Assam Jatiya Bidyalay Class 8 Science Chapter 11 পৰমাণুৰ গঠন

Assam Jatiya Bidyalay Class 8 Science Chapter 11 পৰমাণুৰ গঠন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 পৰমাণুৰ গঠন Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 11 পৰমাণুৰ গঠন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 11 পৰমাণুৰ গঠন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৰমাণুৰ গঠন

Chapter – 11

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১।(i) ইলেকট্রন আৱিস্কাৰ কৰা বিজ্ঞানীজন হ’ল –

(ক) নিলছ বৰ।

(খ) গন্ডষ্টেইন।

(গ) ৰাডাৰফ’র্ড।

(ঘ) থমছন।

উত্তৰঃ (ক) থমছন।

(ii) নিউট্রন আৱিস্কাৰকৰা বিজ্ঞানীজন হ’ল –

(ক) থমছন।

(খ) ছেডউইক।

(গ) ৰাদাৰফ’র্ড।

(ঘ) প্রিষ্টলি।

উত্তৰঃ (খ) ছেডউইক।

(iii) পৰমাণুত থকা সমান সমান সংখ্যক মৌলিক কণিকা হ’ল-

(ক) প্রটন আৰু ইলেকট্রন।

(খ) নিউট্রন আৰুইলেকট্রন।

(গ) প্রটন আৰু নিউট্রন।

(ঘ) এইবােৰৰ এটাও নহয়।

উত্তৰঃ (ক) প্রটন আৰু ইলেকট্রন।

(iv) নিউক্লিয়াছত থকা কণিকাসমূহ হ’ল –

(ক) প্রটন আৰু নিউট্রন।

(খ) নিউট্রন আৰু ইলেকট্রন।

(গ) প্রটন আৰু ইলেকট্রন।

(ঘ) প্রটিন, নিউট্রন আৰু ইলেকট্রন।

উত্তৰঃ(ক) প্রটন আৰু নিউট্রন।

(v) ইলেকট্রনৰ আধাৰ মান উলিওৱা বিজ্ঞানীজন হল-

(ক) থমছন।

(খ) মিলিকান।

(গ) ৰাদাৰফৰ্ড।

(ঘ) ছেউইক।

উত্তৰঃ (খ) মিলিকান।

(vi) ইলেকট্রনৰ ভৰ হ’ল-

(ক) 9.1 x 10⁻³¹ গ্রাম।

(খ) 1.66 × 10⁻²⁴ গ্রাম।

(গ) 9.1 x 10⁻²⁸ গ্রাম।

(ঘ) 9.1 x 10⁻²⁵ গ্রাম।

উত্তৰঃ(ক) 9.1 x 10⁻³¹ গ্রাম।

(vii) মৌল এটাৰ পৰমাণৱিক সংখ্যা হল –

(ক) নিউক্লিয়াচত থকা নিউট্রন সংখ্যা।

(খ) মৌলটোৰ ইলেকট্রন সংখ্যা।

(গ) মৌলৰ যােজ্যতা।

(ঘ) নিউক্লিয়াচত থকা প্ৰটিনৰ সংখ্যা।

উত্তৰঃ(খ)মৌলটোৰ ইলেকট্রন সংখ্যা। আৰু 

(ঘ) নিউক্লিয়াচত থকা প্ৰটিনৰ সংখ্যা।

(viii) ৰাদা ৰফৰ্ডৰ পৰীক্ষাৰ পৰা ধাৰণাকৰিৰ পৰা বিষয়টো হল-

(ক) নিউক্লিয়াছৰ আকাৰ।

(খ) পৰমাণুৰ আকাৰ।

(গ) ইলেকট্রনৰ আকাৰ।

(ঘ) নিউট্রনৰ আকাৰ।

উত্তৰঃ (ক) নিউক্লিয়াছৰ আকাৰ।আৰু 

(খ) পৰমাণুৰ আকাৰ।

(ix) পৰমাণুৰ ব্যাস প্রায়

(ক) 10⁻¹⁰ মি।

(খ) 10⁻¹² মি।

(গ) 10⁻¹⁵ মি।

(ঘ) 10⁻ᵍ মি।

উত্তৰঃ (ক) 10⁻¹⁰ মি।

(x) নিউক্লিয়াছত 20 টা প্রটন থকা পৰমাণুটোৰ ইলেকট্রন সংখ্যা হল –

(ক) 20

(খ) 19 

(গ) 18 

(ঘ) 17

উত্তৰঃ(ক) 20

(xi) কোনটো পৰমাণুত নিউট্রন সংখ্যা কম ?

