস্যা সমাধানৰ বাবে কাম কৰে। 

61. ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই গঠন কৰা অনুষ্ঠানটোৰ নাম কি আছিল। 

উত্তৰঃ নিৰস্ত্ৰীকৰণ আয়োগ। 

62. ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই কি গঠন কৰিছিল? 

উত্তৰঃ প্ৰতিৰোধমূলক কূটনীতি। 

63. গঠন হোৱাৰ সময়ত মানৱ অধিকাৰ আয়োগৰ সদস্যৰ সংখ্যা কিমান আছিল? 

উত্তৰঃ ১৮ জন।

64. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সকলৰ কাৰ্যকাল কিমান? 

উত্তৰঃ ৩ বছৰ।

65. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হোৱাৰ সময়ত ইয়াৰ সদস্যৰ সংখ্যা কিমান আছিল?

উত্তৰঃ ১৮ জন। 

66. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কেতিয়াৰ পৰা এখন আইন হিচাবে পৰিগণিত হয়? 

উত্তৰঃ ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখৰ পৰা। 

67. ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ অধিৱেশন বছৰত কেইবাৰ বহে? 

উত্তৰঃ বছৰত এবাৰ।

খালী ঠাঁই পূৰ কৰা—

1.‌ _________সন্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰিছিল।

উত্তৰঃ ছানফ্রান্সিস্কো।

2. ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য হৈছে আন্তৰাষ্ট্ৰীয় শান্তি আৰু_________বজাই ৰখা।

উত্তৰঃ নিৰাপত্তা।

3. সকলো সদস্য ৰাষ্ট্ৰৰ সমান________নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব। 

উত্তৰঃ সার্বভৌমত্ব। 

4. ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদ অনুযায়ী নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা________জনলৈ বৃদ্ধি কৰা হয়। 

উত্তৰঃ ১০

5. ৰাষ্ট্ৰসংঘৰ চনদত__________টা অনুচ্ছেদ আছে। 

উত্তৰঃ ১১১ টা।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

প্রশ্ন ১। দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল—

(ক) ১৯১৪ চনত।

(খ) ১৯৪১ চনত।

(গ) ১৯১৮ চনত।

(ঘ) ১৯৮১ চনত।

উত্তৰঃ (ক) ১৯১৪ চনত।

প্রশ্ন ২। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত—

(ক) জেনেভা চহৰত।

(খ) নিউয়ৰ্ক চহৰত।

(গ) পেৰিছ চহৰত।

(ঘ) লণ্ডন চহৰত।

উত্তৰঃ (খ) নিউয়ৰ্ক চহৰত৷

প্রশ্ন ৩। ৰাষ্ট্ৰসংঘ দিবস পালন কৰা হয়—

(ক) ২২ অক্টোবৰত।

(খ) ২৩ অক্টোবৰত।

(গ) ২৪ অক্টোবৰত।

(ঘ) ২৮ অক্টোবৰত।

উত্তৰঃ (গ) ২৪ অক্টোবৰত৷

প্রশ্ন ৪। ৰাষ্ট্ৰসংঘৰ চন্দ বলৱৎ কৰা হয়-

(ক) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।

(খ) ১৯২০ চনৰ ২৬ নৱেম্বৰ।

(গ) ১৯৪৫ চনৰ ২৪ অক্টোবৰ।

(ঘ) ১৯৫০ চনৰ ২৪ অক্টোবৰ।

উত্তৰঃ (গ) ১৯৪৫ চনৰ ২৪ অক্টোবৰ।

প্রশ্ন ৫। ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটো হ’ল—

(ক) সাধারণ সভা।

(খ) নিৰাপত্তা পৰিষদ।

(গ) ন্যাসৰক্ষী পৰিষদ।

(ঘ) সামাজিক পৰিষদ।

উত্তৰঃ (খ) নিৰাপত্তা পৰিষদ।

প্রশ্ন ৬। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ—

(ক) ৩ টা।

(খ) ৫ টা।

(গ) ৪ টা।

(ঘ) ৬ টা।

উত্তৰঃ (ঘ) ৬ টা।

প্রশ্ন ৭। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল—

(ক) ১৯৪২ চনৰ ৬ ফেব্ৰুৱাৰী।

(খ) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।

(গ) ১৯৪৪ চনৰ ২৬ ফেব্ৰুৱাৰী

(ঘ) ১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰী।

উত্তৰঃ (খ) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।

প্রশ্ন ৮। ১৯৫২ চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ-

(ক) নিৰস্ত্ৰীকৰণ আয়োগ

(খ) নিৰাপত্তাৰ আয়োগ।

(গ) মানৱ অধিকাৰ আয়োগ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) নিৰস্ত্ৰীকৰণ আয়োগ।

