Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ.

Join Telegram channel

প্রশ্ন ২৬:- নাৰ্ছাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল–

(ক) মন্টেশ্বৰী৷

(খ) মার্গাৰেট মেক্‌মিলান৷

(গ) ফ্রেডৰিখ ফ্রবেল৷

(ঘ) মহাত্মা গান্ধী৷

উত্তৰ : (খ) মার্গাৰেট মেক্‌মিলান ৷

প্রশ্ন ২৭:- মন্টেশ্বৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাতাগৰাকীৰ নাম–

(ক) জন ডিউই৷

(খ) পেষ্টালজী৷

(গ) মাৰিয়া মণ্টেশ্বৰী৷

(ঘ) জন লক৷

উত্তৰ : (গ) মাৰিয়া মণ্টেশ্বৰী ৷

প্রশ্ন ২৮:- বৌদ্ধিক, মানসিক বিকাশৰ ক্ষেত্ৰত শিশুৰ ব্যক্তিগত বৈষমা পৰিলক্ষিত–

(ক) হয়৷

(খ) নহয়৷

(গ) আংশিক হয়৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) হয় ৷

প্রশ্ন ২৯:- মনোদৈহিক বিকাশৰ ক্ষেত্ৰত শিশুৰ লিংগভেদৰ–

(ক) পার্থক্য আছে৷

(খ) পার্থক্য নাই৷

(গ) সমপৰিমাপনৰ৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) পার্থক্য আছে ৷

প্রশ্ন ৩০:- “আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অবস্থা”– উক্তিটো আছি–

(ক) উইলিয়াম জেমচ৷

(খ) ষ্টাউট৷

(গ) মেকডুগাল৷

(ঘ) পেভলভ৷

উত্তৰ : (গ) মেকডুগাল ৷

প্রশ্ন ৩১:- আগ্ৰহৰ ফলত মনোযোগ–

(ক) বৃদ্ধি হয়৷

(খ) হ্ৰাস হয়৷

(গ) একে থাকে৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) বৃদ্ধি হয় ৷

প্রশ্ন ৩২:- আগ্রহ হ’ল গতিশীল মনোভাৱ– কথাষাৰ–

(ক) সত্য৷

(খ) অসত্য৷

(গ) আংশিক সত্য৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) সত্য ৷

প্ৰশ্ন ৩৩:- সুপ্ত বা প্রকৃত আগ্রহ হ’ল–

(ক) আৰ্জিত৷

(খ) অস্থায়ী৷

(গ) জন্মগত৷

(ঘ) বংশগত৷

উত্তৰ : (গ) জন্মগত ৷

প্রশ্ন ৩৪:- আমাৰ ভাৱবৃত্তি, অভ্যাস, চৰিত্র, আদর্শ আৰু ৰুচি আদিৰ ফলত সৃষ্টি হোৱা আগ্রহক কোৱা হয়–

(ক) প্ৰকৃত আগ্রহ৷ 

(খ) স্থায়ী আগ্ৰহ৷

(গ) অস্থায়ী আগ্ৰহ৷

(ঘ) আৰ্জিত আগ্ৰহ৷

উত্তৰ : (ঘ) আৰ্জিত আগ্ৰহ ৷

প্রশ্ন ৩৫:- আগ্রহক ভাগ কৰিব পাৰি–

(ক) দুটা ভাগত৷

(খ) তিনিটা ভাগত৷

(গ) চাৰিটা ভাগত৷

(ঘ) পাঁচটা ভাগত৷

উত্তৰ : (ক) দুটা ভাগত ৷

প্রশ্ন ৩৬:- ইংৰাজী ‘Interest’ শব্দটো আহিছিল–

(ক) গ্রীক ভাষাৰ পৰা৷

(খ) ইংৰাজী ভাষাৰ পৰা৷

(গ) জার্মান ভাষাৰ পৰা৷

(ঘ) লেটিন ভাষাৰ পৰা৷

উত্তৰ : (ঘ) লেটিন ভাষাৰ পৰা।

প্ৰশ্ন ৩৭:- ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত আগ্রহ–

(ক) একেই৷

(খ) একে নহয়৷

(গ) সম্পূর্ণ বিপৰীত৷

(ঘ) আংশিক বিপৰীত৷

উত্তৰ : (খ) একে নহয় ৷

প্রশ্ন ৩৮:- শিক্ষণ কার্যৰ লগত আগ্ৰহৰ ভূমিকা–

(ক) বিশেষ নাই৷

(খ) মুঠেই নাই৷

(গ) গুৰুত্বপূৰ্ণ৷

(ঘ) এটাও নহয়৷ 

উত্তৰ : (গ) গুৰুত্বপূৰ্ণ।

প্রশ্ন ৩৯:- “অভ্যাস হল একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তি– উক্তিটো আগবঢ়াইছিল–