(ক) 16/8 O 

(খ) 17/8 O 

(গ) 18/8 O

উত্তৰঃ(ক) 16/8 O

(xii) হাইড্রজেন পৰমাণু (H)ত থকা নিউট্রন সংখ্যা হ’ল

(ক) 0 

(খ) 1 

(গ) 2 

(ঘ) 3

উত্তৰঃ(ক) 0

(xiii) 16/8 O পৰমাণুত থাকে –

(ক) ৪ টাটন, ৪ টা নিউট্রন, ৪ টা ইলেকট্রন।

(খ) 6 টা প্রটন, 10 টা নিউট্রন, ৪ টা ইলেকট্রন।

(গ) 10 টা প্রটন, 6 টা নিউট্রন, ৪ টা ইলেকট্রন।

(ঘ) ইয়াৰে এটাও নহয়।

উত্তৰঃ (ক) ৪ টাটন, ৪ টা নিউট্রন, ৪ টা ইলেকট্রন।

(xiv) এটা মৌলৰ আইছটপসমূহত থকা –

(ক) নিউট্রন সংখ্যা সমান।

(খ) প্রটনৰ সংখ্যা সমান।

(গ) পৰমাণুৰ ভৰ সমান। 

(ঘ) প্রটন + নিউট্রন সংখ্যা একে।

উত্তৰঃ(খ) প্রটনৰ সংখ্যা সমান।

(xv) n তম শক্তিপথত থাকিব পৰা সর্বাধিক ইলেকট্রন সংখ্যা হ’ল-

(ক) 2n 

(খ) n² 

(গ) 2n² 

(ঘ) n²/2

উত্তৰঃ(গ) 2n²

২। খালী ঠাই পূৰণ কৰাঁ।

(i)…………. পৰমাণুৰ নিউক্লিয়াছত নিউট্রন নাথাকে।

(ii) এটা পৰমাণুত থকা ইলেকট্রন সংখ্যা পৰমাণুত থকা…………… সংখ্যাৰ সমান।

(iii) ইলেকট্রন এটাৰ আধানৰ মান…………. কুলম্ব।

(iv) এটা প্রটনৰ ভৰ ………….. গ্রাম।

(v) আইছ’টপ সমূহৰ নিউক্লিয়াছত বেলেগ বেলেগ সংখ্যা ……………. থাকে।

(vi) এটা মৌলৰ বিভিন্ন ভৰ পৰমাণুক ………..….. বােলে।

(vii) পৰমাণু এটাৰ ভৰ পৰমাণুত থকা…………….. আৰু ………….. ৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

