Assam Sports GK – অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান

[ অসমৰ ক্ৰীড়া – 3 ]

1. ২০০১ চনত কলম্বোত অনুষ্ঠিত  এছিয়ান জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান লাভ কৰা অসমীয়া খেলুৱৈজনৰ নাম কি ?

Join Telegram channel

উত্তৰঃ অংশুমান দত্ত  (১৪ বছৰ বয়সত)।

2. ১৯৯৪ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ দীপাংকৰ ভট্টাচাৰ্য।

3. ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আছিল ?

উত্তৰঃ অৰুনিমা মজুমদাৰ (১৯৯৭ চন)।

1 thought on “Assam Sports GK – অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top