Class 10 Assamese MCQ Chapter 10 অৰুনিমা সিনহা

Class 10 Assamese MCQ Chapter 10 অৰুনিমা সিনহা | অসমীয়া Class 10 MCQ, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 10 অৰুনিমা সিনহা can be of great value to excel in the examination.

Class 10 Assamese MCQ Chapter 10 অৰুনিমা সিনহা

Join Telegram channel

Class 10 Assamese MCQ Chapter 10 অৰুনিমা সিনহা answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 10 অৰুনিমা সিনহা and select needs one.

অৰুনিমা সিনহা

Group – A গদ্যাংশ

১। অৰুণিমাৰ সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?

উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

২। অৰুণিমা সিনহাৰ ঘৰ ক’ত আছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল।

৩। হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?

উত্তৰঃ হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

৪। চিকিৎসালয়ৰপৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল। কিয়নো অৰুণিমাৰ আছিল হিমালয়ৰ শৃংগলৈ উঠাৰ তীব্ৰ হেঁপাহ। তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব।

৫। মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?

উত্তৰঃ মাউন্ট এভাৰেষ্টত অৰুণিমাই ২০১৩ চনৰ ২১ মে তাৰিখে আৰোহণ কৰিছিল। তেওঁ তাত ডেৰ ঘণ্টা সময় আছিল।

৬। সন্ধি ভাঙাঃ 

সংশয়, পর্বতাৰোহণ, উৎসাহ, হিমালয়, প্রত্যাহ্বান, বিপদাপন্ন।

উত্তৰঃ সংশয় = সম + শয়।

পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ।

উৎসাহ = উৎ + সাহ।

হিমালয় = হিম + আলয়।

প্ৰত্যাহ্বান = প্রতি + আহ্বান।

বিপদাপন্ন = বিপদ + আপান।

৭। তলৰশব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা।

অনুৰাগ, অনুভৱ, অভিনয়, প্রতিফল।

উত্তৰঃ অনুৰাগ = অনু + ৰাগ।

অনুভৱ = অনু + ভৱ।

অভিনয় = অভি + নয়।

প্রতিফল = প্রতি + ফল।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ লেখিকা কোন?

উত্তৰঃ ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ লেখিকা ড° প্ৰণয়ী দত্ত।

(খ) কুঁৱলীৰ উলাহতে হিয়া নধৰা হোৱাৰ কাৰণ কি?

উত্তৰঃ কুঁৱলীৰ উলাহতে হিয়া নধৰা হোৱাৰ কাৰণটো হল দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব বুলি কৈছে।

(গ) কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰ এটা উপহাৰ দিব বিচাৰিছে? 

উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে।

(ঘ) কুঁৱলীৰ আটাইতকৈ হেঁপাহৰ বতৰাটো কি?

উত্তৰঃ কুঁৱলীৰ আটাইতকৈ হেঁপাহৰ বতৰাটো হ’ল দেউতাকে তাইৰ কম্পিউটাৰটোত হেনো ইণ্টাৰনেটো সংযোগ কৰি দিব বুলি কৈছে।

(ঙ) দেউতাকে কম্পিউটাৰ এটা উপহাৰ দিব বুলি শুনাৰ পাছত কুঁৱলীয়ে কি কৰিলে?

উত্তৰঃ দেউতাকে কম্পিউটাৰ এটা উপহাৰ স্বৰূপে দিব বুলি শুনাৰ পাছৰে পৰা কুঁৱলীয়ে ইণ্টাৰনেট সম্বন্ধে পঢ়া-শুনা কৰি ইয়াক ব্যৱহাৰ কৰাৰ নিয়ম প্ৰণালী শিকি ল’লে।

(চ) ৰাজকুমাৰীৰ যাদুকৰী আইনাখনৰ বিশেষত্ব কি আছিল?

উত্তৰঃ ৰাজকুমাৰীৰ যাদুকৰী আইনাখনৰ এইটাৱে বিশেষত্ব আছিল যে, আইনাখনক যি প্রশ্ন সোধা যায়, আইনাখনে তাৰ উত্তৰ দিব পাৰিছিল। 

(ছ) ‘ৱৰ্ল্ড ৱাইড ৱেব’ ধাৰণাটোৰ বীজ ক’ত অংকুৰিত হৈছিল?

উত্তৰঃ ‘ৱৰ্ল্ড ৱাইড ৱেব’ ধাৰণাটোৰ বীজ ১৯৮৯ চনত চুইজাৰলেগুৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্ণত অংকুৰিত হৈছিল।

(জ) www-ত তথ্যবোৰ কি কি মাধ্যমত থাকে?

উত্তৰঃ www-ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ডিভিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে।

(ঝ) ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা শব্দকেইটা কি কি?

উত্তৰঃ ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কেইটামান শব্দ হল – ৱেব পেজ (web page), ৱেবচাইট (Website), হ’ম পেজ (Home page), ব্ৰাউজাৰ (Browser) আদি।

(ঞ) কুঁৱলীৰ অন্তৰংগ বান্ধৰীগৰাকী কোন?

উত্তৰঃ কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকী হল শ্বেৰণ।

(ট) শ্বেৰণ মস্কোলৈ পঢ়িবলৈ যোৱাৰ কাৰণ কি? 

উত্তৰঃ শ্বেৰণৰ দেউতাকে চাকৰি সূত্রে মস্কোলৈ যাব লগা হৈছিল আৰু এই কারণে শ্বেরণে তাতে পঢ়া-শুনা কৰিবলগা হৈছিল।

(ঠ) কুঁৱলীৰ কম্পিউটাৰত ভাইৰাছ সোমাই পৰাত তাই কি কৰিলে? 

উত্তৰঃ কুৱলীৰ কম্পিউটাৰত ভাইৰাছ সোমাই পৰাত তাই ততা-তৈয়াকৈ বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞান বিভাগত গৱেষণা কৰি থাক শ্বাৱানা বাইদেউৰ  ওচৰ পালেগৈ।

(ড) শ্বাৱানা বাইদেৱে কুঁৱলীৰ কম্পিউটাৰটো কিদৰে বিপদমুক্ত কৰিলে? 

উত্তৰঃ শ্বাৱানা বাইদেৱে এণ্টিভাইৰাছ চফট্ওয়েৰ এটা কুঁৱলীৰ কম্পিউটাৰটোত অন্তৰ্ভুক্ত কৰি কুঁৱলীৰ কম্পিউটাৰটোক বিপদমুক্ত কৰিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top