(ক) ৰচে৷

(খ) জেমচে৷

(গ) প্লেটোৱে৷

(ঘ) ৰুছোৱে৷

উত্তৰ : (ক) ৰচে ৷

প্রশ্ন ৪০:- অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ–

(ক) শৈশৱ কালত৷

(খ) বাল্য কালত৷

(গ) কৈশোৰ কালত৷

(ঘ) বয়: প্ৰাপ্তি কালত৷ 

উত্তৰ : (ক) শৈশৱ কালত ৷

প্ৰশ্ন ৪১:- অভ্যাসজনিত কামে ব্যক্তিক–

(ক) পৈণত কৰে৷

(খ) ভাগৰুৱা কৰে৷

(খ) বাল্য কালভ৷

(গ) আমনিদায়ক কৰে৷

(ঘ) জটিল কৰে৷

উত্তৰ : (ক) পৈণত কৰে।

প্রশ্ন ৪২:- অভ্যাস হ’ল–

(ক) আর্জিত আচৰণ৷

(খ) জন্মগত আচৰণ৷

(গ) সজ আচৰণ৷

(ঘ) নকল আচৰণ৷

উত্তৰ : (ক) আর্জিত আচৰণ ৷

প্রশ্ন ৪৩:- অভ্যসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল–

(ক) পাৰ্চী নানে।

(খ) ডিউইয়ে৷

(গ) জেম্‌চে৷

(ঘ) ৰাষ্কে৷

উত্তৰ : (গ) জেম্‌চে।

প্রশ্ন ৪৪:- “বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা” — মতামতটো আছিল–

(ক) ষ্টাৰ্ণৰ।

(খ) বিনেৰ।

(গ) ছিলিৰ বাৰ্টৰ।

(ঘ) কলভিন।

উত্তৰ : (ক) ষ্টাৰ্ণৰ।

প্রশ্ন ৪৫:- বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল

(ক) ১৯০০ চনত।

(খ) ১৯০২ চনত।

(গ) ১৯০৫ চনত।

(ঘ) ১৯০৭ চনত।

উত্তৰ : (গ) ১৯০৫ চনত।

প্রশ্ন ৪৬:- বুদ্ধি পৰিমাপণৰ প্ৰথম অভীক্ষাৰ উদ্ভাৱক আছিল–

(ক) কলভিন আৰু ছিবিল বার্ট।

(খ) পিটাৰ চেন্দিফোর্ড।

(গ) আলফ্রেড বিনে আৰু ছাইমন।

(ঘ) থর্ণডাইক।

উত্তৰ : (গ) আলফ্রেড বিনে আৰু ছাইমন।

প্রশ্ন ৪৭:- মানুহৰ বুদ্ধিৰ অধিকাৰী হয়–

(ক) পৰিৱেশৰ পৰা।

(খ) সমাজৰ পৰা।

(গ) মাক-দেউতাকৰ পৰা। 

(ঘ) জৈৱিক বংশগতিৰ পৰা।

উত্তৰ : (ঘ) জৈৱিক বংশগতিৰ পৰা।

প্রশ্ন ৪৮:- এটা শিশুৰ শিক্ষণ ক্ষমতা নির্ভৰ কৰে–

(ক) জ্ঞানৰ ওপৰত।

(খ) প্ৰজ্ঞাৰ ওপৰত।

(গ) পঢ়া-শুনাৰ ওপৰত।

(ঘ) বুদ্ধিৰ ওপৰত।

উত্তৰ : (ঘ) বুদ্ধিৰ ওপৰত।

প্রশ্ন ৪৯:- আলফ্রেড বিনে এগৰাকী প্ৰখ্যাত মনোবৈজ্ঞানিক আছিল–

(ক) জাপানৰ।

(খ) ইংলেণ্ডৰ।

(গ) ফ্ৰান্সৰ।

(ঘ) ইটালীৰ।

উত্তৰ : (গ) ফ্ৰান্সৰ ৷

প্রশ্ন ৫০:- ব্যক্তিত্বৰ ইংৰাজী প্রতিশব্দ ‘personality’ শব্দটো লেটিন ভাষাৰ–

(ক) persona শব্দৰ পৰা অহা।

(খ) person শব্দৰ পৰা অহা।

(গ) porson শব্দৰ পৰা অহা।

(ঘ) personal শব্দৰ পৰা।

উত্তৰ : (ক) persona শব্দৰ পৰা অহা ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top