Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ.

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Join Telegram channel

প্রশ্ন ২৬:- এগৰাকী আদর্শ শিক্ষকৰ গুণাৱলী হ’ল―

(ক) ৰসিকতা।

(খ) বাগ্মিতা।

(গ) বিষয়বস্তুৰ গভীৰ জ্ঞান।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ২৭:- আধুনিক শিক্ষা ব্যৱস্থা হ’ল–

(ক) শিক্ষককেন্দ্রিক।

(খ) অভিভাৱককেন্দ্রিক।

(গ) শিশুকেন্দ্রিক।

(ঘ) পাঠ্যক্রমকেন্দ্রিক।

উত্তৰ : (গ) শিশুকেন্দ্রিক।

প্রশ্ন ২৮:- শিশুকেন্দ্রিক শিক্ষাৰ বাটকটীয়া আছিল―

(ক) ফ্ৰৱেল।

(খ) মণ্টেশ্বৰী।

(গ) মেকমিলান।

(ঘ) ৰুছো।

উত্তৰ : (ঘ) ৰুছো ৷

প্রশ্ন ২৯:- নেতিবাচক শিক্ষাৰ প্ৰবৰ্তক আছিল–

(ক) ৰুছো।

(খ) পেষ্টালজী।

(গ) প্লেটো।

(ঘ) মণ্টেশ্বৰী।

উত্তৰ : (ক) ৰুছো ৷

প্রশ্ন ৩০:- ইংৰাজী School’ শব্দটো গ্ৰীক ভাষাৰ

(ক) Skhole শব্দৰ পৰা অহা।

(খ) Educare শব্দৰ পৰা অহা।

(গ) Schole শব্দৰ পৰা অহা।

(ঘ) Education শব্দৰ পৰা অহা।

উত্তৰ : (ক) Skhole শব্দৰ পৰা অহা ৷

প্রশ্ন ৩১:- শিক্ষানুষ্ঠান এখনৰ সংগঠনৰ প্ৰধান উপাদান—

(ক) বৈষয়িক সম্পদ৷

(খ) মানৱ সম্পদ৷

(গ) পাঠ্যক্ৰম আৰু সহপাঠ্যক্রম কার্যাৱলী৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৩২:- বিদ্যালয় এখনৰ মানৱ সম্পদ হ’ল–

(ক) শিক্ষক৷

(খ) শিক্ষার্থী৷

(গ) বিদ্যালয়ৰ কৰ্মচাৰী৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৩৩:- তলৰ কোনটো শুদ্ধ নহয় ?

(ক) বিদ্যালয় এখন হুলস্থূলীয়া পৰিৱেশৰ পৰা আঁতৰত হ’ব লাগে।

(খ) যাতায়াতৰ সুবিধা হ’ব লাগে। 

(গ) বজাৰৰ মাজত হ’ব লাগে।

(ঘ) চিকিৎসালয়ৰ ওচৰত হ’ব লাগে।

উত্তৰ : (গ) বজাৰৰ মাজত হ’ব লাগে।

প্রশ্ন ৩৪:- বিদ্যালয় এখনৰ প্ৰতিটো শ্ৰেণীকক্ষত শিক্ষার্থী বহাৰ সুবিধা থাকিব লাগে—

(ক) ৫০-৬০ জন৷

(খ) ৭০–৮০ জন৷

(গ) ৯০ – ১০০ জন৷

(ঘ) ১০০–১১০ জন৷

উত্তৰ : (ক) ৫০–৬০ জন ৷

প্রশ্ন ৩৫:- বিদ্যালয় এখনত থাকিব নালাগে―

(ক) চাইকেল ঘৰ৷

(খ) পায়খানা, প্ৰস্ৰাৱগাৰ৷ 

(গ) সংগ্রহালয়৷

(ঘ) পাণদোকান৷

উত্তৰ : (ঘ) পাণদোকান ৷

প্রশ্ন ৩৬:- এগৰাকী শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বাবে―

(ক) বন্ধু৷

(খ) দার্শনিক৷

(গ) পথ প্রদর্শক৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৩৭:- তলৰ অমিলটো নিৰ্ধাৰণ কৰা–

(ক) মণ্টেশ্বৰী বিদ্যালয়৷

(খ) নাৰ্ছাৰী বিদ্যালয়৷

(গ) নবোদয় বিদ্যালয়৷

(ঘ) কিণ্ডাৰগাৰ্ডেন৷

উত্তৰ : (গ) নবোদয় বিদ্যালয়।

প্রশ্ন ৩৮:- প্রাক্‌-প্রাথমিক স্কুলত শিক্ষা প্ৰদান কৰা হয়―

(ক) লিখা পদ্ধতিত৷

(খ) পঢ়া পদ্ধতিত৷

(গ) খেলা-ধূলাৰ মাধ্যমত৷

(ঘ) গণনা পদ্ধতিত৷

উত্তৰ : (গ) খেলা-ধূলাৰ মাধ্যমত ৷

প্রশ্ন ৩৯:- ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্রাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হ’ব—