প্রশ্ন ৯ । বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয় হৈছে—

(ক) সচিবালয়।

(খ) ন্যাসৰক্ষী পৰিষদ।

(ঘ) সচিব প্রধান।

(গ) সাধাৰণ সভা।

উত্তৰঃ (ঘ) সচিব প্রধান।

প্রশ্ন ১০। ভেট’ প্ৰয়োগৰ ক্ষমতা আছে—

(ক) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ।

(খ) সাধাৰণ সভাৰ।

(গ) নিৰাপত্তা পৰিষদৰ।

(ঘ) ন্যাসৰক্ষী পৰিষদৰ।

উত্তৰঃ (গ) নিৰাপত্তা পৰিষদৰ।

প্রশ্ন ১১। প্রথমে ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা-

(ক) ৫২ খন।

(খ) ৪৫ খন।

(গ) ৫১ খন।

(ঘ) ৫০ খন।

উত্তৰঃ (ঘ) ৫০ খন।

প্রশ্ন ১২। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান—

(ক) ব’ট্ৰছ ঘালি।

(খ) বেন্ কি মুন।

(গ) কফি আন্নান।

(ঘ) মঃ তাহেৰ।

উত্তৰঃ (খ) বেন্ কি মুন।

প্রশ্ন ১৩। বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়-

(ক) ২৪ অক্টোবৰ।

(খ) ২৮ ছেপ্তেম্বৰ।

(গ) ১০ ডিচেম্বৰ।

(ঘ) ৫ জুন।

উত্তৰঃ (গ) ১০ ডিচেম্বৰ।

প্রশ্ন ১৪। আন্তর্জাতিক শিশু কল্যাণ অনুষ্ঠানটো হ’ল—

(ক) ILO

(খ) UNESCO 

(গ) UNICEF

(ঘ) IFU

উত্তৰঃ (গ) UNICEF

প্রশ্ন ১৫ । নিৰাপত্তা পৰিষদ হ’ল-

(ক) আন্তর্জাতিক মুদ্রা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(খ) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(গ) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(ঘ) আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ।

উত্তৰঃ (খ) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।

প্রশ্ন ১৬। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল-

(ক) ১৯৪৫ চনত।

(খ) ১৯১৯ চনত।

(গ) ১৯৪৬ চনত।

(ঘ) ১৯৯৩ চনত।

উত্তৰঃ (ঘ) ১৯৯৩ চনত।

প্রশ্ন ১৭। আন্তর্জাতিক ন্যায়ালয়ৰ ন্যয়াধীশৰ সংখ্যা–

(ক) ৯ জন।

(খ) ১১ জন।

(গ) ১৫ জন।

(ঘ) ৫ জন।

উত্তৰঃ (গ) ১৫ জন।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। প্রথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ ১৯১৪ চনত।

প্রশ্ন ২। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৯ চনত।

প্রশ্ন ৩। প্রথম বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ অৰ্থে স্থাপন হোৱা আন্তর্জাতিক সংগঠনটো কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘ।

প্রশ্ন ৪। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰত।

প্রশ্ন ৫। ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চন্দত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল?

উত্তৰঃ ছানফ্রান্সিস্কো সন্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই।

প্রশ্ন ৬ ৷ ৰছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয়?

উত্তৰঃ ২৪ অক্টোবৰৰ দিনটোত।

প্রশ্ন ৭। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান?

উত্তৰঃ ১৯৩ খন।

প্রশ্ন ৮। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত।

প্রশ্ন ৯ ৷ ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে?

উত্তৰঃ ১১১ টা।

প্রশ্ন ১০ । ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি?

উত্তৰঃ সাধাৰণ সভা।

প্রশ্ন ১১। ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটোৰ নাম কি?

উত্তৰঃ নিৰাপত্তা পৰিষদ।

প্রশ্ন ১২। ৰাষ্ট্ৰসংঘৰ কোন অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে?

উত্তৰঃ ৭৬ নং অনুচ্ছেদত।

প্রশ্ন ১৩। ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি?

উত্তৰঃ আন্তর্জাতিক ন্যায়ালয়।

প্রশ্ন ১৪। আন্তর্জাতিক ন্যায়ালয়ত মুঠ কেইজন ন্যায়াধীশ থাকে?