(viii) পৰমাণুৰ L খােলত থকা ইলেকট্রনৰ সর্বাধিক সংখ্যা হল…………………..।

(ix) নিউক্লিয়াছৰ পৰা আঁতৰি গ’লে কক্ষপথৰ শক্তি …………………. যায়।

(x) পৰমাণুৰ কেন্দ্ৰত ………………. আধানযুক্ত নিউক্লিয়াচটো থাকে। (ৰাদাৰফৰ্ডৰ আহি মতে)।

উত্তৰঃ (i) 1/1H হাইড্রজেন।

(ii) প্রটনৰ।

(iii)1.6×10⁻¹⁹

(iv) 1.672×10⁻³⁰

(v) নিউট্রন।

(vi) আইছ’টপ বা সমস্থানিক।

(vii) প্রটন নিউট্রন।

(viii) ৪

(ix) বাঢ়ি।

(x) ধনাত্মক।

৩। তলত দিয়া বাক্যবােৰ শুদ্ধ নে ভুল ? ভুল বাক্যবােৰ শুদ্ধকৈ লিখা।

(i) পৰমাণু অভিভাজ্য কণিকা।

(ii) নিউট্রনৰ আধান ধনাত্মক।

(ii) এটা মৌলৰ বিভিন্ন আইছটিপত একে সংখ্যক নিউট্রন থাকে।

(iv) পৰমাণু এটাৰ ভৰ হ’ল নিউক্লিয়াছটোৰ ভৰ।

(v) ইলেকট্রনৰ ভৰ প্ৰটিনৰ ভৰৰ সমান।

(vi) অক্সিজেন পৰমাণুৰ বহিঃখােলত 6 টা ইলেকট্রন থাকে।

(vii) ডয়টেৰিয়াম আৰু হাইড্রজেন পৰমাণুৰ ভৰ একে।

(viii) পৰমাণু বিদ্যুৎ নিৰপেক্ষ।

(ix) আলফা কণিকাৰ ভৰ আৰু আধান প্রটনৰ ভৰ আৰু আধানৰ সমান।

(x) মৌলৰ উলিয়াবলৈ আইছ’টপ ¹²C ক প্রামাণিক হিচাবে লােৱা হয়।

উত্তৰঃ (i) ভুল, প্ৰকৃততে পৰমাণু ‘অবিভাজ্য নহয়।

(ii) ভুল, নিউট্রন আধানহীন কণিকা।

(iii) ভুল, এটা মৌলৰ বিভিন্ন আইছ’টপত নিউট্রন সংখ্যা বেলেগ হয়।

(iv শুদ্ধ।

(v) ভুল,’প্ৰ’টনৰভৰ ইলেকট্রনৰ ভৰতকৈ 1836 গুণ বেছি।

(vi) শুদ্ধ।

(vii) ভুল, হাইড্রজেনৰ পৰমাণিক ভৰ। আৰু ভয়টেৰিয়ামৰ পৰমাণিক ভৰ 21

(viii) শুদ্ধ।

(ix) ভুল, আলফা কণিকাৰ ভৰ প্ৰ’টিনৰ ভৰৰ চাৰিগুণ আৰু ইয়াৰ আধান প্রটনৰ আধানৰ দুগুণ।

(x) শুদ্ধ।

4। পৰমাণুত থকা তিনিটা মৌলিক কণিকাৰ নাম লিখা। ইহঁতৰ প্ৰতিটোৰে আধান আৰু ভৰ লিখা।

উত্তৰঃ 

৫। ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মূল কথাখিনি লিখা।

উত্তৰঃ ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মূল কথাখিনি হল –

(ক) পৰমাণু কেন্দ্ৰত ধনাত্মক আধানযুক্ত নিউক্লিয়াচটো থাকে। নিউক্লিয়াচত পৰমাণুটোৰ প্রায় আটাইখিনিভৰ থাপ খাই থাকে।

(খ) নিউক্লিয়াচৰ চাৰিওফালে বহুখিনি খালি ঠাই থাকে। ইলেকট্রনবােৰে নিউক্লিয়াচৰ চাৰিওফালে ভিন্ন পথত ঘূৰি থাকে।

(গ) ধনাত্মক নিউক্লিয়াচটোৱে ঋণাত্মক ইলেকট্রনটোক আকর্ষণ কৰি থাকে বাবে ইলেকট্রনটো কক্ষপথৰ পৰা আতৰি যাব নােৱাৰে।

৬। ৰাৰফৰ্ডৰ পৰীক্ষাৰ পৰা লাভ কৰা সিদ্ধান্তসমূহ লিখা।

উত্তৰঃ ৰাভাৰফ’ৰ্ডৰ পৰীক্ষাৰ পৰা পােৱা সিদ্ধান্তসমূ হ’ল –

(ক) পৰমাণু এটাৰ সকলােখিনি ধনাত্মক আধান পৰমাণুটোৰ মাজত থাকে। মাজৰ এই ঠাইখিনিৰ আয়তন খুব কম। এই ঠাইখিনিক পৰমাণু গৰ্ভ বা নিউক্লিয়াচ বােলে। সেইবাবে ধনাত্মক আধানযুক্ত (আলফা) x- কণিকাৰ খুব কম সংখ্যকহে 180° কােণ বিচ্যুত হয়।

