Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ.

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Join Telegram channel

প্ৰশ্ন ১০১:- “Pedagogic” শব্দটোৰ আভিধানিক অর্থ হ’ল—

(ক) শিক্ষা।

(খ) শিক্ষা বিষয়ক।

(গ) শিক্ষক।

(ঘ) প্ৰধান শিক্ষক।

উত্তৰ : (খ) শিক্ষা বিষয়ক ৷

প্ৰশ্ন ১০২:- ৰিমেডিয়েল টিচিং (Remedial Teaching) মানে হল–

(ক) প্রতিযোগীমূলক শিক্ষণ।

(খ) প্রতিশোধমূলক শিক্ষণ।

(গ) প্ৰতিকাৰমূলক শিক্ষণ।

(ঘ) প্রতিফলিত শিক্ষা।

উত্তৰ : (গ) প্ৰতিকাৰমূলক শিক্ষণ ৷

প্ৰশ্ন ১০৩:- দক্ষতাভিত্তিক শিক্ষণক প্ৰধানকৈ ভাগ কৰিব পাৰি—

(ক) দুটা ভাগত।

(খ) তিনিটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) পাঁচটা ভাগত।

উত্তৰ : (ক) দুটা ভাগত ৷

প্ৰশ্ন ১০৪:- শিক্ষাদানৰ বিশেষ উদ্দেশ্যবোৰ লিখাটো কোনটো পৰ্যায়ৰ কাৰ্য—

(ক) শিক্ষাদানৰ আগৰ পৰ্যায়ৰ।

(খ) শিক্ষাদান পৰ্যায়ৰ।

(গ) শিক্ষাদানৰ পিছৰ পৰ্যায়ৰ। 

(ঘ) এটাও নহয়।

উত্তৰ : (ক) শিক্ষাদানৰ আগৰ পৰ্যায়ৰ ৷

প্রশ্ন ১০৫:- “বিশেষ শিক্ষা” তলৰ কোনটোৰ লগত জড়িত ?

(ক) প্রাপ্তবয়স্ক শিক্ষাৰ লগত।

(থ) শিক্ষক প্রশিক্ষণৰ লগত।

(গ) প্রতিভাশালী শিশুৰ শিক্ষাৰ লগত।

(ঘ) ব্যতিক্রমী শিশুৰ শিক্ষাৰ লগত।

উত্তৰ : (ঘ) ব্যতিক্রমী শিশুৰ শিক্ষাৰ লগত ৷

প্ৰশ্ন ১০৬:- প্রকল্প পদ্ধতি (Project Method)টো আগবঢ়াইছিল—

(ক) ৰুছোৱে।

(খ) কিলপেট্রিকে।

(গ) প্লেটোৱে।

(ঘ) হাৰবাৰ্টে।

উত্তৰ : (খ) কিলপেট্রিকে ৷

প্ৰশ্ন ১০৭:- শিশুকেন্দ্রিক শিক্ষা হ’ল এনে এক পদ্ধতি য’ত—

(ক) ছাত্র-ছাত্রীসকল সকলো সময়তে সক্ৰিয় আৰু সৃষ্টিশীল৷

(খ) পুথিগত বিদ্যাত বেছি গুৰুত্ব দিয়া হয়৷

(গ) শিক্ষণ প্ৰক্ৰিয়াৰ মূল ব্যক্তি হ’ল শিক্ষক৷

(ঘ) ছাত্র-ছাত্রীসকল নিষ্ক্রিয় শ্রোতা৷

উত্তৰ : (ক) ছাত্ৰ-ছাত্ৰীসকল সকলো সময়তে সক্রিয় আৰু সৃষ্টিশীল ৷

প্রশ্ন ১০৮:- শ্ৰেণীকোঠাৰ শিক্ষণ ফলপ্ৰসু কৰিবলৈ তলৰ কোনটো আটাইতকৈ বেছি প্রয়োজনীয়― 

(ক) পাঠ পৰিকল্পনা প্রস্তুতকৰণ৷

(খ) শিক্ষকৰ ব্যক্তিত্ব৷

(গ) উপযুক্ত শিক্ষণ প্ৰণালীৰ প্ৰয়োগ৷

(ঘ) বৈষয়িক সামগ্রী যোগান৷

উত্তৰ : (খ) শিক্ষকৰ ব্যক্তিত্ব ৷

প্রশ্ন ১০৯:- তলৰ কোনটো শিক্ষণৰ দৃশ্য-শ্ৰব্য আহিলা ?