উত্তৰঃ ১৫ জন।

প্রশ্ন ১৫। ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অংগটো কি?

উত্তৰঃ সচিবালয়।

প্রশ্ন ১৬। সচিব প্রধানৰ কাৰ্যকাল কেইবছৰ?

উত্তৰঃ ৫ বছৰ।

প্রশ্ন ১৭। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনৰ নাম কি?

উত্তৰঃ দক্ষিণ কোৰিয়াৰ বেন-কি-মুন। (২০০৭ ৰ পৰা বৰ্তমানলৈকে)।

প্রশ্ন ১৮। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধানজনৰ নাম কি?

উত্তৰঃ নৰ’ৱেৰ ট্ৰাইভহাণ্ডান লী।

প্রশ্ন ১৯ ৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰীত।

প্রশ্ন ২০। মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ১০ ডিচেম্বৰ দিনটোত।

প্রশ্ন ২১। ভাৰতবৰ্ষত কেতিয়া মানৱ অধিকাৰ আয়োগ গঠন হয়?

উত্তৰঃ ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে।

প্রশ্ন ২২। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন হ’ব লাগে?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ হ’ব লাগিব।

প্রশ্ন ২৩। আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কার্য কি?

উত্তৰঃ আন্তর্জাতিক আইন আৰু ন্যায়ৰ মাজেদি আন্তর্জাতিক বিবাদ নিষ্পত্তি কৰা।

প্রশ্ন ২৪। নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান?

উত্তৰঃ ১৫ জন।

প্রশ্ন ২৫। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল কিমান?

উত্তৰঃ ২ বছৰ।

প্রশ্ন ২৬। ভেটো (Veto) প্ৰয়োগৰ ক্ষমতা কাৰ আছে?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ৷

প্রশ্ন ২৭। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ প্ৰধান কাৰ্যলয়ত ক’ত অৱস্থিত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত।

প্রশ্ন ২৮। ৰাষ্ট্ৰসংঘৰ সচিবালয়ক সহায় কৰিবলৈ কিমানজন উচ্চ পৰ্যায়ৰ বিষয়া আছে?

উত্তৰঃ ২৪ জন।

প্রশ্ন ২৯। আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ ইলেণ্ডৰ ডি-হেগ চহৰত অৱস্থিত।

প্রশ্ন ৩০। আন্তর্জাতিক ন্যায়ালয়ৰ বিচাৰপতিৰ কাৰ্যকাল কিমান?

উত্তৰঃ ৯ বছৰ।

প্রশ্ন ৩১। আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে?

উত্তৰঃ সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে।

প্রশ্ন ৩২। আন্তর্জাতিক ন্যায়ালয়ত কিমান জন ন্যায়াধীশ থাকে?

উত্তৰঃ ১৫ জন।

প্রশ্ন ৩৩। ‘মানৱ অধিকাৰৰ আন্তর্জাতিক ঘোষণা পত্ৰখন কেতিয়া প্রকাশিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে।

প্রশ্ন ৩৪। কেতিয়া ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ সম্পৰ্কে নতুনকৈ দুখন চুক্তি-পত্র গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১৯৬৬ চনৰ ১৬ ডিচেম্বৰ তাৰিখে।

প্রশ্ন ৩৫। কেতিয়া মানৱ অধিকাৰ সংৰক্ষণ আইনখনে সন্মতি লাভ কৰে?

উত্তৰঃ ১৯৯৩ চনৰ ৮ জানুৱাৰী তাৰিখে।

প্রশ্ন ৩৬। প্রথম বিশ্বযুদ্ধৰ পিছত কোনটো আন্তর্জাতিক সংস্থা গঠিত হৈছিল?

উত্তৰঃ জাতিসংঘ।

প্রশ্ন ৩৭। UNESCO ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ পেৰিছ চহৰত।

প্রশ্ন ৩৮। UNICEF ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ নিউয়ৰ্কত।

প্রশ্ন ৩৯। আন্তর্জাতিক শিশু কল্যাণ অনুষ্ঠানটোৰ নাম কি?

উত্তৰঃ UNICEF

প্রশ্ন ৪০। বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৭ এপ্ৰিলত।

প্রশ্ন ৪১। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ জেনেভাত।

প্রশ্ন ৪২। আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজি সংস্থাটো (UNICEF) কেতিয়া প্রতিষ্ঠা হয়?

