Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল

Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল – সমাধান and select needs one.

Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল – সমাধান

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল – সমাধান Solutions for All Subject, You can practice these here.


১০। পাৰ্থক্য লিখা ।

( ক ) মহীসােপান আৰু মহীঢাল ।

উত্তৰঃ মহীসােপান আৰু মহীঢালৰ মাজত থকা পার্থক্যসমূহ হলঃ-

Class 10 Geography in assamese

( খ ) এভাবেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ । 

উত্তৰঃ এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগৰ মাজত থকা পার্থক্য হ’ল-

Class 10 Geography in assamese

( গ ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ । 

উত্তৰঃ ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশৰ মাজত থকা পার্থক্যসমূহ হ’ল :-

Class 10 Geography in assamese

( ঘ ) গােবি মৰুভূমি আৰু আটাকামা মৰুভূমি ।

উত্তৰঃ গােবি মৰুভূমি আৰু আটাকামা মৰুভূমিৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-

Class 10 Geography in assamese

১১।  শুদ্ধ উত্তৰটো বাছিউলিওৱা : 

( ক ) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ? 

( ১ ) প্রশান্ত মহাসাগৰ ( ২ ) ভাৰত মহাসাগৰ ( ৩ ) আটলান্টিক মহাসাগৰ ( ৪ ) দক্ষিণ মহাসাগৰ

উত্তৰঃ ( ৩ ) আটলান্টিক মহাসাগৰ ।

(খ ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন ? 

( ১ ) উত্তৰ আমেৰিকা মহাদেশ । ( ২ )

ইউৰােপ মহাদেশ ( ৩ ) এন্টার্কটিকা মহাদেশ । ( ৪ ) ওছেনিয়া মহাদেশ । 

উত্তৰঃ ( ৩ ) এন্টার্কটিকা মহাদেশ ।

( গ ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ? 

( ১ ) আটলান্টিক মহাসাগৰ ‘ ( ২ ) উত্তৰ মহাসাগৰ ( ৩ ) প্রশান্ত মহাসাগৰ ( ৪ ) ভাৰত মহাসাগৰ 

উত্তৰঃ ( ১ ) আটলান্টিক মহাসাগৰ ।

( ঘ ) এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ? 

( ১ ) ভূমধ্য সাগৰ ( ২ ) লােহিত সাগৰ ( ৩ ) কাস্পিয়ান সাগৰ ( ৪ ) আৰব সাগৰ 

উত্তৰঃ ( ২ ) লােহিত সাগৰ ।

( ঙ ) এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে ? 

( ১ ) ইউৰাল পর্বতমালা ( ২ ) ককেচাচ পর্বত ( ৩ ) কাস্পিয়ান সাগৰ ( ৪ ) ভল্গা নদী 

উত্তৰঃ ( ১ ) ইউৰাল পর্বতমালা ।

( চ ) ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ? 

( ১ ) উত্তৰ আমেৰিকা ( ২ ) দক্ষিণ আমেৰিকা ( ৩ ) আফ্রিকা ( ৪ ) এছিয়া 

উত্তৰঃ ( ২ ) দক্ষিণ আমেৰিকা ।

( ছ ) ব্রাজিলৰ ৰাজধানী কি ? 

( ১ ) ৰিঅ’ ডি জেনেৰিঅ ’ ( ২ ) চাও পাওলাে ( ৩ ) ব্রাছিলিয়া ( ৪ ) লিমা 

উত্তৰঃ ( ৩ ) ব্রাছিলিয়া ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top