(ক) ৰেডিঅ’৷

(খ) ব্লেকবোর্ড৷

(গ) দূৰদৰ্শন৷

(ঘ) টেপ ৰেকৰ্ডাৰ৷

উত্তৰ : (গ) দূৰদৰ্শন ৷

প্ৰশ্ন ১১০:- “Formative evaluation”এ বুজায়―

(ক) পাঠদান শেষ হোৱাৰ পাছত শিক্ষাৰ্থীৰ কৃতিত্বৰ সামগ্রিক মূল্যায়ন৷

(খ) পূর্বে নিৰ্দ্ধাৰিত উদ্দেশ্যসমূহৰ ফলাফল অভীক্ষাৰদ্বাৰা নিৰ্দ্ধাৰণ৷

(গ) ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্রগতি নির্দিষ্ট সময়ৰ অন্তৰালত মূল্যায়ন কৰা৷

(ঘ) ওপৰৰ আটাইকেইটা শুদ্ধ৷

উত্তৰ : (গ) ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্রগতি নিৰ্দিষ্ট সময়ৰ অস্তৰালত মূল্যায়ন কৰা ৷

প্ৰশ্ন ১১১ :- TLMৰ সম্পূৰ্ণ ৰূপ হ’ল—

(a) Teaching Learning Materials.

(খ) Teacher Learner Medium.

(গ) Teaching Learning Machines.

(ঘ) Total Literacy Mission.

উত্তৰ : (ঘ) Total Literacy Mission.