উত্তৰঃ ১৯৪৬ চনত।

প্রশ্ন ৪৩। বিশ্ব-স্বাস্থ্য সংস্থা (WHO) কেতিয়া গঠন কৰা হয়?

উত্তৰঃ ১৯৪৮ চনৰ ৭ এপ্রিল তাৰিখে।

প্রশ্ন ৪৪। আন্তঃৰাষ্ট্ৰীয় নিবনুৱা সংস্থাৰ কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ জেনেভা চহৰত।

প্রশ্ন ৪৫। ‘খাদ্য আৰু কৃষি পৰিষদ’ৰ (FAO) প্রধান কার্যালয় ক’ত অৱস্থিত?

উত্তৰঃ ৰোমত।

প্রশ্ন ৪৬। আন্তর্জাতিক শ্রমিক সংস্থা (ILO)ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ জেনেভাত।

প্রশ্ন ৪৭। আন্তর্জাতিক মুদ্রা নিধি (MF) কেতিয়া গঠন কৰা হৈঠিল?

উত্তৰঃ ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে।

প্রশ্ন ৪৮। IMF ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত। 

প্রশ্ন ৪৯। ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চনদৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে?

উত্তৰঃ সাধাৰণ পৰিষদে।

প্রশ্ন ৫০। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখনৰ নাম লিখা।

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখন হ’ল— চীন, ফ্রান্স, ৰাছিয়া, ব্ৰিটেইন আৰু মার্কিন যুক্তৰাষ্ট্ৰ।

প্রশ্ন ৫১। ভেট’ বুলিলে কি বুজা?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ একোটা সিদ্ধান্তৰ বাবে সকলো স্থায়ী সদস্যৰ সন্মতিৰ প্রয়োজন হয়। এই স্থায়ী সদস্য ৰাষ্ট্ৰৰ এখনৰ অসন্মতি হ’লে বাকী সকলোৱে লোৱা সিদ্ধান্ত বাতিল হয়। স্থায়ী সদস্যৰ এই ক্ষমতাক ভেট’ (Veto) বুলি কোৱা হয়।

প্রশ্ন ৫২। ন্যাসৰক্ষী পৰিষদ কেইধৰণৰ সদস্যৰ দ্বাৰা গঠিত আৰু কি কি?

উত্তৰঃ ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত। সেই কেইখন হ’ল—

(ক) ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ।

(খ) ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল। আৰু

(গ) সাধাৰণ সভাই তিনি বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল।

প্রশ্ন ৫৩। মানৱ অধিকাৰ ঘোষণাপত্ৰখনত থকা উদ্দেশ্য দুটা লিখা।

উত্তৰঃ মানৱ অধিকাৰ ঘোষণাপত্ৰখনত থকা উদ্দেশ্য দুটা হ’ল—

(ক) বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈছে।

(খ) ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে।

প্রশ্ন ৫৪। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকল কোন কোন?

উত্তৰঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকল হ’ল—

(ক) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যয়াধীশ বা প্রাক্তন ন্যয়াধীশ।

(খ) এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ বা প্রাক্তন মুখ্য ন্যয়াধীশ।

(গ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় মান আৰু অভিজ্ঞতা থকা ব্যক্তি।

প্রশ্ন ৫৫। বিশ্বশান্তি প্রতিষ্ঠা আৰু ৰক্ষাৰ বাবে গঢ়ি উঠা দুটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘ।

প্রশ্ন ৫৬। ‘নিৰস্ত্ৰীকৰণ’ বুলিলে কি বুজা?

উত্তৰঃ বিশ্বৰ দুই মহাশক্তিৰ মাজত পাৰমাণৱিক অস্ত্ৰ হ্ৰাসকৰণৰ বাবে বিভিন্ন সহযোগিতা গঢ়ি তোলা পদক্ষেপক ‘নিৰস্ত্ৰীকৰণ’ বুলি জনা যায়।

প্রশ্ন ৫৭। START-1 কি?