(ক) জন্মৰ পৰা ১০ বছৰীয়া শিশুৰ ক্ষেত্ৰত।

(খ) ৩ ৰ পৰা ১২ বছৰীয়া শিশুৰ ক্ষেত্ৰত ৷

(গ) ৬ ৰ পৰা ১৪ বছৰীয়া শিশুৰ ক্ষেত্ৰত।

(ঘ) ৮ ৰ পৰা ১৬ বছৰীয়া শিশুৰ ক্ষেত্ৰত। 

উত্তৰ : (গ) ৬ ৰ পৰা ১৪ বছৰীয়া শিশুৰ ক্ষেত্ৰত।

প্রশ্ন ৪০:- বৰ্তমান আমাৰ দেশত প্ৰচলিত শিক্ষাৰ গাঁথনি হ’ল―

(ক) ৮+৩+২৷

(খ) ১০+৩+২৷

(গ) ১২+২+৩৷

(ঘ) ১০+২+৩৷

উত্তৰ : (ঘ) ১০+২+৩

প্রশ্ন ৪১:- স্মৰণ স্তৰৰ শিক্ষণৰ প্ৰদৰ্শক আছিল

(ক) ৱাটচন৷

(খ) হার্বাট স্পেনচাৰ৷ 

(গ) থৰ্নডাইক৷

(ঘ) ৰুছো৷

উত্তৰ : (খ) হার্বাট স্পেনচাৰ ৷

প্রশ্ন ৪২:- বিষয়বস্তু যেনেদৰে আছে তেনেদৰে মনত ৰখাটোৱে হ’ল—

(ক) স্মৰণ স্তৰৰ লক্ষণ৷

(খ) বোধ স্তৰৰ লক্ষণ৷

(গ) মননশীল স্তৰ৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) স্মৰণ স্তৰৰ লক্ষণ ৷

প্রশ্ন ৪৩:- স্মৰণ স্তৰৰ শিক্ষাৰ্থীয়ে মনত ৰাখে—

(ক) মানসিকভাৱে৷

(খ) শাৰীৰিকভাৱে৷

(গ) যান্ত্রিকভাৱে৷

(ঘ) আৱেগিকভাৱে৷

উত্তৰ : (গ) যান্ত্রিকভাৱে ৷

প্রশ্ন ৪৪:- স্মৰণ স্তৰৰ শিক্ষণৰ শিকনত ব্যৱহাৰ কৰা শিক্ষণ পদ্ধতিসমূহ সম্পূর্ণ মনোবিজ্ঞান পৰিপন্থী আৰু– 

(ক) শিশুকেন্দ্রিক৷ 

(খ) পাঠ্যপুথি কেন্দ্রিক৷ 

(গ) পৰীক্ষাকেন্দ্ৰিক৷

(ঘ) শিক্ষক কেন্দ্রিক৷

উত্তৰ : (ঘ) শিক্ষক কেন্দ্রিক।

প্রশ্ন ৪৫:- স্মৰণ স্তৰৰ শিশুৰ বাবে অনুষ্ঠিত কৰা হয়– 

(ক) সাধাৰণ মৌখিক পৰীক্ষা৷

(খ) লিখিত পৰীক্ষা৷

(গ) মনোৱজ্ঞানীক অভীক্ষা৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) সাধাৰণ মৌখিক পৰীক্ষা ৷

প্রশ্ন ৪৬:- সৰু ল’ৰা-ছোৱালীৰ বাবে অধিক ফলপ্ৰসু বিধৰ শিক্ষা হল— 

(ক) প্রাথমিক শিক্ষা৷

(খ) মাধ্যমিক শিক্ষা৷

(গ) স্মৰণ স্তৰৰ শিক্ষা৷

(ঘ) উচ্চ শিক্ষা৷

উত্তৰ : (গ) স্মৰণ স্তৰৰ শিক্ষা ৷

প্রশ্ন ৪৭:- স্মৰণ স্তৰৰ শিক্ষণ-শিকনৰ আসোঁৱাহ হ’ল― 

(ক) প্রজ্ঞানাত্মক দক্ষতাৰ বিকাশ নহয়৷

(খ) বোধ আৰু প্ৰয়োগহীন৷

(গ) অন্ত: ক্রিয়াহীন৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৪৮:- বোধ স্তৰৰ শিক্ষণ-শিকন স্মৰণ স্তৰৰ শিক্ষণ শিকনতকৈ–

(ক) নিম্ন স্তৰৰ৷

(খ) সমপৰ্যায়ৰ৷

(গ) উচ্চ স্তৰৰ৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (গ) উচ্চ স্তৰৰ ৷

প্রশ্ন ৪৯:- বোধ স্তৰৰ শিক্ষা ব্যৱস্থা হ’ল—

(ক) মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত৷ 

(খ) সামাজিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত৷

(গ) অর্থনৈতিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত৷

(ঘ) ৰাজনৈতিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত৷

উত্তৰ : (ক) মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্রতিষ্ঠিত।

প্রশ্ন ৫০:- বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰণোদন প্ৰকৃতি (Nature of Motivation) হয়―

(ক) বাহ্যিক৷

(খ) আভ্যন্তৰীণ৷ 

(গ) স্পষ্ট৷

(ঘ) অস্পষ্ট৷

উত্তৰ : (ক) বাহ্যিক ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top