প্ৰশ্ন ১১২:- অসাধাৰণ প্রতিভাবানসকলৰ বুদ্ধ্যাংক পাব পৰা যায়—

(ক) ৭০ৰ ওপৰত৷

(খ) ১০০ৰ ওপৰত৷

(গ) ১২০ৰ ওপৰত৷

(ঘ) ১৬০ৰ ওপৰত৷

উত্তৰ : (ঘ) ১৬০ৰ ওপৰত ৷

প্ৰশ্ন ১১৩:- শিশুকেন্দ্রিক শিক্ষা প্ৰদান কৰিব লাগে—

(ক) শিক্ষকৰ প্ৰয়োজনৰ ভিত্তিত৷ 

(খ) সমাজৰ প্ৰয়োজনৰ ভিত্তিত৷

(গ) শিশুৰ প্ৰয়োজনৰ ভিত্তিত৷

(ঘ) স্কুলৰ প্ৰয়োজনৰ ভিত্তিত৷

উত্তৰ : (গ) শিশুৰ প্ৰয়োজনৰ ভিত্তিত

প্ৰশ্ন ১১৪:- এগৰাকী দক্ষ শিক্ষকৰ গুণ নহয়―

(ক) বৌদ্ধিক যোগ্যতা৷

(খ) সহানুভূতিশীলতা৷

(গ) জাত্যাভিমান৷

(ঘ) কষ্ট সহিষ্ণুতা৷

উত্তৰ : (গ) জাত্যাভিমান ৷

প্ৰশ্ন ১১৫:- উত্তম শিকনৰ অৰ্থ হ’ল—

(ক) নিম্ন শিকন৷

(খ) উচ্চ শিকন৷

(গ) সর্বোচ্চ শিকন৷

(ঘ) শিকন৷

উত্তৰ : (গ) সর্বোচ্চ শিকন ৷

প্ৰশ্ন ১১৬:- শিশুকেন্দ্রিক শিক্ষাৰ ধাৰণাটো আপেক্ষিকভাৱে—

(ক) নতুন৷

(খ) পুৰণি৷

(গ) মধ্যযুগীয়া৷

(ঘ) বৈদিক যুগৰ৷

উত্তৰ : (ক) নতুন ৷

প্রশ্ন ১১৭:- শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ ওপৰত—

(ক) পাঠ্যক্ৰমৰ বোজা জাপি দিয়া হয়৷

(খ) নিজে বিচৰা ধৰণে শিকাৰ সুযোগ লাভ কৰে৷

(গ) শিক্ষকে বিচৰা ধৰণে শিকোৱা হয়৷

(ঘ) অভিভাৱকে পছন্দ কৰামতে শিকোৱা হয়৷

উত্তৰ : (খ) নিজে বিচৰা ধৰণে শিকাৰ সুযোগ লাভ কৰে ৷

প্রশ্ন ১১৮:- শিক্ষা ব্যৱস্থাত প্রচলিত ৰিমেডিয়েল টিচিঙৰ ধাৰণাটো—

(ক) পৌৰাণিক৷

(খ) মধ্যযুগীয়া৷

(গ) বৈদিকযুগীয়া৷

(ঘ) আধুনিক৷

উত্তৰ : (ঘ) আধুনিক ৷

প্রশ্ন ১১৯:- সম্পূর্ণ সাক্ষৰতা অভিযানৰ কাৰ্যক্ৰমণিকা সমাপন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে―

(ক) ৰাজ্যিক চৰকাৰে৷ 

(খ) কেন্দ্রীয় চৰকাৰে৷

(গ) স্বেচ্ছাসেৱক বাহিনীয়ে৷

(ঘ) ৰাজনৈতিক দলে৷

উত্তৰ : (গ) স্বেচ্ছাসেৱক বাহিনীয়ে ৷

প্রশ্ন ১২০:- প্ৰতিকাৰমূলক শিক্ষণৰ এটা প্রধান উদ্দেশ্য হল— 

(ক) শিক্ষণৰ অতি দুর্বল দিশসমূহ প্ৰতিকাৰ কৰা৷

(খ) বিদ্যালয়খন চাফ-চিকুণ কৰা৷

(গ) পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া৷

(ঘ) শিক্ষকক সজাগ কৰা৷

উত্তৰ : (ক) শিক্ষণৰ অতি দুর্বল দিশসমূহ প্ৰতিকাৰ কৰা ৷

প্রশ্ন ১২১:- MDMৰ সম্পূর্ণ গঢ়টো কি ?

(ক) দুপৰীয়াৰ আহাৰ৷

(খ) শিক্ষণ সামগ্রী৷

(গ) ৰাতিপুৱাৰ আহাৰ৷

(ঘ) শ্ৰৱণ-দৰ্শন আহিলা৷

উত্তৰ : (ক) দুপৰীয়াৰ আহাৰ (Mid Day Meal)

প্রশ্ন ১২২:- শিক্ষাৰ্থীয়ে আহৰণ কৰা জ্ঞানৰ প্ৰকৃত উমান ল’বৰ বাবে পৰীক্ষা কার্য সম্পাদন কৰিব পাৰি—

(ক) সপ্তাহৰ অন্তৰে অন্তৰে৷ 

(খ) মাহেকৰ মুৰে মূৰে৷

(গ) ছমহীয়াকৈ৷

(ঘ) এটাইকেইটা শুদ্ধ৷

উত্তৰ : (গ) শিক্ষককেন্দ্রিক ৷

প্রশ্ন ১২৩:- শিক্ষাদানৰ বেলিকা বক্তৃতা পদ্ধতি হ’ল সম্পূৰ্ণ ৰূপে—

(ক) শিশুকেন্দ্রিক৷

(খ) সমাজকেন্দ্রিক৷

(গ) শিক্ষককেন্দ্রিক৷

(ঘ) অভিভাৱককেন্দ্রিক৷

উত্তৰ : (গ) শিক্ষককেন্দ্রিক ৷

প্ৰশ্ন ১২৪:- শিক্ষাৰ্থীৰ অনগ্ৰসৰ্তাৰ উমান পাবলৈ শিক্ষকগৰাকী—

(ক) অভিজ্ঞ হ’ব লাগিব৷

(খ) অনভিজ্ঞ হ’লেও হ’ব৷

(গ) ব্যক্তিত্বসম্পন্ন হ’ব লাগিব৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) অভিজ্ঞ হ’ব লাগিব ৷

প্ৰশ্ন ১২৫:- “অনগ্ৰসৰ মানে― এনে ছাত্ৰই স্কুলীয়া জীৱনৰ মাজভাগতেই সমনীয়া আন একে বয়সৰ ছাত্ৰই কৰিব পৰা কামত ব্যর্থ হয়― সংজ্ঞাটো আগবঢ়াইছিল— 

(ক) ছিৰিল বার্টে৷

(খ) পাৰ্চিনানে৷

(গ) ৰুছুৱে৷

(ঘ) প্লেটোৱে৷

উত্তৰ : (ক) ছিৰিল বাৰ্টে ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top