উত্তৰঃ START-1 হৈছে ১৯৯১ চনৰ ১ জুলাইত স্বাক্ষৰিত হোৱা এখন কৌশলগত অস্ত্ৰ হ্ৰাসকৰণ চুক্তি।

প্রশ্ন ৫৮। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য হ’ল-

(ক) আন্তঃৰাষ্ট্ৰীয় আৰু নিৰাপত্তা ৰক্ষা কৰা।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তোলা আৰু বিশ্ব শান্তি ৰক্ষাৰ বাবে দৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা।

প্রশ্ন ৫৯। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যিকোনো দুটা ক্ষমতা লিখা।

উত্তৰঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তিনিটা ক্ষমতা হ’ল—

(ক) সংবিধানে দিয়া মানৱ-অধিকাৰৰ ৰক্ষণাবেক্ষণ পর্যালোচনা কৰি প্ৰয়োজন হ’লে তাৰ বাবে পৰামৰ্শ দিব পাৰে।

(খ) সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰয়োগ কৰা কাৰ্য ব্যৱস্থাৰো পৰ্যালোচনা কৰিব পাৰে।

প্রশ্ন ৬০। ৰাষ্ট্ৰসংঘৰ ছয়টা বিশেষ অভিকৰণ কি কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ছয়টা বিশেষ অভিকৰণ হ’ল—

(ক) UNESCO 

(খ) UNICEF

(ঘ) ILO

(গ) WHO

(ঙ) FAO

(চ) IMF

প্রশ্ন ৬১। বিশ্ব বাণিজ্য সংস্থাৰ দুটা প্রধান আইনগত ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা প্রধান আইনগত ব্যৱস্থা হ’ল—

(ক) সদস্য ৰাষ্ট্ৰবোৰৰ মাজত বাণিজ্যিক শুল্ক আৰু অন্যান্য বাধাসমূহ হ্ৰাস কৰা৷

(খ) আন্তর্জাতিক বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত বিভেদমূলক ব্যৱস্থাসমূহ দূৰ কৰা৷

প্রশ্ন ৬২। জাতি সংঘৰ প্ৰধান অংগসমূহ কি কি?

উত্তৰঃ জাতি সংঘৰ প্ৰধান অংগসমূহ হ’ল—

(ক) সভা।

(খ) পৰিষদ।

(গ) আন্তর্জাতিক ন্যায়ালয়।

(ঘ) সচিবালয়।

প্রশ্ন ৬৩। জাতিসংঘ স্থাপনৰ মূল উদ্দেশ্য দুটা উল্লেখ কৰা।

উত্তৰঃ জাতিসংঘৰ মূল উদ্দেশ্য তিনিটা হ’ল—

(ক) বিধি আৰু ন্যায়ৰ মাজেদি আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা৷

(গ) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সঙ্গত সম্পৰ্ক ৰক্ষা কৰা৷

প্রশ্ন ৬৪। ‘লণ্ডন ঘোষণা’ পত্ৰখনত কোনে কোনে চহী কৰিছিল?

উত্তৰঃ ১৯৪১ চনৰ জুন মাহত ইংলেণ্ড, কানাডা, অষ্ট্রেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাই ‘লণ্ডন ঘোষণা’ নামৰ ঘোষণা পত্ৰখনত চহী কৰিছিল।

প্রশ্ন ৬৫। আটলান্টিক চনদত কোনে কোনে চহী কৰিছিল?

উত্তৰঃ আটলান্টিক চনদত মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু ব্ৰিটিছ প্রধানমন্ত্রী ছাৰ্চিলে চহী কৰিছিল।

প্রশ্ন ৬৬। জাতিসংঘ গঠনৰ লগত জড়িত চুক্তি দুখন কি কি?

উত্তৰঃ জাতিসংঘ গঠনৰ লগত জড়িত চুক্তি বা সন্ধি দুখন হ’ল—

(ক) ভাৰ্ছাই সন্ধি। আৰু 

(খ) আটলাণ্টিক চনদ৷

প্রশ্ন ৬৭। ‘মস্কো ঘোষণা’ মানে কি?

উত্তৰঃ ১৯৪৩ চনৰ নৱেম্বৰ মাহত মার্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন আৰু ইংলেণ্ডৰ বিদেশী মন্ত্ৰীসকলৰ মাজত মস্কো নগৰত এখন সভা বহে। এই সভাখনত এখন আন্তর্জাতিক অনুষ্ঠান গঠনৰ বিষয়ে আলোচনা কৰা হয়। ইয়াক ‘মস্কো’ ঘোষণা নামে জনা যায়।

প্রশ্ন ৬৮। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহ কি কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহ হ’ল— 

(ক) সাধাৰণ সভা।

(খ) নিৰাপত্তা পৰিষদ।

(গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।

(ঘ) ন্যাসৰক্ষী পৰিষদ।

(ঙ) আন্তর্জাতিক ন্যায়ালয়।

(চ) সচিবালয়।

প্রশ্ন ৬৯। ৰাষ্ট্ৰসংঘৰ চনদ সংশোধনৰ ক্ষমতা কাৰ ওচৰত থাকে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদ সংশোধনৰ ক্ষমতা সাধাৰণ পৰিষদৰ ওচৰত থাকে৷