(খ) নিউক্লিয়াচৰ ব্যাস 10-14 পৰা 10 মিটাৰ আৰু পৰমাণুৰ ব্যাস 100 মিটাৰ পােৱা যায়।পৰমাণুৰ তুলনাত নিউক্লিয়াচৰ আয়তন অতি সৰু।

৭। আইছটিপৰ সংজ্ঞা লিখা। হাইড্রজেনৰ আইছটপবােৰৰ নাম আৰু চিহ্নলিখা।

উত্তৰঃ একেটা মৌলৰে বিভিন্ন ভৰ সংখ্যাৰ পৰমাণুবােৰক আইছটপ বা সমস্থানিক বােলে।হাইড্রজেনৰ তিনিটা সমস্থানিক আছে।

৮। ব’ৰৰ পৰমাণুৰ আৰ্হিৰ ধাৰণা কেইটামান লিখা।

উত্তৰঃ ব’ৰৰ পৰমাণুৰ আৰ্হি কিছুমান ধাৰণা –

(ক) পৰমাণুত ধনাত্মক আধানযুক্ত নিউক্লিয়াচ এটা থাকে। নিউক্লিয়াচত পৰমাণুটোৰ প্রায় সকলােখিনি ভৰ থুপ খাই থাকে।

(খ) নিউক্লিয়াচৰ চাৰিওফালে কিছুমান বিশেষ বা নির্দিষ্ট কক্ষপথ থাকে। সেই কক্ষপথকে ইলেকট্রনবােৰ ঘূৰে।

(গ) নির্দিষ্ট কক্ষপথত ঘুৰি থকা ইলেকট্রনটোৰ এক নির্দিষ্ট পৰিমাণৰ শক্তি থাকে।

(ঘ) নির্দিষ্ট কক্ষপথৰে গতি কৰি থকা সময়ত ইলেকট্রন টোৱে শক্তি নেহেৰুৱায়।

(ঙ) ইলেকট্রনটোৱে এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ যাব পাৰে। নিউক্লিয়াচৰ ওচৰৰ পৰা আতৰলৈ গ’লে শক্তি শশাষণ কৰি রেছি শক্তিৰ কক্ষপথলৈ যায়। দুৰৰ শক্তিকক্ষৰ পৰা নিউক্লিয়াচৰ ওচৰৰ শক্তি কক্ষলৈ আহিলে শক্তি নির্গত হয়। পােহৰৰ ৰূপত এই শক্তি এৰি দিয়ে।

৯।আপেক্ষিক পৰমাণৰিক ভৰ বুলিলে কি বুজা ?

উত্তৰঃ কার্বন আইছটপ 12/6 C ৰ 12 ৰ 1/12 ক প্রামাণিক হিচাবে লৈ নির্ণয় কৰা বাকীবােৰ মৌলৰ পৰমাণৱিক ভৰক আপেক্ষিক পৰমাণৱিক ভৰ বােলা হয়।

মৌলৰ আপেক্ষিক পৰমাণৱিক ভৰ = মৌলৰ এটা পৰমাণুৰ ভৰ/ 12/8 C পৰমাণু এটাৰ 1/12 ভাগৰ ভৰ।

১০। আপেক্ষিক পৰমাণৱিক ভৰৰ একক কি ?

উত্তৰঃ আপেক্ষিক পৰমাণৱিক ভৰব একক নাই।ইএটা বিশুদ্ধ সংখ্যা।

১১। পৰমাণবিকভৰ ভাল হয় কিয় ?

উত্তৰঃ এটা মৌলত ইয়াৰ আটাইকেইটা আইছ’টপ সমপৰিমাণত নেথাকে। সেইবাবে, মৌলটোৰ গড় পৰমাণৱিক ভৰ উলিওৱা হয়। তেতিয়াই আপেক্ষিক পৰমাণৱিক ভৰ বা পৰমাণবিক ভৰ ভগ্নাংশ পােৱা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top