Assam Jatiya Bidyalay Class 5 Social Science Chapter 19 ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ

Assam Jatiya Bidyalay Class 5 Social Science Chapter 19 ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 19 ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class V Social Science Chapter 19 ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class V Social Science Chapter 19 ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ

Chapter – 19

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। ভূগোল মানে কি ?

উত্তৰঃ গোলাকাৰ পৃথিৱীখনৰ বিষয়ে খৰচি মাৰি বিজ্ঞানসন্মত ভাৱে আলোচনা কৰা বিষয়টোক ভূগোল বোলা হয়।

২। ভূগোলৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ ভূগোলক প্ৰধানকৈ দুটা ভাগত ভগোৱা হৈছে। ভাগ দুটা হৈছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল।

৩। প্ৰাকৃতিক ভূগোলৰ বিষয়বস্তু কি লিখা।

উত্তৰঃ প্ৰাকৃতিক ভূগোলত পৃথিৱীৰ উপৰিভাগত থকা বিবিধ ভূ- অবয়ৱৰ বিষয়ে আলোচনা কৰা হয়। পৰ্বত-পাহাৰ, নৈ, সাগৰ, মহাসাগৰ, বায়ুমণ্ডল, আকাশ, দিশ, স্থান, সময় আদিৰ অধ্যয়ন আৰু আলোচনা প্ৰাকৃতিক ভূগোলৰ অন্তৰ্গত। কৃত্ৰিম উপগ্ৰহৰ সহায়ত গ্ৰহ-নক্ষত্ৰ আদিৰ ফটো তোলা বিষয়টো প্ৰাকৃতিক ভূগোলৰ ভিতৰত পৰে।

৪। মানৱ ভূগোলৰ বিষয়বস্তু কি লিখা।

উত্তৰঃ মানৱ ভূগোলত মানুহৰ কাৰ্য-কলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত হোৱা নানা পৰিবৰ্তন আৰু প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ লগতে মানৱ ভূগোলৰ মানুহৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশবোৰৰ বিষয়েও আলোচনা কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top