প্রশ্ন ৭০। ৰাষ্ট্ৰসংঘ গঠনৰ সিদ্ধান্ত ক’ত লোৱা হৈছিল? ইয়াত মিলিত হোৱা দেশবোৰৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ সিদ্ধান্ত ছানফ্রান্সিছক’ নগৰত লোৱা হৈছিল।

ইয়াত মিলিত হোৱা দেশবোৰ হ’ল– 

(ক) ইংলেণ্ড।

(খ) মার্কিন যুক্তৰাষ্ট্ৰ। 

(গ) ছোভিয়েট ইউনিয়ন।

প্রশ্ন ৭১। ৰাষ্ট্ৰসংঘৰ চনদত চূড়ান্ত ৰূপ কেতিয়া আৰু ক’ত দিয়া হৈছিল?

উত্তৰঃ ১৯৪৫ চনৰ এপ্ৰিল মাহৰ ২৬ তাৰিখে বিশ্বৰ ৫১ খন দেশৰ ২৬০ গৰাকী প্রতিনিধি ‘ছানফ্রান্সিছক’ নগৰত মিলিত হয় আৰু এই প্রতিনিধিসকলে ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ চনদৰ চূড়ান্ত ৰূপ দিয়া হৈছিল। 

প্রশ্ন ৭২। ‘মেনডেট’ ৰাষ্ট্ৰ মানে কি?

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ পিছত জাৰ্মানী আৰু সেই ফলীয়া হৈ যুদ্ধত অৱতীৰ্ণ হোৱা দেশবিলাকৰ তলতীয়া দেশবোৰকেই ‘মেনডেট ৰাষ্ট্ৰ’ বুলি কোৱা হয়। 

প্রশ্ন ৭৩। ৰাষ্ট্ৰসংঘই ১৯৬৬ চনৰ ১৬ ডিচেম্বৰ তাৰিখে গৃহীত কৰা মানৱ অধিকাৰ চুক্তি পত্ৰ দুখন কি কি?

উত্তৰঃ চুক্তি পত্ৰ দুখন হ’ল—

(ক) সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তি-পত্ৰ। আৰু

(খ) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তর্জাতিক চুক্তি-পত্ৰ৷

প্রশ্ন ৭৪। জীৱনৰ অতি প্রয়োজনীয় অধিকাৰসমূহ কি কি লিখা।

উত্তৰঃ জীৱনৰ অতি প্রয়োজনীয় অধিকাৰসমূহ হ’ল—

(ক) জীয়াই থকাৰ অধিকাৰ।

(খ) স্বাধীনতাৰ অধিকাৰ।

(গ) জীৱনৰ নিৰাপত্তাৰ অধিকাৰ।

প্রশ্ন ৭৫। মানৱ অধিকাৰ সুৰক্ষাৰ লগত জড়িত থকা কেইটামান সংস্থাৰ নাম লিখা।

উত্তৰঃ মানৱ অধিকাৰ সুৰক্ষাৰ সৈতে জড়িত কেইটামান সংস্থাৰ নাম হ’ল—

(ক) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC)।

(খ) ৰাজ্যিক মানৱ অধিকাৰ আয়োগ (SHRC)।

(গ) মানৱ অধিকাৰ ন্যায়ালয় (HRC)।

প্রশ্ন ৭৬। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিখন আইনগত ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিখন আইনগত ব্যৱস্থা হ’ল-

(ক) শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি (GATT)

(খ) সেৱা আৰু বাণিজ্য সংক্রান্ত সাধাৰণ চুক্তি (GATS)।

(গ) বুদ্ধিবৃত্তি সম্পর্কিত সম্পত্তিৰ অধিকাৰসমূহৰ সাধাৰণ চুক্তি (TRPTS)।

প্রশ্ন ৭৭। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ-অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে? মানৱ অধিকাৰ ঘোষণা পত্ৰৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে।

মানৱ অধিকাৰ ঘোষণা পত্ৰৰ প্ৰধান উদ্দেশ্য হৈছে জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট কৰা।

প্রশ্ন ৭৮। ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্রধানজন কোন আছিল?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্রমে সাধাৰণ সভাই সচিব প্রধানজনক নিয়োগ কৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধানজন আছিল— নৰ’ৱেৰ ট্ৰাইভহাল্ডান লী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top